ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Fashion Entertrainment

Teajash film released I পুনৰ ফ্লপ কংগনা! ‘তেজস’ৰ প্ৰথমদিনাৰ উপাৰ্জন নহ’ল আশানুৰূপ

নিউজ ডেস্কঃ

News Desk by News Desk
October 28, 2023
Reading Time: 1 min read
A A
0
Teajash film released I পুনৰ ফ্লপ কংগনা! ‘তেজস’ৰ প্ৰথমদিনাৰ উপাৰ্জন নহ’ল আশানুৰূপ

logo new 2 1 1 4 1 3 1 5 | ASSAM TIMES POST

RELATED POSTS

Jamie lever : স্কুলৰ সন্মুখত তেওঁক দেখুৱাই কৰিছিল অভদ্ৰ আচৰণ, গোপনাংগত স্পৰ্শ কৰিছিল বাছ কণ্ডাক্টৰে; জনি লিভাৰৰ কন্যাৰ শৈশৱৰ ভয়াৱহ অভিজ্ঞতা প্ৰকাশ 

shakira : ১৯ বছৰৰ পাছত ভাৰতলৈ আহিব ‘লেটিন সংগীতৰ ৰাণী’ শ্বাকিৰা

OTT platform Ban : অশ্লীল সমলৰ বাবে দেশত পাঁচটা অ’টিটি প্লেটফৰ্ম নিষিদ্ধ কৰিলে কেন্দ্ৰই

বলীউডৰ অভিনেত্ৰী কংগনা ৰানাৱট (Actress Kangana Ranaut) আৰু বিতৰ্ক যেন এটা মুদ্ৰাৰে ইপিঠি আৰু সিপিঠি। বলীউডত তেওঁৰ কোনো বন্ধু নাই। কংগনা বৰ অকলশৰীয়া। কিন্তু শাসকীয় দলৰ ঘনিষ্ঠ। মাজে-সময়ে তেওঁ গেৰুৱা শিবিৰৰ বাবে মাতো মতে। সমালোচকসকলে কয় যে বলীউডৰ কোনোৱেই তেওঁৰ সৈতে কাম কৰিবলৈ ইচ্ছুক নহয়, কিয়নো তেওঁৰ চাৰিওফালে বহু শত্ৰু আছে।

সেয়ে তেওঁ নিজেই এটা প্ৰডাকচন কোম্পানী খোলে। কংগনা নিজেই প্ৰযোজক তেওঁৰ ছবিৰ। তেওঁৰ ছবিবোৰ ইখনৰ পিছত সিখনকৈ মুক্তি পাবলৈ ধৰিছে। এসময়ত বক্স অফিচত আধিপত্য বিস্তাৰ কৰা কংগনা এতিয়া যেন তেওঁৰ ভাগ্যত কেৱল ব্যৰ্থতাহে। এই উৎসৱৰ বতৰত মুক্তি পালে তেওঁৰ নতুন ছবি ‘তেজস’ (Tejas)। বলীউডৰ কুইন ছবিখনক লৈ আশাবাদী আছিল। কিন্তু প্ৰথমদিনাই হিচাপ স্পষ্ট হৈ পৰিল।

পুনৰ ফ্লপ কংগনা!
পুনৰ ফ্লপ কংগনা! ‘তেজস’ৰ প্ৰথমদিনাৰ উপাৰ্জন নহ’ল আশানুৰূপ

‘মণিকৰ্ণিকা’, ‘থালাইভি’ বা ‘পাংগা’, ইখনৰ পিছত সিখনকৈ ছবিত কংগনাই মুখ থেকেচা খাইছে। কিন্তু তেওঁ হাৰমনা বিধৰ নহয়। শুকুৰবাৰে মুক্তি পায় তেওঁৰ নতুন ছবি ‘তেজস’। তেওঁ আশা কৰিছিল যে ছবিখনে ভাল কাম কৰিব। কিন্তু বক্স অফিচৰ ৰিপৰ্ট হাতত অহাৰ লগে লগে সকলো স্পষ্ট হৈ পৰে। ছবিখনে প্ৰথমদিনা ১ কোটি ২৫ লাখ টকা উপাৰ্জন কৰে।

দেশৰ মাল্টিপ্লেক্সৰ পৰা মুঠ ৮৫ লাখ টকা সংগ্ৰহ কৰা হৈছে। কংগনাৰ ‘তেজস’ যি গতিত আগবাঢ়িছে, অভিনেত্ৰীগৰাকীয়ে ফ্লপ নম্বৰ পাঁচৰ মুখখন চাবলৈ গৈ আছে (Going to see the face of flop number five)। ২০১৯ চনত কংগনাৰ ফ্লপ আৰম্ভ হৈছিল ‘ঢাকড়’ ছবিৰ জৰিয়তে। তাৰ পিছত তেওঁ কৰা সকলো কাম দৰ্শকে প্ৰত্যাখ্যান কৰিছে।

Tags: KanganaTeajashFilmTejasFilimRanautকংগনাতেজস
Share4Tweet3Send

Related Posts

Jamie lever : স্কুলৰ সন্মুখত তেওঁক দেখুৱাই কৰিছিল অভদ্ৰ আচৰণ, গোপনাংগত স্পৰ্শ কৰিছিল বাছ কণ্ডাক্টৰে; জনি লিভাৰৰ কন্যাৰ শৈশৱৰ ভয়াৱহ অভিজ্ঞতা প্ৰকাশ 
Entertrainment

Jamie lever : স্কুলৰ সন্মুখত তেওঁক দেখুৱাই কৰিছিল অভদ্ৰ আচৰণ, গোপনাংগত স্পৰ্শ কৰিছিল বাছ কণ্ডাক্টৰে; জনি লিভাৰৰ কন্যাৰ শৈশৱৰ ভয়াৱহ অভিজ্ঞতা প্ৰকাশ 

by News Desk
April 20, 2026
50
shakira : ১৯ বছৰৰ পাছত ভাৰতলৈ আহিব ‘লেটিন সংগীতৰ ৰাণী’ শ্বাকিৰা
cultural

shakira : ১৯ বছৰৰ পাছত ভাৰতলৈ আহিব ‘লেটিন সংগীতৰ ৰাণী’ শ্বাকিৰা

by News Desk
March 9, 2026
50
OTT platform Ban : অশ্লীল সমলৰ বাবে দেশত পাঁচটা অ’টিটি প্লেটফৰ্ম নিষিদ্ধ কৰিলে কেন্দ্ৰই
Entertrainment

OTT platform Ban : অশ্লীল সমলৰ বাবে দেশত পাঁচটা অ’টিটি প্লেটফৰ্ম নিষিদ্ধ কৰিলে কেন্দ্ৰই

by News Desk
February 25, 2026
50
Roi Roi Binale : ডিফুৰ গেলেক্সি চিনেমা হলত “ৰৈ ৰৈ বিনালে “প্ৰথম দৰ্শনীত হাউছফুল
Entertrainment

Roi Roi Binale : ডিফুৰ গেলেক্সি চিনেমা হলত “ৰৈ ৰৈ বিনালে “প্ৰথম দৰ্শনীত হাউছফুল

by ASSAM TIMES POST
October 31, 2025
50
Shahrukh Kajal Statue : এইবাৰ লণ্ডনত শ্বাহৰুখ-কাজলৰ প্ৰতিমূৰ্তি
Entertrainment

Shahrukh Kajal Statue : এইবাৰ লণ্ডনত শ্বাহৰুখ-কাজলৰ প্ৰতিমূৰ্তি

by News Desk
April 10, 2025
50
ডিফুত প্লাৱিতা বৰদলৈ বৰদলৈ শইকীয়াৰ সুৰীয়া কণ্ঠত শ্ৰব্য সংগীত “ৰং আজে নাংকেলেৰ শুভ উন্মোচন কেচিএছৰ সভাপতি চন্দ্ৰছিং ক্ৰ’ৰ :
Entertrainment

ডিফুত প্লাৱিতা বৰদলৈ বৰদলৈ শইকীয়াৰ সুৰীয়া কণ্ঠত শ্ৰব্য সংগীত “ৰং আজে নাংকেলেৰ শুভ উন্মোচন কেচিএছৰ সভাপতি চন্দ্ৰছিং ক্ৰ’ৰ :

by ASSAM TIMES POST
February 12, 2025
50
ADVERTISEMENT
Vaibhav Sooryavanshi : ৭০০ ৰাণ কৰিবই লাগিব, এইবাৰ আই পি এল আৰম্ভ হোৱাৰ পূৰ্বেই লিখি ৰাখিছিল বৈভৱে
Sports News

Vaibhav Sooryavanshi : ৭০০ ৰাণ কৰিবই লাগিব, এইবাৰ আই পি এল আৰম্ভ হোৱাৰ পূৰ্বেই লিখি ৰাখিছিল বৈভৱে

June 1, 2026
50
Vande Mataram : থিয় হোৱাৰ প্ৰয়োজন নাই, বন্দে মাতৰমক লৈ এইবাৰ বিতৰ্কত চিপিএম নেতা
National-International

Vande Mataram : থিয় হোৱাৰ প্ৰয়োজন নাই, বন্দে মাতৰমক লৈ এইবাৰ বিতৰ্কত চিপিএম নেতা

June 1, 2026
50
Monsoon : ‎মৌচুমী বতাহৰ আগমন : চলিত সপ্তাহত উত্তৰ-পূব, দক্ষিণৰ বাবে ধাৰাসাৰ বৰষুণৰ সতৰ্কবাণী
National-International

Monsoon : ‎মৌচুমী বতাহৰ আগমন : চলিত সপ্তাহত উত্তৰ-পূব, দক্ষিণৰ বাবে ধাৰাসাৰ বৰষুণৰ সতৰ্কবাণী

June 1, 2026
50
Appointment of Judge : উচ্চতম ন্যায়ালয়ত পাঁচজন ন্যায়াধীশ নিযুক্তি
National-International

Appointment of Judge : উচ্চতম ন্যায়ালয়ত পাঁচজন ন্যায়াধীশ নিযুক্তি

June 1, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Vaibhav Sooryavanshi : ৭০০ ৰাণ কৰিবই লাগিব, এইবাৰ আই পি এল আৰম্ভ হোৱাৰ পূৰ্বেই লিখি ৰাখিছিল বৈভৱে

Vaibhav Sooryavanshi : ৭০০ ৰাণ কৰিবই লাগিব, এইবাৰ আই পি এল আৰম্ভ হোৱাৰ পূৰ্বেই লিখি ৰাখিছিল বৈভৱে

June 1, 2026
Vande Mataram : থিয় হোৱাৰ প্ৰয়োজন নাই, বন্দে মাতৰমক লৈ এইবাৰ বিতৰ্কত চিপিএম নেতা

Vande Mataram : থিয় হোৱাৰ প্ৰয়োজন নাই, বন্দে মাতৰমক লৈ এইবাৰ বিতৰ্কত চিপিএম নেতা

June 1, 2026
Monsoon : ‎মৌচুমী বতাহৰ আগমন : চলিত সপ্তাহত উত্তৰ-পূব, দক্ষিণৰ বাবে ধাৰাসাৰ বৰষুণৰ সতৰ্কবাণী

Monsoon : ‎মৌচুমী বতাহৰ আগমন : চলিত সপ্তাহত উত্তৰ-পূব, দক্ষিণৰ বাবে ধাৰাসাৰ বৰষুণৰ সতৰ্কবাণী

June 1, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx