ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

বোকাখাতত চুতীয়া ছাত্ৰ সন্থাৰ অৱস্থান ধর্মঘট

ASSAM TIMES POST by ASSAM TIMES POST
November 25, 2019
Reading Time: 1 min read
A A
0
বোকাখাতত চুতীয়া ছাত্ৰ সন্থাৰ অৱস্থান ধর্মঘট

logo atp | ASSAM TIMES POST ASSAM TIMES POST

RELATED POSTS

Assam UCC bill : অসম বিধানসভাত UCC বিধেয়ক

Shillong’s Farmer’s market : ‎শ্বিলঙত কৃষক বজাৰৰ পঞ্চম সংস্কৰণ আয়োজন

Manipur Bandh : মণিপুৰত বন্ধ ৪৮ ঘণ্টালৈ বৃদ্ধি কুকি ইনপিৰ

অজন্তা তালুকদাৰ, বোকাখাতঃ বোকাখাত মহকুমা চুতীয়া ছাত্ৰ সন্থাৰ উদ্যোগত আজি বোকাখাতৰ মাজ মজিয়াত চুতীয়া ছাত্ৰ সন্থাৰ উদ্যোগত আৰু ৰাইজৰ সহযোগত অৱস্থান ধৰ্মঘটৰ এক কাৰ্যসূচীৰ পালন কৰে। অসমৰ আদিম ভূমিপুত্র চুতীয়া জনগোষ্ঠীক চৰকাৰে জনজাতিকৰণ নকৰা,চুতীয়া জনগোষ্ঠীৰ শেষৰ গৰাকী ৰাণী তথা এছিয়া মহাদেশৰ প্ৰথম গৰাকী বীৰংগনা নাৰীৰ নামত চৰকাৰে ২০২০ চনৰ যি চৰকাৰী বন্ধ আছে তাত অন্তৰ্ভুক্ত কৰা আৰু জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬বাতিল কৰা দাবীত অৱস্থান কাৰ্যসূচী ৰূপায়ন কৰে।প্ৰতিবাদী অৱস্থান ধর্মঘট কাৰ্যসূচীত বিজেপি কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰক সকীয়াই দিয়ে ।

উল্লেখযোগ্য যে চুতীয়া জনগোষ্ঠীৰ মূল সন্মিলন চুতীয়া জাতি সন্মিলন ১৯২৫ চনত গঠন হৈছিল যদিও কোনো এখন চৰকাৰে চুতীয়া জনগোষ্ঠীক তেওঁলোকৰ ন্যায্য দাবীৰ প্ৰতি সঁহাৰি জনোৱা নাই,কেৱল বছৰৰ পিছত বছৰ কেৱল ভোট বেংকৰ বাবেহে চুতীয়া জনগোষ্ঠীক ঠগি আহিছে বুলি চুতীয়া ছাত্ৰ সন্থা বোকাখাত মহকুমা সভাপতি মন্টু শইকীয়াই উল্লেখ কৰে। লগতেই কয় যে বিজেপি চৰকাৰে যেনেদৰে সকলো জাতি জনগোষ্ঠীক সম অধিকাৰ আৰু সম মৰ্যদা কথা কয়,কিন্তু চুতীয়া জনগোষ্ঠীক অন্যান্য জনগোষ্ঠীতকৈ অৱহেলা কৰা দেখা পোৱা যায়,গতিকে চৰকাৰে অতি সোনকালে চুতীয়া সকলৰ যি ন্যায্য দাবী সমূহ আছে,সেই দাবিসমূহ পূৰণ কৰিব বাবে চৰকাৰৰ প্ৰতি বিনম্ৰভাৱে অনুৰোধ জনায়,লগতেই কয় যে চুতীয়া সকলৰ যি শেষৰ গৰাকী ৰাণী সাধনী আছিল ৭ বহাগৰ দিনটো যাতে অতি সোনকালে অসম চৰকাৰ তথা অসমৰ চৰকাৰী প্ৰশাসনে চৰকাৰী বন্ধ তালিকাত নাম অন্তৰ্ভুক্ত কৰিবলৈ অনুৰোধ জনায়,লগতেই অৱস্থান ধর্মঘট কাৰ্যসূচীৰ পৰা এটা কথা দাবী জনায় যে বিজেপি চৰকাৰে যি জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ অসম আৰু অসমীয়া ওপৰত জাপি দিব বিচাৰিছে তাক কোনো কাৰণতে মানি লোৱা নহব বুলি উল্লেখ কৰে।

আজি এই প্ৰতিবাদী অৱস্থান কায্যসূচীত উপস্থিত থাকে সদৌ গোলাঘাট জিলা চুতীয়া ছাত্ৰ সন্থা সাধাৰণ সম্পাদক কুলেশ কৰা, বোকাখাত জ্যেষ্ঠ সাংবাদিক তথা জাতি সন্মিলনৰ উপদেষ্টা ভৱেশ শইকীয়া, বিশিষ্ট সাহিত্যিক তথা উপদেষ্টা অন্নদা শইকীয়া, দেউৰী চুতীয়া সাহিত্য সভা সভাপতি প্ৰতাপ নেওগ বোকাখাত জিলা চুতীয়া জাতি সন্মিলনৰ সভাপতি প্ৰতাপ চন্দ্ৰ বৰা, বোকাখাত মহকুমা ছাত্ৰ সন্থা সাধাৰণ সম্পাদক গীতাৰ্থ শইকীয়া, চুতীয়া জাতি সন্মিলনৰ চন্দ্ৰপ্ৰভা শইকীয়া। আজি এই কায্যসূচী প্ৰথমে মহকুমা চুতীয়া ছাত্ৰ সন্থা সম্পাদক লাচিত কাকতিয়ে আঁত ধৰা অনুষ্ঠানত সাধনীৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰে প্ৰতাপ নেওগে। শেষত বোকাখাত মহকুমা প্ৰশাসনৰ তৰফৰ পৰা বোকাখাত নিৰ্বাচনি বিষয়া নিশিতা বৰাক স্মৰক প্ৰদান কৰে।

Tags: Featured
Share4Tweet3Send

Related Posts

Assam UCC bill : অসম বিধানসভাত UCC বিধেয়ক
Guwahati

Assam UCC bill : অসম বিধানসভাত UCC বিধেয়ক

by News Desk
May 25, 2026
50
Shillong’s Farmer’s market : ‎শ্বিলঙত কৃষক বজাৰৰ পঞ্চম সংস্কৰণ আয়োজন
NORTHEAST

Shillong’s Farmer’s market : ‎শ্বিলঙত কৃষক বজাৰৰ পঞ্চম সংস্কৰণ আয়োজন

by News Desk
May 23, 2026
50
Manipur Bandh : মণিপুৰত বন্ধ ৪৮ ঘণ্টালৈ বৃদ্ধি কুকি ইনপিৰ
NORTHEAST

Manipur Bandh : মণিপুৰত বন্ধ ৪৮ ঘণ্টালৈ বৃদ্ধি কুকি ইনপিৰ

by News Desk
May 21, 2026
50
Leader of Oppositions : বিৰোধী দলপতি হিচাপে কংগ্ৰেছৰ ৱাজেদ আলী চৌধুৰীক অনুমোদন হাইকমাণ্ডৰ
Guwahati

Leader of Oppositions : বিৰোধী দলপতি হিচাপে কংগ্ৰেছৰ ৱাজেদ আলী চৌধুৰীক অনুমোদন হাইকমাণ্ডৰ

by News Desk
May 21, 2026
50
Assam Assembly Session : অসম বিধানসভাৰ নৱনিৰ্বাচিত বিধায়কৰ শপত গ্ৰহণ
Guwahati

Assam Assembly Session : অসম বিধানসভাৰ নৱনিৰ্বাচিত বিধায়কৰ শপত গ্ৰহণ

by News Desk
May 21, 2026
50
Zubeen Kshyetra I কথা মতেই কাম, চৰকাৰ গঠনৰ পিছত জুবিন ক্ষেত্ৰ পৰিদৰ্শন মুখ্যমন্ত্ৰীৰ
Assam

Zubeen Kshyetra I কথা মতেই কাম, চৰকাৰ গঠনৰ পিছত জুবিন ক্ষেত্ৰ পৰিদৰ্শন মুখ্যমন্ত্ৰীৰ

by Staff Reporter
May 20, 2026
50
ADVERTISEMENT
Rafale fighter aircraft : ভাৰতলৈ আৰু ১১৪ খন ৰাফেল যুঁজাৰু বিমান
National-International

Rafale fighter aircraft : ভাৰতলৈ আৰু ১১৪ খন ৰাফেল যুঁজাৰু বিমান

May 25, 2026
50
‎Civil honor : ৰাষ্ট্ৰপতি মুৰ্মুৱে প্ৰদান কৰিলে পদ্ম বঁটা ২০২৬
National-International

‎Civil honor : ৰাষ্ট্ৰপতি মুৰ্মুৱে প্ৰদান কৰিলে পদ্ম বঁটা ২০২৬

May 25, 2026
50
Cockroach Janata Party : এইবাৰ উচ্চতম ন্যায়ালয়ৰ মজিয়াত পঁইতাচোৰা পাৰ্টী
National-International

Cockroach Janata Party : এইবাৰ উচ্চতম ন্যায়ালয়ৰ মজিয়াত পঁইতাচোৰা পাৰ্টী

May 25, 2026
50
AIADMK MLA resignation : ৩ এআইএডিএমকে বিধায়কৰ পদত্যাগ
National-International

AIADMK MLA resignation : ৩ এআইএডিএমকে বিধায়কৰ পদত্যাগ

May 25, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Rafale fighter aircraft : ভাৰতলৈ আৰু ১১৪ খন ৰাফেল যুঁজাৰু বিমান

Rafale fighter aircraft : ভাৰতলৈ আৰু ১১৪ খন ৰাফেল যুঁজাৰু বিমান

May 25, 2026
‎Civil honor : ৰাষ্ট্ৰপতি মুৰ্মুৱে প্ৰদান কৰিলে পদ্ম বঁটা ২০২৬

‎Civil honor : ৰাষ্ট্ৰপতি মুৰ্মুৱে প্ৰদান কৰিলে পদ্ম বঁটা ২০২৬

May 25, 2026
Cockroach Janata Party : এইবাৰ উচ্চতম ন্যায়ালয়ৰ মজিয়াত পঁইতাচোৰা পাৰ্টী

Cockroach Janata Party : এইবাৰ উচ্চতম ন্যায়ালয়ৰ মজিয়াত পঁইতাচোৰা পাৰ্টী

May 25, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx