ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Entertainment

নতুন প্ৰকল্প লৈ আকৌ আহি আছে NK productionঃ

মনোৰঞ্জনঃ

Staff Reporter by Staff Reporter
February 17, 2023
Reading Time: 1 min read
A A
0
নতুন প্ৰকল্প লৈ আকৌ আহি আছে NK productionঃ

logo new 2 1 1 4 1 3 1 4 | ASSAM TIMES POST

RELATED POSTS

72nd National Film Awards : ৭২ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ঘোষণা, শ্ৰেষ্ঠ অসমীয়া ছবি ‘জুইফুল’

Aamir Khan : আমিৰ খান আৰু গৌৰী স্প্ৰাট আনুষ্ঠানিকভাৱে বিবাহপাশত আবদ্ধ

Jaya & Amitabh : জয়াৰ সৈতে ৫০ বছৰ অমিতাভৰ, সুখী দাম্পত্য জীৱনৰ ৰহস্য মুকলি কৰিলে বিগ বিয়ে

অসমীয়া মনোৰঞ্জন ক্ষেত্ৰখনলৈ উল্লেখনীয় বৰঙণি আগবঢ়োৱা NK production হাউচ পুনৰ বাৰ সাজু হৈছে নিজৰ নতুন প্ৰকল্প সমূহক লৈ। আপোনাৰ নিশ্চয় পূৰ্বৰ জানমণি-অঞ্জনা ইত্যাদি ভিডিঅ’ ছবি সমূহ তথা তাত থকা চিৰসেউজ বিহু গীত সমূহ মনত আছে! সেই ভিডিঅ’ ছবিৰ কাহিনী তথা বিহু গীত সমূহে আজি পৰ্যন্ত আমাক সমৃদ্ধ কৰি ৰাখিছে। বিগত বহু দিন ধৰি স্তব্ধ হৈ পৰা এই মনোৰঞ্জন ক্ষেত্ৰখনলৈ পুনৰ বাৰ প্ৰডাকচন হাউচটোৰ আগমনৰ বাতৰিয়ে সকলোকে উৎসাহিত কৰি তুলিছিল।

NK production
নতুন প্ৰকল্প লৈ আহি আছে NK production:

NK production ক সকলোৱে অসমীয়াৰ আৱেগ স্বৰূপ বুলি আখ্যা দিয়ে। কিয়নো, তেওঁলোকৰ ফালৰ পৰা যিসমূহ প্ৰকল্পই মুক্তি লাভ কৰিছিল সেইসমূহে উঠি অহা প্ৰজন্মৰ প্ৰতিভা সকলক এখন ভাল প্লেটফৰ্ম যোগান ধৰিছে। উক্ত প্ৰডাকচন হাউচটোৰ পৰাই বৰ্তমানৰ বহু অভিনেতা-অভিনেত্ৰীয়ে জনপ্ৰিয়তা লাভৰ জৰিয়তে নিজৰ খোঁপনি পুতিবলৈ সক্ষম হৈছিল। শেহতীয়াকৈ হাউচটোৰ সৈতে জন্মৰ দিন ধৰি জড়িত হৈ থকা নৃত্যশিল্পী উদয় শংকৰে “জানমণি ২০২৩” ৰ প্ৰস্তুতি সম্পৰ্কে আভাষ প্ৰদান কৰি এটা ভিডিঅ’ শ্বেয়াৰ কৰিছিল।

View this post on Instagram

A post shared by Uuday Shankar (@uuday.shankar45)

এয়া সুখবৰ। অসমীয়া নতুন প্ৰকল্প সমূহ উপভোগ কৰিবলৈ সদায় উৎসুক দৰ্শক সকল। তাতেই আকৌ যদি “জানমণি” তথা “অঞ্জনা” ৰ কথা আহে, তেতিয়াহ’লে দৰ্শক সকল অধীৰ অপেক্ষাৰে অপেক্ষাৰত হৈ পৰে।

Tags: NK production
Share4Tweet3Send

Related Posts

72nd National Film Awards : ৭২ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ঘোষণা, শ্ৰেষ্ঠ অসমীয়া ছবি ‘জুইফুল’
Entertainment

by News Desk
July 18, 2026
50
Aamir Khan : আমিৰ খান আৰু গৌৰী স্প্ৰাট আনুষ্ঠানিকভাৱে বিবাহপাশত আবদ্ধ
Entertainment

Aamir Khan : আমিৰ খান আৰু গৌৰী স্প্ৰাট আনুষ্ঠানিকভাৱে বিবাহপাশত আবদ্ধ

by News Desk
July 5, 2026
50
Jaya & Amitabh : জয়াৰ সৈতে ৫০ বছৰ অমিতাভৰ, সুখী দাম্পত্য জীৱনৰ ৰহস্য মুকলি কৰিলে বিগ বিয়ে
Entertainment

Jaya & Amitabh : জয়াৰ সৈতে ৫০ বছৰ অমিতাভৰ, সুখী দাম্পত্য জীৱনৰ ৰহস্য মুকলি কৰিলে বিগ বিয়ে

by News Desk
January 19, 2026
50
Actor Danish controversial remarks : চাৰিবাৰ বিয়া কৰাই ‘গৌৰৱ’ কৰা পাক অভিনেতা দানিশক তীব্ৰ আক্ৰমণ
Entertainment

Actor Danish controversial remarks : চাৰিবাৰ বিয়া কৰাই ‘গৌৰৱ’ কৰা পাক অভিনেতা দানিশক তীব্ৰ আক্ৰমণ

by News Desk
March 21, 2025
50
Aliya Bhat pregnancy news : পুনৰ মাতৃ হ’বলৈ ওলাইছে আলিয়া ভাট! দ্বিতীয় সন্তান সন্দৰ্ভত ইংগিত ৰণবীৰ কাপুৰৰ

Pushpa 2 incident : পুষ্পা ২ৰ পদপিষ্ট ঘটনাৰ প্ৰতিবেদন বিচাৰিলে ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে

January 2, 2025
50
ADVERTISEMENT
Ayushman Bharat : আয়ুষ্মান ভাৰতত অনিয়মৰ অভিযোগত আঁতৰালে দেশৰ ২৩৫৯ খন চিকিৎসালয়, ১২০০ খনক জৰিমনা কেন্দ্ৰৰ
National-International

August 10, 2026
50
Jharkhand students protest : ঝাৰখণ্ডৰ ছাত্ৰ প্ৰতিবাদৰ প্ৰবল ৰূপ, পানীহিলৈক আওকাণ কৰি ৰাঁচীৰ বিধানসভা দখলৰ পথত ছাত্ৰ-ছাত্ৰী

Assam Arunachal conflict : অসম-অৰুণাচল সীমান্তত অৰুণাচলী দুৰ্বৃত্তৰ আক্ৰমণত আহত অসমৰ ৮ ব্যক্তি
Assam

Tarun Tejpal case : তৰুণ তেজপাল বিজেপি চৰকাৰৰ বাবে পথৰ কাঁইট হৈ পৰিছিল, ধৰ্ষণৰ দোষী সাব্যস্ত টেহেলকাৰ প্ৰতিষ্ঠাপকক নিৰ্দোষী দাবী কন্যাৰ

Assam Times Post is an Online Assamese and English News Portal from Assam.

Ayushman Bharat : আয়ুষ্মান ভাৰতত অনিয়মৰ অভিযোগত আঁতৰালে দেশৰ ২৩৫৯ খন চিকিৎসালয়, ১২০০ খনক জৰিমনা কেন্দ্ৰৰ

Ayushman Bharat : আয়ুষ্মান ভাৰতত অনিয়মৰ অভিযোগত আঁতৰালে দেশৰ ২৩৫৯ খন চিকিৎসালয়, ১২০০ খনক জৰিমনা কেন্দ্ৰৰ

August 10, 2026
Jharkhand students protest : ঝাৰখণ্ডৰ ছাত্ৰ প্ৰতিবাদৰ প্ৰবল ৰূপ, পানীহিলৈক আওকাণ কৰি ৰাঁচীৰ বিধানসভা দখলৰ পথত ছাত্ৰ-ছাত্ৰী

Jharkhand students protest : ঝাৰখণ্ডৰ ছাত্ৰ প্ৰতিবাদৰ প্ৰবল ৰূপ, পানীহিলৈক আওকাণ কৰি ৰাঁচীৰ বিধানসভা দখলৰ পথত ছাত্ৰ-ছাত্ৰী

August 10, 2026
Assam Arunachal conflict : অসম-অৰুণাচল সীমান্তত অৰুণাচলী দুৰ্বৃত্তৰ আক্ৰমণত আহত অসমৰ ৮ ব্যক্তি

Assam Arunachal conflict : অসম-অৰুণাচল সীমান্তত অৰুণাচলী দুৰ্বৃত্তৰ আক্ৰমণত আহত অসমৰ ৮ ব্যক্তি

August 10, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT