ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

গোলাঘাটত নিচাযুক্ত টেবলেটসহ দুজনক গ্ৰেপ্তাৰ

ASSAM TIMES POST by ASSAM TIMES POST
December 8, 2019
Reading Time: 1 min read
A A
0
## নগাঁৱত অবৈধ ড্ৰাগছ ব্যৱসায়ৰ বৃহৎ সাম্ৰাজ্য চলোৱা দুধৰ্ষ ব্যৱসায়ী গ্ৰেপ্তাৰ ঃ আৰক্ষী থানাত আছিল তিনিটা গোচৰ ঃঃ সাংবাদিকক দিছিল গোচৰ তৰাৰ ভাবুকি

logo atp | ASSAM TIMES POST ASSAM TIMES POST

RELATED POSTS

Assam UCC bill : অসম বিধানসভাত UCC বিধেয়ক

Shillong’s Farmer’s market : ‎শ্বিলঙত কৃষক বজাৰৰ পঞ্চম সংস্কৰণ আয়োজন

Manipur Bandh : মণিপুৰত বন্ধ ৪৮ ঘণ্টালৈ বৃদ্ধি কুকি ইনপিৰ

উৎপল দাস, গোলাঘাটঃ ড্ৰাগছৰ বিৰুদ্ধে অব্যাহত আছে গোলাঘাট আৰক্ষীৰ অভিযান। দেওবাৰে গোলাঘাট নগৰৰ শান্তিপুৰত এটা ঘৰত অভিযান চলাই আৰক্ষীয়ে নিচাজাতীয় টেবলেটসহ দুজনক আটক কৰিবলৈ সক্ষম হয়৷

বৃহৎ পৰিমাণৰ টেবলেটসহ আটক হোৱা ধৃত লোকদুজন হ’ল আব্দুল কাদিৰ ওৰফে বুটুজান আৰু মাধৱ বুলি জনা গৈছে। দীৰ্ঘদিন ধৰি বুটুজানে নিজৰ ঘৰত ড্ৰাগছ আৰু নিচা জাতীয় টেবলেটৰ ৰমৰমীয়া বেহা চলাই অহাৰ অভিযোগ উঠিছে৷ আৰক্ষীয়ে

গোপন সূত্ৰৰ পম খেদি এই অভিযান চলাইছিল যদিও ড্ৰাগছৰ গোচৰত পূৰ্বে বুটুজান জেলৰ ভাত খাইছে। কিন্তু তাৰ পিছতো ধৃত বুটুজানে ঘৰতে ড্ৰাগছৰ অবাধ বেহা চলাই নৱ প্ৰজন্মক কোঙা কৰাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে।

বৰ্তমান আৰক্ষীয়ে দুটাক আটক কৰি তদন্ত অব্যাহত ৰাখিছে৷ ইফালে কিদৰে গোলাঘাটত একাংশ ড্ৰাগছ বেপাৰীয়ে ড্ৰাগছৰ বিশাল সাম্ৰাজ্য গঢ় দিবলৈ সক্ষম হৈছে তাক লৈ বিভিন্ন মহলে প্ৰশ্ন উত্থাপন কৰিছে সচেতন মহলে৷ শেহতীয়াকৈ গোলাঘাটত ড্ৰাগছৰ কবলত পৰি কেইবাজনো মৃত্যু হোৱাৰ উপৰি বহু যুব প্ৰজন্ম চিকিৎসাধীন হ’বলগা হৈছে। ইতিমধ্যে আৰক্ষীয়ে ড্ৰাগছৰ লগত জড়িত প্ৰায় শতাধিক ড্ৰাগছ বেপাৰীক জেললৈ প্ৰেৰণ কৰিছে।

Tags: Featured2
Share4Tweet3Send

Related Posts

Assam UCC bill : অসম বিধানসভাত UCC বিধেয়ক
Guwahati

Assam UCC bill : অসম বিধানসভাত UCC বিধেয়ক

by News Desk
May 25, 2026
50
Shillong’s Farmer’s market : ‎শ্বিলঙত কৃষক বজাৰৰ পঞ্চম সংস্কৰণ আয়োজন
NORTHEAST

Shillong’s Farmer’s market : ‎শ্বিলঙত কৃষক বজাৰৰ পঞ্চম সংস্কৰণ আয়োজন

by News Desk
May 23, 2026
50
Manipur Bandh : মণিপুৰত বন্ধ ৪৮ ঘণ্টালৈ বৃদ্ধি কুকি ইনপিৰ
NORTHEAST

Manipur Bandh : মণিপুৰত বন্ধ ৪৮ ঘণ্টালৈ বৃদ্ধি কুকি ইনপিৰ

by News Desk
May 21, 2026
50
Leader of Oppositions : বিৰোধী দলপতি হিচাপে কংগ্ৰেছৰ ৱাজেদ আলী চৌধুৰীক অনুমোদন হাইকমাণ্ডৰ
Guwahati

Leader of Oppositions : বিৰোধী দলপতি হিচাপে কংগ্ৰেছৰ ৱাজেদ আলী চৌধুৰীক অনুমোদন হাইকমাণ্ডৰ

by News Desk
May 21, 2026
50
Assam Assembly Session : অসম বিধানসভাৰ নৱনিৰ্বাচিত বিধায়কৰ শপত গ্ৰহণ
Guwahati

Assam Assembly Session : অসম বিধানসভাৰ নৱনিৰ্বাচিত বিধায়কৰ শপত গ্ৰহণ

by News Desk
May 21, 2026
50
Zubeen Kshyetra I কথা মতেই কাম, চৰকাৰ গঠনৰ পিছত জুবিন ক্ষেত্ৰ পৰিদৰ্শন মুখ্যমন্ত্ৰীৰ
Assam

Zubeen Kshyetra I কথা মতেই কাম, চৰকাৰ গঠনৰ পিছত জুবিন ক্ষেত্ৰ পৰিদৰ্শন মুখ্যমন্ত্ৰীৰ

by Staff Reporter
May 20, 2026
50
ADVERTISEMENT
Twisha Sharma case : ত্বিশাক ৭ লাখ দিয়াৰ দাবী সমৰ্থৰ; সম্পৰ্কৰ অৱনতি, গৰ্ভপাতৰ কথাও পোহৰলৈ আহিছে
National-International

Twisha Sharma case : ত্বিশাক ৭ লাখ দিয়াৰ দাবী সমৰ্থৰ; সম্পৰ্কৰ অৱনতি, গৰ্ভপাতৰ কথাও পোহৰলৈ আহিছে

May 26, 2026
50
‎Flood preparation : ফুলনি চাৰ্কলত বান প্ৰস্তুতি পৰ্যালোচনা
DIPHU

‎Flood preparation : ফুলনি চাৰ্কলত বান প্ৰস্তুতি পৰ্যালোচনা

May 26, 2026
50
CM Vijay : আস্থা ভোটত বৃহৎ জয় বিজয়ৰ, ২৫ এডিএমকে বিধায়কৰো সমৰ্থন টিভিকে চৰকাৰক
National-International

TN CM Vijay I ধৰ্ষণত শূন্য সহনশীলতা নীতিৰে অপৰাধ দমন কৰিবলৈ আৰক্ষীক কঠোৰ নিৰ্দেশ মুখ্যমন্ত্ৰী বিজয়

May 26, 2026
50
Tripura Govt I এইখন ৰাজ্যত এতিয়াৰে পৰা চৰকাৰী কৰ্মচাৰীয়ে সপ্তাহত পাঁচ দিন কাম কৰিব লাগিব, বৃদ্ধি কৰ্মঘণ্টা
National-International

Tripura Govt I এইখন ৰাজ্যত এতিয়াৰে পৰা চৰকাৰী কৰ্মচাৰীয়ে সপ্তাহত পাঁচ দিন কাম কৰিব লাগিব, বৃদ্ধি কৰ্মঘণ্টা

May 26, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Twisha Sharma case : ত্বিশাক ৭ লাখ দিয়াৰ দাবী সমৰ্থৰ; সম্পৰ্কৰ অৱনতি, গৰ্ভপাতৰ কথাও পোহৰলৈ আহিছে

Twisha Sharma case : ত্বিশাক ৭ লাখ দিয়াৰ দাবী সমৰ্থৰ; সম্পৰ্কৰ অৱনতি, গৰ্ভপাতৰ কথাও পোহৰলৈ আহিছে

May 26, 2026
‎Flood preparation : ফুলনি চাৰ্কলত বান প্ৰস্তুতি পৰ্যালোচনা

‎Flood preparation : ফুলনি চাৰ্কলত বান প্ৰস্তুতি পৰ্যালোচনা

May 26, 2026
CM Vijay : আস্থা ভোটত বৃহৎ জয় বিজয়ৰ, ২৫ এডিএমকে বিধায়কৰো সমৰ্থন টিভিকে চৰকাৰক

TN CM Vijay I ধৰ্ষণত শূন্য সহনশীলতা নীতিৰে অপৰাধ দমন কৰিবলৈ আৰক্ষীক কঠোৰ নিৰ্দেশ মুখ্যমন্ত্ৰী বিজয়

May 26, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx