ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

SIR controversy I বাদ পৰা ভোটাৰৰ বাবে বিশেষ সুযোগ, ৭ ৰাজ্যৰ বাবে নতুন অধিসূচনা

News Desk by News Desk
November 7, 2026
Reading Time: 1 min read
A A
0
Lok sabha election 2024 : ভোট দিয়ক আৰু লাভ কৰক হীৰাৰ আঙঠি, বাইক, ক’ত এই আকৰ্ষণীয় উপহাৰ?

RELATED POSTS

E20 Petrol I ই-২০ পেট্ৰ’লত ৩১ শতাংশতকৈ অধিক ইথানল, নমুনা পৰীক্ষা কৰি কৰ্ণাটক চৰকাৰ ক্ষতিপূৰণ দাবী

Sonia Gandhi Biography I জুইত পোৰা তন্দুৰী চিকেনৰ পৰা আৰম্ভ কৰি ৰহৰ দাইললৈকে, ছোনিয়া গান্ধীয়ে ক’লে ভাৰতীয় হোৱাৰ কাহিনী

Man killed family । পত্নী, শাহুৱেক, খুলশালীসহ বাদ নপৰিল শহুৰেকৰ ঘৰৰ এজনো, বেংগালুৰুত নৃশংস হত্যাকাণ্ডত গ্ৰেপ্তাৰ নাবালিকা কন্যাসহ হত্যাকাৰী

New Logo Smal | ASSAM TIMES POST

নিৰ্বাচন আয়োগে ভোটাৰ তালিকাৰ বিশেষ নিবিড় সংশোধনৰ (SIR) বাবে খচৰা তালিকাত নাম নথকা ভোটাৰক বিশেষ সুবিধা প্ৰদান কৰিব বিচাৰিছে। সেই সন্দৰ্ভত তেওঁলোকে এক নতুন অধিসূচনা জাৰি কৰিছে।

SIR controversy I
বাদ পৰা ভোটাৰৰ বাবে বিশেষ সুযোগ, ৭ ৰাজ্যৰ বাবে নতুন অধিসূচনা:

অনুপস্থিত, স্থানান্তৰিত হোৱা, মৃত আৰু ভুৱা ভোটাৰক চিনাক্ত কৰি নাম বাদ দি খচৰা তালিকা প্ৰকাশ কৰা হয়। কিন্তু খচৰা তালিকাৰ পৰা বাদ পৰা ভোটাৰসকলে চূড়ান্ত তালিকাত নাম অন্তৰ্ভুক্ত কৰাৰ সুযোগ পায়। আয়োগে দেশৰ সাতখন ৰাজ্যৰ বাবে আৰু এটা সুযোগ দিছে।

দিল্লী, মহাৰাষ্ট্ৰ, হাৰিয়ানা, অন্ধ্ৰপ্ৰদেশ, ঝাৰখণ্ড, তেলেংগানা আৰু নাগালেণ্ডত চলি আছে এছআইআৰ পৰ্যায়। আয়োগে কয় যে এই এছআইআৰ পৰ্যায়ত যাতে কোনো যোগ্য ভোটাৰৰ নাম চূড়ান্ত তালিকাৰ পৰা বাদ নপৰে তাৰ বাবে নিৰ্বাচনী বিষয়াসকলে নিশ্চিত কৰিব লাগিব। কেৱল সেয়াই নহয়, বাদ পৰা ভোটাৰসকলে যাতে নতুনকৈ নাম অন্তৰ্ভুক্ত কৰাৰ সুযোগৰ পৰা বঞ্চিত নহয়, তাৰ বাবেও আয়োগে তেওঁলোকক অনুৰোধ জনাইছে।

পূৰ্বে ভোটাৰ তালিকাত নামটো আছিল, কিন্তু এছআইআৰৰ পিছত আয়োগে প্ৰকাশ কৰা খচৰা তালিকাত দেখা গৈছে যে বহুতৰে নাম বাদ দিয়া হৈছে। আয়োগৰ নিৰ্দেশ অনুসৰি সেই ভোটাৰসকলে প্ৰ-পত্ৰ ৬ পূৰণ কৰি ভোটাৰ তালিকাত পুনৰ নাম পঞ্জীয়ন কৰিবলৈ আবেদন কৰিব পাৰে।

কিন্তু নাম বাদ পৰাৰ বহুতেই আশংকা কৰিছে যে এতিয়া তেওঁলোকৰ নাম পুনৰ পঞ্জীয়ন কৰিবলৈ প্ৰ-পত্ৰ ৬ দাখিল কৰিলে অনুশাসনমূলক ব্যৱস্থাৰ সন্মুখীন হ’বলগীয়া হ’ব পাৰে। কাৰণ নতুন ভোটাৰ হিচাপে তেওঁলোকৰ নাম পুনৰ পঞ্জীয়ন কৰিবলৈ ৬ নং ফৰ্ম জমা দিব লাগিব।

যিজন ব্যক্তিৰ নাম ইতিমধ্যে ভোটাৰ তালিকাত আছিল, তেওঁ নতুন ভোটাৰ হিচাপে কেনেদৰে আবেদন কৰিব, তাক লৈ বহুতে চিন্তিত হৈ পৰিছে। বহুতে এই প্ৰশ্নও উত্থাপন কৰিলে যে পুৰণি ভোটাৰে যদি প্ৰ-পত্ৰ ৬ পূৰণ কৰি নিজকে নতুন ভোটাৰ বুলি দাবী কৰে তেন্তে তাৰ অৰ্থ তেওঁলোকে ‘মিছা ঘোষণা’ কৰিছে। সেই সকলো সন্দেহ দূৰ কৰিছে আয়োগে। আয়োগৰ এনে দুপক্ষীয় স্থিতিৰ বিৰুদ্ধে বিৰোধীয়েও মাত মাতিছে।

দুদিনমান পূৰ্বে আয়োগে বাদ পৰা ভোটাৰক আশ্বস্ত কৰিবলৈ নিৰ্দেশিকা জাৰি কৰিছিল। বিভ্ৰান্তি দূৰ কৰি আয়োগে কয় যে যদি বাদ পৰা ভোটাৰসকলে প্ৰ-পত্ৰ ৬ পূৰণ কৰি নিজৰ নাম উঠাব বিচাৰে তেন্তে সংশ্লিষ্ট ভোটাৰৰ ঘোষণাক মিছা বুলি গণ্য কৰা নহ’ব। আচলতে তেওঁলোকৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ কৰা নহ’ব। সেয়ে এই বিষয়ে ভয় কৰিবলগা নাই ।

একে সময়তে আয়োগে চৰ্তও আৰোপ কৰিছে। আন কোনো লোকসভা বা বিধানসভা সমষ্টিৰ ভোটাৰ তালিকাত ব্যক্তিজনৰ নাম থাকিব নালাগে বুলিও কয়। এইবাৰ আয়োগে ৭ খন ৰাজ্যৰ ভোটাৰক নাম সংযোগ কৰাৰ আন এক সুযোগ দিছে। সেই সাতখন ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়ালৈ পত্ৰ প্ৰেৰণ কৰা হৈছে। ৩০ নৱেম্বৰত নাগালেণ্ড, অন্ধ্ৰপ্ৰদেশ, তেলেংগানা, মহাৰাষ্ট্ৰ আৰু হাৰিয়ানাত চূড়ান্ত তালিকা প্ৰকাশ পাব। দিল্লীত চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশৰ তাৰিখ ২২ ডিচেম্বৰ নিৰ্ধাৰণ কৰা হৈছে।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: বাদ পৰা ভোটাৰৰ বাবে বিশেষ সুযোগ৭ ৰাজ্যৰ বাবে নতুন অধিসূচনা
Share4Tweet3Send

Related Posts

E20 Petrol : পেট্ৰ’লত ইথানল মিশ্ৰণ ২০ শতাংশলৈ বৃদ্ধি মোডীৰ চৰকাৰৰ : ভাল নে বেয়া সেয়া এতিয়াও জানিব পৰা নাই
National-International

E20 Petrol I ই-২০ পেট্ৰ’লত ৩১ শতাংশতকৈ অধিক ইথানল, নমুনা পৰীক্ষা কৰি কৰ্ণাটক চৰকাৰ ক্ষতিপূৰণ দাবী

by News Desk
November 7, 2026
50
ত্ৰিপুৰাত ৰাষ্ট্ৰপতি শাসন দাবী কংগ্ৰেছৰ:
National-International

Sonia Gandhi Biography I জুইত পোৰা তন্দুৰী চিকেনৰ পৰা আৰম্ভ কৰি ৰহৰ দাইললৈকে, ছোনিয়া গান্ধীয়ে ক’লে ভাৰতীয় হোৱাৰ কাহিনী

by News Desk
November 7, 2026
50
Mother Killed Son : পুত্ৰৰ যৌন উন্মাদনাত দিশহাৰা মাতৃ,  : পুত্ৰৰ যৌন উন্মাদনাত দিশহাৰা মাতৃ,   : পুত্ৰৰ যৌন উন্মাদনাত দিশহাৰা মাতৃ, : পুত্ৰৰ যৌন উন্মাদনাত দিশহাৰা মাতৃ, হত্যা কৰি মৃতদেহ কৰিলে পাঁচ টুকুৰা
National-International

Man killed family । পত্নী, শাহুৱেক, খুলশালীসহ বাদ নপৰিল শহুৰেকৰ ঘৰৰ এজনো, বেংগালুৰুত নৃশংস হত্যাকাণ্ডত গ্ৰেপ্তাৰ নাবালিকা কন্যাসহ হত্যাকাৰী

by News Desk
November 7, 2026
50
Karmabhoomi Express fire I কৰ্মভূমি এক্সপ্ৰেছত ভয়ংকৰ অগ্নিকাণ্ড, কমেও ৪টা ডবা ভস্মীভূত
National-International

Karmabhoomi Express fire I কৰ্মভূমি এক্সপ্ৰেছত ভয়ংকৰ অগ্নিকাণ্ড, কমেও ৪টা ডবা ভস্মীভূত

by News Desk
November 6, 2026
50
Bihar encounter I এজন, দুজন নহয় তিনিজনক এনকাউণ্টাৰ; এইবাৰ বিহাৰত
National-International

Bihar encounter I এজন, দুজন নহয় তিনিজনক এনকাউণ্টাৰ; এইবাৰ বিহাৰত

by News Desk
November 6, 2026
51
SIR row I এছআইআৰ গোচৰৰ অভিযুক্ত সীমা খান্নাৰ ক্ষমতা কৰ্তন নিৰ্বাচন আয়োগৰ
National-International

SIR row I এছআইআৰ গোচৰৰ অভিযুক্ত সীমা খান্নাৰ ক্ষমতা কৰ্তন নিৰ্বাচন আয়োগৰ

by News Desk
November 6, 2026
50
ADVERTISEMENT
E20 Petrol : পেট্ৰ’লত ইথানল মিশ্ৰণ ২০ শতাংশলৈ বৃদ্ধি মোডীৰ চৰকাৰৰ : ভাল নে বেয়া সেয়া এতিয়াও জানিব পৰা নাই
National-International

E20 Petrol I ই-২০ পেট্ৰ’লত ৩১ শতাংশতকৈ অধিক ইথানল, নমুনা পৰীক্ষা কৰি কৰ্ণাটক চৰকাৰ ক্ষতিপূৰণ দাবী

November 7, 2026
50
ত্ৰিপুৰাত ৰাষ্ট্ৰপতি শাসন দাবী কংগ্ৰেছৰ:
National-International

Sonia Gandhi Biography I জুইত পোৰা তন্দুৰী চিকেনৰ পৰা আৰম্ভ কৰি ৰহৰ দাইললৈকে, ছোনিয়া গান্ধীয়ে ক’লে ভাৰতীয় হোৱাৰ কাহিনী

November 7, 2026
50
Lok sabha election 2024 : ভোট দিয়ক আৰু লাভ কৰক হীৰাৰ আঙঠি, বাইক, ক’ত এই আকৰ্ষণীয় উপহাৰ?
National-International

SIR controversy I বাদ পৰা ভোটাৰৰ বাবে বিশেষ সুযোগ, ৭ ৰাজ্যৰ বাবে নতুন অধিসূচনা

November 7, 2026
50
Mother Killed Son : পুত্ৰৰ যৌন উন্মাদনাত দিশহাৰা মাতৃ,  : পুত্ৰৰ যৌন উন্মাদনাত দিশহাৰা মাতৃ,   : পুত্ৰৰ যৌন উন্মাদনাত দিশহাৰা মাতৃ, : পুত্ৰৰ যৌন উন্মাদনাত দিশহাৰা মাতৃ, হত্যা কৰি মৃতদেহ কৰিলে পাঁচ টুকুৰা
National-International

Man killed family । পত্নী, শাহুৱেক, খুলশালীসহ বাদ নপৰিল শহুৰেকৰ ঘৰৰ এজনো, বেংগালুৰুত নৃশংস হত্যাকাণ্ডত গ্ৰেপ্তাৰ নাবালিকা কন্যাসহ হত্যাকাৰী

November 7, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

E20 Petrol : পেট্ৰ’লত ইথানল মিশ্ৰণ ২০ শতাংশলৈ বৃদ্ধি মোডীৰ চৰকাৰৰ : ভাল নে বেয়া সেয়া এতিয়াও জানিব পৰা নাই

E20 Petrol I ই-২০ পেট্ৰ’লত ৩১ শতাংশতকৈ অধিক ইথানল, নমুনা পৰীক্ষা কৰি কৰ্ণাটক চৰকাৰ ক্ষতিপূৰণ দাবী

November 7, 2026
ত্ৰিপুৰাত ৰাষ্ট্ৰপতি শাসন দাবী কংগ্ৰেছৰ:

Sonia Gandhi Biography I জুইত পোৰা তন্দুৰী চিকেনৰ পৰা আৰম্ভ কৰি ৰহৰ দাইললৈকে, ছোনিয়া গান্ধীয়ে ক’লে ভাৰতীয় হোৱাৰ কাহিনী

November 7, 2026
Lok sabha election 2024 : ভোট দিয়ক আৰু লাভ কৰক হীৰাৰ আঙঠি, বাইক, ক’ত এই আকৰ্ষণীয় উপহাৰ?

SIR controversy I বাদ পৰা ভোটাৰৰ বাবে বিশেষ সুযোগ, ৭ ৰাজ্যৰ বাবে নতুন অধিসূচনা

November 7, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d