ASSAM TIMES POST
শিৱসাগৰ : সমগ্ৰ ৰাজ্য উত্তাল হৈ থকা সময়ত আজি পুনৰ শিৱসাগৰত যৌথ সংগ্ৰামী মঞ্চই জুই লৈ প্ৰতিবাদ সাব্যস্ত কৰে ৷২০ তাকৈ অধিক সংগঠনে অংশগ্ৰহণ কৰা এই কাৰ্য্যসুচীত বি জে পি চৰকাৰ হায় হায় , কেন্দ্ৰীয় চৰকাৰ হায় হায় , নাগৰিকত্ব সংশোধনী আইন বাতিল কৰক বাংলাদেশী গৌ বেক , বাংলাদেশী হুছিয়াৰ আদি ধব্বনীয়ে ৰাজপথ উত্তাল কৰি তোলে ৷বডিং খেল পথাৰ পৰা আৰাম্ভ হোৱা এই কাৰ্য্যসুচীত নগৰৰ দ’লমুখ চাৰিআলি হৈ ASTC হৈ পুনৰ বডিং খেলপথাৰত সমাপ্ত হয় ৷