ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Entertainment

Shahrukh Khan’s film Dunki : পাঠান, জোৱানৰ পিছত এইবাৰ শ্বাহৰুখ খানৰ ‘ডাংকি’

নিউজ ডেস্কঃ

News Desk by News Desk
December 12, 2023
Reading Time: 1 min read
A A
0
Shahrukh Khan’s film Dunki : পাঠান, জোৱানৰ পিছত এইবাৰ শ্বাহৰুখ খানৰ ‘ডাংকি’

New Logo Smal 2 | ASSAM TIMES POST

RELATED POSTS

Jamie lever : স্কুলৰ সন্মুখত তেওঁক দেখুৱাই কৰিছিল অভদ্ৰ আচৰণ, গোপনাংগত স্পৰ্শ কৰিছিল বাছ কণ্ডাক্টৰে; জনি লিভাৰৰ কন্যাৰ শৈশৱৰ ভয়াৱহ অভিজ্ঞতা প্ৰকাশ 

shakira : ১৯ বছৰৰ পাছত ভাৰতলৈ আহিব ‘লেটিন সংগীতৰ ৰাণী’ শ্বাকিৰা

OTT platform Ban : অশ্লীল সমলৰ বাবে দেশত পাঁচটা অ’টিটি প্লেটফৰ্ম নিষিদ্ধ কৰিলে কেন্দ্ৰই

যোৱা বছৰৰ ১২ ডিচেম্বৰত পাঠান মুক্তি পোৱাৰ পূৰ্বে শ্বাহৰুখ খানে (Shah Rukh Khan) মুখ ঢাকি জম্মুৰ বৈষ্ণদেৱীৰ মন্দিৰলৈ গৈছিল। জানুৱাৰী মাহত মুক্তিলাভ কৰিছিল পাঠান। বক্স অফিচত ১০০০ কোটি টকাৰ ব্যৱসায়ৰ নতুন অভিলেখ ৰচিছিল এই ছবিখনে। তাৰ ছমাহৰ ভিতৰত মুক্তিলাভ কৰে শ্বাহৰুখৰ বছৰটোৰ দ্বিতীয়খন ছবি ‘জোৱান’। উক্ত ছবিখনে ‘পাঠান’ৰ অভিলেখ ভংগ কৰে। এইবাৰ অহা ২১ ডিচেম্বৰত (21st Decmber) মুক্তি পাব শ্বাহৰুখৰ তৃতীয়খন ছবি ‘ডাংকি’ (Shah Rukh’s third film ‘Dunki’ to release)।

তাৰ পূৰ্বে সোমবাৰে নিশা জম্মুৰ তীৰ্থস্থানলৈ যায় শ্বাহৰুখ খান। কটকটীয়া নিৰাপত্তাৰ মাজত মন্দিৰৰ ফালে খোজকাঢ়ি যোৱা শ্বাহৰুখ খানৰ এটা ভিডিঅ’ প্ৰকাশ পাইছে। তেওঁৰ লগত আছে তেওঁৰ সহকাৰী পূজা দাদলানি। শ্বাহৰুখ খানে পৰিধান কৰে ক’লা ৰঙৰ পাফ জেকেট।

Dunki1 | ASSAM TIMES POST
ৰাজকুমাৰ হিৰাণী আৰু শ্বাহৰুখ খান

ৰাজকুমাৰ হিৰাণীৰ ‘ডাংকি’ত (Rajkumar Hirani’s ‘Dunki’) নতুন অৱতাৰত দেখা যাব শ্বাহৰুখক। ‘জোৱান’ আৰু ‘পাঠান’ দুয়োখন ছবিতে একচন অৱতাৰত ডাঙৰ পৰ্দাত দেখা দিছিল শ্বাহৰুখে। কিন্তু এই ছবিখনত তেওঁ দিশ সলনি কৰিলে। ‘ডাংকি’ এখন সম্পূৰ্ণ কমেডী ছবি হ’ব বুলি ইংগিত দিয়া হৈছে। ছবিখনত শ্বাহৰুখৰ চৰিত্ৰটোৰ নাম হাৰ্ডি। পূর্বাভাস মতে, ছবিখনৰ পৰিৱেশ হৈছে পঞ্জাব আৰু অভিভাষণ।

ইয়াত নৱ প্ৰজন্মৰ মাজত উন্নত জীৱনৰ আশাত লণ্ডনলৈ যোৱাৰ ধাৰাটোক উজ্জ্বল কৰি তোলা হৈছে। ছবিখনৰ শ্বাহৰুখৰ চৰিত্ৰটোৱে লণ্ডনলৈ যাবলৈ হাহাকাৰ কৰিছে। বাদশ্বাহৰ লগত আছে তাপসী পান্নু, বিকি কৌশল। বিশেষ ভূমিকাত আছে বোমান ইৰাণী। ‘পাঠান’ আৰু ‘জোৱান’ৰ দৰে এই ছবিখনো বক্স অফিচত সফল হ’ব বুলি চলচ্চিত্ৰ বিশেষজ্ঞসকলে ভৱিষ্যদ্বাণী কৰিছে।

Tags: ShahrukhKhan'sfilmDunkiশ্বাহৰুখখানৰডাংকি’
Share4Tweet3Send

Related Posts

Jamie lever : স্কুলৰ সন্মুখত তেওঁক দেখুৱাই কৰিছিল অভদ্ৰ আচৰণ, গোপনাংগত স্পৰ্শ কৰিছিল বাছ কণ্ডাক্টৰে; জনি লিভাৰৰ কন্যাৰ শৈশৱৰ ভয়াৱহ অভিজ্ঞতা প্ৰকাশ 
Entertrainment

Jamie lever : স্কুলৰ সন্মুখত তেওঁক দেখুৱাই কৰিছিল অভদ্ৰ আচৰণ, গোপনাংগত স্পৰ্শ কৰিছিল বাছ কণ্ডাক্টৰে; জনি লিভাৰৰ কন্যাৰ শৈশৱৰ ভয়াৱহ অভিজ্ঞতা প্ৰকাশ 

by News Desk
April 20, 2026
50
shakira : ১৯ বছৰৰ পাছত ভাৰতলৈ আহিব ‘লেটিন সংগীতৰ ৰাণী’ শ্বাকিৰা
cultural

shakira : ১৯ বছৰৰ পাছত ভাৰতলৈ আহিব ‘লেটিন সংগীতৰ ৰাণী’ শ্বাকিৰা

by News Desk
March 9, 2026
50
OTT platform Ban : অশ্লীল সমলৰ বাবে দেশত পাঁচটা অ’টিটি প্লেটফৰ্ম নিষিদ্ধ কৰিলে কেন্দ্ৰই
Entertrainment

OTT platform Ban : অশ্লীল সমলৰ বাবে দেশত পাঁচটা অ’টিটি প্লেটফৰ্ম নিষিদ্ধ কৰিলে কেন্দ্ৰই

by News Desk
February 25, 2026
50
Roi Roi Binale : ডিফুৰ গেলেক্সি চিনেমা হলত “ৰৈ ৰৈ বিনালে “প্ৰথম দৰ্শনীত হাউছফুল
Entertrainment

Roi Roi Binale : ডিফুৰ গেলেক্সি চিনেমা হলত “ৰৈ ৰৈ বিনালে “প্ৰথম দৰ্শনীত হাউছফুল

by ASSAM TIMES POST
October 31, 2025
50
Shahrukh Kajal Statue : এইবাৰ লণ্ডনত শ্বাহৰুখ-কাজলৰ প্ৰতিমূৰ্তি
Entertrainment

Shahrukh Kajal Statue : এইবাৰ লণ্ডনত শ্বাহৰুখ-কাজলৰ প্ৰতিমূৰ্তি

by News Desk
April 10, 2025
50
ডিফুত প্লাৱিতা বৰদলৈ বৰদলৈ শইকীয়াৰ সুৰীয়া কণ্ঠত শ্ৰব্য সংগীত “ৰং আজে নাংকেলেৰ শুভ উন্মোচন কেচিএছৰ সভাপতি চন্দ্ৰছিং ক্ৰ’ৰ :
Entertrainment

ডিফুত প্লাৱিতা বৰদলৈ বৰদলৈ শইকীয়াৰ সুৰীয়া কণ্ঠত শ্ৰব্য সংগীত “ৰং আজে নাংকেলেৰ শুভ উন্মোচন কেচিএছৰ সভাপতি চন্দ্ৰছিং ক্ৰ’ৰ :

by ASSAM TIMES POST
February 12, 2025
50
ADVERTISEMENT
FIFA 2026 final I বিশ্বকাপৰ ফাইনেলত ১১টা অভিলেখৰ অপেক্ষাত মেছি
National-International

FIFA 2026 final I বিশ্বকাপৰ ফাইনেলত ১১টা অভিলেখৰ অপেক্ষাত মেছি

July 17, 2026
50
Reservations for cognitively ill MBBS applicants: SC requests NMC form a panel to look at methods of determining a person’s level of disability
National-International

Supreme Court of India I বৃদ্ধ আৰু মৃত্যুমুখী কাৰবন্দীক আগতীয়া মুক্তিৰ নীতি প্ৰণয়নৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

July 17, 2026
50
দুবছৰ পিছত ৰথযাত্রা আৰম্ভ পুৰীত, ব্যাপক উৎসাহ ভক্তৰ মাজত
National-International

ISKCON Rath Yatra । নতুন চৰকাৰৰ যুগত বাংলাদেশত নিৰ্বিঘ্নে সম্পন্ন ৰথযাত্ৰা, ঢাকাৰ স্বামীবাগত অগণন ভক্তৰ সমাবেশ

July 17, 2026
50
General Zia murder case I জেনেৰেল জিয়াৰ হত্যাকাণ্ডৰ ৪৫ বছৰ পিছত আটক অন্যতম হত্যাকাৰী
National-International

General Zia murder case I জেনেৰেল জিয়াৰ হত্যাকাণ্ডৰ ৪৫ বছৰ পিছত আটক অন্যতম হত্যাকাৰী

July 17, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

FIFA 2026 final I বিশ্বকাপৰ ফাইনেলত ১১টা অভিলেখৰ অপেক্ষাত মেছি

FIFA 2026 final I বিশ্বকাপৰ ফাইনেলত ১১টা অভিলেখৰ অপেক্ষাত মেছি

July 17, 2026
Reservations for cognitively ill MBBS applicants: SC requests NMC form a panel to look at methods of determining a person’s level of disability

Supreme Court of India I বৃদ্ধ আৰু মৃত্যুমুখী কাৰবন্দীক আগতীয়া মুক্তিৰ নীতি প্ৰণয়নৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

July 17, 2026
দুবছৰ পিছত ৰথযাত্রা আৰম্ভ পুৰীত, ব্যাপক উৎসাহ ভক্তৰ মাজত

ISKCON Rath Yatra । নতুন চৰকাৰৰ যুগত বাংলাদেশত নিৰ্বিঘ্নে সম্পন্ন ৰথযাত্ৰা, ঢাকাৰ স্বামীবাগত অগণন ভক্তৰ সমাবেশ

July 17, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx