ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

“সেক্ৰেড গেমচ” ৰ বিষয়ে নজনা কিছু কথা-

Staff Reporter by Staff Reporter
December 30, 2019
Reading Time: 1 min read
A A
0
“সেক্ৰেড গেমচ” ৰ বিষয়ে নজনা কিছু কথা-

অপেক্ষাৰ সাম কাটি চলিত মাহৰ ১৫ আগষ্ট তাৰিখে দৰ্শকৰ মাজত মুক্তি পাইছিল “সেক্ৰেড গেমচ” ৰ দ্বিতীয়টো সংকৰণ। আকস্মিকতা আৰু থ্ৰীলাৰযুক্ত এই সংস্কৰণটোত অভিনয় কৰিছে নৱাজুদ্দিন চিদ্দিকী,ছেইফ আলি খান, পংকজ ত্ৰিপাঠীৰ লগতে কালকী আৰু ৰণৱীৰ শোৰেকে।

RELATED POSTS

Ram Mandir : দানৰ ধন চুৰি গোচৰত ৮ জন গ্ৰেপ্তাৰ হোৱাৰ পিছতে ৰাম মন্দিৰ ট্ৰাষ্টৰ মুৰব্বীৰ পদত্যাগ

Operation Sindoor : Names of 6 Soldiers Killed in Action Revealed

Miracle murder : গাড়ীৰ ভিতৰত যুৱক-যুৱতীৰ গুলীবিদ্ধ মৃতদেহ, ৫০ ফুট দূৰৈত ৩টা ফোন; মধ্যপ্ৰদেশত ৰহস্যজনক মৃত্যুৰ ঘটনা

sacred games season 2 1 | ASSAM TIMES POST

এই “সেক্ৰেড গেমছ” ৰ বিষয়ে জানো আহক কেইটিমান নজনা কথা-

১. বিক্ৰম চন্দ্ৰাৰ উপন্যাসৰ ওপৰত আধাৰিত এই চিৰিজখনক লিখিবলৈ সময় লাগিছিল প্ৰায় এবছৰ। বৰুণ গ্ৰ’ভাৰ, স্মিতা সিং আৰু বসন্ত নাথে ইয়াৰ স্ক্ৰিপ্ট প্ৰস্তুত কৰিছিল যদিও ইয়াক “সৰু তথা দৰ্শকৰ বাবে সহজ” কৰি উলিয়াই স্মিতা নেইৰ আৰু মন্ত্ৰা ৱাটছাই।

২. সেক্ৰেড গেমছ হৈছে প্ৰথমখন এনেকুৱা নেটফ্লিক্স চিৰিজ যাক কেইবাখনো দেশৰ লোকে উপভোগ কৰে।

Sacred Games 2 Saif Ali Khan and Nawazuddin Siddiqui’s thrilling Netflix series will stream on this date | ASSAM TIMES POST

৩.”সেক্ৰেড গেমছ” ৰ প্ৰত্যেকটো চিকুৱেণ্স,লগ’ আৰু টাইটেল ডিজাইন কৰিছে গ্ৰাফিক ডিজাইনাৰ অনিৰুদ্ধ মেহতা আৰু মুম্বাই বেছড মছন লেৱ প্লেক্সাছে। এই চিৰিজখনৰ ডিজাইন সমূহ “হিন্দু পুৰাণ” ৰ পৰা তুলি লোৱা হৈছে। 

৪. উক্ত চিৰিজখন শ্বুট কৰা হৈছিল মুঠ ১৫০ টা দিনত। মটৱানীয়ে চিৰিজখনৰ শ্বুটিং আৰম্ভ কৰিছিল ২০১৭ চনত আৰু তাৰ পিছত ২০১৮ চনৰ জানুৱাৰী অনুৰাগ কাশ্যপে তেওঁক জইন কৰিছিল।

Source: https://rupaliparda.com/archives/3947

Tags: Nawazuddin SiddquiNetflixSaif Ali KhanWeb SeriesWeb Stream
Share4Tweet3Send

Related Posts

Ram Mandir : দানৰ ধন চুৰি গোচৰত ৮ জন গ্ৰেপ্তাৰ হোৱাৰ পিছতে ৰাম মন্দিৰ ট্ৰাষ্টৰ মুৰব্বীৰ পদত্যাগ
National-International

by News Desk
June 26, 2026
50
Operation Sindoor : Names of 6 Soldiers Killed in Action Revealed
National-International

Operation Sindoor : Names of 6 Soldiers Killed in Action Revealed

by News Desk
June 26, 2026
50
Miracle murder : গাড়ীৰ ভিতৰত যুৱক-যুৱতীৰ গুলীবিদ্ধ মৃতদেহ, ৫০ ফুট দূৰৈত ৩টা ফোন; মধ্যপ্ৰদেশত ৰহস্যজনক মৃত্যুৰ ঘটনা
National-International

Miracle murder : গাড়ীৰ ভিতৰত যুৱক-যুৱতীৰ গুলীবিদ্ধ মৃতদেহ, ৫০ ফুট দূৰৈত ৩টা ফোন; মধ্যপ্ৰদেশত ৰহস্যজনক মৃত্যুৰ ঘটনা

by News Desk
June 26, 2026
50
Operation Sindoor : সিন্দুৰ অভিযানত প্ৰাণ আহুতি দিয়া ৬ ভাৰতীয় বীৰ জোৱানৰ পৰিচয় প্ৰকাশ, মৰণোত্তৰ সন্মান

Recover large property : হায়দৰাবাদত মহিলা বিষয়াৰ পৰা বৃহৎ সম্পত্তি উদ্ধাৰ

Earthquake in Venezuela : ভেনিজুৱেলাত ভূমিকম্পত খহি পৰা অট্টালিকাৰ তলত জীৱিতৰ সন্ধান : মৃত্যুৰ সংখ্যা ২৩৫লৈ বৃদ্ধি

ADVERTISEMENT
Karbi Anglong Police Burn ₹48.3 Cr Drugs in Bold, Big Drive
KARBI ANGLONG

Karbi Anglong Police Burn ₹48.3 Cr Drugs in Bold, Big Drive

June 26, 2026
50
Ram Mandir : দানৰ ধন চুৰি গোচৰত ৮ জন গ্ৰেপ্তাৰ হোৱাৰ পিছতে ৰাম মন্দিৰ ট্ৰাষ্টৰ মুৰব্বীৰ পদত্যাগ
National-International

Ram Mandir : দানৰ ধন চুৰি গোচৰত ৮ জন গ্ৰেপ্তাৰ হোৱাৰ পিছতে ৰাম মন্দিৰ ট্ৰাষ্টৰ মুৰব্বীৰ পদত্যাগ

June 26, 2026
50
Operation Sindoor : Names of 6 Soldiers Killed in Action Revealed
National-International

Operation Sindoor : Names of 6 Soldiers Killed in Action Revealed

June 26, 2026
50
Miracle murder : গাড়ীৰ ভিতৰত যুৱক-যুৱতীৰ গুলীবিদ্ধ মৃতদেহ, ৫০ ফুট দূৰৈত ৩টা ফোন; মধ্যপ্ৰদেশত ৰহস্যজনক মৃত্যুৰ ঘটনা
National-International

Miracle murder : গাড়ীৰ ভিতৰত যুৱক-যুৱতীৰ গুলীবিদ্ধ মৃতদেহ, ৫০ ফুট দূৰৈত ৩টা ফোন; মধ্যপ্ৰদেশত ৰহস্যজনক মৃত্যুৰ ঘটনা

June 26, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Karbi Anglong Police Burn ₹48.3 Cr Drugs in Bold, Big Drive

Karbi Anglong Police Burn ₹48.3 Cr Drugs in Bold, Big Drive

June 26, 2026
Ram Mandir : দানৰ ধন চুৰি গোচৰত ৮ জন গ্ৰেপ্তাৰ হোৱাৰ পিছতে ৰাম মন্দিৰ ট্ৰাষ্টৰ মুৰব্বীৰ পদত্যাগ

Ram Mandir : দানৰ ধন চুৰি গোচৰত ৮ জন গ্ৰেপ্তাৰ হোৱাৰ পিছতে ৰাম মন্দিৰ ট্ৰাষ্টৰ মুৰব্বীৰ পদত্যাগ

June 26, 2026
Operation Sindoor : Names of 6 Soldiers Killed in Action Revealed

Operation Sindoor : Names of 6 Soldiers Killed in Action Revealed

June 26, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT