ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

‘ভাৰত সম্পৰ্কে মই এতিয়া অধিক আশাবাদী’ : মোদীৰ সৈতে বৈঠকত বিল গেটছ

নিউজ ডেস্কঃ

News Desk by News Desk
March 4, 2023
Reading Time: 1 min read
A A
0
‘ভাৰত সম্পৰ্কে মই এতিয়া অধিক আশাবাদী’ : মোদীৰ সৈতে বৈঠকত বিল গেটছ

RELATED POSTS

Ram Mandir : ১০৫ বাৰ চুৰি হৈছে ৰাম মন্দিৰৰ প্ৰণামী, জড়িত সকলোকে চিনাক্ত

Bombay IIT case : এইবাৰ আইআইটি বম্বেৰ ছাত্ৰ মৃত্যুৰ গোচৰত অভিযুক্ত অধ্যাপকৰ সমৰ্থনত শিক্ষক সন্থাৰ প্ৰতিবাদ

Delhi rape case : দিল্লীত পুনৰ দলবদ্ধ ধৰ্ষণ, এইবাৰ আৰক্ষী বিষয়াৰ সাজত পাৰ্কত সংঘটিত কৰিলে দুষ্কাৰ্য

logo new 2 1 1 4 1 3 1 | ASSAM TIMES POST

এমাহ পূৰ্বে তেওঁ আটাৰ চাপাতিৰ (হাতৰুটি) ভিডিঅʼ টুইট (Tweet) কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ (Prime Minister Narendra Modi) প্ৰশংসা কৰিছিল। শনিবাৰে মোদীক সাক্ষাৎ (Meeting with Modi) কৰি মাইক্ৰোছফ্টৰ প্ৰতিষ্ঠাপক বিল গেটছে (Bill Gates) কয় যে ভাৰতক লৈ মই পূৰ্বতকৈ অধিক আশাবাদী।

গেটছে তেওঁৰ ব্লগত কয় যে তেওঁ মোদীৰ সৈতে স্বাস্থ্য খণ্ডৰ উদ্ভাৱন, জলবায়ু পৰিৱৰ্তন, আগন্তুক জি-২০ সন্মিলনকে ধৰি বিভিন্ন বিষয়ত কথা পাতিছিল। তেওঁ লিখিছে, “প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতৰ স্বাস্থ্য সেৱা উন্নত কৰাৰ ক্ষেত্ৰত উদ্ভাৱনী দক্ষতা প্ৰদৰ্শন কৰিছে।”

modi 2 | ASSAM TIMES POST

লগতে কয় যে মোদীৰ চৰকাৰে কৰোনা মহামাৰীৰ সময়ত তেওঁৰ সংস্থা গেটছ ফাউণ্ডেচনে ভাৰতলৈ প্ৰেৰণ কৰা ভেকচিন সংৰক্ষণ আৰু ব্যৱহাৰৰ ক্ষেত্ৰত দক্ষতা প্ৰদৰ্শন কৰিছে। গেটছৰ ভাষাত, “জীৱন ৰক্ষাকাৰী সঁজুলি নিৰ্মাণৰ উপৰি ভাৰতে সেইবোৰ যোগান ধৰাতো পাৰদৰ্শিতা দেখুৱাইছে।”

ছফটৱেৰ জগতৰ কিংবদন্তিগৰাকীয়ে কো-উইন এপৰ জৰিয়তে ভেকচিন আৰু টীকাকৰণ ব্যৱস্থা বিতৰণৰ বাবেও ভূয়সী প্ৰশংসা কৰে। উল্লেখ্য, ২০২০ চনৰ এপ্ৰিল মাহত গেটছে কৰোনাৰ সংক্ৰমণ নিয়ন্ত্ৰণৰ বাবে মোদীৰ ‘লকডাউন কৌশলʼক সমৰ্থন কৰিছিল। প্ৰধানমন্ত্ৰীলৈ লিখা পত্ৰত তেওঁ লিখিছে, “আগতীয়াকৈ দিয়া লকডাউনৰ পৰা আৰম্ভ কৰি বহিঃৰাষ্ট্ৰৰ পৰা অহা লোক আৰু তেওঁলোকৰ সংস্পৰ্শলৈ অহা লোকক চিহ্নিত কৰাৰ পৰা আৰম্ভ কৰি কোভিডৰ পৰীক্ষা আৰু চিকিৎসা- সমগ্ৰ ব্যৱস্থাপনা ভাৰত চৰকাৰে দক্ষতাৰে চম্ভালিছে।”

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: Bill Gatesmodiবিল গেটছমোদী
Share4Tweet3Send

Related Posts

Ram Mandir : ১০৫ বাৰ চুৰি হৈছে ৰাম মন্দিৰৰ প্ৰণামী, জড়িত সকলোকে চিনাক্ত
National-International

by News Desk
September 22, 2026
50
Bombay IIT case : এইবাৰ আইআইটি বম্বেৰ ছাত্ৰ মৃত্যুৰ গোচৰত অভিযুক্ত অধ্যাপকৰ সমৰ্থনত শিক্ষক সন্থাৰ প্ৰতিবাদ
National-International

Bombay IIT case : এইবাৰ আইআইটি বম্বেৰ ছাত্ৰ মৃত্যুৰ গোচৰত অভিযুক্ত অধ্যাপকৰ সমৰ্থনত শিক্ষক সন্থাৰ প্ৰতিবাদ

by News Desk
September 22, 2026
50
Delhi rape case : দিল্লীত পুনৰ দলবদ্ধ ধৰ্ষণ, এইবাৰ আৰক্ষী বিষয়াৰ সাজত পাৰ্কত সংঘটিত কৰিলে দুষ্কাৰ্য
National-International

Delhi rape case : দিল্লীত পুনৰ দলবদ্ধ ধৰ্ষণ, এইবাৰ আৰক্ষী বিষয়াৰ সাজত পাৰ্কত সংঘটিত কৰিলে দুষ্কাৰ্য

by News Desk
September 22, 2026
50
Bihar Student harassment : বিহাৰত কিশোৰীক মৰেল পুলিচিঙেৰে কিশোৰীক নিৰ্যাতন, দেশজুৰি ব্যাপক প্ৰতিক্ৰিয়া

Delhi violence : ওমৰ খালিদ আৰু শ্বাৰ্জিল ইমামৰ জামিন গোচৰ পুনৰ স্থগিত

September 21, 2026
51
Sonia Gandhi : নাগৰিকত্ব পোৱাৰ পূৰ্বে ভোটাধিকাৰ, ছোনিয়া গান্ধীৰ তদন্তৰ আবেদন নাকচ কৰা ৰায় বাতিল বিশেষ আদালতৰ

ADVERTISEMENT
Ram Mandir : ১০৫ বাৰ চুৰি হৈছে ৰাম মন্দিৰৰ প্ৰণামী, জড়িত সকলোকে চিনাক্ত
National-International

Ram Mandir : ১০৫ বাৰ চুৰি হৈছে ৰাম মন্দিৰৰ প্ৰণামী, জড়িত সকলোকে চিনাক্ত

September 22, 2026
50
Bombay IIT case : এইবাৰ আইআইটি বম্বেৰ ছাত্ৰ মৃত্যুৰ গোচৰত অভিযুক্ত অধ্যাপকৰ সমৰ্থনত শিক্ষক সন্থাৰ প্ৰতিবাদ
National-International

Bombay IIT case : এইবাৰ আইআইটি বম্বেৰ ছাত্ৰ মৃত্যুৰ গোচৰত অভিযুক্ত অধ্যাপকৰ সমৰ্থনত শিক্ষক সন্থাৰ প্ৰতিবাদ

September 22, 2026
50
Delhi rape case : দিল্লীত পুনৰ দলবদ্ধ ধৰ্ষণ, এইবাৰ আৰক্ষী বিষয়াৰ সাজত পাৰ্কত সংঘটিত কৰিলে দুষ্কাৰ্য
National-International

Delhi rape case : দিল্লীত পুনৰ দলবদ্ধ ধৰ্ষণ, এইবাৰ আৰক্ষী বিষয়াৰ সাজত পাৰ্কত সংঘটিত কৰিলে দুষ্কাৰ্য

September 22, 2026
50
Bihar Student harassment : বিহাৰত কিশোৰীক মৰেল পুলিচিঙেৰে কিশোৰীক নিৰ্যাতন, দেশজুৰি ব্যাপক প্ৰতিক্ৰিয়া
National-International

Bihar Student harassment : বিহাৰত কিশোৰীক মৰেল পুলিচিঙেৰে কিশোৰীক নিৰ্যাতন, দেশজুৰি ব্যাপক প্ৰতিক্ৰিয়া

September 22, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Ram Mandir : ১০৫ বাৰ চুৰি হৈছে ৰাম মন্দিৰৰ প্ৰণামী, জড়িত সকলোকে চিনাক্ত

Ram Mandir : ১০৫ বাৰ চুৰি হৈছে ৰাম মন্দিৰৰ প্ৰণামী, জড়িত সকলোকে চিনাক্ত

September 22, 2026
Bombay IIT case : এইবাৰ আইআইটি বম্বেৰ ছাত্ৰ মৃত্যুৰ গোচৰত অভিযুক্ত অধ্যাপকৰ সমৰ্থনত শিক্ষক সন্থাৰ প্ৰতিবাদ

Bombay IIT case : এইবাৰ আইআইটি বম্বেৰ ছাত্ৰ মৃত্যুৰ গোচৰত অভিযুক্ত অধ্যাপকৰ সমৰ্থনত শিক্ষক সন্থাৰ প্ৰতিবাদ

September 22, 2026
Delhi rape case : দিল্লীত পুনৰ দলবদ্ধ ধৰ্ষণ, এইবাৰ আৰক্ষী বিষয়াৰ সাজত পাৰ্কত সংঘটিত কৰিলে দুষ্কাৰ্য

Delhi rape case : দিল্লীত পুনৰ দলবদ্ধ ধৰ্ষণ, এইবাৰ আৰক্ষী বিষয়াৰ সাজত পাৰ্কত সংঘটিত কৰিলে দুষ্কাৰ্য

September 22, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT

%d