ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home KARBI ANGLONG

Karbi Anglong I কাৰবি আংলঙত শিক্ষাৰ সংস্কাৰৰ বাবে শিক্ষক-শিক্ষয়িত্ৰীলৈ টেবলেট-পিচি বিতৰণ

ষ্টাফ ৰিপ'ৰ্টাৰ:ডিফু

News Desk by News Desk
April 18, 2023
Reading Time: 1 min read
A A
0

RELATED POSTS

Morphine seized : ৩ কোটি টকাৰ ড্ৰাগছ জব্দ কাৰ্বি আংলং আৰক্ষীৰ, আটক ৩

Body recovered at Diphu : ডিফুৰ ৰে’লপথত মৃতদেহ উদ্ধাৰ

KAAC elections 2027 : কাৰ্বি পৰিষদীয় নিৰ্বাচন, বিজেপিৰ বিভিন্ন প্ৰান্তত যোগদান কাৰ্যসূচী

logo new 2 1 1 4 1 3 1 5 | ASSAM TIMES POST

কাৰবি আংলঙৰ শিক্ষা ব্যৱস্থাৰ ব্যাপক সংস্কাৰৰ বাবে কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্যৰ নেতৃত্বত শিক্ষা বিভাগৰ ইএম ৰিচাৰ্ড টকবীৰ সহযোগত জিলা শিক্ষা বিভাগৰ উদ্যোগত (Initiatives of Education Department) আজি ডিফুত কাৰবি আংলং আৰু পশ্চিম কাৰবি আংলঙৰ বিদ্যালয়সমূহৰ ১২১৭ গৰাকী শিক্ষক-শিক্ষয়িত্ৰী (1217 teachers)লৈ আগবঢ়োৱা হৈছে অত্যাধুনিক প্ৰযুক্তিৰ টেবলেট-পিচি (Tablet-PC)৷

e5f424c2 5c2c 4282 aa80 d2db96e78909 | ASSAM TIMES POSTডিফু (Diphu)ৰ মাটিপুঙৰ লাংকুং হাবে মেম’ৰিয়েল টাউন হলত এক গাম্ভীৰ্যপূৰ্ণ সভাত এই টেবলেট-পিচিসমূহ আনুষ্ঠানিকভাবে বিতৰণ (Distribution) কৰা হয় ৷ দুয়োখন পাৰ্বত্য জিলাৰ মুঠ ১১টা খণ্ড উন্নয়নৰ ৬৬০ খন বিদ্যালয়ৰ ১২১৭ গৰাকী শিক্ষক-শিক্ষয়িত্ৰীক এই টেবলেট পিচি প্ৰদান কৰা হয়৷

সাংসদ হৰেণছিং বে’, বিধায়ক বিদ্যাছিং ইংলেঙ, কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ডঃ তুলিৰাম ৰংহাঙ, শিক্ষা বিভাগৰ ইএম ৰিচাৰ্ড টকবী, পৰিষদৰ কেইবাগৰাকী ইএম আৰু এমএচিৰ লগতে শিক্ষা বিভাগৰ বিষয়া-কৰ্মীসকল উপস্থিত থাকে৷

কাৰবি আংলঙ
কাৰবি আংলঙত শিক্ষাৰ সংস্কাৰৰ বাবে শিক্ষক-শিক্ষয়িত্ৰীলৈ টেবলেট-পিচি বিতৰণ:

সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ডঃ ৰংহাঙে কয় যে, কাৰবি আংলঙৰ শিক্ষা পদ্ধতিৰ পৰিৱৰ্তন আৰু সংস্কাৰৰ খাতিৰত এনে প্ৰচেষ্ট্ হাততলৈ শিক্ষক-শিক্ষয়িত্ৰী সকলৰ সুবিধা হোৱাকৈ টেবলেট পিচি সমূহ প্ৰদান কৰা হৈছে ৷ এই টেবলেট পিচি সমূহৰ জৰিয়তে শিক্ষক-শিক্ষয়িত্ৰি সকলৰ বিদ্যালয়ত উপস্থিতি, মধ্যাহ্ন ভোজন আদি বিষয় সমূহ মনিটৰিং কৰা হ’ব ৷ বিদ্যালয়সমূহৰ ছাত্ৰ-ছাত্ৰীৰ পৰিসংখ্যা অনুযায়ী কিছু নিয়মাৱলী আৰু কাইটেৰিয়াৰ মাজেৰে এই টেবলেট পিচি সমূহ প্ৰদান কৰা হৈছে ৷

pcp4 1 | ASSAM TIMES POST

ভাষণ প্ৰসংগত সাংসদ হৰেণছিং বে’ই কয় যে, গুণোৎসৱে শিক্ষাৰ মানদণ্ড নিৰুপন কৰে ৷ ‘শিক্ষাৰ ঘাই শিপাডাল বৰ তিতা, কিন্তু ইয়াৰ ফল বৰ মিঠা’ ৷ এই আপ্ত বাক্যশাৰী সোঁৱৰাই কয়যে মানুহে কেৱল ফলৰ প্ৰশংসা কৰে কিন্ত গুৰি স্বৰূপ শিক্ষকৰ প্ৰশংসা নকৰে অথচ শিক্ষকে ছাত্ৰ-ছাত্ৰীৰ সোণালী ভৱিষ্যত গঢ়ে৷ ডিজিটেল যুগত শিক্ষকসকলক প্ৰদান কৰা এই টেবলেট পিচিসমূহে ছাত্ৰ-ছাত্ৰীৰ শিক্ষাৰ বাবে নতুন কনটেণ্ট আহৰণ কৰাত সুবিধা হ’ব বুলি কয় ৷

আনহাতে বিধায়ক বিদ্যাছিং ইংলেঙে নিজৰ বহুমূলীয়া ভাষণত কয় যে, আজিৰ পৰা শিক্ষকসকলে লাভ কৰা এই নতুন টেবলেট পিচিসমুহৰ জৰিয়তে জিলাখনৰ শিক্ষকসকল উপকৃত হ’ব ৷ নতুন যুগৰ পৰিৱৰ্তনৰ ভাৱ লৈ আগবাঢ়ি গৈ নতুন প্ৰজন্মৰ ভৱিষ্যত গঢ়া লগতে ছাত্ৰ-ছাত্ৰীসকলৰ ভাল ফলাফলৰ বাবে শিক্ষক সমাজ অধিক যত্নৱান হ’ব লাগিব বুলি কয় ৷

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: karbi anglongTablet-PCকাৰবি আংলঙটেবলেট-পিচি
Share5Tweet3Send

Related Posts

Morphine seized : ৩ কোটি টকাৰ ড্ৰাগছ জব্দ কাৰ্বি আংলং আৰক্ষীৰ, আটক ৩
KARBI ANGLONG

Morphine seized : ৩ কোটি টকাৰ ড্ৰাগছ জব্দ কাৰ্বি আংলং আৰক্ষীৰ, আটক ৩

by News Desk
September 21, 2026
68
Body recovered at Diphu : ডিফুৰ ৰে’লপথত মৃতদেহ উদ্ধাৰ
KARBI ANGLONG

Body recovered at Diphu : ডিফুৰ ৰে’লপথত মৃতদেহ উদ্ধাৰ

by ASSAM TIMES POST
September 17, 2026
62
KAAC elections 2027 : কাৰ্বি পৰিষদীয় নিৰ্বাচন, বিজেপিৰ বিভিন্ন প্ৰান্তত যোগদান কাৰ্যসূচী
KARBI ANGLONG

KAAC elections 2027 : কাৰ্বি পৰিষদীয় নিৰ্বাচন, বিজেপিৰ বিভিন্ন প্ৰান্তত যোগদান কাৰ্যসূচী

by News Desk
September 16, 2026
63
Tragic death : কাৰ্বি আংলঙত শোকাৱহ ঘটনা, জ্যেষ্ঠ ভাতৃক বচাবলৈ গৈ কনিষ্ঠ ভাতৃৰ মৃত্যু
KARBI ANGLONG

Tragic death : কাৰ্বি আংলঙত শোকাৱহ ঘটনা, জ্যেষ্ঠ ভাতৃক বচাবলৈ গৈ কনিষ্ঠ ভাতৃৰ মৃত্যু

by ASSAM TIMES POST
September 16, 2026
67
Zubeen Sangeet : ডিফু অসম সাহিত্য সভাৰ উদ্যোগত ‘সুৰৰ জোনাক’ জুবিন সংগীত প্ৰতিযোগিতা
KARBI ANGLONG

Zubeen Sangeet : ডিফু অসম সাহিত্য সভাৰ উদ্যোগত ‘সুৰৰ জোনাক’ জুবিন সংগীত প্ৰতিযোগিতা

by ASSAM TIMES POST
September 13, 2026
53
Hamren district hospital : হামৰেণ জিলা চিকিৎসালয়ত প্ৰথমবাৰৰ বাবে সম্পন্ন অস্থি ৰোগৰ অস্ত্ৰোপচাৰ
KARBI ANGLONG

Hamren district hospital : হামৰেণ জিলা চিকিৎসালয়ত প্ৰথমবাৰৰ বাবে সম্পন্ন অস্থি ৰোগৰ অস্ত্ৰোপচাৰ

by News Desk
September 9, 2026
58
ADVERTISEMENT
Simanta shekhar : অসম ৰাজ্যিক চলচ্চিত্ৰ বিত্ত আৰু উন্নয়ন নিগমৰ অধ্যক্ষ পদৰ পৰা সীমান্ত শেখৰৰ পদত্যাগ
Guwahati

Simanta shekhar : অসম ৰাজ্যিক চলচ্চিত্ৰ বিত্ত আৰু উন্নয়ন নিগমৰ অধ্যক্ষ পদৰ পৰা সীমান্ত শেখৰৰ পদত্যাগ

September 22, 2026
50
Ram Mandir : ১০৫ বাৰ চুৰি হৈছে ৰাম মন্দিৰৰ প্ৰণামী, জড়িত সকলোকে চিনাক্ত
National-International

Ram Mandir : ১০৫ বাৰ চুৰি হৈছে ৰাম মন্দিৰৰ প্ৰণামী, জড়িত সকলোকে চিনাক্ত

September 22, 2026
50
Bombay IIT case : এইবাৰ আইআইটি বম্বেৰ ছাত্ৰ মৃত্যুৰ গোচৰত অভিযুক্ত অধ্যাপকৰ সমৰ্থনত শিক্ষক সন্থাৰ প্ৰতিবাদ
National-International

Bombay IIT case : এইবাৰ আইআইটি বম্বেৰ ছাত্ৰ মৃত্যুৰ গোচৰত অভিযুক্ত অধ্যাপকৰ সমৰ্থনত শিক্ষক সন্থাৰ প্ৰতিবাদ

September 22, 2026
50
Delhi rape case : দিল্লীত পুনৰ দলবদ্ধ ধৰ্ষণ, এইবাৰ আৰক্ষী বিষয়াৰ সাজত পাৰ্কত সংঘটিত কৰিলে দুষ্কাৰ্য
National-International

Delhi rape case : দিল্লীত পুনৰ দলবদ্ধ ধৰ্ষণ, এইবাৰ আৰক্ষী বিষয়াৰ সাজত পাৰ্কত সংঘটিত কৰিলে দুষ্কাৰ্য

September 22, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Simanta shekhar : অসম ৰাজ্যিক চলচ্চিত্ৰ বিত্ত আৰু উন্নয়ন নিগমৰ অধ্যক্ষ পদৰ পৰা সীমান্ত শেখৰৰ পদত্যাগ

Simanta shekhar : অসম ৰাজ্যিক চলচ্চিত্ৰ বিত্ত আৰু উন্নয়ন নিগমৰ অধ্যক্ষ পদৰ পৰা সীমান্ত শেখৰৰ পদত্যাগ

September 22, 2026
Ram Mandir : ১০৫ বাৰ চুৰি হৈছে ৰাম মন্দিৰৰ প্ৰণামী, জড়িত সকলোকে চিনাক্ত

Ram Mandir : ১০৫ বাৰ চুৰি হৈছে ৰাম মন্দিৰৰ প্ৰণামী, জড়িত সকলোকে চিনাক্ত

September 22, 2026
Bombay IIT case : এইবাৰ আইআইটি বম্বেৰ ছাত্ৰ মৃত্যুৰ গোচৰত অভিযুক্ত অধ্যাপকৰ সমৰ্থনত শিক্ষক সন্থাৰ প্ৰতিবাদ

Bombay IIT case : এইবাৰ আইআইটি বম্বেৰ ছাত্ৰ মৃত্যুৰ গোচৰত অভিযুক্ত অধ্যাপকৰ সমৰ্থনত শিক্ষক সন্থাৰ প্ৰতিবাদ

September 22, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d