ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

নাৰীৰ সংগ্ৰামী ৰূপেৰে আহি আছে “পখিলাৰ পাখি (Wings of Butterfly)”

ASSAM TIMES POST by ASSAM TIMES POST
November 19, 2019
Reading Time: 1 min read
A A
0
নাৰীৰ সংগ্ৰামী ৰূপেৰে আহি আছে “পখিলাৰ পাখি (Wings of Butterfly)”

RELATED POSTS

72nd National Film Awards : ৭২ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ঘোষণা, শ্ৰেষ্ঠ অসমীয়া ছবি ‘জুইফুল’

Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ

Aamir Khan : আমিৰ খান আৰু গৌৰী স্প্ৰাট আনুষ্ঠানিকভাৱে বিবাহপাশত আবদ্ধ

নাৰী কেন্দ্ৰিক অসমীয়া ছবিয়ে পূৰ্বৰ পৰাই লাভ কৰি আহিছে দৰ্শকৰ সমাদৰ। অজলা-অৱলা, অসহায় ৰূপতো নাৰীক প্ৰতিফলিত কৰা হৈছে ছবিসমূহত। কিন্তু এইবাৰ এক নতুন “কনচেপ্ট” ৰে আহি আছে এখন অসমীয়া ছবি “পখিলাৰ পাখি (Wings of Butterfly)”।

Capture 4 | ASSAM TIMES POST

আহসান মজিদৰ পৰিচালনাৰে নিৰ্মিত এই ছবিখনত এগৰাকী নাৰীক কঠোৰ, দৃঢ় প্ৰতিজ্ঞ তথা সংগ্ৰামী ৰূপত উপস্থান কৰা হৈছে। উল্লেখ যে, পৰিচালক গৰাকীৰ পূৰ্বৰ ছবি “সনাম”-এ ইতিমধ্যে ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰত প্ৰদৰ্শিত হৈ দৰ্শকৰ পৰা সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছিল। কুমুদ গোস্বামীৰ চুটি গল্পৰ আধাৰত নিৰ্মিত “পখিলাৰ পাখি (Pokhilar Pakhi) শীৰ্ষক ছবিখনত মূল চৰিত্ৰ “পখিলা” ক এগৰাকী ধৰ্ষিতা ৰূপত দেখুওৱা যিয়ে এই পুৰুষকেন্দ্ৰিক সমাজ খনত নিজৰ অধিকাৰৰ বাবে প্ৰত্যেকটো সময়ত সংগ্ৰাম কৰিবলগীয়া হয়।

বিবাহ বিহীন এটা সম্পৰ্কত থাকিলে সমাজে কৰা বিভিন্ন মন্তব্যসমূহক সহ্য কৰা পিছতো “পখিলা” ৰ লগত থকা পুৰুষজনে এগৰাকী বিধৱাৰ বাবে তেওঁক এৰি দিয়ে আৰু বিধৱা গৰাকীৰ মৃত্যুৰ পিছত তেওঁ পুনৰ বাৰ “পখিলা” ৰ ওচৰলৈ ঘূৰি আহে যাতে তাই তেওঁৰ লগতে তেওঁৰ দুই সন্তানক আঁকোৱালি লয়। কিন্তু পখিলাই তেতিয়া কি কৰিব? ল’বনে আকৌ এবাৰ তেওঁক আঁকোৱালি?? এনে এক কাহিনীৰ ভেঁটিতেই নিৰ্মাণ কৰা হৈছে এই ছবিখন।

অৰ্চনা ভট্টাচাৰ্য্যৰ দ্বাৰা প্ৰযোজিত এই ছবিখনত অভিনয় কৰিছে পাপৰি শইকীয়া (পখিলা), লনিস্মিতা কাশ্যপ (সৰুকালৰ পখিলা), জিতুমণি কলিতা (ফুলেশ্বৰ), প্ৰতিভা চৌধুৰী (কাঞ্চন বাই), কাজুৰি কোঁৱৰ (মালতী), আৰিয়ন বৰঠাকুৰ (মধু), আইতা সৰুমাই ফুকন (আইতা)। ছবিখনৰ গীতত সংগীতত সংগীত দিছে অৰ্চনা ভট্টাচাৰ্য্যই লগতে চিনোমেটো’গ্ৰাফাৰ হিচাপে কাম কৰিছে নাহিদ আহমেদে। ছবিখনৰ Vfx আৰু পোষ্টাৰ নিৰ্মাণ কৰিছে প্ৰিয়ম চক্ৰৱৰ্তীয়ে। ছবিখনৰ বৰ্তমানলৈ মুক্তিৰ তাৰিখ দৰ্শকক জনোৱা হোৱা নাই।

Source: https://rupaliparda.com/archives/8075

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: assamese film
Share8Tweet5Send

Related Posts

72nd National Film Awards : ৭২ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ঘোষণা, শ্ৰেষ্ঠ অসমীয়া ছবি ‘জুইফুল’
Entertainment

72nd National Film Awards : ৭২ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ঘোষণা, শ্ৰেষ্ঠ অসমীয়া ছবি ‘জুইফুল’

by News Desk
July 18, 2026
50
Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ
ALL NEWS

Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ

by News Desk
July 11, 2026
50
Aamir Khan : আমিৰ খান আৰু গৌৰী স্প্ৰাট আনুষ্ঠানিকভাৱে বিবাহপাশত আবদ্ধ
Entertainment

Aamir Khan : আমিৰ খান আৰু গৌৰী স্প্ৰাট আনুষ্ঠানিকভাৱে বিবাহপাশত আবদ্ধ

by News Desk
July 5, 2026
50
‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক
ALL NEWS

‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক

by Staff Reporter
June 7, 2026
50
‎শীঘ্ৰে অপাৰেচন এপিক ফিউৰি ২.০? চীন ভ্ৰমণৰ পিছত ইৰাণৰ ওপৰত নৱীকৰণ আক্ৰমণৰ পৰিকল্পনা আমেৰিকাৰ
ALL NEWS

‎শীঘ্ৰে অপাৰেচন এপিক ফিউৰি ২.০? চীন ভ্ৰমণৰ পিছত ইৰাণৰ ওপৰত নৱীকৰণ আক্ৰমণৰ পৰিকল্পনা আমেৰিকাৰ

by Staff Reporter
May 16, 2026
50
Woman reservation bill I মহিলাৰ সংৰক্ষণ বৃদ্ধিৰ ক্ষেত্ৰত বিৰোধীৰ আপত্তি, গণতন্ত্ৰ ধ্বংস কৰাৰ অভিযোগ
ALL NEWS

Woman reservation bill I মহিলাৰ সংৰক্ষণ বৃদ্ধিৰ ক্ষেত্ৰত বিৰোধীৰ আপত্তি, গণতন্ত্ৰ ধ্বংস কৰাৰ অভিযোগ

by Staff Reporter
April 17, 2026
50
ADVERTISEMENT
Nagaland Millet Festival 2026 : ২৬ আগষ্টত নাগালেণ্ডত দ্বিতীয় মিলেট মহোৎসৱ
NORTHEAST

Nagaland Millet Festival 2026 : ২৬ আগষ্টত নাগালেণ্ডত দ্বিতীয় মিলেট মহোৎসৱ

August 25, 2026
50
Sugar price hike : মূল্যবৃদ্ধি ৰোধৰ বাবে আমদানিকৃত চেনিৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰৰ গুৰুতৰ সিদ্ধান্ত
National-International

Sugar price hike : মূল্যবৃদ্ধি ৰোধৰ বাবে আমদানিকৃত চেনিৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰৰ গুৰুতৰ সিদ্ধান্ত

August 25, 2026
50
Drugs trafficking : ড্ৰাগছ সৰবৰাহকাৰীৰ ৰূপত প্ৰাক্তন এয়াৰ হোষ্টেজ, গাড়ীত লুকুৱাই আনিছিল ৩০ লাখৰ ড্ৰাগছ
National-International

Drugs trafficking : ড্ৰাগছ সৰবৰাহকাৰীৰ ৰূপত প্ৰাক্তন এয়াৰ হোষ্টেজ, গাড়ীত লুকুৱাই আনিছিল ৩০ লাখৰ ড্ৰাগছ

August 25, 2026
50
Assam police : অবৈধ গৰু সৰবৰাহৰ বিৰুদ্ধে কঠোৰ আৰক্ষী, ধুবুৰীত ২০টা গৰুসহ ৩ জনক গ্ৰেপ্তাৰ
Assam

Assam police : অবৈধ গৰু সৰবৰাহৰ বিৰুদ্ধে কঠোৰ আৰক্ষী, ধুবুৰীত ২০টা গৰুসহ ৩ জনক গ্ৰেপ্তাৰ

August 25, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Nagaland Millet Festival 2026 : ২৬ আগষ্টত নাগালেণ্ডত দ্বিতীয় মিলেট মহোৎসৱ

Nagaland Millet Festival 2026 : ২৬ আগষ্টত নাগালেণ্ডত দ্বিতীয় মিলেট মহোৎসৱ

August 25, 2026
Sugar price hike : মূল্যবৃদ্ধি ৰোধৰ বাবে আমদানিকৃত চেনিৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰৰ গুৰুতৰ সিদ্ধান্ত

Sugar price hike : মূল্যবৃদ্ধি ৰোধৰ বাবে আমদানিকৃত চেনিৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰৰ গুৰুতৰ সিদ্ধান্ত

August 25, 2026
Drugs trafficking : ড্ৰাগছ সৰবৰাহকাৰীৰ ৰূপত প্ৰাক্তন এয়াৰ হোষ্টেজ, গাড়ীত লুকুৱাই আনিছিল ৩০ লাখৰ ড্ৰাগছ

Drugs trafficking : ড্ৰাগছ সৰবৰাহকাৰীৰ ৰূপত প্ৰাক্তন এয়াৰ হোষ্টেজ, গাড়ীত লুকুৱাই আনিছিল ৩০ লাখৰ ড্ৰাগছ

August 25, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d