হোজাই জিলা লংকাৰ (Lanka) এখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী (students)ৰ অনৈতিক কাৰ্য্যৰ (immoral act) ভিডিও ভাইৰেল (vedio viral) ছোচিয়েল মিডিয়াত (social media)। উক্ত বিদ্যালয়খনত শ্ৰেণীকোঠাত (Class room)
ছাত্র-ছাত্ৰীৰ মাজত চলে এই অনৈতিক কাৰ্য।
কিন্তু গুৰুত্ব নাই প্ৰধান শিক্ষক নাইবা বিদ্যালয়খনৰ কৰ্তৃপক্ষৰ। উক্ত ঘটনাটো বিদ্যালয়খনৰ এজন সহঃ শিক্ষক ধন লৈ গাপ দিয়াৰো চেষ্টা কৰাৰ অভিযোগ স্থানীয় ৰাইজৰ। এই ঘটনাক লৈ বৰ্তমান অঞ্চলজুৰি সৃষ্টি হৈছে সচেতন ৰাইজৰ মাজত তীব্র প্ৰতিক্ৰিয়া।