ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Contests
    • Recipe Contest – Ended
    • Singing Contest – Ended
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Contests
    • Recipe Contest – Ended
    • Singing Contest – Ended
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Assam

“পাঠান নে অনুৰ” ৰ প্ৰসংগৰ ওৰঃ ২৭ জানুৱাৰী তাৰিখে ৰাজ্যৰ ৩১ টা চিনেমা হ’লত মুক্তি পাব “অনুৰ”

ষ্টাফ ৰিপ'ৰ্টাৰ:

ASSAM TIMES POST by ASSAM TIMES POST
January 24, 2023
Reading Time: 1 min read
A A
0
“পাঠান নে অনুৰ” ৰ প্ৰসংগৰ ওৰঃ ২৭ জানুৱাৰী তাৰিখে ৰাজ্যৰ ৩১ টা চিনেমা হ’লত মুক্তি পাব “অনুৰ”

logo new 2 1 1 4 1 3 1 6 | ASSAM TIMES POST

RELATED POSTS

“শিক্ষকশ্ৰী” বকুল দত্তৰ দেহাৱসানত শোকৰ ছাঁ বোকাখাতত:

বোকাখাত জাতীয় বিদ্যালয়ত বিজ্ঞান সজাগতা সন্দৰ্ভত অন্তৰংগ অনুষ্ঠান:

লংকাত স্কুটি দুৰ্ঘটনাত কলেজীয়া ছাত্ৰীৰ মৃত্যু:

“পাঠান নে অনুৰ”( Pathan or Anur) বুলি শেহতীয়াকৈ ছ’চিয়েল মিডিয়াত এক খলকনিৰ সৃষ্টি হৈছে। য’ত এপিনে খুদ বলীউডৰ কিং শ্বাহৰুখ খানে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক ফোন কৰি “পাঠান” ৰ মুক্তিক লৈ কাণষাৰ দিবলৈ আহ্বান জনাইছে তাতেই আকৌ অহা ২৭ জানুৱাৰী তাৰিখে মুক্তি পাবলগীয়া অসমীয়া “অনুৰ” ছবিখনে ছবিগৃহত এটা ভাল শ্লট বিচাৰি হাবাথুৰি খাবলগীয়া হৈছিল।

 "অনুৰ
২৭ তাৰিখে মুক্তিপাবলগীয়া “অনুৰ:

কিন্তু এই যুদ্ধৰ শাম কাটিছে। অহা ২৭ তাৰিখে মুক্তিপাবলগীয়া “অনুৰ” ছবিখনক ৰাজ্যৰ ৩১ টা চিনেমা হ’লত মুক্তি দিয়া হ’ব বুলি জানিব পৰা গৈছে।উল্লেখ্য যে, বিশিষ্ট লেখিকা তথা সাংবাদিক অনুৰাধা শৰ্মা পূজাৰীৰ চুটিগল্পক লৈ নিৰ্মিত এই ছবিখনৰ পৰিচালনাৰ দায়িত্বত থকা মঞ্জুল বৰাই ২০২২ ৰ মে’ মাহতেই ছবিখনৰ মুক্তিৰ তাৰিখ ঘোষণা কৰিছিল।

ADVERTISEMENT

কিন্তু এইখিনিতে, “পাঠান” ৰো একে সময়তে মুক্তিৰ তাৰিখ ওলোৱাৰ হেতু এক শক্তিশালী লবিৰ পৰিপ্ৰেক্ষিতত “অনুৰ” মুক্তিৰ বাবে চিনেমা হ’ল কৰ্তৃপক্ষই সময় প্ৰদান কৰা নাছিল।

এনে চৰ্চা আৰু প্ৰতিক্ৰিয়াৰ ওচৰত সেও মানি এই চক্ৰটোৱে বাধ্যত পৰি পৰিচালকগৰাকীয়ে বিচৰা ধৰণে ৰাজ্যৰ ৩১ টা ছবিগৃহত ছবিখন মুক্তি দিবলৈ সিদ্ধান্ত লয়।শেহতীয়াকৈ এই ছবিখনে কেৰালা আন্তঃৰাষ্ট্ৰীয় চলচিত্ৰ মহোৎসৱতো সুনাম কঢ়িয়াইছে।

Share this:

  • Twitter
  • Facebook

Like this:

Like Loading...

Related

Tags: পাঠান নে অনুৰ
Share4Tweet3Send

Related Posts

“শিক্ষকশ্ৰী” বকুল দত্তৰ দেহাৱসানত শোকৰ ছাঁ বোকাখাতত:
Assam

“শিক্ষকশ্ৰী” বকুল দত্তৰ দেহাৱসানত শোকৰ ছাঁ বোকাখাতত:

by News Desk
January 30, 2023
50
বোকাখাত জাতীয় বিদ্যালয়ত বিজ্ঞান সজাগতা সন্দৰ্ভত অন্তৰংগ অনুষ্ঠান:
Assam

বোকাখাত জাতীয় বিদ্যালয়ত বিজ্ঞান সজাগতা সন্দৰ্ভত অন্তৰংগ অনুষ্ঠান:

by News Desk
January 30, 2023
50
লংকাত স্কুটি দুৰ্ঘটনাত কলেজীয়া ছাত্ৰীৰ মৃত্যু:
Assam

লংকাত স্কুটি দুৰ্ঘটনাত কলেজীয়া ছাত্ৰীৰ মৃত্যু:

by News Desk
January 30, 2023
50
Lanka Breaking:ৰাইজে ড্ৰাগছসহ আটক কৰে দুগৰাকী ড্ৰাগছ সেৱনকাৰীক
Assam

Lanka Breaking:ৰাইজে ড্ৰাগছসহ আটক কৰে দুগৰাকী ড্ৰাগছ সেৱনকাৰীক

by ASSAM TIMES POST
January 29, 2023
55
নগাঁৱৰ হুজ গাঁওবাসীয়ে দাঙি ধৰিলে এক সুন্দৰ নিদৰ্শনঃ ১০ গৰাকী বিধৱাক দিলে বিয়া-
Assam

নগাঁৱৰ হুজ গাঁওবাসীয়ে দাঙি ধৰিলে এক সুন্দৰ নিদৰ্শনঃ ১০ গৰাকী বিধৱাক দিলে বিয়া-

by Staff Reporter
January 29, 2023
56
লংকাত ট্ৰাকৰ ভিতৰত চালকৰ মৃতদেহ উদ্ধাৰ:
Assam

লংকাত ট্ৰাকৰ ভিতৰত চালকৰ মৃতদেহ উদ্ধাৰ:

by News Desk
January 28, 2023
57
কাৰবি আংলঙত তুলিৰাম ৰংহাঙৰ উদ্যোগত ৰাজনীতিকৰণ আৰু ধৰ্মান্তকৰণৰ অভিযোগ এপিএইছএলচিৰ:

কাৰবি আংলঙত তুলিৰাম ৰংহাঙৰ উদ্যোগত ৰাজনীতিকৰণ আৰু ধৰ্মান্তকৰণৰ অভিযোগ এপিএইছএলচিৰ:

January 30, 2023
বকলীয়াঘাটত ২০২৩-২৫ বৰ্ষৰ বাবে কাৰবি আংলং জিলা সাহিত্য সভাৰ সভাপতি, উপসভাপতি আৰু সম্পাদকৰ নাম ঘোষণা:

বকলীয়াঘাটত ২০২৩-২৫ বৰ্ষৰ বাবে কাৰবি আংলং জিলা সাহিত্য সভাৰ সভাপতি, উপসভাপতি আৰু সম্পাদকৰ নাম ঘোষণা:

January 30, 2023
প্ৰথম ৫ দিনত ‘পাঠান’ৰ ব্যৱসায় ৫০০ কোটি অতিক্ৰম:

প্ৰথম ৫ দিনত ‘পাঠান’ৰ ব্যৱসায় ৫০০ কোটি অতিক্ৰম:

January 30, 2023

Categories

ALL NEWS (17211) Assam (12335) BREAKING NEWS (6431) Business (26) Economy (52) Editorial (11) EDUCATION AND TECHNOLOGY (54) Entertainment (595) Entertrainment (287) EXCLUSIVE (124) Fashion (8) Featured (18) Features (30) Guwahati (1839) Health & Fitness (609) Jobs & Career (5) KARBI ANGLONG (2380) Lifestyle (23) literature (16) National-International (4883) NORTHEAST (464) Novels (3) Photo (4) Poems (9) Political (98) Recipes (5) Sports News (363) Stories (7) Tech (8) Travel (6) Uncategorized (14) Video News (90)

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us
No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In
%d bloggers like this: