ASSAM TIMES POST
No Result
View All Result
  • Login
  • Register
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home NORTHEAST

Viral video : ঘৰৰ মজিয়াত কোটি কোটি টকাৰ পাহাৰ, ত্ৰিপুৰাত ভাইৰেল ভিডিঅ’ক লৈ চাঞ্চল্য

News Desk by News Desk
May 19, 2026
Reading Time: 1 min read
A A
0
Viral video : ঘৰৰ মজিয়াত কোটি কোটি টকাৰ পাহাৰ, ত্ৰিপুৰাত ভাইৰেল ভিডিঅ’ক লৈ চাঞ্চল্য

New Logo Smal 1 | ASSAM TIMES POST

RELATED POSTS

‎ম্যানমাৰ সীমান্তৰ মণিপুৰৰ কামজঙত নতুন ড্ৰোন আক্ৰমণ, জ্বলাই দিয়া হৈছে ঘৰ

Tension between Naga and Kuki : ‎মণিপুৰত নাগা ছাত্ৰ সন্থাৰ প্ৰতিবাদী সমাবেশ : সন্ত্ৰাসবাদীৰ আক্ৰমণত দুজন লোকৰ মৃত্যুক লৈ উত্তেজনা ‎

Manipur violence I দুই শিশু আৰু অৱসৰপ্ৰাপ্ত সেনা জোৱানক হত্যাক লৈ পুনৰ উত্তপ্ত মণিপুৰ

ঘৰৰ চাৰিওফালে কোটি কোটি টকাৰ বাণ্ডিল (Bundles of crores of rupees) সিঁচৰতি হৈ আছে। এই বৃহৎ পৰিমাণৰ ধন উদ্ধাৰ হোৱাৰ ভিডিঅ’ ভাইৰেল (Video viral) হৈ পৰে ছ’চিয়েল মিডিয়াত (Social Media)। ঘটনাৰ খবৰ পোৱাৰ লগে লগে ত্ৰিপুৰাৰ নিৰাপত্তাৰক্ষী (Tripura’s security guard)ৰ এটা দলে এহাল দম্পতীক আটক কৰে। অভিযুক্তৰ নাম মেনকা দেৱবৰ্মা (Menaka Debbarma) আৰু অজিত দেৱবৰ্মা (Ajit Debbarma)। আৰক্ষীৰ সূত্ৰ অনুসৰি, মেনকাই ত্ৰিপুৰা আৰক্ষীৰ আগৰতলা পূব থানাত মহিলা কনিষ্টবল হিচাপে কৰ্মৰত। আনহাতে, তেওঁৰ স্বামী অজিত ত্ৰিপুৰা ষ্টেট ৰাইফলছৰ চতুৰ্দশ বেটেলিয়নৰ জোৱান।

dev1 | ASSAM TIMES POST
ঘৰৰ মজিয়াত কোটি কোটি টকাৰ পাহাৰ, ত্ৰিপুৰাত ভাইৰেল ভিডিঅ’ক লৈ চাঞ্চল্য

ভাইৰেল ভিডিঅ’টোত দেখা গৈছে যে গোটেই ঘৰটোৰ মজিয়াত টকাৰ বাণ্ডিল সজাই থোৱা হৈছে। আৰু তাৰ কাষতে বহি আছে মহিলা কনিষ্টবলগৰাকী। এই ভিডিঅ’টো প্ৰকাশৰ লগে লগে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয়। বহু কোটি টকাৰ বিত্তীয় কেলেংকাৰীক লৈ আৰক্ষীয়ে ক্ষিপ্ৰ তদন্ত আৰম্ভ কৰিছে।

এই ভিডিঅ’ ক্লিপটো ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱাৰ পিছতে ধলাই জিলা আৰক্ষীয়ে ঘটনাৰ তদন্ত আৰম্ভ কৰে। পিছত এই বৃহৎ আৰ্থিক কেলেংকাৰীত জড়িত থকা আৰক্ষী দম্পতীহালক গ্ৰেপ্তাৰ কৰা হয়। ইতিমধ্যে অভিযুক্তক আদালতত হাজিৰ কৰোৱাত ন্যায়াধীশে তেওঁলোকক সাত দিনৰ বাবে আৰক্ষীৰ জিম্মাত ৰখাৰ নিৰ্দেশ দিয়ে। এই চক্ৰটোৰ শিপা কিমান দূৰলৈকে আছে সেয়া জানিবলৈ সেয়া জানিবলৈ তদন্তকাৰীয়ে দম্পতীহালক জেৰা কৰি আছে ।

Tags: Viralvideo
Share4Tweet3Send

Related Posts

Manipur violence : মণিপুৰৰ বিষ্ণুপুৰ জিলাত ধাৰাবাহিক বিস্ফোৰণত আহত ৩
NORTHEAST

‎ম্যানমাৰ সীমান্তৰ মণিপুৰৰ কামজঙত নতুন ড্ৰোন আক্ৰমণ, জ্বলাই দিয়া হৈছে ঘৰ

by Staff Reporter
May 7, 2026
50
Tension between Naga and Kuki : ‎মণিপুৰত নাগা ছাত্ৰ সন্থাৰ প্ৰতিবাদী সমাবেশ : সন্ত্ৰাসবাদীৰ আক্ৰমণত দুজন লোকৰ মৃত্যুক লৈ উত্তেজনা ‎
NORTHEAST

Tension between Naga and Kuki : ‎মণিপুৰত নাগা ছাত্ৰ সন্থাৰ প্ৰতিবাদী সমাবেশ : সন্ত্ৰাসবাদীৰ আক্ৰমণত দুজন লোকৰ মৃত্যুক লৈ উত্তেজনা ‎

by News Desk
April 24, 2026
50
Ten militants were killed in a clash in India-Myanmar border: The situation in Manipur is critical
NORTHEAST

Manipur violence I দুই শিশু আৰু অৱসৰপ্ৰাপ্ত সেনা জোৱানক হত্যাক লৈ পুনৰ উত্তপ্ত মণিপুৰ

by Staff Reporter
April 21, 2026
50
প্ৰচণ্ড ভূমিকম্পই কঁপালে মণিপুৰ
NORTHEAST

প্ৰচণ্ড ভূমিকম্পই কঁপালে মণিপুৰ

by Staff Reporter
April 21, 2026
50
Manipur violence : বন্ধ ইণ্টাৰনেট, কাৰ্ফিউ জাৰি; দুই নাবালকৰ মৃত্যুৰ পিছত পুনৰ জ্বলিছে মণিপুৰৰ বিষ্ণুপুৰ
NORTHEAST

পুনৰ অগ্নিগৰ্ভ মণিপুৰ

by Staff Reporter
April 20, 2026
50
Tripura Autonomous District Council : ত্ৰিপুৰা এডিচি নিৰ্বাচনত বিজেপিৰ পৰাজয়
NORTHEAST

Tripura Autonomous District Council : ত্ৰিপুৰা এডিচি নিৰ্বাচনত বিজেপিৰ পৰাজয়

by News Desk
April 17, 2026
50
ADVERTISEMENT
Viral video : ঘৰৰ মজিয়াত কোটি কোটি টকাৰ পাহাৰ, ত্ৰিপুৰাত ভাইৰেল ভিডিঅ’ক লৈ চাঞ্চল্য
NORTHEAST

Viral video : ঘৰৰ মজিয়াত কোটি কোটি টকাৰ পাহাৰ, ত্ৰিপুৰাত ভাইৰেল ভিডিঅ’ক লৈ চাঞ্চল্য

May 19, 2026
50
SBI Recruitment : ষ্টেট বেংকত চাকৰি কৰিব বিচাৰে নেকি, ৭ হাজাৰোধিক খালী পদৰ বাবে বিজ্ঞাপন; কেনেদৰে আবেদন কৰিব পাৰিব জানক
Jobs & Career

SBI Recruitment : ষ্টেট বেংকত চাকৰি কৰিব বিচাৰে নেকি, ৭ হাজাৰোধিক খালী পদৰ বাবে বিজ্ঞাপন; কেনেদৰে আবেদন কৰিব পাৰিব জানক

May 19, 2026
50
WB minister controversial remarks : গৰুক মৰম-আদৰ কৰিলে ৰক্তচাপ কমি যায়, মন্ত্ৰী দিলীপ ঘোষৰ গো-মাতাক লৈ নতুন দাবী
National-International

WB minister controversial remarks : গৰুক মৰম-আদৰ কৰিলে ৰক্তচাপ কমি যায়, মন্ত্ৰী দিলীপ ঘোষৰ গো-মাতাক লৈ নতুন দাবী

May 19, 2026
50
SC on street dogs : বাটৰুৱা কুকুৰ হিংস্ৰ হৈ পৰিলে হত্যা কৰিব পাৰি, পূৰ্বৰ ৰায়ক সমৰ্থন উচ্চতম ন্যায়ালয়ৰ
National-International

SC on street dogs : বাটৰুৱা কুকুৰ হিংস্ৰ হৈ পৰিলে হত্যা কৰিব পাৰি, পূৰ্বৰ ৰায়ক সমৰ্থন উচ্চতম ন্যায়ালয়ৰ

May 19, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Viral video : ঘৰৰ মজিয়াত কোটি কোটি টকাৰ পাহাৰ, ত্ৰিপুৰাত ভাইৰেল ভিডিঅ’ক লৈ চাঞ্চল্য

Viral video : ঘৰৰ মজিয়াত কোটি কোটি টকাৰ পাহাৰ, ত্ৰিপুৰাত ভাইৰেল ভিডিঅ’ক লৈ চাঞ্চল্য

May 19, 2026
SBI Recruitment : ষ্টেট বেংকত চাকৰি কৰিব বিচাৰে নেকি, ৭ হাজাৰোধিক খালী পদৰ বাবে বিজ্ঞাপন; কেনেদৰে আবেদন কৰিব পাৰিব জানক

SBI Recruitment : ষ্টেট বেংকত চাকৰি কৰিব বিচাৰে নেকি, ৭ হাজাৰোধিক খালী পদৰ বাবে বিজ্ঞাপন; কেনেদৰে আবেদন কৰিব পাৰিব জানক

May 19, 2026
WB minister controversial remarks : গৰুক মৰম-আদৰ কৰিলে ৰক্তচাপ কমি যায়, মন্ত্ৰী দিলীপ ঘোষৰ গো-মাতাক লৈ নতুন দাবী

WB minister controversial remarks : গৰুক মৰম-আদৰ কৰিলে ৰক্তচাপ কমি যায়, মন্ত্ৰী দিলীপ ঘোষৰ গো-মাতাক লৈ নতুন দাবী

May 19, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password? Sign Up

Create New Account!

Fill the forms below to register

All fields are required. Log In

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx