ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Man Shoots Woman In Delhi I দিল্লীৰ পথত প্ৰকাশ্যে গুলীয়াই হত্যা মহিলাক, আত্মঘাতী অভিযুক্তও

নিউজ ডেস্কঃ

News Desk by News Desk
July 28, 2023
Reading Time: 1 min read
A A
0
Man Shoots Woman In Delhi I দিল্লীৰ পথত প্ৰকাশ্যে গুলীয়াই হত্যা মহিলাক, আত্মঘাতী অভিযুক্তও

logo new 2 1 1 4 1 3 1 8 | ASSAM TIMES POST

RELATED POSTS

Ladakh Tunnel : সকলো ঋতুতে পথযোগে লাডাখলৈ যাব পৰা নতুন সুৰংগ প্ৰকল্প আৰম্ভ কেন্দ্ৰৰ

Student Missing : ট্ৰেকিং কৰি থাকোঁতে নিৰুদ্দেশ সুন্দৰী ছাত্ৰী, ছয় দিন পাছতো নাই কোনো সন্ধান; ধৃত ২ বন্ধু

Bihar fire : ৰোগীক পেলাই থৈ পলায়ন চিকিৎসক-কৰ্মচাৰীৰ, বিহাৰৰ অগ্নিকাণ্ডত পোহৰলৈ আহিছে ভয়ংকৰ তথ্য

দিল্লীৰ ৰাজপথত গুলীয়াই হত্যা কৰিলে এগৰাকী মহিলাক(Man Shoots Woman In Delhi)। দক্ষিণ-পশ্চিম দিল্লীৰ ডাবৰি অঞ্চলত (Dabri area of southwest Delhi) বৃহস্পতিবাৰে সন্ধিয়া সংঘটিত হয় এই ঘটনা। মৃত মহিলাগৰাকীক ৰেণু (৪২) বুলি (Renu (42) চিনাক্ত কৰা হৈছে। তেওঁৰ তিনিটা সন্তান আছে। বৃহস্পতিবাৰে নিশা প্ৰায় ৯.৩০ বজাত সংঘটিত হয় এই ঘটনা।

দিল্লীৰ পথত প্ৰকাশ্যে গুলীয়াই হত্যা মহিলাক
দিল্লীৰ পথত প্ৰকাশ্যে গুলীয়াই হত্যা মহিলাক:

ৰাজপথত ঘৰৰ সন্মুখতে ৰেণু গোৱাল নামৰ মহিলাগৰাকীক গুলীয়াই হত্যা কৰে ২৫ বছৰীয়া যুৱক এজনে। লগে লগে ৰেণুক চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে।তদন্তৰ অন্তত আৰক্ষীয়ে অভিযুক্তক বিচাৰিবলৈ আৰম্ভ কৰে। আৰক্ষীয়ে অভিযুক্তক বিচাৰি তেওঁৰ ঘৰত উপস্থিত হোৱাৰ লগে লগে যুৱকজনৰ মৃতদেহ উদ্ধাৰ কৰে। দিল্লী আৰক্ষীৰ সূত্ৰ অনুসৰি, অভিযুক্ত যুৱক আশীষে যিটো ৰিভলভাৰেৰে ৰেণুক গুলীয়াই হত্যা কৰিছিল, সেই একেটা ৰিভলভাৰৰেই গুলীত মৃত্যু হৈছিল অভিযুক্ত যুৱক আশীষৰ।

আৰক্ষীৰ প্ৰাৰম্ভিক ধাৰণা যে অভিযুক্ত আশীষে আত্মহত্যা কৰিছিল। স্থানীয় সূত্ৰ অনুসৰি, ৰেণুৰ স্বামী এজন নিৰ্মাণ ব্যৱসায়ী। দুই-তিনি বছৰ আগতে জিমত আশীষক লগ পাইছিল। দুয়োৰে মাজত বন্ধুত্বও গঢ় লৈ উঠে। ব্যক্তিগত সম্পৰ্কৰ বাবেই এই হত্যাকাণ্ড সংঘটিত হৈছে বুলি আৰক্ষীৰ ধাৰণা।

Tags: WomanShotDeadDelhiমহিলাগুলীয়াইহত্যা
Share4Tweet3Send

Related Posts

Ladakh Tunnel : সকলো ঋতুতে পথযোগে লাডাখলৈ যাব পৰা নতুন সুৰংগ প্ৰকল্প আৰম্ভ কেন্দ্ৰৰ
National-International

Ladakh Tunnel : সকলো ঋতুতে পথযোগে লাডাখলৈ যাব পৰা নতুন সুৰংগ প্ৰকল্প আৰম্ভ কেন্দ্ৰৰ

by News Desk
June 4, 2026
50
Student Missing : ট্ৰেকিং কৰি থাকোঁতে নিৰুদ্দেশ সুন্দৰী ছাত্ৰী, ছয় দিন পাছতো নাই কোনো সন্ধান; ধৃত ২ বন্ধু
National-International

Student Missing : ট্ৰেকিং কৰি থাকোঁতে নিৰুদ্দেশ সুন্দৰী ছাত্ৰী, ছয় দিন পাছতো নাই কোনো সন্ধান; ধৃত ২ বন্ধু

by News Desk
June 4, 2026
50
Bihar fire : ৰোগীক পেলাই থৈ পলায়ন চিকিৎসক-কৰ্মচাৰীৰ, বিহাৰৰ অগ্নিকাণ্ডত পোহৰলৈ আহিছে ভয়ংকৰ তথ্য
National-International

Bihar fire : ৰোগীক পেলাই থৈ পলায়ন চিকিৎসক-কৰ্মচাৰীৰ, বিহাৰৰ অগ্নিকাণ্ডত পোহৰলৈ আহিছে ভয়ংকৰ তথ্য

by News Desk
June 4, 2026
50
Delhi hotel fire : মৰ্মান্তিক ! দিল্লীৰ অগ্নিকাণ্ডত চিকিৎসাৰ বাবে যোৱা এটা পৰিয়ালৰ ৮ জনৰে মৃত্যু
National-International

Delhi hotel fire : মৰ্মান্তিক ! দিল্লীৰ অগ্নিকাণ্ডত চিকিৎসাৰ বাবে যোৱা এটা পৰিয়ালৰ ৮ জনৰে মৃত্যু

by News Desk
June 4, 2026
50
Tragic Pilgrimage: School Trip to India Marred by Illness and Loss :
National-International

Indian Railway I ভাৰতীয় ৰে’লত ৬ হাজাৰোধিক পদত নিযুক্তি, কেনেদৰে আবেদন কৰিব

by Staff Reporter
June 4, 2026
50
Cockroach Janata Party । ৬ জুনত ভাৰতলৈ আহিব ‘ক’কৰোচ’ দলৰ প্ৰতিষ্ঠাতা, দিল্লীৰ ৰাজপথত কৰিব প্ৰতিবাদ
National-International

Cockroach Janata Party I শিক্ষা মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে পদত্যাগ কৰক, প্ৰথম সংবাদমেলতে ‘ককৰোচ জনতা পাৰ্টি’ৰ দাবী

by Staff Reporter
June 4, 2026
50
ADVERTISEMENT
Ladakh Tunnel : সকলো ঋতুতে পথযোগে লাডাখলৈ যাব পৰা নতুন সুৰংগ প্ৰকল্প আৰম্ভ কেন্দ্ৰৰ
National-International

Ladakh Tunnel : সকলো ঋতুতে পথযোগে লাডাখলৈ যাব পৰা নতুন সুৰংগ প্ৰকল্প আৰম্ভ কেন্দ্ৰৰ

June 4, 2026
50
Student Missing : ট্ৰেকিং কৰি থাকোঁতে নিৰুদ্দেশ সুন্দৰী ছাত্ৰী, ছয় দিন পাছতো নাই কোনো সন্ধান; ধৃত ২ বন্ধু
National-International

Student Missing : ট্ৰেকিং কৰি থাকোঁতে নিৰুদ্দেশ সুন্দৰী ছাত্ৰী, ছয় দিন পাছতো নাই কোনো সন্ধান; ধৃত ২ বন্ধু

June 4, 2026
50
Assam cabinet : অসম চৰকাৰৰ মন্ত্ৰীসকলৰ নাম ঘোষণা
Assam

Assam cabinet : অসম চৰকাৰৰ মন্ত্ৰীসকলৰ নাম ঘোষণা

June 4, 2026
50
Join BJP : ডিফুত বিজেপিৰ যোগদান কার্যসূচী
DIPHU

Join BJP : ডিফুত বিজেপিৰ যোগদান কার্যসূচী

June 4, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Ladakh Tunnel : সকলো ঋতুতে পথযোগে লাডাখলৈ যাব পৰা নতুন সুৰংগ প্ৰকল্প আৰম্ভ কেন্দ্ৰৰ

Ladakh Tunnel : সকলো ঋতুতে পথযোগে লাডাখলৈ যাব পৰা নতুন সুৰংগ প্ৰকল্প আৰম্ভ কেন্দ্ৰৰ

June 4, 2026
Student Missing : ট্ৰেকিং কৰি থাকোঁতে নিৰুদ্দেশ সুন্দৰী ছাত্ৰী, ছয় দিন পাছতো নাই কোনো সন্ধান; ধৃত ২ বন্ধু

Student Missing : ট্ৰেকিং কৰি থাকোঁতে নিৰুদ্দেশ সুন্দৰী ছাত্ৰী, ছয় দিন পাছতো নাই কোনো সন্ধান; ধৃত ২ বন্ধু

June 4, 2026
Assam cabinet : অসম চৰকাৰৰ মন্ত্ৰীসকলৰ নাম ঘোষণা

Assam cabinet : অসম চৰকাৰৰ মন্ত্ৰীসকলৰ নাম ঘোষণা

June 4, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx