ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

ৰাজ্যৰ ২১ খন পলিটেকনিকৰ ছাত্র ছাত্ৰীৰ কেব বিৰোধী প্ৰতিবাদ

ASSAM TIMES POST by ASSAM TIMES POST
December 11, 2019
Reading Time: 1 min read
A A
0
ৰাজ্যৰ ২১ খন পলিটেকনিকৰ ছাত্র ছাত্ৰীৰ কেব বিৰোধী প্ৰতিবাদ

assam times post 2 | ASSAM TIMES POST ASSAM TIMES POST

RELATED POSTS

Assam UCC bill : অসম বিধানসভাত UCC বিধেয়ক

Shillong’s Farmer’s market : ‎শ্বিলঙত কৃষক বজাৰৰ পঞ্চম সংস্কৰণ আয়োজন

Manipur Bandh : মণিপুৰত বন্ধ ৪৮ ঘণ্টালৈ বৃদ্ধি কুকি ইনপিৰ

গোৱালপাৰা : ৰাজ্যৰ ২১ খন পলিটেকনিকৰ ছাত্র ছাত্ৰীৰ কেব বিৰোধী প্ৰতিবাদ । পৰীক্ষা বৰ্জন । ছাত্র ছাত্ৰীয়ে হাত কাটি তেজেৰে লিখিলে কেব বিৰোধী শ্লোগান । সদৌ অসম পলিটেকনিক ছাত্র একতা সভাৰ সিদ্ধান্ত মৰ্মে গোৱালপাৰা পলিটেকনিকৰ ছাত্র ছাত্ৰীসকলেও কেবৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰি আছে ।

আজি পুৱাৰে গোৱালপাৰা পলিটেকনিকৰ সন্মুখত তীব্ৰ প্ৰতিবাদ অব্যাহত ৰাখিছে । ছাত্র ছাত্ৰীয়ে হাত কাটি তেজেৰে লিখিছে কেব বিৰোধী শ্লোগান । সদৌ অসম পলিটেকনিক ছাত্র একতা সভাৰ সিদ্ধান্ত মৰ্মে কেবৰ বিৰোধীতা কৰি ২১ খন পলিটেকনিকৰ ছাত্র ছাত্ৰীয়ে পৰীক্ষা বৰ্জন কৰি প্ৰতিবাদ চলাই আছে ।

গোৱালপাৰা পলিটেকনিকৰ সন্মুখত টায়াৰ জ্বলাই বিভিন্ন শ্লোগানেৰে পৰিবেশ উত্তাল কৰি ৰাখিছে । পৰিস্থিতি যাতে বেয়াৰ ফালে ঢাল নাখায় তাৰ প্ৰতি লক্ষ্য কৰি পলিটেকনিকৰ বৃহৎ পৰিমাণৰ আৰক্ষী মোতায়ন কৰা হৈছে । দেশতকৈ পৰীক্ষা ডাঙৰ নহয় বুলি কৈ প্ৰতিবাদ অব্যাহত ৰাখিছে ছাত্র ছাত্ৰী সকলে ।

Tags: Featured
Share4Tweet3Send

Related Posts

Assam UCC bill : অসম বিধানসভাত UCC বিধেয়ক
Guwahati

by News Desk
May 25, 2026
50
Shillong’s Farmer’s market : ‎শ্বিলঙত কৃষক বজাৰৰ পঞ্চম সংস্কৰণ আয়োজন
NORTHEAST

Shillong’s Farmer’s market : ‎শ্বিলঙত কৃষক বজাৰৰ পঞ্চম সংস্কৰণ আয়োজন

by News Desk
May 23, 2026
50
Manipur Bandh : মণিপুৰত বন্ধ ৪৮ ঘণ্টালৈ বৃদ্ধি কুকি ইনপিৰ
NORTHEAST

Manipur Bandh : মণিপুৰত বন্ধ ৪৮ ঘণ্টালৈ বৃদ্ধি কুকি ইনপিৰ

by News Desk
May 21, 2026
50
Leader of Oppositions : বিৰোধী দলপতি হিচাপে কংগ্ৰেছৰ ৱাজেদ আলী চৌধুৰীক অনুমোদন হাইকমাণ্ডৰ

Assam Assembly Session : অসম বিধানসভাৰ নৱনিৰ্বাচিত বিধায়কৰ শপত গ্ৰহণ

Zubeen Kshyetra I কথা মতেই কাম, চৰকাৰ গঠনৰ পিছত জুবিন ক্ষেত্ৰ পৰিদৰ্শন মুখ্যমন্ত্ৰীৰ
Assam

by Staff Reporter
May 20, 2026
50
ADVERTISEMENT
Grenade attack : মহিলা থানা লক্ষ্য কৰি সন্ত্ৰাসবাদীৰ আক্ৰমণৰ পৰিকল্পনা : ২ পাকিস্তানী নাগৰিকসহ ৯ জনৰ বিৰুদ্ধে অভিযোগনামা দাখিল
National-International

May 26, 2026
50
AIADMK MLA : ‎এআইএডিএমকেলৈ আন এক আঘাত : চতুৰ্থজন বিধায়কৰ পদত্যাগ, টিভিকেত যোগদান কৰিবলৈ সাজু

‎Israeli airstrike : ইজৰাইলৰ বিমান আক্ৰমণত গাজাত ৭ পেলেষ্টাইনী নিহত

Amit Shah : অনুপ্ৰৱেশৰ বাবে জনগাঁথনিৰ ওপৰত প্ৰভাৱ অধ্যয়ন কৰিবলৈ গৃহ মন্ত্ৰালয়ৰ উচ্চ পৰ্যায়ৰ কমিটী গঠন
National-International

Amit Shah : অনুপ্ৰৱেশৰ বাবে জনগাঁথনিৰ ওপৰত প্ৰভাৱ অধ্যয়ন কৰিবলৈ গৃহ মন্ত্ৰালয়ৰ উচ্চ পৰ্যায়ৰ কমিটী গঠন

May 26, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Grenade attack : মহিলা থানা লক্ষ্য কৰি সন্ত্ৰাসবাদীৰ আক্ৰমণৰ পৰিকল্পনা : ২ পাকিস্তানী নাগৰিকসহ ৯ জনৰ বিৰুদ্ধে অভিযোগনামা দাখিল

Grenade attack : মহিলা থানা লক্ষ্য কৰি সন্ত্ৰাসবাদীৰ আক্ৰমণৰ পৰিকল্পনা : ২ পাকিস্তানী নাগৰিকসহ ৯ জনৰ বিৰুদ্ধে অভিযোগনামা দাখিল

May 26, 2026
AIADMK MLA : ‎এআইএডিএমকেলৈ আন এক আঘাত : চতুৰ্থজন বিধায়কৰ পদত্যাগ, টিভিকেত যোগদান কৰিবলৈ সাজু

AIADMK MLA : ‎এআইএডিএমকেলৈ আন এক আঘাত : চতুৰ্থজন বিধায়কৰ পদত্যাগ, টিভিকেত যোগদান কৰিবলৈ সাজু

May 26, 2026
‎Israeli airstrike : ইজৰাইলৰ বিমান আক্ৰমণত গাজাত ৭ পেলেষ্টাইনী নিহত

‎Israeli airstrike : ইজৰাইলৰ বিমান আক্ৰমণত গাজাত ৭ পেলেষ্টাইনী নিহত

May 26, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT