ASSAM TIMES POST
No Result
View All Result
  • Login
  • Register
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Amritpal Singh I খালিস্তানী নেতা অমৃতপালৰ বিৰুদ্ধে লুকাউট জাননী, জামিনহীন গ্ৰেপ্তাৰী পৰোৱানা পঞ্জাব আৰক্ষীৰ

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
March 22, 2023
Reading Time: 1 min read
A A
0
Amritpal Singh I খালিস্তানী নেতা অমৃতপালৰ বিৰুদ্ধে লুকাউট জাননী, জামিনহীন গ্ৰেপ্তাৰী পৰোৱানা পঞ্জাব আৰক্ষীৰ

logo new 2 1 1 4 1 3 1 4 | ASSAM TIMES POST

RELATED POSTS

‎বুধবাৰে পশ্চিম বংগৰ সাতখন জিলাৰ ১৪২টা বিধানসভা সমষ্টিৰ ভোটগ্ৰহণ I ১,৫০০ বিশৃংখলকাৰীক গ্ৰেপ্তাৰ

‎জলবায়ু পৰিৱৰ্তনৰ ফলত ২০৮৫ চনৰ ভিতৰত এক তৃতীয়াংশ জীৱ-জন্তুৰ বাসস্থানত অত্যাধিক তাপপ্ৰৱাহ আৰু বনজুই লাগিব: অধ্যয়ন

‎সামৰিক ব্যয়ত বিশ্বৰ পঞ্চম স্থানত ভাৰত

খালিস্তানী নেতা অমৃতপাল সিং (Amritpal Singh) এতিয়াও পলাতক। পঞ্জাব আৰক্ষীয়ে (Punjab Police) তেওঁৰ সন্ধানত আছে। পঞ্জাব আৰক্ষীয়ে ইতিমধ্যে অমৃতপালৰ বিৰুদ্ধে লুকাউট নোটিচ (Lookout Notice) আৰু নন-বেইলেবল ৱাৰেণ্ট (Non-Bailable Warrant) জাৰি কৰিছে। লগতে বিভিন্ন ৰাজ্যিক আৰু কেন্দ্ৰীয় চোৰাংচোৱা সংস্থাৰ সহায় লৈ খালিস্তানী নেতাজনৰ সন্ধান উলিয়াবলৈ চেষ্টা অব্যাহত ৰাখিছে।

Amritpal Singh
খালিস্তানী নেতা অমৃতপালৰ বিৰুদ্ধে লুকাউট জাননী:

কিন্তু অমৃতপাল কʼত উধাও হʼল?

এতিয়া সেইটোৱেই হৈছে আটাইতকৈ ডাঙৰ প্ৰশ্ন। কেৱল সেয়াই নহয়, খালিস্তানী নেতাজনক বিচাৰি উলিওৱাটোও পঞ্জাব আৰক্ষীৰ বাবে এক বৃহৎ প্ৰত্যাহ্বান হৈ পৰিছে। বিশেষকৈ মঙলবাৰে পঞ্জাব আৰু হাৰিয়ানাৰ আদালতে ৰাজ্যৰ আৰক্ষীক এই প্ৰশ্ন উত্থাপন কৰি ভাবুকি দিছিল, ৮০ হাজাৰ আৰক্ষী উপস্থিত থকাৰ পিছতো আৰক্ষীৰ চকুত ধূলি মাৰি কেনেকৈ পলায়ন কৰিলে খালিস্তানী নেতাজনে?

Amritpal Singhশেহতীয়াকৈ ভাইৰেল হোৱা অমৃতপালৰ পলায়নৰ ভিডিঅʼই পঞ্জাব আৰক্ষীক অধিক কঠোৰভাৱে প্ৰত্যাহ্বান জনাইছে। সেই ভিডিঅʼটোত তেওঁক বাইকত উঠি পলায়ন কৰা দেখা গৈছিল। ফলত পঞ্জাব আৰক্ষীৰ ওপৰত অধিক হেঁচা স্বাভাৱিকতে বৃদ্ধি পাইছে।

যিকোনো প্ৰকাৰে অমৃতপালক বিচাৰি উলিয়াবলৈ তৎপৰ হৈ পৰিছে পঞ্জাব আৰক্ষী। ৰাজ্যিক আৰক্ষীৰ আই জি চুখচেইন সিং গিলে (Sukhchain Singh Gill) কয় যে অমৃতপালক এতিয়াও গ্ৰেপ্তাৰ কৰা হোৱা নাই।

Amritpal Singhতেওঁ কয়, “খালিস্তানী নেতাজনক গ্ৰেপ্তাৰ কৰিবলৈ আমি সকলো প্ৰকাৰে চেষ্টা কৰিছো। আমি আশা কৰিছো অতি সোনকালে অমৃতপালক গ্ৰেপ্তাৰ কৰিম। অন্যান্য ৰাজ্য আৰু কেন্দ্ৰীয় তদন্তকাৰী সংস্থাসমূহেও সহযোগিতা আগবঢ়াইছে। অমৃতপালৰ বিৰুদ্ধে লুকাউট নোটিচ আৰু জামিনবিহীন গ্ৰেপ্তাৰী পৰোৱানা জাৰি কৰা হৈছে।”

পঞ্জাব আৰক্ষীৰ মতে, অমৃতপালে নিজকে বচাবলৈ ৰূপ সলনি কৰিব পাৰে। সেয়ে মঙলবাৰে নিশা আৰক্ষীয়ে ৰাজ্যৰ বিভিন্ন প্ৰান্তত খলিস্তানী নেতাজনৰ ছবি বিয়পাই দিয়ে। আইজিপিয়ে কয়, “অমৃতপালৰ ছবি আছে বিভিন্ন সাজ-পোছাকত। সেই ছবি বিভিন্ন স্থানত প্ৰচাৰ কৰা হৈছে যাতে সাধাৰণ মানুহে অমৃতপালক দেখাৰ লগে লগে আৰক্ষীক ফোন কৰিব পাৰে।”

ৰাজ্যৰ আৰক্ষীৰ এজন শীৰ্ষ বিষয়াই সংবাদ সংস্থা এএনআইক জনোৱা মতে, প্ৰাথমিক তদন্তত প্ৰকাশ পাইছে যে অমৃতপাল পলায়ন কৰাৰ আগতে নংগল আম্বিয়ানৰ এটা গুৰুদ্বাৰত সোমাইছিল। তাত কাপোৰ সলনি কৰে। ইয়াৰ পিছত মটৰবাইকত উঠি পলাই যায়।

Tags: Amritpal Singh
Share4Tweet3Send

Related Posts

Lok sabha election 2024 2nd phase : সামৰণি পৰিল দ্বিতীয় পৰ্যায়ৰ নির্বাচনী প্ৰচাৰ, ৫ সমষ্টিত ৬১ প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় হ’ব শুকুৰবাৰে
National-International

‎বুধবাৰে পশ্চিম বংগৰ সাতখন জিলাৰ ১৪২টা বিধানসভা সমষ্টিৰ ভোটগ্ৰহণ I ১,৫০০ বিশৃংখলকাৰীক গ্ৰেপ্তাৰ

by Staff Reporter
April 28, 2026
50
‎জলবায়ু পৰিৱৰ্তনৰ ফলত ২০৮৫ চনৰ ভিতৰত এক তৃতীয়াংশ জীৱ-জন্তুৰ বাসস্থানত অত্যাধিক তাপপ্ৰৱাহ আৰু বনজুই লাগিব: অধ্যয়ন
National-International

‎জলবায়ু পৰিৱৰ্তনৰ ফলত ২০৮৫ চনৰ ভিতৰত এক তৃতীয়াংশ জীৱ-জন্তুৰ বাসস্থানত অত্যাধিক তাপপ্ৰৱাহ আৰু বনজুই লাগিব: অধ্যয়ন

by Staff Reporter
April 28, 2026
50
‎সামৰিক ব্যয়ত বিশ্বৰ পঞ্চম স্থানত ভাৰত
National-International

‎সামৰিক ব্যয়ত বিশ্বৰ পঞ্চম স্থানত ভাৰত

by Staff Reporter
April 28, 2026
50
Odisha Heat Wave I ওড়িশাত সূৰ্য দেৱতাৰ ৰঙাচকু, দুদিনত লোকপিয়লত নিয়োজিত দুই শিক্ষকৰ মৃত্যু
National-International

Odisha Heat Wave I ওড়িশাত সূৰ্য দেৱতাৰ ৰঙাচকু, দুদিনত লোকপিয়লত নিয়োজিত দুই শিক্ষকৰ মৃত্যু

by Staff Reporter
April 27, 2026
50
Assam Elections 2026 : নিৰ্বাচনী প্ৰচাৰৰ বাবে দুবাৰকৈ অসমলৈ আহিব প্ৰধানমন্ত্ৰী
National-International

PM Modi I এইটো মোৰ বাবে তীৰ্থযাত্ৰাৰ দৰে, পশ্চিমবংগৰ নিৰ্বাচনী প্ৰচাৰৰ অন্তত মোদীৰ বাৰ্তা

by Staff Reporter
April 27, 2026
50
‎অসম–নাগালেণ্ড সীমান্তত ড্ৰাগছসহ যুৱক আটক  ‎
National-International

‎অসম–নাগালেণ্ড সীমান্তত ড্ৰাগছসহ যুৱক আটক ‎

by Staff Reporter
April 27, 2026
50
ADVERTISEMENT
কাৰ্বি আংলং জিলাৰ উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাৰ ২০২৫ বৰ্ষৰ ফলাফল: এক বিশ্লেষণ
Assam

HS results 2026 I উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ ফলাফল ঘোষণা, সামগ্ৰিক উত্তীৰ্ণৰ হাৰ ৮১.৫৪ শতাংশ

April 28, 2026
50
Lok sabha election 2024 2nd phase : সামৰণি পৰিল দ্বিতীয় পৰ্যায়ৰ নির্বাচনী প্ৰচাৰ, ৫ সমষ্টিত ৬১ প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় হ’ব শুকুৰবাৰে
National-International

‎বুধবাৰে পশ্চিম বংগৰ সাতখন জিলাৰ ১৪২টা বিধানসভা সমষ্টিৰ ভোটগ্ৰহণ I ১,৫০০ বিশৃংখলকাৰীক গ্ৰেপ্তাৰ

April 28, 2026
50
‎জলবায়ু পৰিৱৰ্তনৰ ফলত ২০৮৫ চনৰ ভিতৰত এক তৃতীয়াংশ জীৱ-জন্তুৰ বাসস্থানত অত্যাধিক তাপপ্ৰৱাহ আৰু বনজুই লাগিব: অধ্যয়ন
National-International

‎জলবায়ু পৰিৱৰ্তনৰ ফলত ২০৮৫ চনৰ ভিতৰত এক তৃতীয়াংশ জীৱ-জন্তুৰ বাসস্থানত অত্যাধিক তাপপ্ৰৱাহ আৰু বনজুই লাগিব: অধ্যয়ন

April 28, 2026
50
‎সামৰিক ব্যয়ত বিশ্বৰ পঞ্চম স্থানত ভাৰত
National-International

‎সামৰিক ব্যয়ত বিশ্বৰ পঞ্চম স্থানত ভাৰত

April 28, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

কাৰ্বি আংলং জিলাৰ উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাৰ ২০২৫ বৰ্ষৰ ফলাফল: এক বিশ্লেষণ

HS results 2026 I উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ ফলাফল ঘোষণা, সামগ্ৰিক উত্তীৰ্ণৰ হাৰ ৮১.৫৪ শতাংশ

April 28, 2026
Lok sabha election 2024 2nd phase : সামৰণি পৰিল দ্বিতীয় পৰ্যায়ৰ নির্বাচনী প্ৰচাৰ, ৫ সমষ্টিত ৬১ প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় হ’ব শুকুৰবাৰে

‎বুধবাৰে পশ্চিম বংগৰ সাতখন জিলাৰ ১৪২টা বিধানসভা সমষ্টিৰ ভোটগ্ৰহণ I ১,৫০০ বিশৃংখলকাৰীক গ্ৰেপ্তাৰ

April 28, 2026
‎জলবায়ু পৰিৱৰ্তনৰ ফলত ২০৮৫ চনৰ ভিতৰত এক তৃতীয়াংশ জীৱ-জন্তুৰ বাসস্থানত অত্যাধিক তাপপ্ৰৱাহ আৰু বনজুই লাগিব: অধ্যয়ন

‎জলবায়ু পৰিৱৰ্তনৰ ফলত ২০৮৫ চনৰ ভিতৰত এক তৃতীয়াংশ জীৱ-জন্তুৰ বাসস্থানত অত্যাধিক তাপপ্ৰৱাহ আৰু বনজুই লাগিব: অধ্যয়ন

April 28, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password? Sign Up

Create New Account!

Fill the forms below to register

All fields are required. Log In

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx