ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Assam

Himanta Biswa Sarma I যদি কৰ্মই ৰাহুল গান্ধীক প্ৰতিহত কৰে, তেন্তে তাত আমাৰ কি দোষ? হিমন্ত বিশ্ব শৰ্মা

নিউজ ডেস্কঃ

News Desk by News Desk
March 25, 2023
Reading Time: 1 min read
A A
0
Himanta Biswa Sarma I যদি কৰ্মই ৰাহুল গান্ধীক প্ৰতিহত কৰে, তেন্তে তাত আমাৰ কি দোষ? হিমন্ত বিশ্ব শৰ্মা

RELATED POSTS

Koliabor : কলিয়াবৰৰ বামুণীৰ ভাটাবাৰী অঞ্চল বুৰালে পাহাৰৰ পৰা নামি অহা পানীয়ে

চুৰি কৰা সোণৰ চেইনেৰে গোল্ড লোণ কুখ্যাত চিলনী চোৰৰ

Bangladeshi : বাংলাদেশৰ পৰা অসমলৈ, তাৰ পিছত মহিষ লৈ উভতি যোৱাৰ পৰিকল্পনা? বদৰপুৰত আটক ৪ বাংলাদেশী

logo new 2 1 1 4 1 3 1 5 | ASSAM TIMES POST

ৰাহুল গান্ধী প্ৰসংগত (Rahul Gandhi Context) অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই (Himanta Biswa Sarma) কয় যে আদালতে এজন ব্যক্তিৰ গৌৰৱ আৰু এটা সম্প্ৰদায়ৰ প্ৰতিপত্তিৰ মাজত ভাৰসাম্য ৰক্ষা কৰিছে।মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে ৰাহুল গান্ধীৰ লোকসভাৰ পৰা অযোগ্য (Disqualified from Lok Sabha) ঘোষণাৰ লগত ৰাজনীতিৰ কোনো সম্পৰ্ক নাই, কাৰণ এয়া এক ন্যায়িক সিদ্ধান্ত (Judicial decision)।

ৰাহুল গান্ধী
ৰাহুল গান্ধী প্ৰসংগত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা:

আনহাতে, নিলম্বনৰ অৰ্থ ৰাহুল গান্ধীৰ ৰাজনৈতিক কেৰিয়াৰ শেষ হৈ গʼল নেকি বুলি সোধা প্ৰশ্নত হিমন্ত বিশ্ব শৰ্মাই তাৎপৰ্যপূৰ্ণভাৱে কয়, “নাই নাই, তেওঁ এজন বিৰোধী নেতা।তেওঁ ৰেলী, সভা, ভাৰত জোৰো যাত্ৰা কৰে। তেওঁ উচ্চ ন্যায়ালয়, উচ্চতম ন্যায়ালয়লৈ যাওক, কিন্তু এটা সম্প্ৰদায়ক অপমান নকৰিব। ই সঠিক নহয়।” উল্লেখ্য, ৰাহুল গান্ধীৰ মন্তব্যত কংগ্ৰেছৰ অʼবিচিৰ নেতাসকলো সুখী নহয় বুলি কয় মুখ্যমন্ত্ৰীয়ে।

“যদি আপুনি ন্যায়পালিকাৰ সিদ্ধান্তত সুখী নহয়, তেন্তে উচ্চ ন্যায়ালয়লৈ যাওক। আৰু অযোগ্যতাৰ বিষয়টো যিমানদূৰলৈকে আহিছে, ৰাহুল গান্ধীয়ে নিজেই সেই অধ্যাদেশ ফালি পেলালে যিয়ে তেওঁক তাৎক্ষণিক অযোগ্যতাৰ পৰা ৰক্ষা কৰিব পাৰিলেহেঁতেন। যদি কৰ্মই তেওঁক প্ৰতিহত কৰে, তেন্তে তাত আমাৰ কি দোষ? হিন্দু ধৰ্মত আমি কৰ্মত বিশ্বাস কৰোঁ। ডঃ মনমোহন সিং প্ৰধানমন্ত্ৰী হৈ থাকোঁতে তেৱেঁই এই অধ্যাদেশ আনিছিল।” এই মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ।

তেওঁ আৰু কয়, “আনকি সেই মন্তব্যৰ বিৰুদ্ধে অৰুণাচল প্ৰদেশতো গোচৰ ৰুজু কৰা হৈছে। কাৰণ সেই সম্প্ৰদায়ৰ মানুহ অৰুণাচলতো থাকে। মন্তব্যৰ লগে লগে ৰাহুল গান্ধীয়ে ক্ষমা বিচাৰিব লাগিছিল। কাৰণ জিভা পিছলি যোৱাটো সাধাৰণ ঘটনা। বিষয়টো বন্ধ হৈ গ’লহেঁতেন। কিন্তু ৰাহুল গান্ধীয়ে ক্ষমা বিচৰা নাই আৰু দীঘলীয়া ৫ বছৰ ধৰি মন্তব্য প্ৰত্যাহাৰ কৰা নাই। সেইটোৱে আকৌ এবাৰ প্ৰমাণ কৰে যে মন্তব্যটো অনাকাংক্ষিত নাছিল।”

“তেওঁ যদি ক্ষমা বিচাৰিলেহেঁতেন তেন্তে তেওঁ নৰেন্দ্ৰ মোডীজীৰ ওচৰত ক্ষমা বিচৰা যেন নালাগিলহেঁতেন। ই অ’বিচি সম্প্ৰদায়ৰ ওচৰত ক্ষমা বিচৰা হ’লহেঁতেন। ন্যায়ালয়ে এজন ব্যক্তিৰ অহংকাৰ আৰু এটা সম্প্ৰদায়ৰ গৌৰৱ আৰু সন্মানৰ মাজত ভাৰসাম্য ৰাখিবলগা হৈছে।” মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লগতে কয়।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: Chief Minister of AssamHimenta biswa Sarmaঅসমৰ মুখ্যমন্ত্ৰীহিমন্ত বিশ্ব শৰ্মা
Share4Tweet3Send

Related Posts

Koliabor : কলিয়াবৰৰ বামুণীৰ ভাটাবাৰী অঞ্চল বুৰালে পাহাৰৰ পৰা নামি অহা পানীয়ে
Assam

Koliabor : কলিয়াবৰৰ বামুণীৰ ভাটাবাৰী অঞ্চল বুৰালে পাহাৰৰ পৰা নামি অহা পানীয়ে

by News Desk
September 23, 2026
50
চুৰি কৰা সোণৰ চেইনেৰে গোল্ড লোণ কুখ্যাত চিলনী চোৰৰ
Assam

চুৰি কৰা সোণৰ চেইনেৰে গোল্ড লোণ কুখ্যাত চিলনী চোৰৰ

by News Desk
September 22, 2026
51
Bangladeshi : বাংলাদেশৰ পৰা অসমলৈ, তাৰ পিছত মহিষ লৈ উভতি যোৱাৰ পৰিকল্পনা? বদৰপুৰত আটক ৪ বাংলাদেশী
Assam

Bangladeshi : বাংলাদেশৰ পৰা অসমলৈ, তাৰ পিছত মহিষ লৈ উভতি যোৱাৰ পৰিকল্পনা? বদৰপুৰত আটক ৪ বাংলাদেশী

by News Desk
September 22, 2026
61
Road accident : গোৱালপাৰাৰ অসম-মেঘালয় সীমান্তৰ কুকুৰকাটাত ভয়ংকৰ পথ দুৰ্ঘটনা
Assam

Road accident : গোৱালপাৰাৰ অসম-মেঘালয় সীমান্তৰ কুকুৰকাটাত ভয়ংকৰ পথ দুৰ্ঘটনা

by News Desk
September 21, 2026
54
Bus attack : গুৱাহাটী-মানকাচৰ অভিমুখী কেইবাখনো নৈশ বাছত দুৰ্বৃত্তৰ আক্ৰমণ
Assam

Bus attack : গুৱাহাটী-মানকাচৰ অভিমুখী কেইবাখনো নৈশ বাছত দুৰ্বৃত্তৰ আক্ৰমণ

by News Desk
September 21, 2026
56
Zubeen Garg : জুবিন গাৰ্গক লৈ বিতৰ্কিত মন্তব্য! বিজেপি বিধায়ক বিজয় গুপ্তাক সীমান্ত শেখৰৰ সকীয়নি
Assam

Zubeen Garg : জুবিন গাৰ্গক লৈ বিতৰ্কিত মন্তব্য! বিজেপি বিধায়ক বিজয় গুপ্তাক সীমান্ত শেখৰৰ সকীয়নি

by News Desk
September 21, 2026
52
ADVERTISEMENT
Zubeen Murder case : ফাষ্টট্রেক আদালতত সাক্ষ্যদান NRI অভিমন্যু তালুকদাৰৰ
Guwahati

Zubeen Murder case : ফাষ্টট্রেক আদালতত সাক্ষ্যদান NRI অভিমন্যু তালুকদাৰৰ

September 23, 2026
50
Koliabor : কলিয়াবৰৰ বামুণীৰ ভাটাবাৰী অঞ্চল বুৰালে পাহাৰৰ পৰা নামি অহা পানীয়ে
Assam

Koliabor : কলিয়াবৰৰ বামুণীৰ ভাটাবাৰী অঞ্চল বুৰালে পাহাৰৰ পৰা নামি অহা পানীয়ে

September 23, 2026
50
চুৰি কৰা সোণৰ চেইনেৰে গোল্ড লোণ কুখ্যাত চিলনী চোৰৰ
Assam

চুৰি কৰা সোণৰ চেইনেৰে গোল্ড লোণ কুখ্যাত চিলনী চোৰৰ

September 22, 2026
51
Bihar rape case : বিহাৰৰ নিৰ্যাতিত ছাত্ৰ-ছাত্ৰীৰ পৰিচয় প্ৰকাশ কৰা ১২০ ছ’চিয়েল মিডিয়া একাউণ্টৰ বিৰুদ্ধে এফআইআৰ, অভিযুক্তক এনকাউণ্টাৰ
National-International

Bihar rape case : বিহাৰৰ নিৰ্যাতিত ছাত্ৰ-ছাত্ৰীৰ পৰিচয় প্ৰকাশ কৰা ১২০ ছ’চিয়েল মিডিয়া একাউণ্টৰ বিৰুদ্ধে এফআইআৰ, অভিযুক্তক এনকাউণ্টাৰ

September 22, 2026
51
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Zubeen Murder case : ফাষ্টট্রেক আদালতত সাক্ষ্যদান NRI অভিমন্যু তালুকদাৰৰ

Zubeen Murder case : ফাষ্টট্রেক আদালতত সাক্ষ্যদান NRI অভিমন্যু তালুকদাৰৰ

September 23, 2026
Koliabor : কলিয়াবৰৰ বামুণীৰ ভাটাবাৰী অঞ্চল বুৰালে পাহাৰৰ পৰা নামি অহা পানীয়ে

Koliabor : কলিয়াবৰৰ বামুণীৰ ভাটাবাৰী অঞ্চল বুৰালে পাহাৰৰ পৰা নামি অহা পানীয়ে

September 23, 2026
চুৰি কৰা সোণৰ চেইনেৰে গোল্ড লোণ কুখ্যাত চিলনী চোৰৰ

চুৰি কৰা সোণৰ চেইনেৰে গোল্ড লোণ কুখ্যাত চিলনী চোৰৰ

September 22, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d