ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Lifestyle Health & Fitness

Heart transplantation I ৭ বছৰীয়া শিশুৰ মৃত্যুৱে নতুন জীৱন দিলে আন এক ১৪ বছৰীয়া শিশুক

নিউজ ডেস্কঃ

News Desk by News Desk
October 17, 2023
Reading Time: 1 min read
A A
0
Heart transplantation I ৭ বছৰীয়া শিশুৰ মৃত্যুৱে নতুন জীৱন দিলে আন এক ১৪ বছৰীয়া শিশুক

RELATED POSTS

Mental Pressure : অহৰহ মানসিক চাপে তেজত বৃদ্ধি কৰিব পাৰে শৰ্কৰা, ডায়েবেটিছ হোৱাৰ সম্ভাৱনা?

Don’t Skip Nighttime Showers: Expert Doctor’s Urgent Health Advice!

India’s Alarming Health Crisis: Obesity Surpasses Underweight, Warns UNICEF

logo new 2 1 1 4 1 3 1 3 | ASSAM TIMES POST

এটা সাত বছৰীয়া শিশুৰ কাৰ্ডিঅ’মাইঅ’পেথী (Cardiomyopathy in a seven-year-old child) ধৰা পৰে। তাৰ উপৰি হৃদযন্ত্ৰৰ বিকলতাই তেওঁৰ জীয়াই থকাৰ আশা আৰু ক্ষীণ কৰি তুলিছিল। চিকিৎসকসকলে আশা প্ৰায় এৰি দিছিল। হঠাৎ ১৪ বছৰীয়া লʼৰা এটাৰ পৰিয়াল আগবাঢ়ি আহিল ৭ বছৰীয়া ছোৱালীজনীক এক নতুন জীৱন (7-year-old is new life) দিবলৈ। বেংগালুৰু (Bengaluru) যান-বাহন আৰক্ষীৰ সহায়ত ১৩ মিনিটত ১৪ কিলোমিটাৰত গ্ৰীণ কৰিড’ৰৰ মাজেৰে হৃদযন্ত্ৰ আহে। তাৰ ফলত এক নতুন জীৱন লাভ কৰে তেওঁ।

বেংগালুৰুৰ বাসিন্দা শিশুটিয়ে হঠাতে এদিন বুকুত চাপ অনুভৱ কৰে। চিকিৎসকে পৰীক্ষা কৰি দেখে যে তেওঁৰ হৃদযন্ত্ৰৰ পাম্পিং ক্ষমতা ক্ৰমান্বয়ে কমি আহিছে। হৃদস্পন্দনো কম। বেংগালুৰুৰ এখন ব্যক্তিগত চিকিৎসালয়ত ততাতৈয়াকৈ আৰম্ভ হয় প্ৰাথমিক চিকিৎসা। কিন্তু এদিন শিশুটিৰ গুৰুতৰ হাৰ্ট এটেক হয়।

৭ বছৰীয়া শিশু
৭ বছৰীয়া শিশুৰ মৃত্যুৱে নতুন জীৱন দিলে আন এক ১৪ বছৰীয়া শিশুক:

পৰিস্থিতি ইমানেই জটিল হৈ পৰে যে চিকিৎসকে প্ৰায় হাত দাঙি দিয়ে। ডিলাইটেড কাৰ্ডিঅ’মাইঅ’পেথী ৰোগত আক্ৰান্ত শিশুক বচাবলৈ হৃদযন্ত্ৰ প্ৰতিস্থাপন একমাত্ৰ উপায়। কিন্তু শিশুটিৰ ওজন আৰু তেজৰ প্ৰকাৰে এনে চিকিৎসাৰ বাটত বাধাৰ সৃষ্টি কৰে। ১৭ কিলোগ্ৰাম ওজনত এনে জটিল অস্ত্ৰোপচাৰ কৰাটোও বিপদজনক।

শিশুটিৰ বিৰল ব্লাড গ্ৰুপক লৈও চিন্তিত হৈ পৰিছিল চিকিৎসকসকল। কিন্তু প্ৰতিস্থাপন কৰিব বিচাৰিলেই কৰিব নোৱাৰি। ল’ব খোজাজনৰ লগত মিল থকা দাতা বিচাৰি উলিওৱাটোও কঠিন। ঠিক সেই সময়তে আচৰিত ঘটনাটো ঘটিল! মহানগৰীৰ আন এখন চিকিৎসালয়ত ব্ৰেইন ডেথ হয় ১৪ বছৰীয়া এক কিশোৰৰ। লগে লগে তেওঁৰ পৰিয়ালে হৃদযন্ত্ৰ দান (14-year-old Boy’s heart donation) কৰাৰ সিদ্ধান্ত লয়। সেই হাৰ্ট ট্ৰান্সপ্লাণ্টৰ পিছত সাত বছৰীয়া ছোৱালীজনীয়ে নতুন জীৱন লাভ কৰে।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: HeartTransplantationহৃদযন্ত্ৰঅস্ত্ৰোপচা
Share5Tweet3Send

Related Posts

Mental Pressure : অহৰহ মানসিক চাপে তেজত বৃদ্ধি কৰিব পাৰে শৰ্কৰা, ডায়েবেটিছ হোৱাৰ সম্ভাৱনা?
Health & Fitness

Mental Pressure : অহৰহ মানসিক চাপে তেজত বৃদ্ধি কৰিব পাৰে শৰ্কৰা, ডায়েবেটিছ হোৱাৰ সম্ভাৱনা?

by News Desk
July 9, 2026
50
Don’t Skip Nighttime Showers: Expert Doctor’s Urgent Health Advice!
Health & Fitness

Don’t Skip Nighttime Showers: Expert Doctor’s Urgent Health Advice!

by ASSAM TIMES POST
November 29, 2025
53
India’s Alarming Health Crisis: Obesity Surpasses Underweight, Warns UNICEF
Health & Fitness

India’s Alarming Health Crisis: Obesity Surpasses Underweight, Warns UNICEF

by ASSAM TIMES POST
September 11, 2025
58
Sugarcane Juice I  কুঁহিয়াৰৰ ৰস আৰু ইয়াৰ প্ৰয়োজনীয়তা-
Health & Fitness

Sugarcane Juice I কুঁহিয়াৰৰ ৰস আৰু ইয়াৰ প্ৰয়োজনীয়তা-

by Staff Reporter
May 12, 2025
57
Bat coronavirus : চীনৰ য়ুহানত নতুন ভাইৰাছ, পুনৰ আহিব নেকি ভয়ংকৰ বিপদ?
Health & Fitness

Bat coronavirus : চীনৰ য়ুহানত নতুন ভাইৰাছ, পুনৰ আহিব নেকি ভয়ংকৰ বিপদ?

by News Desk
February 22, 2025
52
Gulen Bury Syndrome : দেশত বৃদ্ধি গুলেন বেৰীৰ দ্বাৰা আক্ৰান্ত লোকৰ সংখ্যা, ইতিমধ্যে ৭ জনৰ
Health & Fitness

Gulen Bury Syndrome : দেশত বৃদ্ধি গুলেন বেৰীৰ দ্বাৰা আক্ৰান্ত লোকৰ সংখ্যা, ইতিমধ্যে ৭ জনৰ

by News Desk
February 11, 2025
57
ADVERTISEMENT
Youth killed : পাৰ্টীত মাংস কিয় বেছিকৈ খালে, বন্ধুৰ ওপৰত ক্ষুব্ধ হৈ ছুৰীকাঘাত কৰি হত্যা
National-International

Youth killed : পাৰ্টীত মাংস কিয় বেছিকৈ খালে, বন্ধুৰ ওপৰত ক্ষুব্ধ হৈ ছুৰীকাঘাত কৰি হত্যা

August 31, 2026
50
CJP Protest : পঁইতাচোৰাৰ প্ৰতিবাদলৈ ভয়, শিক্ষাৰ্থীৰ বিৰুদ্ধে এফআইআৰ বাতিল কৰিবলৈ উচ্চতম ন্যায়ালয়ক জনালে কেন্দ্ৰই
National-International

CJP Protest : পঁইতাচোৰাৰ প্ৰতিবাদলৈ ভয়, শিক্ষাৰ্থীৰ বিৰুদ্ধে এফআইআৰ বাতিল কৰিবলৈ উচ্চতম ন্যায়ালয়ক জনালে কেন্দ্ৰই

August 31, 2026
50
বোকাখাতত বিধ্বংসী অগ্নিকাণ্ড : কেইবাকোটি টকাৰ সম্পত্তি ভস্মীভূত
Assam

বোকাখাতত বিধ্বংসী অগ্নিকাণ্ড : কেইবাকোটি টকাৰ সম্পত্তি ভস্মীভূত

August 31, 2026
50
Delhi Gangrape : বাছৰ ভিতৰত কিশোৰীক দলবদ্ধ ধৰ্ষণ কৰি পথত পেলাই থৈ পলায়ন চালক-কণ্ডাক্টৰৰ
National-International

Delhi Gangrape : বাছৰ ভিতৰত কিশোৰীক দলবদ্ধ ধৰ্ষণ কৰি পথত পেলাই থৈ পলায়ন চালক-কণ্ডাক্টৰৰ

August 31, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Youth killed : পাৰ্টীত মাংস কিয় বেছিকৈ খালে, বন্ধুৰ ওপৰত ক্ষুব্ধ হৈ ছুৰীকাঘাত কৰি হত্যা

Youth killed : পাৰ্টীত মাংস কিয় বেছিকৈ খালে, বন্ধুৰ ওপৰত ক্ষুব্ধ হৈ ছুৰীকাঘাত কৰি হত্যা

August 31, 2026
CJP Protest : পঁইতাচোৰাৰ প্ৰতিবাদলৈ ভয়, শিক্ষাৰ্থীৰ বিৰুদ্ধে এফআইআৰ বাতিল কৰিবলৈ উচ্চতম ন্যায়ালয়ক জনালে কেন্দ্ৰই

CJP Protest : পঁইতাচোৰাৰ প্ৰতিবাদলৈ ভয়, শিক্ষাৰ্থীৰ বিৰুদ্ধে এফআইআৰ বাতিল কৰিবলৈ উচ্চতম ন্যায়ালয়ক জনালে কেন্দ্ৰই

August 31, 2026
বোকাখাতত বিধ্বংসী অগ্নিকাণ্ড : কেইবাকোটি টকাৰ সম্পত্তি ভস্মীভূত

বোকাখাতত বিধ্বংসী অগ্নিকাণ্ড : কেইবাকোটি টকাৰ সম্পত্তি ভস্মীভূত

August 31, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d