ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Contests
    • Recipe Contest – Ended
    • Singing Contest – Ended
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Contests
    • Recipe Contest – Ended
    • Singing Contest – Ended
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home KARBI ANGLONG

ডিফুত বাণীবদ্ধ ষ্টুডিঅ’ ‘জে বি’ৰ শুভ উদ্বোধন:

ষ্টাফ ৰিপ'ৰ্টাৰ:ডিফু

News Desk by News Desk
January 23, 2023
Reading Time: 1 min read
A A
0

logo new 2 1 1 4 1 3 1 5 | ASSAM TIMES POST

RELATED POSTS

কাৰবি আংলঙত তুলিৰাম ৰংহাঙৰ উদ্যোগত ৰাজনীতিকৰণ আৰু ধৰ্মান্তকৰণৰ অভিযোগ এপিএইছএলচিৰ:

বকলীয়াঘাটত ২০২৩-২৫ বৰ্ষৰ বাবে কাৰবি আংলং জিলা সাহিত্য সভাৰ সভাপতি, উপসভাপতি আৰু সম্পাদকৰ নাম ঘোষণা:

ডিফুত অনুষ্ঠিত এমএচি কাপ প্ৰাইজমনি ফুটবল প্ৰতিযোগিতাৰ ফাইনেলত লুম্বাজং বনাম কৰকাণ্ঠি:

ডিফুৰ নৱীন-প্ৰৱীণ কণ্ঠ শিল্পীসকলে নিজৰ সুললিত কণ্ঠেৰে নিগৰিত হৈ অহা গীতবোৰ বাণীবদ্ধ কৰিবলৈ অজস্ৰ ধন খৰচ কৰি বাটকুৰি বাই সুদূৰ গুৱাহাটীলৈ যাব নালাগে৷ ডিফু আৰু ইয়াৰ পাৰ্শৱৰ্তী এলেকাৰ শিল্পীসকলে দুৱাৰডলিত পাব এই সুবিধা৷ এই সুবিধা কৰি দিছে ডিফুৰ নিৱাসী ডাঃ ব্ৰক্ষ্মানন্দ বৰা আৰু তেওঁৰ সহধৰ্মিনী ৰিণ্টুমনি বৰাই৷ ডিফু (Diphu)ৰ পিৰবি মাৰ্কেটৰ (Pirby Market) সমীপত ‘জে বি ষ্টুডিঅ’ৰ’ (J B Studio) জৰিয়তে উঠি অহা প্ৰজন্মৰ কণ্ঠ শিল্পীসকলৰ (Singer Artist) লগতে সকলোলৈকে আগবঢ়াইছে এই সুৱৰ্ণ সুযোগ৷

বাণীবদ্ধ ষ্টুডিঅ' জে বি
J B Recording Studio inauguration at Diphu:

আজি ডিফু পিৰবি মাৰ্কেটৰ সমীপৰ ব্ৰক্ষ্মানন্দ বৰাৰ বাসগৃহতে (Residence of Brahmananda Bora) ৰিণ্টুমনি বৰা স্বত্বাধীকাৰিৰ অত্যাধুনিক আৰ্হিত ‘জে বি ষ্টুডিঅ’খনৰ শুভ উদ্ধোধন (opening up of the studio) কৰে কাৰবি সাংস্কৃতিক সমাজৰ সভাপতি চন্দ্ৰছিং ক্ৰ’ই (Chandrasing Kro)৷ ডিফুৰ কেইবাগৰাকী সংস্কৃতিপ্ৰাণ ব্যক্তি আৰু সামাজিক সংগঠনৰ নেতা-কৰ্মীৰ উপস্থিতিত ‘জে বি ষ্টুডিঅ’ৰ ফিতা কাটি আৰু এটি শুৱলা গীত বাণীবদ্ধ কৰাই শুভ উদ্ধোধন কৰে কেচিএছৰ সভাপতি চন্দ্ৰছিং ক্ৰ’ই ৷

নিজৰ চমু ভাষণত কেচিএছৰ সভাপতি চন্দ্ৰছিং ক্ৰই শিল্পীসকলক ডিফুৰ জেবি ষ্টুডিঅ’ত ৰচনা কৰা গীতসমূহ বাণীবদ্ধ কৰাৰ লগতে শিল্পীৰ পথাৰখনক চিৰ সেউজীয়া কৰি ৰাখিবলৈ আহ্বান জনায়৷

studioP | ASSAM TIMES POST

আনহাতে, সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত জেবি ষ্টুডিঅৰ হৈ ডাঃ ব্ৰক্ষ্মানন্দ বৰাই কয় যে, ডিফু চহৰৰ শিল্পীসকলক অতি নুন্যতম খৰচত আৰু শুদ্ধভাৱে তেওঁলোকৰ গীতসমূহ বাণীবদ্ধ কৰিবলৈ সুবিধা দিবৰ বাবেই তেওঁৰ সহ ধৰ্মিনী ৰিণ্টুমনি বৰাই এই জে বি ষ্টুডিঅখন মুকলি কৰিছে ৷ সকলো শিল্পীক এই জেবি ষ্টুডিঅৰ জৰিয়তে কণ্ঠ বাণীবদ্ধ কৰিবলৈ আহ্বান জনাইছে৷

ADVERTISEMENT

অৱশ্যে ইয়াৰ বাবে ডিফুৰ উদীয়মান শিল্পী সীমান্ত বৰ্মনক গুৱাহাটী তিনিমাহ কাল পৰ্যাপ্ত প্ৰশিক্ষণ দিয়া হৈছে ৷আজিৰ উদ্ধোধনী কাৰ্যসূচীত ক্ৰমে, কেচিএছৰ সভাপতি চন্দ্ৰছিং ক্ৰ’, ৰেকেট টেইল মিউজিকেল ছোচাইটিৰ সভাপতি নীপু চৰণ দত্ত, শংকৰী কৃষ্টি বিকাশ সংঘৰ সভাপতি দেৱেন কাকতি, ডিমাছা সাহিত্য সভা ডিফু শাখাৰ সভাপতি ফণীধৰ হাফলংবাৰ, মাঞ্জা সাহিত্য সভাৰ সভাপতি ডাঃ মেহতাব হুছেইন আৰু কাৰবি আংলং প্ৰাইমেৰী শিক্ষক সন্থাৰ সহকাৰী সম্পাদক সীমান্ত ৰংপি উপস্থিত থাকে৷

Share this:

  • Twitter
  • Facebook

Like this:

Like Loading...

Related

Tags: Recorded Studio JBবাণীবদ্ধ ষ্টুডিঅ' জে বি
Share10Tweet6Send

Related Posts

কাৰবি আংলঙত তুলিৰাম ৰংহাঙৰ উদ্যোগত ৰাজনীতিকৰণ আৰু ধৰ্মান্তকৰণৰ অভিযোগ এপিএইছএলচিৰ:
KARBI ANGLONG

কাৰবি আংলঙত তুলিৰাম ৰংহাঙৰ উদ্যোগত ৰাজনীতিকৰণ আৰু ধৰ্মান্তকৰণৰ অভিযোগ এপিএইছএলচিৰ:

by News Desk
January 30, 2023
50
বকলীয়াঘাটত ২০২৩-২৫ বৰ্ষৰ বাবে কাৰবি আংলং জিলা সাহিত্য সভাৰ সভাপতি, উপসভাপতি আৰু সম্পাদকৰ নাম ঘোষণা:
KARBI ANGLONG

বকলীয়াঘাটত ২০২৩-২৫ বৰ্ষৰ বাবে কাৰবি আংলং জিলা সাহিত্য সভাৰ সভাপতি, উপসভাপতি আৰু সম্পাদকৰ নাম ঘোষণা:

by ASSAM TIMES POST
January 30, 2023
50
ডিফুত অনুষ্ঠিত এমএচি কাপ প্ৰাইজমনি ফুটবল প্ৰতিযোগিতাৰ ফাইনেলত লুম্বাজং বনাম কৰকাণ্ঠি:
KARBI ANGLONG

ডিফুত অনুষ্ঠিত এমএচি কাপ প্ৰাইজমনি ফুটবল প্ৰতিযোগিতাৰ ফাইনেলত লুম্বাজং বনাম কৰকাণ্ঠি:

by ASSAM TIMES POST
January 29, 2023
62
ডিফুত এমএচি কাপ ফুটবল প্ৰতিযোগিতাত ফাইনেলত প্ৰৱেশ লুম্বাজং দলৰ
KARBI ANGLONG

ডিফুত এমএচি কাপ ফুটবল প্ৰতিযোগিতাত ফাইনেলত প্ৰৱেশ লুম্বাজং দলৰ

by News Desk
January 28, 2023
67
ডিফু আৰু হাওৰাঘাট নিৰ্বাচনী সমষ্টিৰ চূড়ান্ত ফটোযুক্ত ভোটাৰ তালিকা ২০২৩ প্ৰকাশ
KARBI ANGLONG

ডিফু আৰু হাওৰাঘাট নিৰ্বাচনী সমষ্টিৰ চূড়ান্ত ফটোযুক্ত ভোটাৰ তালিকা ২০২৩ প্ৰকাশ

by News Desk
January 27, 2023
85
ডিফুত উত্তৰ-পূৰ্বাঞ্চলত জলবায়ু পৰিৱৰ্তন আৰু দুৰ্যোগ আশংকা হ্ৰাসকলৈ কৰ্মশালা:
KARBI ANGLONG

ডিফুত উত্তৰ-পূৰ্বাঞ্চলত জলবায়ু পৰিৱৰ্তন আৰু দুৰ্যোগ আশংকা হ্ৰাসকলৈ কৰ্মশালা:

by News Desk
January 27, 2023
66
ADVERTISEMENT
কাৰবি আংলঙত তুলিৰাম ৰংহাঙৰ উদ্যোগত ৰাজনীতিকৰণ আৰু ধৰ্মান্তকৰণৰ অভিযোগ এপিএইছএলচিৰ:
KARBI ANGLONG

কাৰবি আংলঙত তুলিৰাম ৰংহাঙৰ উদ্যোগত ৰাজনীতিকৰণ আৰু ধৰ্মান্তকৰণৰ অভিযোগ এপিএইছএলচিৰ:

January 30, 2023
50
বকলীয়াঘাটত ২০২৩-২৫ বৰ্ষৰ বাবে কাৰবি আংলং জিলা সাহিত্য সভাৰ সভাপতি, উপসভাপতি আৰু সম্পাদকৰ নাম ঘোষণা:
KARBI ANGLONG

বকলীয়াঘাটত ২০২৩-২৫ বৰ্ষৰ বাবে কাৰবি আংলং জিলা সাহিত্য সভাৰ সভাপতি, উপসভাপতি আৰু সম্পাদকৰ নাম ঘোষণা:

January 30, 2023
50
প্ৰথম ৫ দিনত ‘পাঠান’ৰ ব্যৱসায় ৫০০ কোটি অতিক্ৰম:
Entertainment

প্ৰথম ৫ দিনত ‘পাঠান’ৰ ব্যৱসায় ৫০০ কোটি অতিক্ৰম:

January 30, 2023
50
“শিক্ষকশ্ৰী” বকুল দত্তৰ দেহাৱসানত শোকৰ ছাঁ বোকাখাতত:
Assam

Categories

ALL NEWS (17211) Assam (12335) BREAKING NEWS (6431) Business (26) Economy (52) Editorial (11) EDUCATION AND TECHNOLOGY (54) Entertainment (595) Entertrainment (287) EXCLUSIVE (124) Fashion (8) Featured (18) Features (30) Guwahati (1839) Health & Fitness (609) Jobs & Career (5) KARBI ANGLONG (2380) Lifestyle (23) literature (16) National-International (4883) NORTHEAST (464) Novels (3) Photo (4) Poems (9) Political (98) Recipes (5) Sports News (363) Stories (7) Tech (8) Travel (6) Uncategorized (14) Video News (90)

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us
No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In
%d bloggers like this: