ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Entertainment

New Song I দীপলিনা ডেকা আৰু নীল আকাশৰ কণ্ঠৰে নতুন গীত “মেঘৰ জাহাজ”-

মনোৰঞ্জনঃ

Staff Reporter by Staff Reporter
July 28, 2023
Reading Time: 1 min read
A A
0
New Song I দীপলিনা ডেকা আৰু নীল আকাশৰ কণ্ঠৰে নতুন গীত “মেঘৰ জাহাজ”-

logo new 2 1 1 4 1 3 1 8 | ASSAM TIMES POST

RELATED POSTS

72nd National Film Awards : ৭২ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ঘোষণা, শ্ৰেষ্ঠ অসমীয়া ছবি ‘জুইফুল’

Aamir Khan : আমিৰ খান আৰু গৌৰী স্প্ৰাট আনুষ্ঠানিকভাৱে বিবাহপাশত আবদ্ধ

Jaya & Amitabh : জয়াৰ সৈতে ৫০ বছৰ অমিতাভৰ, সুখী দাম্পত্য জীৱনৰ ৰহস্য মুকলি কৰিলে বিগ বিয়ে

দীপলিনা ডেকা (Deeplina Deka) আৰু নীল আকাশৰ (Neel Akash) কণ্ঠৰে আহি আছে এটি নতুন গীত “মেঘৰ জাহাজ”। “চেংকন” ৰ বহুল জনপ্ৰিয়তাৰ পিছত উক্ত দুয়োগৰাকী কণ্ঠশিল্পীৰ দ্বৈত কণ্ঠৰে আহিবলগীয়া গীতটিয়ে অনুৰাগীসকলক যথেষ্ট উৎসাহিত কৰি তুলিছে।

স্বকীয় গায়ন শৈলীৰে সমৃদ্ধ নীল আকাশ আৰু দীপলিনা ডেকাৰ নিজা অনুৰাগীৰ শাৰী যথেষ্ট দীঘল। তেওঁলোকৰ আহিবলগীয়া গীতটিৰ অডিঅ’ সংস্কৰণ আজি মুক্তি পোৱাৰ সমান্তৰালকৈ অহা আগষ্ট মাহৰ পৰা গীতটিৰ ভিডিঅ’ শ্বুটিং কৰা হ’ব।

দীপলিনা আৰু নীল আকাশ
দীপলিনা ডেকা আৰু নীল আকাশৰ কণ্ঠৰে “মেঘৰ জাহাজ”:

গীতটিৰ কথা প্ৰণৱ প্ৰিয়াংকুশ বৰুৱাৰ, সংগীত কৰিছে পল্লৱ তালুকদাৰে। লগতে, শব্দ সংমিশ্ৰণৰ দায়িত্বত আছে কৌস্তভ শইকীয়া। গীতাৰ বজাইছে ঋতুৰাজ গগৈ আৰু প্ৰযোজনা জিন্তু দাসৰ।

Tags: কণ্ঠৰে নতুন গীত "মেঘৰ জাহাজ"দীপলিনা ডেকা আৰু নীল আকাশৰ
Share4Tweet3Send

Related Posts

72nd National Film Awards : ৭২ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ঘোষণা, শ্ৰেষ্ঠ অসমীয়া ছবি ‘জুইফুল’
Entertainment

72nd National Film Awards : ৭২ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ঘোষণা, শ্ৰেষ্ঠ অসমীয়া ছবি ‘জুইফুল’

by News Desk
July 18, 2026
50
Aamir Khan : আমিৰ খান আৰু গৌৰী স্প্ৰাট আনুষ্ঠানিকভাৱে বিবাহপাশত আবদ্ধ
Entertainment

Aamir Khan : আমিৰ খান আৰু গৌৰী স্প্ৰাট আনুষ্ঠানিকভাৱে বিবাহপাশত আবদ্ধ

by News Desk
July 5, 2026
50
Jaya & Amitabh : জয়াৰ সৈতে ৫০ বছৰ অমিতাভৰ, সুখী দাম্পত্য জীৱনৰ ৰহস্য মুকলি কৰিলে বিগ বিয়ে
Entertainment

Jaya & Amitabh : জয়াৰ সৈতে ৫০ বছৰ অমিতাভৰ, সুখী দাম্পত্য জীৱনৰ ৰহস্য মুকলি কৰিলে বিগ বিয়ে

by News Desk
January 19, 2026
50
Actor Danish controversial remarks : চাৰিবাৰ বিয়া কৰাই ‘গৌৰৱ’ কৰা পাক অভিনেতা দানিশক তীব্ৰ আক্ৰমণ
Entertainment

Actor Danish controversial remarks : চাৰিবাৰ বিয়া কৰাই ‘গৌৰৱ’ কৰা পাক অভিনেতা দানিশক তীব্ৰ আক্ৰমণ

by News Desk
March 21, 2025
50
Aliya Bhat pregnancy news : পুনৰ মাতৃ হ’বলৈ ওলাইছে আলিয়া ভাট! দ্বিতীয় সন্তান সন্দৰ্ভত ইংগিত ৰণবীৰ কাপুৰৰ
Entertainment

Aliya Bhat pregnancy news : পুনৰ মাতৃ হ’বলৈ ওলাইছে আলিয়া ভাট! দ্বিতীয় সন্তান সন্দৰ্ভত ইংগিত ৰণবীৰ কাপুৰৰ

by News Desk
March 21, 2025
50
Pushpa 2 incident : পুষ্পা ২ৰ পদপিষ্ট ঘটনাৰ প্ৰতিবেদন বিচাৰিলে ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে
Entertainment

Pushpa 2 incident : পুষ্পা ২ৰ পদপিষ্ট ঘটনাৰ প্ৰতিবেদন বিচাৰিলে ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে

by News Desk
January 2, 2025
50
ADVERTISEMENT
Rare pangolin rescued in Diphu
DIPHU

Diphu Pangolin recovered : ডিফুতে দুষ্প্রাপ্য বনৰৌ উদ্ধাৰ

July 21, 2026
50
Rare pangolin rescued in Diphu
DIPHU

Rare pangolin rescued in Diphu

July 21, 2026
50
SC Orders Sonam to Surrender or Face Bail Hearing in Raghuvanshi Case
National-International

SC Orders Sonam to Surrender or Face Bail Hearing in Raghuvanshi Case

July 21, 2026
50
PM Modi on Protest : যুৱসকলক উচটনি নিদিব, সঠিক পথ দেখুৱাওক; নীট প্ৰশ্নকাকত ফাদিল সন্দৰ্ভত অৱশেষত মুখ খুলিলে মোদীয়ে
National-International

PM Modi on Protest : যুৱসকলক উচটনি নিদিব, সঠিক পথ দেখুৱাওক; নীট প্ৰশ্নকাকত ফাদিল সন্দৰ্ভত অৱশেষত মুখ খুলিলে মোদীয়ে

July 21, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Rare pangolin rescued in Diphu

Diphu Pangolin recovered : ডিফুতে দুষ্প্রাপ্য বনৰৌ উদ্ধাৰ

July 21, 2026
Rare pangolin rescued in Diphu

Rare pangolin rescued in Diphu

July 21, 2026
SC Orders Sonam to Surrender or Face Bail Hearing in Raghuvanshi Case

SC Orders Sonam to Surrender or Face Bail Hearing in Raghuvanshi Case

July 21, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx