ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

সমকামী ডেটিং এপত যুৱকৰ সৈতে বন্ধুত্ব কৰি প্ৰতাৰণা!

নিউজ ডেস্কঃ

News Desk by News Desk
May 27, 2023
Reading Time: 1 min read
A A
0
সমকামী ডেটিং এপত যুৱকৰ সৈতে বন্ধুত্ব কৰি প্ৰতাৰণা!

RELATED POSTS

Ram Mandir : ৰাম মন্দিৰ ট্ৰাষ্টৰ প্রথম চিইঅ’ হিচাপে ভাৰতীয় বায়ুসেনাৰ প্ৰাক্তন বিষয়া জিতেন্দ্ৰ সিঙক দায়িত্ব

Himachal floods : বৰষুণ, ভূমিস্খলন আৰু আকস্মিক বানত বিপৰ্যস্ত হিমাচল, ৬৪ দিনত ২৫৯ জনৰ মৃত্যু

Uttarakhand hits rain : বৰষুণ আৰু ভূমিস্খলনত বিপৰ্যস্ত উত্তৰাখণ্ডত মৃত্যু ৭, ১৭২টা পথ বন্ধ

logo new 2 1 1 4 1 3 1 6 | ASSAM TIMES POST

সমকামী ডেটিং এপত (gay dating app) প্ৰতাৰণা চক্ৰৰ (Cheating cycle) পৰ্দা উঠাইছে দিল্লী আৰক্ষী (Delhi Police)য়ে। শুকুৰবাৰে প্ৰতাৰণা কৰাৰ অপৰাধত গ্ৰেপ্তাৰ হয় ৪ জন লোক। দক্ষিণ-পূব দিল্লীত সমকামী ডেটিং এপৰ জৰিয়তে ২টা চক্ৰই কেলেংকাৰী চলায়। অভিযোগ লাভ কৰাৰ পিছতে আৰক্ষীয়ে তদন্ত আৰম্ভ কৰে।
সমকামী ডেটিং এপত বিভিন্ন যুৱকৰ সৈতে যোগাযোগ কৰিছিল চক্ৰটোৱে। অভিযোগ কৰা হয় যে ইয়াৰ পিছত তেওঁলোকে যুৱককেইজনক লগ কৰি লুটপাত কৰে। আটক কৰা লোককেইজনৰ পৰা ২টা মোবাইল ফোন উদ্ধাৰ হয়। উক্ত ফোন দুটাৰ দ্বাৰা অভিযুক্তই ডেটিং এপত প্ৰতাৰণা কৰিছিল।

app1 1 1 | ASSAM TIMES POST

আৰক্ষীৰ মতে, বহু যুৱক সমকামী ডেটিং এপৰ জালত পৰিছে। অভিযোগ অনুসৰি, অভিযুক্তক লগ পোৱা বা শাৰীৰিক সম্পৰ্ক স্থাপনৰ পিছত যুৱকজনৰ পৰা ধন আদায় কৰা হয়। অভিযুক্তৰ আশংকাত যুৱককেইজনেও ধন আদায় দিয়ে। প্ৰথম এনেধৰণৰ এজাহাৰ দাখিল কৰিছিল অমৰ কল’নী থানা এলেকাত। ইয়াৰ পিছত আৰক্ষীয়ে তদন্তৰ অন্তত উক্ত চক্ৰটো ধৰা পেলায়।

গ্ৰেপ্তাৰ হয় অৰুণ কুমাৰ, বিশাল কোহলী, ৰাজেশ কুমাৰ আৰু অনুজ নামৰ ব্যক্তিকেইজন। আটাইকেইজনেই দিল্লীৰ বাসিন্দা। এই চক্ৰৰ লগত আৰু আন কোনো লোক জড়িত আছে নেকি তাৰ তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: DATING APPGayডেটিং এপসমকামী
Share15948Tweet9968Send

Related Posts

Ram Mandir : ৰাম মন্দিৰ ট্ৰাষ্টৰ প্রথম চিইঅ’ হিচাপে ভাৰতীয় বায়ুসেনাৰ প্ৰাক্তন বিষয়া জিতেন্দ্ৰ সিঙক দায়িত্ব
National-International

by News Desk
September 2, 2026
51
Himachal floods : বৰষুণ, ভূমিস্খলন আৰু আকস্মিক বানত বিপৰ্যস্ত হিমাচল, ৬৪ দিনত ২৫৯ জনৰ মৃত্যু
National-International

Himachal floods : বৰষুণ, ভূমিস্খলন আৰু আকস্মিক বানত বিপৰ্যস্ত হিমাচল, ৬৪ দিনত ২৫৯ জনৰ মৃত্যু

by News Desk
September 2, 2026
51
Uttarakhand hits rain : বৰষুণ আৰু ভূমিস্খলনত বিপৰ্যস্ত উত্তৰাখণ্ডত মৃত্যু ৭, ১৭২টা পথ বন্ধ
National-International

Uttarakhand hits rain : বৰষুণ আৰু ভূমিস্খলনত বিপৰ্যস্ত উত্তৰাখণ্ডত মৃত্যু ৭, ১৭২টা পথ বন্ধ

by News Desk
September 2, 2026
52
Nepal floods : ত্ৰিশূলী নদীত মাছ নধৰিবলৈ বিহাৰ প্ৰশাসনৰ নিৰ্দেশ, নেপালত উদ্ধাৰ হোৱা মৃতদেহৰ সংখ্যা ১১২৭ লৈ বৃদ্ধি
National-International

Nepal floods : ত্ৰিশূলী নদীত মাছ নধৰিবলৈ বিহাৰ প্ৰশাসনৰ নিৰ্দেশ, নেপালত উদ্ধাৰ হোৱা মৃতদেহৰ সংখ্যা ১১২৭ লৈ বৃদ্ধি

by News Desk
September 2, 2026
51
Imran Khan : ইমৰাণ খান আৰু পত্নী বুছৰা বিবিক কাৰাগাৰত অকলে নাৰাখিবলৈ নিৰ্দেশ ইছলামাবাদ উচ্চ ন্যায়ালয়ৰ
National-International

Imran Khan : ইমৰাণ খান আৰু পত্নী বুছৰা বিবিক কাৰাগাৰত অকলে নাৰাখিবলৈ নিৰ্দেশ ইছলামাবাদ উচ্চ ন্যায়ালয়ৰ

by News Desk
September 2, 2026
51
CJP protest : কেন্দ্ৰই মানিলে দাবী; চিজেপিৰ সমদল প্ৰত্যাহাৰ, দেশজুৰি চলি থকা গোচৰ বাতিল উচ্চতম ন্যায়ালয়ৰ
National-International

CJP protest : কেন্দ্ৰই মানিলে দাবী; চিজেপিৰ সমদল প্ৰত্যাহাৰ, দেশজুৰি চলি থকা গোচৰ বাতিল উচ্চতম ন্যায়ালয়ৰ

by News Desk
September 1, 2026
55
ADVERTISEMENT
BIG BREAKING:বকোৰ গামেৰীমূৰা আৰক্ষী পহৰা চকীত চাঞ্চল্যকৰ গুলীচালনা,দুই আৰক্ষী জোৱান নিহত
Assam

September 3, 2026
50
SONAPUR BREAKING | মৰকদলাত আৰক্ষী-গাড়ী চোৰৰ গুলীয়াগুলী, দুজন নিহত
BREAKING NEWS

SONAPUR BREAKING | মৰকদলাত আৰক্ষী-গাড়ী চোৰৰ গুলীয়াগুলী, দুজন নিহত

September 3, 2026
50
West Karbi Anglong : খেৰণিৰ নবাইবিলত বোৱাৰীৰ ৰহস্যজনক হত্যাকাণ্ড, মৃতদেহ সৎকাৰ লৈ উত্তপ্ত পৰিস্থিতি, শূণ্যলৈ আৰক্ষীৰ গুলীচালনা
KARBI ANGLONG

West Karbi Anglong : খেৰণিৰ নবাইবিলত বোৱাৰীৰ ৰহস্যজনক হত্যাকাণ্ড, মৃতদেহ সৎকাৰ লৈ উত্তপ্ত পৰিস্থিতি, শূণ্যলৈ আৰক্ষীৰ গুলীচালনা

September 2, 2026
58
Ram Mandir : ৰাম মন্দিৰ ট্ৰাষ্টৰ প্রথম চিইঅ’ হিচাপে ভাৰতীয় বায়ুসেনাৰ প্ৰাক্তন বিষয়া জিতেন্দ্ৰ সিঙক দায়িত্ব
National-International

Ram Mandir : ৰাম মন্দিৰ ট্ৰাষ্টৰ প্রথম চিইঅ’ হিচাপে ভাৰতীয় বায়ুসেনাৰ প্ৰাক্তন বিষয়া জিতেন্দ্ৰ সিঙক দায়িত্ব

September 2, 2026
51
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

BIG BREAKING:বকোৰ গামেৰীমূৰা আৰক্ষী পহৰা চকীত চাঞ্চল্যকৰ গুলীচালনা,দুই আৰক্ষী জোৱান নিহত

BIG BREAKING:বকোৰ গামেৰীমূৰা আৰক্ষী পহৰা চকীত চাঞ্চল্যকৰ গুলীচালনা,দুই আৰক্ষী জোৱান নিহত

September 3, 2026
SONAPUR BREAKING | মৰকদলাত আৰক্ষী-গাড়ী চোৰৰ গুলীয়াগুলী, দুজন নিহত

SONAPUR BREAKING | মৰকদলাত আৰক্ষী-গাড়ী চোৰৰ গুলীয়াগুলী, দুজন নিহত

September 3, 2026
West Karbi Anglong : খেৰণিৰ নবাইবিলত বোৱাৰীৰ ৰহস্যজনক হত্যাকাণ্ড, মৃতদেহ সৎকাৰ লৈ উত্তপ্ত পৰিস্থিতি, শূণ্যলৈ আৰক্ষীৰ গুলীচালনা

West Karbi Anglong : খেৰণিৰ নবাইবিলত বোৱাৰীৰ ৰহস্যজনক হত্যাকাণ্ড, মৃতদেহ সৎকাৰ লৈ উত্তপ্ত পৰিস্থিতি, শূণ্যলৈ আৰক্ষীৰ গুলীচালনা

September 2, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT

%d