ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Guwahati

কাব্যঋষি নীলমণি ফুকন আৰু নাই………

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
January 19, 2023
Reading Time: 1 min read
A A
0
কাব্যঋষি নীলমণি ফুকন আৰু নাই………

logo new 2 1 1 4 1 3 1 4 | ASSAM TIMES POST

RELATED POSTS

Assam UCC bill : অসম বিধানসভাত UCC বিধেয়ক

Leader of Oppositions : বিৰোধী দলপতি হিচাপে কংগ্ৰেছৰ ৱাজেদ আলী চৌধুৰীক অনুমোদন হাইকমাণ্ডৰ

Assam Assembly Session : অসম বিধানসভাৰ নৱনিৰ্বাচিত বিধায়কৰ শপত গ্ৰহণ

অসমৰ কাব্য জগতক উকা কৰি, কবিতাৰ ঋষি নীলমণি ফুকন (Nilamani Phukan) গ’লগৈ অজান মুলুকলৈ । গোলাপী জামুৰ লগ্নৰ কবি গৰাকীয়ে বৃহস্পতিবাৰে জিএমচিএইচত শেষ নিশ্বাস ত্যাগ কৰে । মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৯০ বছৰ ।

Nilamani Phukan
কাব্যঋষি নীলমণি ফুকনৰ দেহাৱসান:

উল্লেখ্য, গুৰুতৰভাৱে অসুস্থ কাব্যঋষি নীলমনি ফুকনৰ মঙলবাৰৰ পৰা স্বাস্থ্যৰ অধিক অৱনতি ঘটে ৷ বুধবাৰে নিশা স্বাস্থ্যৰ অধিক অৱনতি ঘটাত নিজা বাসগৃহৰ পৰা গুৱাহাটীৰ সঞ্জীৱনী চিকিৎসালয়লৈ স্থানান্তৰ কৰা হয় ৷ তাৰ পিছত তেওঁক জিএমচিএইচত ভৰ্তি কৰোৱা হয় ।বিগত কেইবা দিন ধৰি বাৰ্ধক্যজনিত ৰোগত ভুগি আছিল যশস্বী কবিগৰাকী ৷ তাৰ মাজতে মঙলবাৰে দুপৰীয়া 2 মান বজাৰ পৰা হঠাৎ অধিক অসুস্থ হৈ পৰে কাব্যঋষিগৰাকী ৷

তাৰ পিচতেই তেওঁৰ জ্যেষ্ঠ চিকিৎসক পুত্ৰ জ্যোতিৰ্ময় ফুকনৰ নেতৃত্বত সঞ্জীৱনী হাস্পতালৰ চিকিৎসক ডাঃ প্ৰীতম কুমাৰ বৰঠাকুৰকে ধৰি নেমকেয়াৰ হাস্পতালৰ চিকিৎসকৰ দলে চিকিৎসা আগবঢ়াইছিল ৷ স্মৰ্তব্য যে 2022 বৰ্ষৰ 11 এপ্ৰিলত কবি নীলমণি ফুকনলৈ আগবঢ়োৱা হৈছিল ভাৰতীয় সাহিত্যৰ সৰ্বোচ্চ সন্মান জ্ঞানপীঠ বঁটা( Gyanpeeth Award)।নীলমণি ফুকননতুন দিল্লীৰ বিজ্ঞান ভৱনত অনুষ্ঠিত জ্ঞানপীঠ বঁটা প্ৰদান অনুষ্ঠানত তেওঁ অসুস্থতাৰ বাবে উপস্থিত থাকিব নোৱাৰাত 2022 বৰ্ষত গুৱাহাটীত তেওঁক বঁটা প্ৰদান কৰা হয় ৷ গুৱাহাটীৰ ৰবীন্দ্ৰ ভৱনত আয়োজিত বঁটা প্ৰদান অনুষ্ঠানত কাব্যঋষিগৰাকীৰ হাতত জ্ঞানপীঠ বঁটা তুলি দিয়ে ভাৰতীয় জ্ঞানপীঠ অকাডেমিৰ বাছনি সমিতিৰ অধ্যক্ষ ড৹ প্ৰতিভা ৰয়ে৷

 আনহাতে, যশস্বী কবিগৰাকীলৈ 2019 বৰ্ষৰ 19 আগষ্টত ডিব্ৰুগড় বিশ্ববিদ্যালয়ে প্ৰদান কৰে সন্মানীয় ‘ডি লীট’ সন্মান ৷অসমীয়া কাব্য-সাহিত্যত নীলমণি ফুকনৰ উল্লেখযোগ্য সৃষ্টিসমূহৰ ভিতৰত ‘সূৰ্য হেনো নামি আহে এই নদীয়েদি’, ‘কবিতা’, আৰু ‘গোলাপী জামুৰ লগ্ন’ উল্লেখযোগ্য ।

তেওঁৰ আন কবিতাপুথিসমূহ হ’ল নিৰ্জনতাৰ শব্দ, ১৯৬৫ আৰু কি নৈঃশব্দ্য্, জাপানী কবিতা, ফুলি থকা সূৰ্যমুখী ফুলটোৰ ফালে, কাঁইট গোলাপ আৰু কাঁইট, গাৰ্থিয়া লৰ্কাৰ কবিতা, নৃত্যৰতা পৃথিৱী, চীনা কবিতা, অলপ আগতে আমি কি কথা পাতি আছিলোঁ আদি । নীলমণি ফুকনৰ জন্ম হৈছিল গোলাঘাট জিলাৰ দেৰগাঁৱত ১০ ছেপ্টেম্বৰ ১৯৩৩ চনত । ইতিহাস বিষয়ত ১৯৬১ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে তেওঁ ।

নীলমণি ফুকন

‘কবিতা’ শীৰ্ষক স্বনিৰ্বাচিত কাব্যগ্ৰন্থৰ কাৰণে তেওঁক ১৯৮১ চনত সাহিত্য অকাডেমি বঁটা প্ৰদান কৰা হয় ৷ ১৯৯০ চনত ভাৰত চৰকাৰে পদ্মশ্ৰী সন্মানেৰে সন্মানিত কৰে ৷ ইয়াৰোপৰি ১৯৯১ চনত ছগনলাল জৈন বঁটা, ১৯৯৭ চনত অসম উপত্যকা সাহিত্য বঁটা আৰু সাহিত্য অকাডেমিৰ ফালৰ পৰা শ্ৰেষ্ঠ সাহিত্যিক সন্মান সাহিত্য অকাডেমিৰ ফেল’ ২০০২ চনত প্ৰদান কৰা হয় ৷

Tags: Nilamani Phukanনীলমণি ফুকন
Share4Tweet3Send

Related Posts

Assam UCC bill : অসম বিধানসভাত UCC বিধেয়ক
Guwahati

Assam UCC bill : অসম বিধানসভাত UCC বিধেয়ক

by News Desk
May 25, 2026
50
Leader of Oppositions : বিৰোধী দলপতি হিচাপে কংগ্ৰেছৰ ৱাজেদ আলী চৌধুৰীক অনুমোদন হাইকমাণ্ডৰ
Guwahati

Leader of Oppositions : বিৰোধী দলপতি হিচাপে কংগ্ৰেছৰ ৱাজেদ আলী চৌধুৰীক অনুমোদন হাইকমাণ্ডৰ

by News Desk
May 21, 2026
50
Assam Assembly Session : অসম বিধানসভাৰ নৱনিৰ্বাচিত বিধায়কৰ শপত গ্ৰহণ
Guwahati

Assam Assembly Session : অসম বিধানসভাৰ নৱনিৰ্বাচিত বিধায়কৰ শপত গ্ৰহণ

by News Desk
May 21, 2026
50
Pawan Khera : গুৱাহাটীৰ অসম আৰক্ষীৰ অপৰাধ শাখাত হাজিৰ পৱন খেৰা
Guwahati

Pawan Khera : গুৱাহাটীৰ অসম আৰক্ষীৰ অপৰাধ শাখাত হাজিৰ পৱন খেৰা

by News Desk
May 13, 2026
50
Assam new govt : ১২ মে’ত অসম চৰকাৰৰ শপত গ্ৰহণত উপস্থিত থাকিব প্ৰধানমন্ত্ৰী মোদী-শ্বাহ
Guwahati

Assam new govt : ১২ মে’ত অসম চৰকাৰৰ শপত গ্ৰহণত উপস্থিত থাকিব প্ৰধানমন্ত্ৰী মোদী-শ্বাহ

by News Desk
May 8, 2026
50
Himanta Biswa Sarma : ৰাজ্যপালৰ হাতত পদত্যাগ-পত্ৰ দাখিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ
Guwahati

Himanta Biswa Sarma : ৰাজ্যপালৰ হাতত পদত্যাগ-পত্ৰ দাখিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

by News Desk
May 6, 2026
50
ADVERTISEMENT
India Bangladesh border I পশ্চিমবংগৰ পৰা অবৈধ অনুপ্ৰৱেশকাৰীক বহিষ্কাৰ, ভাৰত-বাংলাদেশ সীমান্ত বাহিনীৰ উচ্চ পৰ্যায়ৰ বৈঠক
National-International

India Bangladesh border I পশ্চিমবংগৰ পৰা অবৈধ অনুপ্ৰৱেশকাৰীক বহিষ্কাৰ, ভাৰত-বাংলাদেশ সীমান্ত বাহিনীৰ উচ্চ পৰ্যায়ৰ বৈঠক

June 1, 2026
50
একেৰাহে চাৰি বছৰ বিশ্বৰ সৰ্বাধিক প্ৰদূষিত ৰাজধানী দিল্লী!
National-International

উত্তৰ-পূৰ্বাঞ্চলত দুটা দশকত তীব্ৰ গতিত বৃদ্ধি পাইছে প্ৰদূষণৰ মাত্ৰা- অধ্যয়ন

June 1, 2026
50
‎বিধানসভা নিৰ্বাচনৰ পূৰ্বে এচিড পৰীক্ষা: পঞ্জাৱত পৌৰ নিৰ্বাচনত আম আদমী পাৰ্টিৰ বৃহৎ জয়
National-International

‎বিধানসভা নিৰ্বাচনৰ পূৰ্বে এচিড পৰীক্ষা: পঞ্জাৱত পৌৰ নিৰ্বাচনত আম আদমী পাৰ্টিৰ বৃহৎ জয়

May 31, 2026
50
‎পিএছজিৰ জয় উদযাপনত অশান্ত ফ্ৰান্স I সংঘৰ্ষত আহত কমেও ২১৯, দেশজুৰি নিশাৰ বিশৃংখলতাত গ্ৰেপ্তাৰ ৭৮০  ‎
National-International

‎পিএছজিৰ জয় উদযাপনত অশান্ত ফ্ৰান্স I সংঘৰ্ষত আহত কমেও ২১৯, দেশজুৰি নিশাৰ বিশৃংখলতাত গ্ৰেপ্তাৰ ৭৮০ ‎

May 31, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

India Bangladesh border I পশ্চিমবংগৰ পৰা অবৈধ অনুপ্ৰৱেশকাৰীক বহিষ্কাৰ, ভাৰত-বাংলাদেশ সীমান্ত বাহিনীৰ উচ্চ পৰ্যায়ৰ বৈঠক

India Bangladesh border I পশ্চিমবংগৰ পৰা অবৈধ অনুপ্ৰৱেশকাৰীক বহিষ্কাৰ, ভাৰত-বাংলাদেশ সীমান্ত বাহিনীৰ উচ্চ পৰ্যায়ৰ বৈঠক

June 1, 2026
একেৰাহে চাৰি বছৰ বিশ্বৰ সৰ্বাধিক প্ৰদূষিত ৰাজধানী দিল্লী!

উত্তৰ-পূৰ্বাঞ্চলত দুটা দশকত তীব্ৰ গতিত বৃদ্ধি পাইছে প্ৰদূষণৰ মাত্ৰা- অধ্যয়ন

June 1, 2026
‎বিধানসভা নিৰ্বাচনৰ পূৰ্বে এচিড পৰীক্ষা: পঞ্জাৱত পৌৰ নিৰ্বাচনত আম আদমী পাৰ্টিৰ বৃহৎ জয়

‎বিধানসভা নিৰ্বাচনৰ পূৰ্বে এচিড পৰীক্ষা: পঞ্জাৱত পৌৰ নিৰ্বাচনত আম আদমী পাৰ্টিৰ বৃহৎ জয়

May 31, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx