ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Contests
    • Recipe Contest – Ended
    • Singing Contest – Ended
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Contests
    • Recipe Contest – Ended
    • Singing Contest – Ended
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

বাছ চলাই থাকোতেই হৃদৰোগত আক্রান্ত চালক, নিয়ন্ত্ৰণহীন বাছৰ খুন্দাত নিহত ২

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
December 3, 2022
Reading Time: 1 min read
A A
0
বাছ চলাই থাকোতেই হৃদৰোগত আক্রান্ত চালক, নিয়ন্ত্ৰণহীন বাছৰ খুন্দাত নিহত ২

logo new 2 1 1 4 1 3 1 | ASSAM TIMES POST

RELATED POSTS

গুজৰাটৰ গান্ধীনগৰৰ আদালতে স্ব-ঘোষিত গডমেন আশাৰাম বাপুক দিলে ধৰ্ষণকাৰীৰ আখ্যাঃ দোষী সাব্যস্ত গডমেন

পাকিস্তানৰ পেছোৱাৰৰ মছজিদত ‘আত্মঘাতী’ বিস্ফোৰণত নিহত ২৮, আহত ১৫০

ৰাহুলৰ ‘ভাৰত জোড়ো যাত্ৰাʼৰ সামৰণি অনুষ্ঠানত ২১টা বিৰোধী দলৰ অংশগ্ৰহণ:

বাছ এখন চলাই গৈ থাকোঁতেই হৃদৰোগত আক্ৰান্ত হয় চালকজন। ফলত ষ্টিয়াৰিঙৰ ওপৰত তেওঁ ঢলি পৰে। ইয়াৰ পিছতে নিয়ন্ত্ৰণহীন বাছখনে চিগনেলত থিয় হৈ থকা গাড়ীত ধাৰাবাহিকভাৱে খুন্দা মাৰে।

তাৰ ফলত এজন পথচাৰীৰ মৃত্যু হয়। বহু আহত হয়। আহত আটাইকেইজন চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। পিছত বাছখনৰ পৰা উদ্ধাৰ হয় চালকজনৰ মৃতদেহ। চিকিৎসকে জনোৱা মতে, চালক হৰদেৱ পাল (৬০)ৰ হাৰ্ট এটেকত মৃত্যু হয়। মধ্যপ্ৰদেশৰ জবলপুৰত সংঘটিত হৈছে এই ঘটনা।

পোহৰলৈ আহিছে জবলপুৰ চহৰৰ ট্ৰেফিক চিগনেলৰ চিচিটিভি ফুটেজ। তাত দেখা গৈছে, কেইবাখনো মটৰচাইকেল আৰু ৰিক্সা চিগনেলত থিয় হৈ আছে। হঠাৎ পিছফালৰ পৰা এখন বাছে নিয়ন্ত্ৰণ হেৰুৱাই খুন্দা মাৰে।

পিছত বাছখনো বাগৰি পৰে। আৰক্ষীৰ মতে, বাছখন চলাই আছিল হৰদেৱ নামৰ এজন চালকে। যোৱা দহ বছৰ ধৰি মহানগৰীত ‘মেট্ৰো বাছ’ চলাই আহিছে। বাছ চলাওঁতে হঠাতে তেওঁৰ হাৰ্ট এটেক হয়। লগে লগে তেওঁ ষ্টিয়াৰিঙৰ ওপৰতে ঢলি পৰে।

আৰক্ষীৰ সূত্ৰ অনুসৰি, বাছখনৰ যাত্ৰী আৰু দুটা শিশুসহ মুঠ ৬জন লোক গুৰুতৰভাৱে আহত হয়। নিয়ন্ত্ৰণ হেৰুৱাই বাছখনে খুন্দা মাৰে এজন বৃদ্ধক। তেওঁক চিকিৎসালয়লৈ লৈ যোৱা হয়। পিছত তাতেই তেওঁৰ মৃত্যু হয়। অৱশ্যে বাছখনৰ গতি কম হোৱাৰ বাবে বৃহৎ দুৰ্ঘটনা এৰাই চলিব পৰা বুলি দাবী কৰিছে আৰক্ষীয়ে।

ADVERTISEMENT

Share this:

  • Twitter
  • Facebook

Like this:

Like Loading...

Related

Tags: বাছ
Share5Tweet3Send

Related Posts

গুজৰাটৰ গান্ধীনগৰৰ আদালতে স্ব-ঘোষিত গডমেন আশাৰাম বাপুক দিলে ধৰ্ষণকাৰীৰ আখ্যাঃ দোষী সাব্যস্ত গডমেন
National-International

গুজৰাটৰ গান্ধীনগৰৰ আদালতে স্ব-ঘোষিত গডমেন আশাৰাম বাপুক দিলে ধৰ্ষণকাৰীৰ আখ্যাঃ দোষী সাব্যস্ত গডমেন

by News Desk
January 30, 2023
50
পাকিস্তানৰ পেছোৱাৰৰ মছজিদত ‘আত্মঘাতী’ বিস্ফোৰণত নিহত ২৮, আহত ১৫০
National-International

পাকিস্তানৰ পেছোৱাৰৰ মছজিদত ‘আত্মঘাতী’ বিস্ফোৰণত নিহত ২৮, আহত ১৫০

by News Desk
January 30, 2023
50
ৰাহুলৰ ‘ভাৰত জোড়ো যাত্ৰাʼৰ সামৰণি অনুষ্ঠানত ২১টা বিৰোধী দলৰ অংশগ্ৰহণ:
National-International

ৰাহুলৰ ‘ভাৰত জোড়ো যাত্ৰাʼৰ সামৰণি অনুষ্ঠানত ২১টা বিৰোধী দলৰ অংশগ্ৰহণ:

by News Desk
January 30, 2023
50
২৬ দিনত ৫৫টা মৃত্যুদণ্ড ইৰাণত:
National-International

২৬ দিনত ৫৫টা মৃত্যুদণ্ড ইৰাণত:

by News Desk
January 30, 2023
50
‘চৰকাৰৰ ভাল কাম সকলোকে দেখুৱাওক’, নিৰ্বাচনৰ পূৰ্বে মন্ত্ৰীসকলক পৰামৰ্শ মোদীৰ
National-International

‘চৰকাৰৰ ভাল কাম সকলোকে দেখুৱাওক’, নিৰ্বাচনৰ পূৰ্বে মন্ত্ৰীসকলক পৰামৰ্শ মোদীৰ

by Staff Reporter
January 30, 2023
50
ওড়িশাৰ মন্ত্ৰীক গুলীয়াই হত্যা কৰা আৰক্ষীজন মানসিক ৰোগী!
National-International

ওড়িশাৰ মন্ত্ৰীক গুলীয়াই হত্যা কৰা আৰক্ষীজন মানসিক ৰোগী!

by Staff Reporter
January 30, 2023
50
ADVERTISEMENT
গুজৰাটৰ গান্ধীনগৰৰ আদালতে স্ব-ঘোষিত গডমেন আশাৰাম বাপুক দিলে ধৰ্ষণকাৰীৰ আখ্যাঃ দোষী সাব্যস্ত গডমেন
National-International

গুজৰাটৰ গান্ধীনগৰৰ আদালতে স্ব-ঘোষিত গডমেন আশাৰাম বাপুক দিলে ধৰ্ষণকাৰীৰ আখ্যাঃ দোষী সাব্যস্ত গডমেন

January 30, 2023
50
কাৰবি আংলঙত তুলিৰাম ৰংহাঙৰ উদ্যোগত ৰাজনীতিকৰণ আৰু ধৰ্মান্তকৰণৰ অভিযোগ এপিএইছএলচিৰ:
KARBI ANGLONG

কাৰবি আংলঙত তুলিৰাম ৰংহাঙৰ উদ্যোগত ৰাজনীতিকৰণ আৰু ধৰ্মান্তকৰণৰ অভিযোগ এপিএইছএলচিৰ:

January 30, 2023
50
বকলীয়াঘাটত ২০২৩-২৫ বৰ্ষৰ বাবে কাৰবি আংলং জিলা সাহিত্য সভাৰ সভাপতি, উপসভাপতি আৰু সম্পাদকৰ নাম ঘোষণা:
KARBI ANGLONG

বকলীয়াঘাটত ২০২৩-২৫ বৰ্ষৰ বাবে কাৰবি আংলং জিলা সাহিত্য সভাৰ সভাপতি, উপসভাপতি আৰু সম্পাদকৰ নাম ঘোষণা:

January 30, 2023
50
প্ৰথম ৫ দিনত ‘পাঠান’ৰ ব্যৱসায় ৫০০ কোটি অতিক্ৰম:
Entertainment

Categories

ALL NEWS (17211) Assam (12335) BREAKING NEWS (6431) Business (26) Economy (52) Editorial (11) EDUCATION AND TECHNOLOGY (54) Entertainment (595) Entertrainment (287) EXCLUSIVE (124) Fashion (8) Featured (18) Features (30) Guwahati (1839) Health & Fitness (609) Jobs & Career (5) KARBI ANGLONG (2380) Lifestyle (23) literature (16) National-International (4884) NORTHEAST (464) Novels (3) Photo (4) Poems (9) Political (98) Recipes (5) Sports News (363) Stories (7) Tech (8) Travel (6) Uncategorized (14) Video News (90)

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us
No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In
%d bloggers like this: