Chandmari over bridge I ২০২৬ চনৰ ভিতৰত সম্পূৰ্ণ কৰাৰ লক্ষ্য, আৰম্ভ হ’ল আটাইতকৈ দীঘল চানমাৰি উৰণ সেতুৰ নিৰ্মাণকাৰ্য
ৰাইজৰ তীব্ৰ আপত্তি, দল-সংগঠনৰ বিৰোধিতাক নেওচি আৰম্ভ হ'ল অসমৰ আটাইতকৈ দীঘল দীঘলীপুখুৰী-বামুণীমৈদাম উৰণ সেতুৰ (New Bridge) নিৰ্মাণকাৰ্য। দেওবাৰে মুখ্যমন্ত্ৰী হিমন্ত...
















