ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home KARBI ANGLONG

Heroin seized in Diphu : ডিফুত হেৰ’ইনৰ লগতে নগদ ধন সহ তিনিজনক আটক আৰক্ষীৰ

ছাইদুল ইছলামঃ ডিফু :

News Desk by News Desk
May 5, 2024
Reading Time: 1 min read
A A
0

New Logo Smal 2 | ASSAM TIMES POST
দেওবাৰে, পুৱা প্রায় ১০ বাজি ৩০ মিনিটত এক গোপন সুত্ৰৰ পম খেদি ডিফুৰ ছৰচৰিত সন্দেহযুক্ত হেৰ’ইন জব্দ (Heroin seized in Diphu)। হেৰইনখিনিৰ লগতে আব্দুল খালেকৰ ঘৰৰ পৰা ২৩ হাজাৰ ৬৪০ টকা নগদ ধন সহ তিনিটা সৰবৰাহকাৰীক আটক কৰিবলে সক্ষম হয় ডিফু আৰক্ষী। সৰবৰাহকাৰী  তিনিটা ক্রমে, আব্দুল খালেক (Abdul Khaleque), তেওঁৰ পত্নী গীতা দাস আক খাইৰুলউদ্দিন ওৰফে বাবু। তিনিওৰে পৰা আৰক্ষী ১টা প্লাষ্টিকৰ চাবোনৰ  বাকছ আৰু চাধা টেমাত ১৫ গ্ৰামতকৈ অধিক সন্দেহযুক্ত হেৰইন উদ্ধাৰ (More than 15 grams of heroin recovered) কৰিবলৈ সক্ষম হয়। ঘটনাৰ বিৱৰণী অনুসৰি কার্বি জিলা উপ-আৰক্ষী  অধীক্ষক প্রৱেশ্যনাৰী মার্টিন দেউৰীৰ নেতৃত্বত আৰু ডিফু থানাৰ অ’ চি কিশোৰ বৰুৱা, ডিফুৰ নগৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়াদেৱ প্ৰতীম কোঁৱৰ আৰু ছৰছৰি গাওঁৰক্ষী বাহিনীৰ সহযোগত প্রথমে খাইৰুলউদ্দিন ওৰফে বাবুৰ ওচৰত হেৰইন ভর্তি এটা চাধা টেমা উদ্ধাৰ কৰে।

RELATED POSTS

বোকাজানত নিচাজাতীয় সামগ্ৰী উদ্ধাৰ

Body recovered : লাহৰিজানত অচিনাক্ত মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য

হাওৰাঘাটত দিনজোৰা কাৰ্যসূচীৰে বিজেপিৰ বুথ সন্মিলন সম্পন্ন: বিধায়ক লুনচিং টেৰণৰ বিশেষ পুৰস্কাৰ প্ৰদান

Drugs diphuP1 | ASSAM TIMES POST

পিছত খাইরুলউদ্দিনৰ স্বীকাৰোক্ত্ৰ ভিত্তিত আব্দুল খালেকৰ ঘৰত অভিযান চলাই এটা প্লাষ্টিকৰ চাবোনৰ বাকছ আৰু দুটা চাধা টেমাত ভর্তি হেৰইন উদ্ধাৰ কৰাৰ  লগতে ২৩,৬৪০ টকাৰ নগদ ধন উদ্ধাৰ (Rs 23,640 cash recovered) কৰিবলৈ সক্ষম হয় আৰক্ষী৷ এই সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত থকা বুলি জানিব পৰা গৈছে৷

Tags: HeroinseizedDiphuডিফুতহেৰ'ইনজব্দ
Share4Tweet3Send

Related Posts

বোকাজানত নিচাজাতীয় সামগ্ৰী উদ্ধাৰ
KARBI ANGLONG

বোকাজানত নিচাজাতীয় সামগ্ৰী উদ্ধাৰ

by Staff Reporter
June 17, 2026
50
Body recovered : লাহৰিজানত অচিনাক্ত মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য
KARBI ANGLONG

Body recovered : লাহৰিজানত অচিনাক্ত মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য

by News Desk
June 15, 2026
50
হাওৰাঘাটত দিনজোৰা কাৰ্যসূচীৰে বিজেপিৰ বুথ সন্মিলন সম্পন্ন: বিধায়ক লুনচিং টেৰণৰ বিশেষ পুৰস্কাৰ প্ৰদান
KARBI ANGLONG

হাওৰাঘাটত দিনজোৰা কাৰ্যসূচীৰে বিজেপিৰ বুথ সন্মিলন সম্পন্ন: বিধায়ক লুনচিং টেৰণৰ বিশেষ পুৰস্কাৰ প্ৰদান

by Staff Reporter
June 14, 2026
50
Youth Death I ঘোগাজানত পিছলি এজন যুৱকৰ কৰুণ মৃত্যু
KARBI ANGLONG

‎বোকাজানত বিদ্যুৎস্পৃষ্ট হৈ এজনৰ মৃত্যু

by Staff Reporter
June 14, 2026
50
Sanjeev Teron Death : কাৰ্বি আংলঙত দুৰ্বৃত্তৰ আক্ৰমণত আহত যুৱকৰ মৃত্যু, তীব্ৰ চাঞ্চল্য
KARBI ANGLONG

Sanjeev Teron Death : কাৰ্বি আংলঙত দুৰ্বৃত্তৰ আক্ৰমণত আহত যুৱকৰ মৃত্যু, তীব্ৰ চাঞ্চল্য

by News Desk
June 11, 2026
50
Woman killed । পশ্চিম কাৰ্বি আংলঙত শহুৰেক-শাহুৱেকৰ হাতত প্ৰাণ গ’ল বোৱাৰীয়েকৰ
KARBI ANGLONG

Woman killed । পশ্চিম কাৰ্বি আংলঙত শহুৰেক-শাহুৱেকৰ হাতত প্ৰাণ গ’ল বোৱাৰীয়েকৰ

by Staff Reporter
June 11, 2026
50
ADVERTISEMENT
NDA legislator at Hotel : এইবাৰ গেৰুৱা শিবিৰত ভাঙোন!
National-International

NDA legislator at Hotel : এইবাৰ গেৰুৱা শিবিৰত ভাঙোন!

June 17, 2026
50
Trump Big promise : মোদীৰ ভাৰতক আক্ৰমণ কৰিলে নতুন দিল্লীৰ পক্ষত থিয় দিব আমেৰিকা যুক্তৰাষ্ট্ৰ
National-International

Trump Big promise : মোদীৰ ভাৰতক আক্ৰমণ কৰিলে নতুন দিল্লীৰ পক্ষত থিয় দিব আমেৰিকা যুক্তৰাষ্ট্ৰ

June 17, 2026
50
Rongbong Terang sick : বিশিষ্ট সাহিত্যিক ৰংবং তেৰাং অসুস্থ, চিকিৎসালয়ত চিকিৎসাধীন
DIPHU

Rongbong Terang sick : বিশিষ্ট সাহিত্যিক ৰংবং তেৰাং অসুস্থ, চিকিৎসালয়ত চিকিৎসাধীন

June 17, 2026
50
Telegram ban : দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ টেলিগ্ৰাম, নীটৰ বাবে নিষেধাজ্ঞাক অবৈধ দাবী
National-International

Telegram ban : দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ টেলিগ্ৰাম, নীটৰ বাবে নিষেধাজ্ঞাক অবৈধ দাবী

June 17, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

NDA legislator at Hotel : এইবাৰ গেৰুৱা শিবিৰত ভাঙোন!

NDA legislator at Hotel : এইবাৰ গেৰুৱা শিবিৰত ভাঙোন!

June 17, 2026
Trump Big promise : মোদীৰ ভাৰতক আক্ৰমণ কৰিলে নতুন দিল্লীৰ পক্ষত থিয় দিব আমেৰিকা যুক্তৰাষ্ট্ৰ

Trump Big promise : মোদীৰ ভাৰতক আক্ৰমণ কৰিলে নতুন দিল্লীৰ পক্ষত থিয় দিব আমেৰিকা যুক্তৰাষ্ট্ৰ

June 17, 2026
Rongbong Terang sick : বিশিষ্ট সাহিত্যিক ৰংবং তেৰাং অসুস্থ, চিকিৎসালয়ত চিকিৎসাধীন

Rongbong Terang sick : বিশিষ্ট সাহিত্যিক ৰংবং তেৰাং অসুস্থ, চিকিৎসালয়ত চিকিৎসাধীন

June 17, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx