BREAKING NEWS

Breaking News in Assamese and English from Assam

ছবিগৃহ সমূহৰ ৰাম গোপাল বাৰ্মাৰ খং, কিন্তু কিয়?

ছবিগৃহ সমূহৰ ৰাম গোপাল বাৰ্মাৰ খং, কিন্তু কিয়?

বলীউডৰ বিখ্যাত পৰিচালক ৰাম গোপাল বৰ্মাই প্ৰায়ে নিজৰ কথাসমূহ স্পষ্টভাৱে প্ৰকাশ কৰি আহিছে। আকৌ, এবাৰ তেওঁৰ এটি বিষয়ে সচেতন মহলত...

নগাঁৱৰ গোমোঠা গাঁৱত ভয়ংকৰ পথ দূৰ্ঘটনাঃ যাত্ৰীবাহী টেম্পুক মহতিয়াই ফৰচোনা গাড়ীৱে

নগাঁৱৰ গোমোঠা গাঁৱত ভয়ংকৰ পথ দূৰ্ঘটনাঃ যাত্ৰীবাহী টেম্পুক মহতিয়াই ফৰচোনা গাড়ীৱে

নগাঁৱৰ গোমোঠা গাঁৱত সংঘটিত এক ভয়ংকৰ পথ দূৰ্ঘটনাত আহত হৈছে শিশুসহ মুঠ সাত জন ব্যক্তি। বহিঃৰাজ্যৰ এহাল পৰ্যটকে ফৰচোনা গাড়ীৰে...

বৃহৎ ডিছকাউন্ট কেনেদৰে দিব পাৰে? ছুইগি, জমেটোৰ বিৰুদ্ধে তদন্তৰ নিৰ্দেশ

বৃহৎ ডিছকাউন্ট কেনেদৰে দিব পাৰে? ছুইগি, জমেটোৰ বিৰুদ্ধে তদন্তৰ নিৰ্দেশ

কেনেদৰে বৃহৎ ডিছকাউন্ট দিয়ে? বজাৰ দখলৰ বাবে অসৎ পথত গৈছে নেকি খাদ্য ডেলিভাৰী কোম্পানী? এই প্ৰশ্নৰ সন্মুখীন এতিয়া ছুইগি আৰু...

মহানগৰীত পানী ভয়ৱাহ নাটনি মাজতে খাৰঘুলি সাতপুখুৰী পানী যোগান প্ৰকল্পত দৈনিক নষ্ট হাজাৰ-হাজাৰ লিটাৰ পানী

মহানগৰীত পানী ভয়ৱাহ নাটনি মাজতে খাৰঘুলি সাতপুখুৰী পানী যোগান প্ৰকল্পত দৈনিক নষ্ট হাজাৰ-হাজাৰ লিটাৰ পানী

গুৱাহাটী মহানগৰীত খোৱাপানী সমস্যা দৈনিক নাটনি বৃদ্ধিয়ে ভয়াবহৰূপ ধাৰণ কৰা সময়তে গুৱাহাটী পৌৰ নিগমৰ অধীনস্থ খাৰঘুলিৰ সাতপুখুৰী পানী যোগান প্ৰকল্পত...

এইকেইবিধ পানীয় নিয়মিত খালে নিয়ন্ত্রণত থাকিব কোলেষ্টেৰল

এইকেইবিধ পানীয় নিয়মিত খালে নিয়ন্ত্রণত থাকিব কোলেষ্টেৰল

কোলেষ্টেৰলৰ সমস্যা এতিয়া ঘৰে ঘৰে। ট্রু কোলেষ্টেৰল, ট্রাইগ্লিচাৰাইড, এইচডিএল (হাই-ডেনছিটি লাইপোপ্রোটিন), এলডিএল (লো-ডেনছিটি লাইপোপ্রোটিন), এই চাৰিটা মিলিয়েই মূলত সৃষ্টি হয়...

ব্যৰ্থ আৰক্ষী;গুৱাহাটী কিৰণশ্ৰী ৰেছিডেন্সিৰ ডকাইতিৰ ২৪ঘণ্টাৰ পিচতো চিনাক্ত কৰিব পৰা নাই অপৰাধী

ব্যৰ্থ আৰক্ষী;গুৱাহাটী কিৰণশ্ৰী ৰেছিডেন্সিৰ ডকাইতিৰ ২৪ঘণ্টাৰ পিচতো চিনাক্ত কৰিব পৰা নাই অপৰাধী

গুৱাহাটী মহানগৰীৰ বিলাসী ৰেছিডেন্সিত সোমবাৰে দিন-দুপৰতে সংঘটিত ডকাইতি ঘটনা ২৪ঘন্টাৰ পাৰ হল।মহানগৰ স্মাৰ্ট আৰক্ষীয়ে এই পয্যন্ত ঘটনাৰ ক্লু'ৱে লাভ কৰা...

৪১ সদস্যৰ সমর্থন প্রত্যাহাৰ, শ্রীলঙ্কাৰ সংসদত সংখ্যাগৰিষ্ঠতা হেৰুৱালে মাহিন্দা চৰকাৰে

৪১ সদস্যৰ সমর্থন প্রত্যাহাৰ, শ্রীলঙ্কাৰ সংসদত সংখ্যাগৰিষ্ঠতা হেৰুৱালে মাহিন্দা চৰকাৰে

অৰ্থনৈতিক বিপর্যয়ৰ বাবে শ্রীলঙ্কাত প্ৰকট হৈছে ৰাজনৈতিক সঙ্কট। মঙ্গলবাৰে শ্রীলঙ্কান সংসদৰ ৪১ জন সদস্যই সমর্থন প্রত্যাহাৰ কৰাত সংখ্যাগৰিষ্ঠতা হেৰুৱালে প্রধানমন্ত্রী...

খঙৰ কোবত বন্ধুক অপহৰণ কৰি হত্যা! হাবিৰ পৰা মৃতদেহ উদ্ধাৰ দিল্লী আৰক্ষীৰ:

খঙৰ কোবত বন্ধুক অপহৰণ কৰি হত্যা! হাবিৰ পৰা মৃতদেহ উদ্ধাৰ দিল্লী আৰক্ষীৰ:

দিল্লীৰ ৰোহিণী অঞ্চলত এটি ৮ বছৰীয়া শিশুক অপহৰণ কৰি হত্যা কৰে ১৩ বছৰীয়া এটি কিশোৰে। অভিযুক্তক সোমবাৰে গ্রেপ্তাৰ কৰা বুলি...

পেট্ৰল-ডিজেলৰ মূল্য কমিল

১৫ দিনত ১৩ বাৰ বৃদ্ধি পেট্র’ল–ডিজেলৰ মূল্য!‌

১৫ দিনে ১৩ বাৰ! ৰুটিনমাফিক বাঢ়িয়েই গৈ আছে পেট্র'ল–ডিজেলৰ মূল্য। লিটাৰত ৮০ পইচা বাঢ়িছে ডিজেলৰ মূল্য। আনহাতে, লিটাৰত পেট্র'লৰ মূল্য...

Page 11 of 650 1 10 11 12 650
ADVERTISEMENT

Welcome Back!

Login to your account below

Retrieve your password

Please enter your username or email address to reset your password.

Add New Playlist