ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home KARBI ANGLONG

Question paper I কাৰ্বি আংলঙত নৱম শ্ৰেণীৰ বছেৰেকীয়া পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল

ষ্টাফ ৰিপ'ৰ্টাৰ:ডিফু

News Desk by News Desk
February 13, 2023
Reading Time: 1 min read
A A
0

logo new 2 1 1 4 1 3 1 3 | ASSAM TIMES POST

RELATED POSTS

Sabina Teronpi : কাৰ্বি সমাজৰ গৌৰৱ ছাবিনা টেৰনপিক ৰাষ্ট্ৰীয় হস্তশিল্প বঁটা প্ৰদান

Karbi Artisan Sabina Teronpi Emerges as National Treasure, Wins Prestigious Handicrafts Award

Narcotics seized I বোকাজানত নিচাজাতীয় টেবলেট জব্দ

 কাৰ্বি আংলং (Karbi Anglong) জিলাৰ বিদ্যালয়সমূহৰ বছেৰেকীয়া পৰীক্ষা (yearly test) চলি থকাৰ সময়তে নৱম শ্ৰেণীৰ (9th standard) কেইবাটাও বিষয়ৰ প্ৰশ্নকাকত ফাদিল (Question paper leak) হোৱাৰ ঘটনাক কেন্দ্ৰ কৰি জিলাখনত ব্যাপক চাঞ্চল্যৰ সৃষ্টি হৈছে। ফলশ্ৰুতিত কাৰ্বি আংলং জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শকে আজি এক নিৰ্দেশনাযোগে চাৰিটা বিষয়ৰ পৰীক্ষা স্থগিত কৰাৰ কথা ঘোষণা কৰিছে।

 প্ৰশ্নকাকত :
কাৰ্বি আংলঙত প্ৰশ্নকাকত ফাদিল:

নিৰ্দেশনাটোত উল্লেখ কৰা অনুসৰি জিলাখনৰ বছেৰেকীয়া পৰীক্ষাৰ নৱম শ্ৰেণীৰ সাধাৰণ গণিত, সমাজ বিজ্ঞান, ঐচ্ছিক গণিত আৰু সাধাৰণ বিজ্ঞান বিষয়ৰ প্ৰশ্নকাকত ফাদিল হোৱাৰ লগতে বিভিন্ন সামাজিক মাধ্যমত উপলব্ধ হৈছে। সেয়েহে ১৩, ১৪, ১৫ আৰু ২৬ ফেব্ৰুৱাৰীত অনুষ্ঠিত হʼবলগীয়া নৱম শ্ৰেণীৰ বছেৰেকীয়া পৰীক্ষা স্থগিত ৰখাৰ লগতে উক্ত পৰীক্ষাসমূহ অহা মাৰ্চত পুনৰ অনুষ্ঠিত কৰা হʼব বুলি নিৰ্দেশনাটোত উল্লেখ কৰা হৈছে।

আনহাতে, প্ৰশ্নকাকত ফাদিল সন্দৰ্ভত কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ জিলাভিত্তিক আন্তঃপৰীক্ষা বʼৰ্ড সমিতিৰ সম্পাদক হৰেশ্বৰ বৰাই যোৱা ১২ ফেব্ৰুৱাৰীত ডিফু থানাত দাখিল কৰা এখন এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে তদন্ত কৰি থকা বুলি আজি অতিৰিক্ত আৰক্ষী অধীক্ষক কংকনজ্যোতি নাথে সংবাদ মাধ্যমক জানিবলৈ দিয়ে। এই সন্দৰ্ভত আৰক্ষীয়ে দুজন শিক্ষককে ধৰি তিনিজন লোকক থানালৈ আদি সোধ পোছ অব্যাহত ৰাখা বুলি জানিব পৰা গৈছে। আনহাতে, যিটো প্ৰেছত প্ৰশ্নকাকত ছপা কৰিবলৈ দিয়া হৈছিল উক্ত প্ৰেছৰো এজন লোকক আৰক্ষীয়ে সোধ পোছ অব্যাহত ৰাখিছে।

Share this:

  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on X (Opens in new window) X

Like this:

Like Loading...

Related

Tags: karbi anglongQuestion paper leakকাৰ্বি আংলংপ্ৰশ্নকাকত ফাদিল
Share5Tweet3Send

Related Posts

Sabina Teronpi : কাৰ্বি সমাজৰ গৌৰৱ ছাবিনা টেৰনপিক ৰাষ্ট্ৰীয় হস্তশিল্প বঁটা প্ৰদান
KARBI ANGLONG

Sabina Teronpi : কাৰ্বি সমাজৰ গৌৰৱ ছাবিনা টেৰনপিক ৰাষ্ট্ৰীয় হস্তশিল্প বঁটা প্ৰদান

by ASSAM TIMES POST
December 9, 2025
63
Karbi Artisan Sabina Teronpi Emerges as National Treasure, Wins Prestigious Handicrafts Award
KARBI ANGLONG

Karbi Artisan Sabina Teronpi Emerges as National Treasure, Wins Prestigious Handicrafts Award

by ASSAM TIMES POST
December 9, 2025
60
Major Victory Against Drugs in Arunachal: Over 500g Heroin & 7kg Cannabis Seized, 91 Arrested in Naharlagun Crackdown
KARBI ANGLONG

Narcotics seized I বোকাজানত নিচাজাতীয় টেবলেট জব্দ

by Staff Reporter
December 6, 2025
59
ডিফুত “কৰুণাধাৰাৰ” বিশ্ব প্ৰতিবন্ধী দিৱস উদযাপন, প্ৰতিবন্ধীৰ মাজত হুইল চেয়াৰ; আৰ্থিক সহাৰ্য্য প্ৰদান
KARBI ANGLONG

ডিফুত “কৰুণাধাৰাৰ” বিশ্ব প্ৰতিবন্ধী দিৱস উদযাপন, প্ৰতিবন্ধীৰ মাজত হুইল চেয়াৰ; আৰ্থিক সহাৰ্য্য প্ৰদান

by Staff Reporter
December 3, 2025
51
Honoring a Respected Journalist: Dr. Tuliram Ronghang Attends Memorial Service for Lt. Deepu Charan Dutta
KARBI ANGLONG

Honoring a Respected Journalist: Dr. Tuliram Ronghang Attends Memorial Service for Lt. Deepu Charan Dutta

by ASSAM TIMES POST
December 2, 2025
57
Saidul Islam dies : ছিকিমৰ পাহাৰ চুমি নিস্তব্ধ হ’ল এটা জীৱন, জ্যেষ্ঠ সাংবাদিক চাইদুল ইছলামৰ অকাল বিয়োগ
KARBI ANGLONG

Saidul Islam dies : ছিকিমৰ পাহাৰ চুমি নিস্তব্ধ হ’ল এটা জীৱন, জ্যেষ্ঠ সাংবাদিক চাইদুল ইছলামৰ অকাল বিয়োগ

by ASSAM TIMES POST
December 1, 2025
93
ADVERTISEMENT
Cold wave at north India I উত্তৰ ভাৰতৰ কেইবাখনো ৰাজ্যত কুঁৱলী আৰু শীতপ্ৰবাহৰ চূড়ান্ত সতৰ্কবাণী জাৰি
National-International

শীত প্ৰবাহ! দেশৰ কেইবাখনো ঠাইত পাৰাস্তম্ভ নামিছে তললৈ, ১০ বছৰৰ অভিলেখ ভংগ কৰিলে ইন্দোৰে

December 12, 2025
50
Parliament special session : ২৪ জুনৰ পৰা সংসদৰ বিশেষ অধিবেশন, বাছনি কৰা হ’ব অধ্যক্ষ
National-International

ৰাজ্যসভাত উপস্থিত নাই কোনো পূৰ্ণ পৰ্যায়ৰ মন্ত্ৰী উপ-ৰাষ্ট্ৰপতিক ৰাজ্যসভাৰ অধিৱেশন স্থগিত ৰাখিবলৈ দাবী বিৰোধীয়ে ক’লে— ‘অপমান’

December 12, 2025
50
বিশ্বৰ আটাইতকৈ সুখী দেশ ফিনলেণ্ডত অঘটন, প্ৰিয় ক্লাবৰ অৱনতি, খঙত অনুৰাগীয়ে জ্বলালে ক্লাবৰ ষ্টেডিয়াম
ALL NEWS

বিশ্বৰ আটাইতকৈ সুখী দেশ ফিনলেণ্ডত অঘটন, প্ৰিয় ক্লাবৰ অৱনতি, খঙত অনুৰাগীয়ে জ্বলালে ক্লাবৰ ষ্টেডিয়াম

December 12, 2025
50
PM Modi Death Threat : মোদীক হত্যাৰ পৰিকল্পনা কৰা হৈছে, মুম্বাই আৰক্ষীক ভাবুকি প্ৰদান কৰা মহিলাক গ্ৰেপ্তাৰ
National-International

PM dinner party I প্ৰধানমন্ত্ৰীৰ বাসগৃহত নৈশভোজত এন ডি এৰ ৪০১ সাংসদ, প্ৰতিখন টেবুলত ‘মিনি ভাৰত’

December 12, 2025
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Cold wave at north India I উত্তৰ ভাৰতৰ কেইবাখনো ৰাজ্যত কুঁৱলী আৰু শীতপ্ৰবাহৰ চূড়ান্ত সতৰ্কবাণী জাৰি

শীত প্ৰবাহ! দেশৰ কেইবাখনো ঠাইত পাৰাস্তম্ভ নামিছে তললৈ, ১০ বছৰৰ অভিলেখ ভংগ কৰিলে ইন্দোৰে

December 12, 2025
Parliament special session : ২৪ জুনৰ পৰা সংসদৰ বিশেষ অধিবেশন, বাছনি কৰা হ’ব অধ্যক্ষ

ৰাজ্যসভাত উপস্থিত নাই কোনো পূৰ্ণ পৰ্যায়ৰ মন্ত্ৰী উপ-ৰাষ্ট্ৰপতিক ৰাজ্যসভাৰ অধিৱেশন স্থগিত ৰাখিবলৈ দাবী বিৰোধীয়ে ক’লে— ‘অপমান’

December 12, 2025
বিশ্বৰ আটাইতকৈ সুখী দেশ ফিনলেণ্ডত অঘটন, প্ৰিয় ক্লাবৰ অৱনতি, খঙত অনুৰাগীয়ে জ্বলালে ক্লাবৰ ষ্টেডিয়াম

বিশ্বৰ আটাইতকৈ সুখী দেশ ফিনলেণ্ডত অঘটন, প্ৰিয় ক্লাবৰ অৱনতি, খঙত অনুৰাগীয়ে জ্বলালে ক্লাবৰ ষ্টেডিয়াম

December 12, 2025

Categories

accident (1) ALL NEWS (17415) Artificial Intelligence (3) Assam (13868) BREAKING NEWS (6488) Business (34) crime (23) cultural (5) Digital Transformation (3) DIPHU (1) Earthquake (1) Economy (98) Editorial (16) EDUCATION (1) EDUCATION AND TECHNOLOGY (102) election (4) Entertainment (767) Entertrainment (420) EXCLUSIVE (124) Fashion (9) Featured (22) Features (30) FLIM (3) Guwahati (2056) Health & Fitness (632) Jobs & Career (7) KARBI ANGLONG (3508) Lifestyle (24) literature (16) National-International (11103) NORTHEAST (882) Novels (3) Photo (5) Poems (9) Political (140) Recipes (6) Science (1) Sports News (498) Stories (16) Tech (14) Tourism (1) Travel (6) Uncategorized (15) Video News (90) weather (1)

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d