ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Assam

Heavy rains alert in Assam I ৰাজ্যৰ কেইবাখনো জিলাত ধাৰাসাৰ বৰষুণৰ সতৰ্কবাণী

নিউজ ডেস্কঃ

News Desk by News Desk
September 22, 2023
Reading Time: 1 min read
A A
0
Heavy rains alert in Assam I ৰাজ্যৰ কেইবাখনো জিলাত ধাৰাসাৰ বৰষুণৰ সতৰ্কবাণী

RELATED POSTS

বোকাখাতত বিধ্বংসী অগ্নিকাণ্ড : কেইবাকোটি টকাৰ সম্পত্তি ভস্মীভূত

Sonapur accident : সোণাপুৰৰ পথ দুৰ্ঘটনাত মৃত্যুৰ সংখ্যা ৭ জনলৈ বৃদ্ধি

Nepal disaster : নেপাল দুৰ্যোগ, সুকলমে উভতি আহিল অসমৰ ৮ শ্ৰমিক

logo new 2 1 1 4 1 3 1 8 | ASSAM TIMES POST

অসমত ধাৰাসাৰ বৰষুণ (Heavy rains in Asasm)ৰ আগজাননী বৰঝাৰ বতৰ বিজ্ঞান কেন্দ্ৰৰ। শুকুৰবাৰে এই সন্দৰ্ভত সতৰ্কতা জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই (Meteorological Centre has sounded an alert)। বৰঝাৰ বতৰ বিজ্ঞান কেন্দ্ৰৰ মতে, অহা ২৬ ছেপ্টেম্বৰ পৰ্যন্ত ৰাজ্যত অব্যাহত থাকিব বৰষুণ। এই সময়ছোৱাত ঠাই বিশেষে পাতলীয়াৰ পৰা মধ্যমীয়া আৰু ধাৰাসাৰ বৰষুণৰ আগজাননী প্ৰদান কৰিছে।

ৰাজ্যৰ কেইবাখনো জিলাত ধাৰাসাৰ বৰষুণৰ সতৰ্কবাণী
ৰাজ্যৰ কেইবাখনো জিলাত ধাৰাসাৰ বৰষুণৰ সতৰ্কবাণী:

আনহাতে, আগন্তুক দুটা দিনৰ বাবে অসমৰ কেইবাখনো জিলাত সতৰ্কবাণী জাৰি কৰিছে বতৰ বিজ্ঞান বিভাগে। সেই অনুসৰি, কোকৰাঝাৰ, বাক্সা, চিৰাং, বৰপেটা আৰু বঙাইগাঁও জিলাত প্ৰবল বৰষুণৰ সতৰ্কবাণী জাৰি কৰা হৈছে।

আনহাতে, শনিবাৰে কোকৰাঝাৰ, চিৰাং, বঙাইগাঁও আৰু বৰপেটাত ১২-২০ চেণ্টিমিটাৰ পৰ্যন্ত বৰষুণৰ আগজাননী প্ৰদান কৰা হৈছে। আনহাতে, দেওবাৰে কোকৰাঝাৰ আৰু বাক্সা জিলাত ১২-২০ চেণ্টিমিটাৰ বৰষুণৰ সম্ভাৱনা ব্যক্ত কৰিছে বতৰ বিজ্ঞান বিভাগে।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: HeavyRainsAlertAssamঅসমধাৰাসাৰবৰষুণৰসতৰ্কবাণী
Share5Tweet3Send

Related Posts

বোকাখাতত বিধ্বংসী অগ্নিকাণ্ড : কেইবাকোটি টকাৰ সম্পত্তি ভস্মীভূত
Assam

বোকাখাতত বিধ্বংসী অগ্নিকাণ্ড : কেইবাকোটি টকাৰ সম্পত্তি ভস্মীভূত

by News Desk
August 31, 2026
59
Sonapur accident : সোণাপুৰৰ পথ দুৰ্ঘটনাত মৃত্যুৰ সংখ্যা ৭ জনলৈ বৃদ্ধি
Assam

Sonapur accident : সোণাপুৰৰ পথ দুৰ্ঘটনাত মৃত্যুৰ সংখ্যা ৭ জনলৈ বৃদ্ধি

by News Desk
August 31, 2026
56
Nepal disaster : নেপাল দুৰ্যোগ, সুকলমে উভতি আহিল অসমৰ ৮ শ্ৰমিক
Assam

Nepal disaster : নেপাল দুৰ্যোগ, সুকলমে উভতি আহিল অসমৰ ৮ শ্ৰমিক

by News Desk
August 31, 2026
55
Assam Late-Night Raid in Nagaon : 65 Cattle-Laden Vehicles Seized
Assam

Assam Late-Night Raid in Nagaon : 65 Cattle-Laden Vehicles Seized

by News Desk
August 31, 2026
54
Nepal floods : নেপালৰ বিধ্বংসী বানত সন্ধানহীন অসমৰ ১২ জন লোক
Assam

Nepal floods : নেপালৰ বিধ্বংসী বানত সন্ধানহীন অসমৰ ১২ জন লোক

by News Desk
August 29, 2026
59
Blaze Guts Kaliabor Electronics Shop, Rs 10 Lakh Goods Lost
Assam

Blaze Guts Kaliabor Electronics Shop, Rs 10 Lakh Goods Lost

by News Desk
August 29, 2026
53
ADVERTISEMENT
Youth killed : পাৰ্টীত মাংস কিয় বেছিকৈ খালে, বন্ধুৰ ওপৰত ক্ষুব্ধ হৈ ছুৰীকাঘাত কৰি হত্যা
National-International

Youth killed : পাৰ্টীত মাংস কিয় বেছিকৈ খালে, বন্ধুৰ ওপৰত ক্ষুব্ধ হৈ ছুৰীকাঘাত কৰি হত্যা

August 31, 2026
52
CJP Protest : পঁইতাচোৰাৰ প্ৰতিবাদলৈ ভয়, শিক্ষাৰ্থীৰ বিৰুদ্ধে এফআইআৰ বাতিল কৰিবলৈ উচ্চতম ন্যায়ালয়ক জনালে কেন্দ্ৰই
National-International

CJP Protest : পঁইতাচোৰাৰ প্ৰতিবাদলৈ ভয়, শিক্ষাৰ্থীৰ বিৰুদ্ধে এফআইআৰ বাতিল কৰিবলৈ উচ্চতম ন্যায়ালয়ক জনালে কেন্দ্ৰই

August 31, 2026
51
বোকাখাতত বিধ্বংসী অগ্নিকাণ্ড : কেইবাকোটি টকাৰ সম্পত্তি ভস্মীভূত
Assam

বোকাখাতত বিধ্বংসী অগ্নিকাণ্ড : কেইবাকোটি টকাৰ সম্পত্তি ভস্মীভূত

August 31, 2026
59
Delhi Gangrape : বাছৰ ভিতৰত কিশোৰীক দলবদ্ধ ধৰ্ষণ কৰি পথত পেলাই থৈ পলায়ন চালক-কণ্ডাক্টৰৰ
National-International

Delhi Gangrape : বাছৰ ভিতৰত কিশোৰীক দলবদ্ধ ধৰ্ষণ কৰি পথত পেলাই থৈ পলায়ন চালক-কণ্ডাক্টৰৰ

August 31, 2026
51
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Youth killed : পাৰ্টীত মাংস কিয় বেছিকৈ খালে, বন্ধুৰ ওপৰত ক্ষুব্ধ হৈ ছুৰীকাঘাত কৰি হত্যা

Youth killed : পাৰ্টীত মাংস কিয় বেছিকৈ খালে, বন্ধুৰ ওপৰত ক্ষুব্ধ হৈ ছুৰীকাঘাত কৰি হত্যা

August 31, 2026
CJP Protest : পঁইতাচোৰাৰ প্ৰতিবাদলৈ ভয়, শিক্ষাৰ্থীৰ বিৰুদ্ধে এফআইআৰ বাতিল কৰিবলৈ উচ্চতম ন্যায়ালয়ক জনালে কেন্দ্ৰই

CJP Protest : পঁইতাচোৰাৰ প্ৰতিবাদলৈ ভয়, শিক্ষাৰ্থীৰ বিৰুদ্ধে এফআইআৰ বাতিল কৰিবলৈ উচ্চতম ন্যায়ালয়ক জনালে কেন্দ্ৰই

August 31, 2026
বোকাখাতত বিধ্বংসী অগ্নিকাণ্ড : কেইবাকোটি টকাৰ সম্পত্তি ভস্মীভূত

বোকাখাতত বিধ্বংসী অগ্নিকাণ্ড : কেইবাকোটি টকাৰ সম্পত্তি ভস্মীভূত

August 31, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d