ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home KARBI ANGLONG

Greenridge World Records I গ্ৰিনিজ বুকত বিশ্ব ৰেকৰ্ড গঢ়িবলৈ সাজু কাৰবি আংলঙৰ দলক শুভেচ্ছা মন্ত্ৰী যোগেন মহনৰ

ষ্টাফ ৰিপ'ৰ্টাৰ:ডিফু

News Desk by News Desk
March 30, 2023
Reading Time: 1 min read
A A
0

logo new 2 1 1 4 1 3 1 7 | ASSAM TIMES POST

RELATED POSTS

Diphu body rescued I ডিফুত যুৱকৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য

Awareness Program : ছামেলাংছ ব্লকত অনুষ্ঠিত দুৰ্যোগ সজাগতা কাৰ্যসূচী

Road accident : চিলভেটাত পথ দুৰ্ঘটনাত মহিলা নিহত, আহত চাৰিজন

অসম চৰকাৰে (Assam Government) বিহু নাচে (Bihu Dence)ৰে বিশ্ব ৰেকৰ্ড (World recored) গঢ়াৰ বাবে এক বৃহৎ প্ৰকল্প লৈছে ৷ ১৪ এপ্ৰিলত অৰ্থাৎ ৰঙালী বিহুৰ দিনটোতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী (Narendra Modi)ৰ উপস্থিতিত অসমৰ এঘাৰ হাজাৰ নাচনীয়ে একেলগে বিহু নাচ নাচিব ৷ এই বিহু নাচে গ্ৰিনিজ ৱৰ্ল্ড ৰেকৰ্ড (Greenridge World Records ) গঢ়িব৷ অসমৰ প্ৰতিখন জিলাৰ পৰা এই মেগা বিহুত অংশগ্ৰহণ কৰিব বিহু দলে ৷ কাৰবি আংলং (Karbi Anglong) জিলাৰ পৰাও ৭০ জনীয়া দলে ল’ব ভাগ ৷

গ্ৰিনিজ বুকত বিশ্ব ৰেকৰ্ড
গ্ৰিনিজ বুকত বিশ্ব ৰেকৰ্ড গঢ়িবলৈ সাজু কাৰবি আংলঙ:

ডিফুৰ পৰা ২০ গৰাকী, বোকাজানৰ পৰা ২৫ গৰাকী আৰু বকলীয়া-হাওৰাঘাটৰ পৰা ২৫ গৰাকী নাচনী, ঢোলীয়া, পেপাঁ বাদক, তাল বাদকৰ দলে অংশগ্ৰহণ কৰিব৷ ২৪ মাৰ্চৰ পৰা ডিফু ক্লাৱ, বকলীয়াঘাতৰ আটি গাৱঁত আৰু বোকাজান ক্ৰীড়া সন্হাৰ প্ৰেক্ষাগৃহ (Bokajan Sports Auditorium)ত আখৰা (Rehacel) চলি আছে ৷

আজি বকলীয়া আৰু ডিফু (Diphu)ত পাৰ্বত্য এলেকা উন্নয়ন আৰু খনি দপ্তৰৰ মন্ত্ৰী যোগেন মহনে (Minister Jogen Mohan) বিহুৰ আখৰা উপভোগ কৰে ৷ সকলোৱে জাতিৰ হৈ এই দায়িত্ব পালন কৰিবলৈ আগবঢ়া বুলি মন্ত্ৰী মহনে ৷ তেওঁ বকলীয়া আৰু ডিফুত বিহুনাম গান নাচনিসকলক নচুৱাই ৷ মন্ত্ৰীগৰাকীয়ে সকলোকে শুভেচ্ছা জনায় ৷

mohanp1 | ASSAM TIMES POST

আজিৰ আখৰা চাই উপায়ুক্ত মধুমিতা ভাগৱতীয়ে কয় যে আমাৰ সকলোৰে তেজতে বিহু আছে ৷ সেয়ে প্ৰতিগৰাকী অসমীয়াই বিহু নাচিব পাৰে, বিহুনাম গাব পাৰে৷ সকলোৰে নাচ ভাল হোৱা বুলি কৈ তেওঁ দলটোক জাতীয় দায়িত্ব পালনৰ বাবে সাজু হোৱাত অভিনন্দন আৰু শুভেচ্ছা জনায় ৷

কাইলৈ বোকাজানত অসম বিধানসভাৰ উপাধ্যক্ষ নোমল মমিনে বিহু উপভোগ কৰি দলটোক শুভেচ্ছা জনাব৷

Tags: bihu denceGreenidge World Recordsগ্ৰিনিজ ৱৰ্ল্ড ৰেকৰ্ডবিহু নাচ
Share4Tweet3Send

Related Posts

Diphu body rescued I ডিফুত যুৱকৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য
KARBI ANGLONG

Diphu body rescued I ডিফুত যুৱকৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য

by Staff Reporter
May 29, 2026
50
Awareness Program : ছামেলাংছ ব্লকত অনুষ্ঠিত দুৰ্যোগ সজাগতা কাৰ্যসূচী
KARBI ANGLONG

Awareness Program : ছামেলাংছ ব্লকত অনুষ্ঠিত দুৰ্যোগ সজাগতা কাৰ্যসূচী

by News Desk
May 27, 2026
50
Road accident : চিলভেটাত পথ দুৰ্ঘটনাত মহিলা নিহত, আহত চাৰিজন
KARBI ANGLONG

Road accident : চিলভেটাত পথ দুৰ্ঘটনাত মহিলা নিহত, আহত চাৰিজন

by News Desk
May 23, 2026
50
Dead body recovered : ডিলাইৰ নাহৰজানত অচিনাক্ত ব্যক্তিৰ মৃতদেহ উদ্ধাৰ
KARBI ANGLONG

Dead body recovered : ডিলাইৰ নাহৰজানত অচিনাক্ত ব্যক্তিৰ মৃতদেহ উদ্ধাৰ

by News Desk
May 22, 2026
50
Felicitation ceremony : কাৰ্বি আংলং জিলা প্ৰশাসনে সম্বৰ্ধনা জনালে মেধাৱী ছাত্ৰ-ছাত্ৰীক
KARBI ANGLONG

Felicitation ceremony : কাৰ্বি আংলং জিলা প্ৰশাসনে সম্বৰ্ধনা জনালে মেধাৱী ছাত্ৰ-ছাত্ৰীক

by News Desk
May 22, 2026
50
Census campaign : কার্বি আংলং জিলা আয়ুক্তৰ আগন্তুক লোকপিয়ল অভিযানৰ প্ৰস্তুতিৰ পৰ্যালোচনা সভা
KARBI ANGLONG

Census campaign : কার্বি আংলং জিলা আয়ুক্তৰ আগন্তুক লোকপিয়ল অভিযানৰ প্ৰস্তুতিৰ পৰ্যালোচনা সভা

by News Desk
May 20, 2026
50
ADVERTISEMENT
পুনৰ অসম আৰক্ষীৰ এনকাউণ্টাৰ:
Assam

Nalbari Encounter । নলবাৰীৰ আছু নেতাক হত্যাকীৰক আৰক্ষীৰ এনকাউণ্টাৰ

June 1, 2026
50
India Bangladesh border I পশ্চিমবংগৰ পৰা অবৈধ অনুপ্ৰৱেশকাৰীক বহিষ্কাৰ, ভাৰত-বাংলাদেশ সীমান্ত বাহিনীৰ উচ্চ পৰ্যায়ৰ বৈঠক
National-International

India Bangladesh border I পশ্চিমবংগৰ পৰা অবৈধ অনুপ্ৰৱেশকাৰীক বহিষ্কাৰ, ভাৰত-বাংলাদেশ সীমান্ত বাহিনীৰ উচ্চ পৰ্যায়ৰ বৈঠক

June 1, 2026
50
একেৰাহে চাৰি বছৰ বিশ্বৰ সৰ্বাধিক প্ৰদূষিত ৰাজধানী দিল্লী!
National-International

উত্তৰ-পূৰ্বাঞ্চলত দুটা দশকত তীব্ৰ গতিত বৃদ্ধি পাইছে প্ৰদূষণৰ মাত্ৰা- অধ্যয়ন

June 1, 2026
50
‎বিধানসভা নিৰ্বাচনৰ পূৰ্বে এচিড পৰীক্ষা: পঞ্জাৱত পৌৰ নিৰ্বাচনত আম আদমী পাৰ্টিৰ বৃহৎ জয়
National-International

‎বিধানসভা নিৰ্বাচনৰ পূৰ্বে এচিড পৰীক্ষা: পঞ্জাৱত পৌৰ নিৰ্বাচনত আম আদমী পাৰ্টিৰ বৃহৎ জয়

May 31, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

পুনৰ অসম আৰক্ষীৰ এনকাউণ্টাৰ:

Nalbari Encounter । নলবাৰীৰ আছু নেতাক হত্যাকীৰক আৰক্ষীৰ এনকাউণ্টাৰ

June 1, 2026
India Bangladesh border I পশ্চিমবংগৰ পৰা অবৈধ অনুপ্ৰৱেশকাৰীক বহিষ্কাৰ, ভাৰত-বাংলাদেশ সীমান্ত বাহিনীৰ উচ্চ পৰ্যায়ৰ বৈঠক

India Bangladesh border I পশ্চিমবংগৰ পৰা অবৈধ অনুপ্ৰৱেশকাৰীক বহিষ্কাৰ, ভাৰত-বাংলাদেশ সীমান্ত বাহিনীৰ উচ্চ পৰ্যায়ৰ বৈঠক

June 1, 2026
একেৰাহে চাৰি বছৰ বিশ্বৰ সৰ্বাধিক প্ৰদূষিত ৰাজধানী দিল্লী!

উত্তৰ-পূৰ্বাঞ্চলত দুটা দশকত তীব্ৰ গতিত বৃদ্ধি পাইছে প্ৰদূষণৰ মাত্ৰা- অধ্যয়ন

June 1, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx