ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home NORTHEAST

উত্তৰ ছিকিমৰ লাচেনত ভয়ংকৰ দুৰ্ঘটনাত ১৬ জোৱান নিহত, আহত ৪

নিউজ ডেস্কঃ

News Desk by News Desk
December 23, 2022
Reading Time: 1 min read
A A
0
উত্তৰ ছিকিমৰ লাচেনত ভয়ংকৰ দুৰ্ঘটনাত ১৬ জোৱান নিহত, আহত ৪

logo new 2 1 1 4 1 3 1 5 | ASSAM TIMES POST

RELATED POSTS

Tripura Grape cultivation I উত্তৰ-পূব ভাৰতৰ কৃষি খণ্ডত এক নতুন অধ্যায়, ত্ৰিপুৰাত আৰম্ভ মিঠা আঙুৰৰ উৎপাদন

‎দিল্লীত কেচিপিৰ মুখ্য কমাণ্ডাৰক গ্ৰেপ্তাৰ I মণিপুৰত বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ জব্দ

Shillong’s Farmer’s market : ‎শ্বিলঙত কৃষক বজাৰৰ পঞ্চম সংস্কৰণ আয়োজন

উত্তৰ ছিকিমৰ (North Sikkim) লাচেনত সেনা (Army) বাহিনীৰ বাছ (bus) এখন খাৱৈত বাগৰি পৰে (falls into a ditch)। এই ঘটনাত বাছখনত থকা ১৬ জন জোৱানৰ মৃত্যু (16 death) হয়। গুৰুতৰভাৱে আহত ৪ জন। বাছখনত ২০ জন সেনা জোৱান আছিল।

লাচেনত ভয়ংকৰ দুৰ্ঘটনা
Terrible accident in Lachen :

সেনাৰ সূত্ৰ অনুসৰি, শুকুৰবাৰে পুৱা উত্তৰ ছিকিমৰ লাচেনৰ পৰা প্ৰায় ১৫ কিলোমিটাৰ নিলগত জামা নামৰ এলেকাত তিনিখন বাহনৰ কনভয় লৈ থাংগু অভিমুখে এই সেনাবাহিনীৰ বাছখন আগবাঢ়িছিল। সেই সময়ত বাছখন পাহাৰীয়া বক্ৰ পথত ঘূৰোৱাৰ সময়ত চালকজনে নিয়ন্ত্ৰণ হেৰুৱাই পেলায়।

ফলত বাছখন দ খাৱৈত বাগৰি পৰে। ঘটনাৰ খবৰ পোৱা মাত্রকে উদ্ধাৰকাৰ্য আৰম্ভ হয়। ঘটনাস্থলীলৈ সেনাই প্ৰেৰণ কৰে উদ্ধাৰকাৰী দল। গুৰুতৰভাৱে আহত ৪ জন লোকক হেলিকপ্টাৰেৰে স্থানীয় চিকিৎসালয়লৈ লৈ যোৱা হয়।

মৃতদেহকেইটা মৰণোত্তৰ পৰীক্ষাৰ বাবে গেংটকৰ এছটিএনএম হাস্পতাললৈ লৈ যোৱা হৈছে। অৱশ্যে মৃত জোৱানসকল কোন ৰেজিমেণ্টৰ আছিল সেয়া এতিয়াও জানিব পৰা হোৱা নাই। নিহতসকলৰ ভিতৰত ৩ জন বিষয়া পদবীৰ।

এই ঘটনাক লৈ শোক প্ৰকাশ কৰে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে। তেওঁ এটা টুইটত লিখিছে, “উত্তৰ ছিকিমৰ গাড়ী দুৰ্ঘটনাত সেনা জোৱানৰ মৃত্যুত গভীৰভাৱে দুখী। মৃতকৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিলোঁ। শ্বহীদসকলৰ ত্যাগ আৰু দায়বদ্ধতাৰ বাবে সমগ্ৰ জাতিটো চিৰকৃতজ্ঞ হৈ থাকিব।”

Tags: Terrible accident in Lachenলাচেনত ভয়ংকৰ দুৰ্ঘটনা
Share4Tweet3Send

Related Posts

Tripura Grape cultivation I উত্তৰ-পূব ভাৰতৰ কৃষি খণ্ডত এক নতুন অধ্যায়, ত্ৰিপুৰাত আৰম্ভ মিঠা আঙুৰৰ উৎপাদন
NORTHEAST

Tripura Grape cultivation I উত্তৰ-পূব ভাৰতৰ কৃষি খণ্ডত এক নতুন অধ্যায়, ত্ৰিপুৰাত আৰম্ভ মিঠা আঙুৰৰ উৎপাদন

by Staff Reporter
June 4, 2026
50
Khatkhati Police Seize Nearly 1.5 kg of Illegal Poppy Straw, Arrest Two
NORTHEAST

‎দিল্লীত কেচিপিৰ মুখ্য কমাণ্ডাৰক গ্ৰেপ্তাৰ I মণিপুৰত বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ জব্দ

by Staff Reporter
May 28, 2026
50
Shillong’s Farmer’s market : ‎শ্বিলঙত কৃষক বজাৰৰ পঞ্চম সংস্কৰণ আয়োজন
NORTHEAST

Shillong’s Farmer’s market : ‎শ্বিলঙত কৃষক বজাৰৰ পঞ্চম সংস্কৰণ আয়োজন

by News Desk
May 23, 2026
50
Manipur Bandh : মণিপুৰত বন্ধ ৪৮ ঘণ্টালৈ বৃদ্ধি কুকি ইনপিৰ
NORTHEAST

Manipur Bandh : মণিপুৰত বন্ধ ৪৮ ঘণ্টালৈ বৃদ্ধি কুকি ইনপিৰ

by News Desk
May 21, 2026
50
Viral video : ঘৰৰ মজিয়াত কোটি কোটি টকাৰ পাহাৰ, ত্ৰিপুৰাত ভাইৰেল ভিডিঅ’ক লৈ চাঞ্চল্য
NORTHEAST

Viral video : ঘৰৰ মজিয়াত কোটি কোটি টকাৰ পাহাৰ, ত্ৰিপুৰাত ভাইৰেল ভিডিঅ’ক লৈ চাঞ্চল্য

by News Desk
May 19, 2026
50
Manipur violence : মণিপুৰৰ বিষ্ণুপুৰ জিলাত ধাৰাবাহিক বিস্ফোৰণত আহত ৩
NORTHEAST

‎ম্যানমাৰ সীমান্তৰ মণিপুৰৰ কামজঙত নতুন ড্ৰোন আক্ৰমণ, জ্বলাই দিয়া হৈছে ঘৰ

by Staff Reporter
May 7, 2026
50
ADVERTISEMENT
Supreme Court challenging the automatic disqualification of a MP or MLA:
National-International

Supreme Court of India I স্বেচ্ছাই যৌন ব্যৱসায় অপৰাধ নহয়, উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়

June 5, 2026
50
SC Halts Eviction in Sonapur’s Kosutuli, Demands Immediate Report from Assam Government
National-International

Supreme Court of India I নিম্ন পদত উচ্চ মেধাসম্পন্ন প্ৰাৰ্থী বিবেচনা কৰিব নোৱাৰি, উচ্চতম ন্যায়ালয়

June 5, 2026
50
Stelin on Congress I বিশ্বাসঘাটক কংগ্ৰেছে পিঠিত ছুৰী মাৰিলে, বিজয়ৰ সৈতে মিত্ৰতাক লৈ ‘ইণ্ডিয়া’ বৈঠক বৰ্জন ষ্টেলিনৰ
National-International

Stelin on Congress I বিশ্বাসঘাটক কংগ্ৰেছে পিঠিত ছুৰী মাৰিলে, বিজয়ৰ সৈতে মিত্ৰতাক লৈ ‘ইণ্ডিয়া’ বৈঠক বৰ্জন ষ্টেলিনৰ

June 5, 2026
50
Ladakh Tunnel : সকলো ঋতুতে পথযোগে লাডাখলৈ যাব পৰা নতুন সুৰংগ প্ৰকল্প আৰম্ভ কেন্দ্ৰৰ
National-International

Ladakh Tunnel : সকলো ঋতুতে পথযোগে লাডাখলৈ যাব পৰা নতুন সুৰংগ প্ৰকল্প আৰম্ভ কেন্দ্ৰৰ

June 4, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Supreme Court challenging the automatic disqualification of a MP or MLA:

Supreme Court of India I স্বেচ্ছাই যৌন ব্যৱসায় অপৰাধ নহয়, উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়

June 5, 2026
SC Halts Eviction in Sonapur’s Kosutuli, Demands Immediate Report from Assam Government

Supreme Court of India I নিম্ন পদত উচ্চ মেধাসম্পন্ন প্ৰাৰ্থী বিবেচনা কৰিব নোৱাৰি, উচ্চতম ন্যায়ালয়

June 5, 2026
Stelin on Congress I বিশ্বাসঘাটক কংগ্ৰেছে পিঠিত ছুৰী মাৰিলে, বিজয়ৰ সৈতে মিত্ৰতাক লৈ ‘ইণ্ডিয়া’ বৈঠক বৰ্জন ষ্টেলিনৰ

Stelin on Congress I বিশ্বাসঘাটক কংগ্ৰেছে পিঠিত ছুৰী মাৰিলে, বিজয়ৰ সৈতে মিত্ৰতাক লৈ ‘ইণ্ডিয়া’ বৈঠক বৰ্জন ষ্টেলিনৰ

June 5, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx