ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Fashion Entertrainment

Akshay Kumar I দৰ্শকৰ অভাৱত আমেৰিকাত বাতিল অক্ষয় কুমাৰৰ অনুষ্ঠান!

নিউজ ডেস্কঃ

News Desk by News Desk
February 27, 2023
Reading Time: 1 min read
A A
0
Akshay Kumar I দৰ্শকৰ অভাৱত আমেৰিকাত বাতিল অক্ষয় কুমাৰৰ অনুষ্ঠান!

RELATED POSTS

Jamie lever : স্কুলৰ সন্মুখত তেওঁক দেখুৱাই কৰিছিল অভদ্ৰ আচৰণ, গোপনাংগত স্পৰ্শ কৰিছিল বাছ কণ্ডাক্টৰে; জনি লিভাৰৰ কন্যাৰ শৈশৱৰ ভয়াৱহ অভিজ্ঞতা প্ৰকাশ 

shakira : ১৯ বছৰৰ পাছত ভাৰতলৈ আহিব ‘লেটিন সংগীতৰ ৰাণী’ শ্বাকিৰা

OTT platform Ban : অশ্লীল সমলৰ বাবে দেশত পাঁচটা অ’টিটি প্লেটফৰ্ম নিষিদ্ধ কৰিলে কেন্দ্ৰই

logo new 2 1 1 4 1 3 1 8 | ASSAM TIMES POST

অক্ষয় কুমাৰৰ (Akshay Kumar) সঁচাকৈয়ে বেয়া সময় চলি আছে। যোৱা বছৰৰ পৰা একেৰাহে এখনৰ পিছত আনখন ছবি ফ্লপ। এই ধাৰা এই বছৰো অব্যাহত আছে। শেহতীয়া ছবি ‘চেলফি’য়ে ছবিগৃহত আপ্ৰাণ যুঁজ দিছে। কিন্তু ব্যৱসায় শিথিল। তাৰেই ছাঁ পৰিল নেকি! ৪ মাৰ্চত আমেৰিকা (America)ত অনুষ্ঠিত হʼবলগীয়া কনচাৰ্ট ‘দ্য এণ্টাৰটেইনাৰ্ছ ট্যুৰʼত অংশগ্ৰহণ কৰাৰ কথা আছিল অভিনেতাগৰাকীয়ে।

অক্ষয় কুমাৰ
দৰ্শকৰ অভাৱত আমেৰিকাত বাতিল অক্ষয় কুমাৰৰ অনুষ্ঠান:

খবৰ অনুসৰি, অক্ষয়ৰ বাবেই টিকট বিক্ৰী হোৱা নাছিল (Tickets were not sold)। ফলত কাৰ্যসূচী বাতিল (program is canceled) কৰা হয়! অক্ষয়ৰ উপৰি মৌনি ৰায়, নোৰা ফাতেহী, দিশা পাটানি আৰু সোণম বাজৱাৰেও এই অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ সম্ভাৱনা আছিল। কিন্তু কেন্দ্ৰবিন্দু অক্ষয়।

সোমবাৰে আয়োজকসকলে এই অনুষ্ঠান বাতিল কৰাৰ কথা ঘোষণা কৰে। ছচিয়েল মিডিয়াত তেওঁলোকৰ পোষ্ট অনুসৰি, এই অনুষ্ঠানটো ৪ মাৰ্চত নিউ জাৰ্ছিৰ ট্ৰেণ্টনৰ কিউৰ ইনশ্বুৰেন্স এৰিনাত অনুষ্ঠিত হোৱাৰ কথা আছিল। অতি কম টিকট বিক্ৰী হোৱাৰ বাবে এই শ্ব’টো বাতিল কৰাৰ সিদ্ধান্ত লʼবলগীয়া হয়।

অন্যথা আয়োজকসকলে ক্ষতিৰ সন্মুখীন হʼব লাগিব। আৰু এই বিফলতাৰ দায়িত্ব কান্ধ পাতি লৈছে আয়োজকসকলে। তেওঁলোকে যুক্তি দিছিল যে আমেৰিকাই দক্ষিণ এছিয়াত সঠিকভাৱে প্ৰচাৰ চলোৱা নাই। ফলত দৰ্শকৰ সংখ্যা ইমান কম। অৱশ্যে আমেৰিকাৰ অন্য ঠাইত অনুষ্ঠিত হʼবলগীয়া অনুষ্ঠানসমূহৰ ওপৰত এতিয়া আয়োজকসকলে তীক্ষ্ণ দৃষ্টি ৰাখিছে।

তেনেহ’লে কি দৰ্শকে খিলাড়ী কুমাৰক বাতিলৰ পঞ্জীত পেলাই দিব নেকি? এই ক্ষেত্ৰত আয়োজক আৰু অভিনেতাৰ মুখবন্ধ হৈ আছে। অৱশ্যে শেহতীয়াকৈ এক সাক্ষাৎকাৰত তেওঁ কয় যে মাকৰ মৃত্যুৰ পিছত অক্ষয় কুমাৰে অতি বেয়া সময় পাৰ কৰিছে। এখনো ছবিয়ে ভাল কাম কৰা নাই। কৈ থাকোঁতে তেওঁ কান্দি উঠিল। যদিও এটা শ্ব’ বাতিল কৰা হৈছিল, বাকী শ্ব’বোৰ চলি থকা বুলি অনুমান কৰা হৈছে। সেইবাবেই সোমবাৰে নিশা বাকী অভিনেতাসকলৰ সৈতে অক্ষয় উৰা মাৰিছে আমেৰিকালৈ।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: Akshay Kumarঅক্ষয় কুমাৰ
Share4Tweet3Send

Related Posts

Jamie lever : স্কুলৰ সন্মুখত তেওঁক দেখুৱাই কৰিছিল অভদ্ৰ আচৰণ, গোপনাংগত স্পৰ্শ কৰিছিল বাছ কণ্ডাক্টৰে; জনি লিভাৰৰ কন্যাৰ শৈশৱৰ ভয়াৱহ অভিজ্ঞতা প্ৰকাশ 
Entertrainment

Jamie lever : স্কুলৰ সন্মুখত তেওঁক দেখুৱাই কৰিছিল অভদ্ৰ আচৰণ, গোপনাংগত স্পৰ্শ কৰিছিল বাছ কণ্ডাক্টৰে; জনি লিভাৰৰ কন্যাৰ শৈশৱৰ ভয়াৱহ অভিজ্ঞতা প্ৰকাশ 

by News Desk
April 20, 2026
50
shakira : ১৯ বছৰৰ পাছত ভাৰতলৈ আহিব ‘লেটিন সংগীতৰ ৰাণী’ শ্বাকিৰা
cultural

shakira : ১৯ বছৰৰ পাছত ভাৰতলৈ আহিব ‘লেটিন সংগীতৰ ৰাণী’ শ্বাকিৰা

by News Desk
March 9, 2026
50
OTT platform Ban : অশ্লীল সমলৰ বাবে দেশত পাঁচটা অ’টিটি প্লেটফৰ্ম নিষিদ্ধ কৰিলে কেন্দ্ৰই
Entertrainment

OTT platform Ban : অশ্লীল সমলৰ বাবে দেশত পাঁচটা অ’টিটি প্লেটফৰ্ম নিষিদ্ধ কৰিলে কেন্দ্ৰই

by News Desk
February 25, 2026
51
Roi Roi Binale : ডিফুৰ গেলেক্সি চিনেমা হলত “ৰৈ ৰৈ বিনালে “প্ৰথম দৰ্শনীত হাউছফুল
Entertrainment

Roi Roi Binale : ডিফুৰ গেলেক্সি চিনেমা হলত “ৰৈ ৰৈ বিনালে “প্ৰথম দৰ্শনীত হাউছফুল

by ASSAM TIMES POST
October 31, 2025
69
Shahrukh Kajal Statue : এইবাৰ লণ্ডনত শ্বাহৰুখ-কাজলৰ প্ৰতিমূৰ্তি
Entertrainment

Shahrukh Kajal Statue : এইবাৰ লণ্ডনত শ্বাহৰুখ-কাজলৰ প্ৰতিমূৰ্তি

by News Desk
April 10, 2025
60
ডিফুত প্লাৱিতা বৰদলৈ বৰদলৈ শইকীয়াৰ সুৰীয়া কণ্ঠত শ্ৰব্য সংগীত “ৰং আজে নাংকেলেৰ শুভ উন্মোচন কেচিএছৰ সভাপতি চন্দ্ৰছিং ক্ৰ’ৰ :
Entertrainment

ডিফুত প্লাৱিতা বৰদলৈ বৰদলৈ শইকীয়াৰ সুৰীয়া কণ্ঠত শ্ৰব্য সংগীত “ৰং আজে নাংকেলেৰ শুভ উন্মোচন কেচিএছৰ সভাপতি চন্দ্ৰছিং ক্ৰ’ৰ :

by ASSAM TIMES POST
February 12, 2025
76
ADVERTISEMENT
Assam-Meghalaya Taxi Standoff Finally Resolved — Tourism Minister
NORTHEAST

Assam-Meghalaya Taxi Standoff Finally Resolved — Tourism Minister

August 25, 2026
50
Supreme court : তৃণমূল কংগ্ৰেছৰ সাংসদলৈ জাননী উচ্চতম ন্যায়ালয়ৰ,অযোগ্য হ’ব পাৰে ২০ বিদ্ৰোহী সাংসদ
Political

Supreme court : তৃণমূল কংগ্ৰেছৰ সাংসদলৈ জাননী উচ্চতম ন্যায়ালয়ৰ,অযোগ্য হ’ব পাৰে ২০ বিদ্ৰোহী সাংসদ

August 25, 2026
50
Nagaland Millet Festival 2026 : ২৬ আগষ্টত নাগালেণ্ডত দ্বিতীয় মিলেট মহোৎসৱ
NORTHEAST

Nagaland Millet Festival 2026 : ২৬ আগষ্টত নাগালেণ্ডত দ্বিতীয় মিলেট মহোৎসৱ

August 25, 2026
50
Sugar price hike : মূল্যবৃদ্ধি ৰোধৰ বাবে আমদানিকৃত চেনিৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰৰ গুৰুতৰ সিদ্ধান্ত
National-International

Sugar price hike : মূল্যবৃদ্ধি ৰোধৰ বাবে আমদানিকৃত চেনিৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰৰ গুৰুতৰ সিদ্ধান্ত

August 25, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Assam-Meghalaya Taxi Standoff Finally Resolved — Tourism Minister

Assam-Meghalaya Taxi Standoff Finally Resolved — Tourism Minister

August 25, 2026
Supreme court : তৃণমূল কংগ্ৰেছৰ সাংসদলৈ জাননী উচ্চতম ন্যায়ালয়ৰ,অযোগ্য হ’ব পাৰে ২০ বিদ্ৰোহী সাংসদ

Supreme court : তৃণমূল কংগ্ৰেছৰ সাংসদলৈ জাননী উচ্চতম ন্যায়ালয়ৰ,অযোগ্য হ’ব পাৰে ২০ বিদ্ৰোহী সাংসদ

August 25, 2026
Nagaland Millet Festival 2026 : ২৬ আগষ্টত নাগালেণ্ডত দ্বিতীয় মিলেট মহোৎসৱ

Nagaland Millet Festival 2026 : ২৬ আগষ্টত নাগালেণ্ডত দ্বিতীয় মিলেট মহোৎসৱ

August 25, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d