ASSAM TIMES POST
No Result
View All Result
  • Login
  • Register
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Japanese women I জাপানী মহিলাক বলপূৰ্বক ফাকুৱা দিয়া আৰু নিৰ্যাতনৰ অভিযোগ

নিউজ ডেস্কঃ

News Desk by News Desk
March 10, 2023
Reading Time: 1 min read
A A
0
Japanese women I জাপানী মহিলাক বলপূৰ্বক ফাকুৱা দিয়া আৰু নিৰ্যাতনৰ অভিযোগ

logo new 2 1 1 4 1 3 1 2 | ASSAM TIMES POST

RELATED POSTS

‎হায়দৰাবাদৰ পৰা চেন্নাইলৈ যোৱা চাৰমিনাৰ এক্সপ্ৰেছত অগ্নিকাণ্ড

‎পিতৃক প্ৰত্যাহ্বান I নতুন দল খুলিলে কেচিআৰৰ কন্যা কবিতাই, তেলেংগানাৰ ৰাজনীতিত নতুন খেল ‎

‎দিল্লীত বিমান দুৰ্ঘটনাত আহত ৬

এগৰাকী জাপানী মহিলাক (Japanese woman) ঘেৰি ধৰি ৰং (Holi) সানি দিয়া হৈছে। তেওঁক শাৰীৰিক নিৰ্যাতন (Physical abuse) চলোৱা হৈছে। বুধবাৰে হোলীৰ দিনা দিল্লী (Delhi)ত এনে এটা ভিডিঅ’ প্ৰকাশ পোৱাত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। ভিডিঅʼটোত এদল যুৱকে মহিলাগৰাকীক ৰং সানি ‘হোলী হে’ বুলি চিঞৰি থকা দেখা গৈছে। 

জাপানী মহিলা
জাপানী মহিলাক বলপূৰ্বক ফাকুৱা:

মহিলাগৰাকীক জোৰ কৰি ঘেৰি ৰখাৰ চেষ্টা চলোৱা হৈছিল। কেৱল সেয়াই নহয়, তেওঁৰ মূৰত কণীও ফুটুওৱা দেখা গৈছে।এবাৰ দেখা গৈছে জাপানী মহিলাগৰাকীয়ে এজন যুৱকক ধৰিবলৈ চেষ্টা কৰি থকা অৱস্থাত চৰ মাৰে। ইয়াৰ পিছত তেওঁ কেনেবাকৈ তাৰ পৰা পলাই যায়। গোটেই মুখখন এনেদৰে ৰং কৰা হৈছিল যে মহিলাগৰাকী চিনি নোপোৱা হৈ পৰিছিল। হোলীৰ দিনা দিল্লীত এনে এটা ভিডিঅ’ ভাইৰেল হোৱাত দিল্লী আৰক্ষী আচৰিত হৈ পৰে।

আৰক্ষীয়ে জনাইছে যে প্ৰথম অৱস্থাত এই ঠাইখন পাহাৰগঞ্জৰ এলেকা বুলি ভবা হৈছিল। অৱশ্যে ভিডিঅʼটো ভালদৰে পৰীক্ষা কৰা হৈছে ঘটনাটো পাহাৰগঞ্জ বা আন কোনো অঞ্চলৰ নেকি। তদুপৰি, ঘটনাটো এইবাৰৰ হোলীৰ নে এটা পুৰণি ভিডিঅ’ পুনৰ ভাইৰেল হৈছে সেইটোও চোৱা হৈছে। সকলো সম্ভাৱনাৰ সন্ধান কৰা হৈছে। ইফালে বিদেশী মহিলাক হাৰাশাস্তিৰ কোনো অভিযোগ পাহাৰগঞ্জ থানাত দাখিল কৰা হোৱা নাই বুলিও আৰক্ষীয়ে জানিবলৈ দিয়ে।

এই বিষয়ে অৱগত কৰি দিল্লী আৰক্ষীয়ে জাপানৰ দূতাবাসলৈ ইমেইল প্ৰেৰণ কৰিছে। মহিলাগৰাকীৰ পৰিচয় বিচাৰিছে। মহিলাগৰাকীৰ তথ্যও প্ৰেৰণ কৰা হৈছে। কেৱল সেয়াই নহয়, এই সন্দৰ্ভত কোনো অভিযোগ দাখিল কৰা হৈছেনে নাই সেই বিষয়েও দূতাবাসক অৱগত কৰিবলৈ অনুৰোধ জনোৱা হৈছে। আৰক্ষীৰ মতে, ভিডিঅʼটো চোৱাৰ পিছত যুৱককেইজনক চিনাক্তকৰণৰ প্ৰচেষ্টা অব্যাহত আছে।

Tags: delhiHoliJapanese womanজাপানী মহিলাদিল্লীফাকুৱাহোলী
Share4Tweet3Send

Related Posts

‎হায়দৰাবাদৰ পৰা চেন্নাইলৈ যোৱা চাৰমিনাৰ এক্সপ্ৰেছত অগ্নিকাণ্ড
National-International

‎হায়দৰাবাদৰ পৰা চেন্নাইলৈ যোৱা চাৰমিনাৰ এক্সপ্ৰেছত অগ্নিকাণ্ড

by Staff Reporter
April 26, 2026
50
‎পিতৃক প্ৰত্যাহ্বান I নতুন দল খুলিলে কেচিআৰৰ কন্যা কবিতাই, তেলেংগানাৰ ৰাজনীতিত নতুন খেল ‎
National-International

‎পিতৃক প্ৰত্যাহ্বান I নতুন দল খুলিলে কেচিআৰৰ কন্যা কবিতাই, তেলেংগানাৰ ৰাজনীতিত নতুন খেল ‎

by Staff Reporter
April 26, 2026
50
‎দিল্লীত বিমান দুৰ্ঘটনাত আহত ৬
National-International

‎দিল্লীত বিমান দুৰ্ঘটনাত আহত ৬

by Staff Reporter
April 26, 2026
50
‎’গণতন্ত্ৰত হিংসাৰ কোনো স্থান নাই’I  হোৱাইট হাউচৰ ঘটনাক গৰিহণা প্ৰধানমন্ত্ৰী মোদীৰ ‎
National-International

‎’গণতন্ত্ৰত হিংসাৰ কোনো স্থান নাই’I  হোৱাইট হাউচৰ ঘটনাক গৰিহণা প্ৰধানমন্ত্ৰী মোদীৰ ‎

by Staff Reporter
April 26, 2026
50
‎দুই-তৃতীয়াংশ সদস্য লৈ বিজেপিত যোগদান, ৰাঘৱে সাংসদৰ পদ হেৰুৱাব নেকি?
National-International

‎দুই-তৃতীয়াংশ সদস্য লৈ বিজেপিত যোগদান, ৰাঘৱে সাংসদৰ পদ হেৰুৱাব নেকি?

by Staff Reporter
April 25, 2026
50
Telangana Govt. : সাধাৰণ মানুহৰ ওপৰত কোনো কৰ নাই : কংগ্ৰেছ শাসিত তেলেংগানাৰ মন্ত্ৰীসকলে বিত্তীয় ঘাটি পূৰণ কৰিবলৈ আধা দৰমহা ত্যাগ কৰিব
National-International

Telangana Govt. : সাধাৰণ মানুহৰ ওপৰত কোনো কৰ নাই : কংগ্ৰেছ শাসিত তেলেংগানাৰ মন্ত্ৰীসকলে বিত্তীয় ঘাটি পূৰণ কৰিবলৈ আধা দৰমহা ত্যাগ কৰিব

by News Desk
April 24, 2026
50
ADVERTISEMENT
‎হায়দৰাবাদৰ পৰা চেন্নাইলৈ যোৱা চাৰমিনাৰ এক্সপ্ৰেছত অগ্নিকাণ্ড
National-International

‎হায়দৰাবাদৰ পৰা চেন্নাইলৈ যোৱা চাৰমিনাৰ এক্সপ্ৰেছত অগ্নিকাণ্ড

April 26, 2026
50
‎পিতৃক প্ৰত্যাহ্বান I নতুন দল খুলিলে কেচিআৰৰ কন্যা কবিতাই, তেলেংগানাৰ ৰাজনীতিত নতুন খেল ‎
National-International

‎পিতৃক প্ৰত্যাহ্বান I নতুন দল খুলিলে কেচিআৰৰ কন্যা কবিতাই, তেলেংগানাৰ ৰাজনীতিত নতুন খেল ‎

April 26, 2026
50
‎দিল্লীত বিমান দুৰ্ঘটনাত আহত ৬
National-International

‎দিল্লীত বিমান দুৰ্ঘটনাত আহত ৬

April 26, 2026
50
‎’গণতন্ত্ৰত হিংসাৰ কোনো স্থান নাই’I  হোৱাইট হাউচৰ ঘটনাক গৰিহণা প্ৰধানমন্ত্ৰী মোদীৰ ‎
National-International

‎’গণতন্ত্ৰত হিংসাৰ কোনো স্থান নাই’I  হোৱাইট হাউচৰ ঘটনাক গৰিহণা প্ৰধানমন্ত্ৰী মোদীৰ ‎

April 26, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

‎হায়দৰাবাদৰ পৰা চেন্নাইলৈ যোৱা চাৰমিনাৰ এক্সপ্ৰেছত অগ্নিকাণ্ড

‎হায়দৰাবাদৰ পৰা চেন্নাইলৈ যোৱা চাৰমিনাৰ এক্সপ্ৰেছত অগ্নিকাণ্ড

April 26, 2026
‎পিতৃক প্ৰত্যাহ্বান I নতুন দল খুলিলে কেচিআৰৰ কন্যা কবিতাই, তেলেংগানাৰ ৰাজনীতিত নতুন খেল ‎

‎পিতৃক প্ৰত্যাহ্বান I নতুন দল খুলিলে কেচিআৰৰ কন্যা কবিতাই, তেলেংগানাৰ ৰাজনীতিত নতুন খেল ‎

April 26, 2026
‎দিল্লীত বিমান দুৰ্ঘটনাত আহত ৬

‎দিল্লীত বিমান দুৰ্ঘটনাত আহত ৬

April 26, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password? Sign Up

Create New Account!

Fill the forms below to register

All fields are required. Log In

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx