ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home KARBI ANGLONG

Virtually legal Help I ডিফুত অসমত ভাৰ্চুৱেলি আইনি সাহায্য প্ৰতিৰক্ষা অধিবক্তাৰ কাৰ্যালয় উদ্বোধন

ষ্টাফ ৰিপ'ৰ্টাৰ:ডিফু

News Desk by News Desk
March 25, 2023
Reading Time: 1 min read
A A
0

logo new 2 1 1 4 1 3 1 5 | ASSAM TIMES POST

RELATED POSTS

‎ডিমা হাছাও জিলাৰ জাটিংগাত ভয়ংকৰ ভূমিস্খলন I জাটিংগা- শিলচৰ সংযোগী পথ সম্পূৰ্ণৰূপে বন্ধ, ৰাষ্ট্ৰীয় ঘাইপথত আবদ্ধ শতাধিক বাহন

ডিফুত পালন কৰা দ্বাদশ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস যোগে সুস্থ শৰীৰ, শান্তিপূৰ্ণ মন আৰু সুসম সমাজৰ প্ৰসাৰ ঘটায় – CEM ডাঃ ৰংহাং

Dead body Recovered : বকলিয়াঘাটত উদ্ধাৰ সন্ধানহীন হৈ থকা শিক্ষকৰ মৃতদেহ, হত্যাৰ সন্দেহ পরিয়ালৰ

আজি পুৱাৰ ভাগত কাৰবি আংলং (Karbi Anglong) জিলাৰ সদৰ চহৰ ডিফুৰ (Diphu) পৰাই সমগ্ৰ অসমত ভাৰ্চুৱেলি আইনী (Virtually legal Help in Assam) সাহায্য প্ৰতিৰক্ষা অধিবক্তাৰ কাৰ্যালয়ৰ শুভ উদ্ধোধন (Office’s opening) কৰা হয় ৷ এইলৈ ডিফুস্থিত জিলা ও সত্ৰ ন্যায়াধীশৰ আদালতৰ ( Court of District and Sessions Judge) পৰা আইনী সাহায্য প্ৰতিৰক্ষা অধিবক্তা কাৰ্যালয়সমূহক গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ তথা অসম আইন সেৱা প্ৰাধিকৰণৰ কাৰ্যবাহী অধ্যক্ষ মানস ৰঞ্জন পাঠকৰ উপস্থিতিত ফিটা কাটি শুভ উদ্ধোধন কৰে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ আৰু কাৰবি আংলং জিলাৰ পৰ্টফলীয় ন্যায়াধীশ মালাশ্ৰী নন্দীয়ে ৷ ন্যায়াধীশগৰাকীক সহযোগ কৰে জিলা উপায়ুক্ত মধুমিতা ভাগৱতীয়ে৷

 ভাৰ্চুৱেলি আইনি সাহায্য

ইয়াৰ পূৰ্বে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দুয়োগৰাকী ন্যায়াধীশক উষ্ম সম্বৰ্ধনা জনায় ডিফু উকিল সন্থা আৰু ডিফু ন্যায়িক বিষয়া-কৰ্মীসকলে ৷ জিলা ও সত্ৰ ন্যায়াধীশ আব্দুল হাকিমে আদৰণি ভাষণ প্ৰদান কৰাৰ পিছতেই বন্তি প্ৰজলন কৰা হয় ৷

আনহাতে এই উপলক্ষে অনুষ্ঠিত গাম্ভীৰ্যপূৰ্ণ সভাত ন্যায়াধীশ আৰু বিভিন্ন বক্তাসকলে ভুক্ত ভোগীক আইনী সাহায্য প্ৰদান কৰাৰ বাবে সমগ্ৰ অসমত আইন সেৱা প্ৰাধিকৰণে কেনেদৰে বিনামূলীয়া আইনী সাহায্য প্ৰদান কৰে তাৰ ওপৰত বিস্তৃত বাখ্যা আগবঢ়ায়৷

courtp2 | ASSAM TIMES POST

উক্ত কাৰ্যসূচীৰ সমান্তৰালকৈ স্থানীয় শিল্পী সকলে নৃত্যগীত প্ৰদৰ্শন কৰি উপস্থিত সকলক আপ্লুত কৰে ৷ ডিফুৰ জিলা ও সত্ৰ ন্যায়াধীশ আদালতৰ জ্যেষ্ঠ লোক অধিবক্তা দিলীপ ডেকাই সাংবাদিক সকলৰ সৈতে হোৱা বাৰ্তালাপত কয় যে, এই কাৰ্যালয়ৰ উদ্দেশ্য আৰু লক্ষ্য হৈছে সকলো ব্যক্তিক আইনী পৰামৰ্শ আৰু সাহায্য প্ৰদান কৰা। জেল হাজোতত থকা ব্যক্তিসকলক জামিন লাভ কৰাত সহায় আগবঢ়োয়া।

প্ৰয়োজন অনুসৰি গ্ৰেপ্তাৰৰ পুৰ্ব পৰ্যায়ত আইনি সাহায্য কৰা। শনিবাৰে ৰাজ্যৰ ১৭খন জিলাৰ লগত ডিফুস্থিত সত্ৰ ন্যায়াধীশ কাৰ্যালয়ৰ প্ৰাংগনত আইনী সাহায্য প্ৰতিৰক্ষা অধিবক্তাৰ কৰ্যালয় শুভাৰম্ভ কৰা হয়।

Tags: DiphuLegal aidআইনি সাহায্যডিফু
Share4Tweet3Send

Related Posts

‎ডিমা হাছাও জিলাৰ জাটিংগাত ভয়ংকৰ ভূমিস্খলন I জাটিংগা- শিলচৰ সংযোগী পথ সম্পূৰ্ণৰূপে বন্ধ, ৰাষ্ট্ৰীয় ঘাইপথত আবদ্ধ শতাধিক বাহন
KARBI ANGLONG

‎ডিমা হাছাও জিলাৰ জাটিংগাত ভয়ংকৰ ভূমিস্খলন I জাটিংগা- শিলচৰ সংযোগী পথ সম্পূৰ্ণৰূপে বন্ধ, ৰাষ্ট্ৰীয় ঘাইপথত আবদ্ধ শতাধিক বাহন

by Staff Reporter
June 21, 2026
50
ডিফুত পালন কৰা দ্বাদশ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস যোগে সুস্থ শৰীৰ, শান্তিপূৰ্ণ মন আৰু সুসম সমাজৰ প্ৰসাৰ ঘটায় – CEM ডাঃ ৰংহাং
KARBI ANGLONG

ডিফুত পালন কৰা দ্বাদশ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস যোগে সুস্থ শৰীৰ, শান্তিপূৰ্ণ মন আৰু সুসম সমাজৰ প্ৰসাৰ ঘটায় – CEM ডাঃ ৰংহাং

by Staff Reporter
June 21, 2026
50
Dead body Recovered : বকলিয়াঘাটত উদ্ধাৰ সন্ধানহীন হৈ থকা শিক্ষকৰ মৃতদেহ, হত্যাৰ সন্দেহ পরিয়ালৰ
KARBI ANGLONG

Dead body Recovered : বকলিয়াঘাটত উদ্ধাৰ সন্ধানহীন হৈ থকা শিক্ষকৰ মৃতদেহ, হত্যাৰ সন্দেহ পরিয়ালৰ

by News Desk
June 19, 2026
50
বোকাজানত নিচাজাতীয় সামগ্ৰী উদ্ধাৰ
KARBI ANGLONG

বোকাজানত নিচাজাতীয় সামগ্ৰী উদ্ধাৰ

by Staff Reporter
June 17, 2026
50
Body recovered : লাহৰিজানত অচিনাক্ত মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য
KARBI ANGLONG

Body recovered : লাহৰিজানত অচিনাক্ত মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য

by News Desk
June 15, 2026
50
হাওৰাঘাটত দিনজোৰা কাৰ্যসূচীৰে বিজেপিৰ বুথ সন্মিলন সম্পন্ন: বিধায়ক লুনচিং টেৰণৰ বিশেষ পুৰস্কাৰ প্ৰদান
KARBI ANGLONG

হাওৰাঘাটত দিনজোৰা কাৰ্যসূচীৰে বিজেপিৰ বুথ সন্মিলন সম্পন্ন: বিধায়ক লুনচিং টেৰণৰ বিশেষ পুৰস্কাৰ প্ৰদান

by Staff Reporter
June 14, 2026
50
ADVERTISEMENT
‎ডিমা হাছাও জিলাৰ জাটিংগাত ভয়ংকৰ ভূমিস্খলন I জাটিংগা- শিলচৰ সংযোগী পথ সম্পূৰ্ণৰূপে বন্ধ, ৰাষ্ট্ৰীয় ঘাইপথত আবদ্ধ শতাধিক বাহন
KARBI ANGLONG

‎ডিমা হাছাও জিলাৰ জাটিংগাত ভয়ংকৰ ভূমিস্খলন I জাটিংগা- শিলচৰ সংযোগী পথ সম্পূৰ্ণৰূপে বন্ধ, ৰাষ্ট্ৰীয় ঘাইপথত আবদ্ধ শতাধিক বাহন

June 21, 2026
50
Murderer arrested I খটখটীত ১৩ বছৰৰ আত্মগোপন কৰি থকা হত্যাকাৰী নুৰহুছেইন গ্ৰেপ্তাৰ
National-International

পিএলএৰ এজন ৱাণ্টেড সদস্যক গোৱাত গ্ৰেপ্তাৰ

June 21, 2026
50
মহাশূন্যত বিশ্বকাপৰ জ্বৰ! মহাকাশ কেন্দ্ৰত ফুটবল সম্ভৱনে? গৱেষণা আৰম্ভ 
National-International

মহাশূন্যত বিশ্বকাপৰ জ্বৰ! মহাকাশ কেন্দ্ৰত ফুটবল সম্ভৱনে? গৱেষণা আৰম্ভ 

June 21, 2026
50
India New Zealand CWC 2023 semi final I বিৰাট কোহলিৰ বিৰাট ৰেকর্ড, শচীনক চেৰ পেলাই এদিনীয়া ক্ৰিকেটত সৰ্বাধিক শতকৰ অভিলেখ
National-International

গাজা ষ্ট্ৰিপত পুনৰ আক্ৰমণ ইজৰাইলৰ

June 21, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

‎ডিমা হাছাও জিলাৰ জাটিংগাত ভয়ংকৰ ভূমিস্খলন I জাটিংগা- শিলচৰ সংযোগী পথ সম্পূৰ্ণৰূপে বন্ধ, ৰাষ্ট্ৰীয় ঘাইপথত আবদ্ধ শতাধিক বাহন

‎ডিমা হাছাও জিলাৰ জাটিংগাত ভয়ংকৰ ভূমিস্খলন I জাটিংগা- শিলচৰ সংযোগী পথ সম্পূৰ্ণৰূপে বন্ধ, ৰাষ্ট্ৰীয় ঘাইপথত আবদ্ধ শতাধিক বাহন

June 21, 2026
Murderer arrested I খটখটীত ১৩ বছৰৰ আত্মগোপন কৰি থকা হত্যাকাৰী নুৰহুছেইন গ্ৰেপ্তাৰ

পিএলএৰ এজন ৱাণ্টেড সদস্যক গোৱাত গ্ৰেপ্তাৰ

June 21, 2026
মহাশূন্যত বিশ্বকাপৰ জ্বৰ! মহাকাশ কেন্দ্ৰত ফুটবল সম্ভৱনে? গৱেষণা আৰম্ভ 

মহাশূন্যত বিশ্বকাপৰ জ্বৰ! মহাকাশ কেন্দ্ৰত ফুটবল সম্ভৱনে? গৱেষণা আৰম্ভ 

June 21, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx