ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Fashion Entertrainment

Puspa actor arrested : প্ৰেমিকাৰ অস্বাভাৱিক মৃত্যুৰ ঘটনাত গ্ৰেপ্তাৰ ‘পুষ্পা’ৰ অভিনেতা

নিউজ ডেস্কঃ

News Desk by News Desk
December 7, 2023
Reading Time: 1 min read
A A
0
Puspa actor arrested : প্ৰেমিকাৰ অস্বাভাৱিক মৃত্যুৰ ঘটনাত গ্ৰেপ্তাৰ ‘পুষ্পা’ৰ অভিনেতা

New Logo Smal 1 | ASSAM TIMES POST

RELATED POSTS

Jamie lever : স্কুলৰ সন্মুখত তেওঁক দেখুৱাই কৰিছিল অভদ্ৰ আচৰণ, গোপনাংগত স্পৰ্শ কৰিছিল বাছ কণ্ডাক্টৰে; জনি লিভাৰৰ কন্যাৰ শৈশৱৰ ভয়াৱহ অভিজ্ঞতা প্ৰকাশ 

shakira : ১৯ বছৰৰ পাছত ভাৰতলৈ আহিব ‘লেটিন সংগীতৰ ৰাণী’ শ্বাকিৰা

OTT platform Ban : অশ্লীল সমলৰ বাবে দেশত পাঁচটা অ’টিটি প্লেটফৰ্ম নিষিদ্ধ কৰিলে কেন্দ্ৰই

প্ৰেয়সীক মৃত্যুৰ মুখলৈ ঠেলি দিয়াৰ অভিযোগত গ্ৰেপ্তাৰ হৈছে অভিনেতা জগদীশ ভাণ্ডাৰী (Actor Jagdish Bhandari)। উল্লেখযোগ্য যে আল্লু অৰ্জুন অভিনীত ‘পুষ্পা’ (Puspa) ছবিৰ জৰিয়তে দৰ্শকৰ মাজত পৰিচিত হয় অভিনেতাগৰাকী। কিন্তু প্ৰেমিকাৰ পিতৃয়ে জগদীশৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে। যথেষ্ট সময় ধৰি দুয়োৰে মাজত লিভ-ইন সম্পৰ্ক আছিল বুলি জানিব পৰা গৈছে। ‘পুষ্পা’ ছবিখনৰ অভিনেতাগৰাকীয়ে প্ৰেমিকাক বিভিন্ন ধৰণে গালি-গালাজ কৰা বুলিও তেওঁৰ পৰিয়ালৰ অভিযোগ।

আৰক্ষীৰ সূত্ৰ অনুসৰি, জগদীশৰ প্ৰেমিকাৰ বয়স ২৯ বছৰ। তেওঁ ঘৰতে আত্মহত্যা (Girlfriend’s suicide) কৰে। যুৱতীগৰাকীৰ মৃত্যুৰ পিছতে তেওঁৰ পিতৃয়ে আৰক্ষীৰ কাষ চাপে আৰু জগদীশৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে। জগদীশে বাৰে বাৰে প্ৰেয়সীক ভাবুকি দিয়া বুলিও অভিযোগ উঠিছে।

puspa0 | ASSAM TIMES POST

তেওঁৰ পিতৃয়ে দাবী কৰে যে অভিনেতাজনৰ অত্যাচাৰৰ বাবেই তেওঁৰ কন্যাই এই কঠিন সিদ্ধান্ত ল’বলৈ বাধ্য হৈছিল। আতিশয্যা, নিৰ্যাতন, মানসিক যন্ত্ৰণা সহ্য কৰিব নোৱাৰি তেওঁ নিজকে শেষ কৰাৰ সিদ্ধান্ত লয় বুলি কোৱা হৈছে।

আনহাতে, পিতৃৰ অভিযোগৰ ভিত্তিত হায়দৰাবাদ আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে। আৰক্ষীয়ে জগদীশৰ মৃত প্ৰেমিকাৰ ফোনত অনুসন্ধান চলাই অভিনেতাজনৰ বিৰুদ্ধে কেইবাটাও প্ৰমাণ উদ্ধাৰ কৰা বুলি জানিব পৰা গৈছে। বুধবাৰে আৰক্ষীয়ে উপলব্ধ প্ৰমাণৰ ভিত্তিত ভাৰতীয় দণ্ডবিধিৰ ৩০৬ ধাৰাত গ্ৰেপ্তাৰ কৰে অভিনেতাজনক। অৱশ্যে এই সন্দৰ্ভত এতিয়ালৈকে জগদীশ বা তেওঁৰ পৰিয়ালৰ পৰা কোনো বিবৃতি পোৱা হোৱা নাই।

Tags: 'পুষ্পা'ৰঅভিনেতাগ্ৰেপ্তাৰActorJagdishBhandariPuspaActorArrested
Share4Tweet3Send

Related Posts

Jamie lever : স্কুলৰ সন্মুখত তেওঁক দেখুৱাই কৰিছিল অভদ্ৰ আচৰণ, গোপনাংগত স্পৰ্শ কৰিছিল বাছ কণ্ডাক্টৰে; জনি লিভাৰৰ কন্যাৰ শৈশৱৰ ভয়াৱহ অভিজ্ঞতা প্ৰকাশ 
Entertrainment

Jamie lever : স্কুলৰ সন্মুখত তেওঁক দেখুৱাই কৰিছিল অভদ্ৰ আচৰণ, গোপনাংগত স্পৰ্শ কৰিছিল বাছ কণ্ডাক্টৰে; জনি লিভাৰৰ কন্যাৰ শৈশৱৰ ভয়াৱহ অভিজ্ঞতা প্ৰকাশ 

by News Desk
April 20, 2026
50
shakira : ১৯ বছৰৰ পাছত ভাৰতলৈ আহিব ‘লেটিন সংগীতৰ ৰাণী’ শ্বাকিৰা
cultural

shakira : ১৯ বছৰৰ পাছত ভাৰতলৈ আহিব ‘লেটিন সংগীতৰ ৰাণী’ শ্বাকিৰা

by News Desk
March 9, 2026
50
OTT platform Ban : অশ্লীল সমলৰ বাবে দেশত পাঁচটা অ’টিটি প্লেটফৰ্ম নিষিদ্ধ কৰিলে কেন্দ্ৰই
Entertrainment

OTT platform Ban : অশ্লীল সমলৰ বাবে দেশত পাঁচটা অ’টিটি প্লেটফৰ্ম নিষিদ্ধ কৰিলে কেন্দ্ৰই

by News Desk
February 25, 2026
50
Roi Roi Binale : ডিফুৰ গেলেক্সি চিনেমা হলত “ৰৈ ৰৈ বিনালে “প্ৰথম দৰ্শনীত হাউছফুল
Entertrainment

Roi Roi Binale : ডিফুৰ গেলেক্সি চিনেমা হলত “ৰৈ ৰৈ বিনালে “প্ৰথম দৰ্শনীত হাউছফুল

by ASSAM TIMES POST
October 31, 2025
50
Shahrukh Kajal Statue : এইবাৰ লণ্ডনত শ্বাহৰুখ-কাজলৰ প্ৰতিমূৰ্তি
Entertrainment

Shahrukh Kajal Statue : এইবাৰ লণ্ডনত শ্বাহৰুখ-কাজলৰ প্ৰতিমূৰ্তি

by News Desk
April 10, 2025
50
ডিফুত প্লাৱিতা বৰদলৈ বৰদলৈ শইকীয়াৰ সুৰীয়া কণ্ঠত শ্ৰব্য সংগীত “ৰং আজে নাংকেলেৰ শুভ উন্মোচন কেচিএছৰ সভাপতি চন্দ্ৰছিং ক্ৰ’ৰ :
Entertrainment

ডিফুত প্লাৱিতা বৰদলৈ বৰদলৈ শইকীয়াৰ সুৰীয়া কণ্ঠত শ্ৰব্য সংগীত “ৰং আজে নাংকেলেৰ শুভ উন্মোচন কেচিএছৰ সভাপতি চন্দ্ৰছিং ক্ৰ’ৰ :

by ASSAM TIMES POST
February 12, 2025
50
ADVERTISEMENT
Vaibhav Sooryavanshi : ৭০০ ৰাণ কৰিবই লাগিব, এইবাৰ আই পি এল আৰম্ভ হোৱাৰ পূৰ্বেই লিখি ৰাখিছিল বৈভৱে
Sports News

Vaibhav Sooryavanshi : ৭০০ ৰাণ কৰিবই লাগিব, এইবাৰ আই পি এল আৰম্ভ হোৱাৰ পূৰ্বেই লিখি ৰাখিছিল বৈভৱে

June 1, 2026
50
Vande Mataram : থিয় হোৱাৰ প্ৰয়োজন নাই, বন্দে মাতৰমক লৈ এইবাৰ বিতৰ্কত চিপিএম নেতা
National-International

Vande Mataram : থিয় হোৱাৰ প্ৰয়োজন নাই, বন্দে মাতৰমক লৈ এইবাৰ বিতৰ্কত চিপিএম নেতা

June 1, 2026
50
Monsoon : ‎মৌচুমী বতাহৰ আগমন : চলিত সপ্তাহত উত্তৰ-পূব, দক্ষিণৰ বাবে ধাৰাসাৰ বৰষুণৰ সতৰ্কবাণী
National-International

Monsoon : ‎মৌচুমী বতাহৰ আগমন : চলিত সপ্তাহত উত্তৰ-পূব, দক্ষিণৰ বাবে ধাৰাসাৰ বৰষুণৰ সতৰ্কবাণী

June 1, 2026
50
Appointment of Judge : উচ্চতম ন্যায়ালয়ত পাঁচজন ন্যায়াধীশ নিযুক্তি
National-International

Appointment of Judge : উচ্চতম ন্যায়ালয়ত পাঁচজন ন্যায়াধীশ নিযুক্তি

June 1, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Vaibhav Sooryavanshi : ৭০০ ৰাণ কৰিবই লাগিব, এইবাৰ আই পি এল আৰম্ভ হোৱাৰ পূৰ্বেই লিখি ৰাখিছিল বৈভৱে

Vaibhav Sooryavanshi : ৭০০ ৰাণ কৰিবই লাগিব, এইবাৰ আই পি এল আৰম্ভ হোৱাৰ পূৰ্বেই লিখি ৰাখিছিল বৈভৱে

June 1, 2026
Vande Mataram : থিয় হোৱাৰ প্ৰয়োজন নাই, বন্দে মাতৰমক লৈ এইবাৰ বিতৰ্কত চিপিএম নেতা

Vande Mataram : থিয় হোৱাৰ প্ৰয়োজন নাই, বন্দে মাতৰমক লৈ এইবাৰ বিতৰ্কত চিপিএম নেতা

June 1, 2026
Monsoon : ‎মৌচুমী বতাহৰ আগমন : চলিত সপ্তাহত উত্তৰ-পূব, দক্ষিণৰ বাবে ধাৰাসাৰ বৰষুণৰ সতৰ্কবাণী

Monsoon : ‎মৌচুমী বতাহৰ আগমন : চলিত সপ্তাহত উত্তৰ-পূব, দক্ষিণৰ বাবে ধাৰাসাৰ বৰষুণৰ সতৰ্কবাণী

June 1, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx