ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Assam

HSLC result 2024 : ছেবাৰ নিয়ন্ত্ৰণত অনুষ্ঠিত অন্তিম মেট্ৰিক পৰীক্ষাৰ উত্তীৰ্ণৰ শীৰ্ষত চিৰাং জিলা

নিউজ ডেস্কঃ

News Desk by News Desk
April 20, 2024
Reading Time: 1 min read
A A
0
HSLC result 2024 : ছেবাৰ নিয়ন্ত্ৰণত অনুষ্ঠিত অন্তিম মেট্ৰিক পৰীক্ষাৰ উত্তীৰ্ণৰ শীৰ্ষত চিৰাং জিলা

RELATED POSTS

ভোটাৰৰ নাম কৰ্তনৰ বিৰুদ্ধে ৰাইজৰ দলৰ তীব্ৰ ক্ষোভ, জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবী

Cattle supply : ওবাগনাৰ বাহনত চোৰাং কৈ গৰু সৰবৰাহ

Nagaon : নগাঁৱৰ পুৰণিগুদামত পুৱাই বাহন অগ্নিকাণ্ড

New Logo Smal | ASSAM TIMES POST

শনিবাৰে ঘোষণা হয় ২০২৪ বৰ্ষৰ (2024 Year) হাইস্কুল শিক্ষান্ত পৰীক্ষা (High School Entrance Examination)। উল্লেখযোগ্য যে ছেবাৰ (SEBA) নিয়ন্ত্ৰণত অনুষ্ঠিত এয়া হৈছে অন্তিম মেট্ৰিক পৰীক্ষা৷

শনিবাৰে ফলাফল ঘোষণাৰ (Declaration of results) পিছত ছেবাৰ কাৰ্যালয়ত অনুষ্ঠিত সংবাদমেলত সচিব এন এন নাথ আৰু পৰীক্ষা নিয়ন্ত্ৰক নয়নজ্যোতি শৰ্মাই সংবাদ মাধ্যমক জানিবলৈ দিয়া অনুসৰি, এইবাৰ পৰীক্ষাত অৱতীৰ্ণ ৪,১৯,০৭৮ গৰাকী প্ৰাৰ্থীৰ ভিতৰত ৩,১৭,৩১৭ গৰাকী উত্তীৰ্ণ হয়৷ উত্তীৰ্ণৰ হাৰ ৭৫.৭ শতাংশ৷ আনহাতে, ছাত্ৰৰ উত্তীৰ্ণৰ হাৰ হৈছে ৭৭.৩ শতাংশ আৰু ছাত্ৰীৰ ৭৪.৪ শতাংশ। তৃতীয় লিংগৰ উত্তীৰ্ণৰ হাৰ ৮০ শতাংশ৷ ইয়াৰ উপৰি এইবাৰ প্ৰথম আৰু দ্বিতীয় বিভাগত উত্তীৰ্ণৰ হাৰ বৃদ্ধি পোৱা বুলিও তেওঁলোকে কয়৷

images indianexpress com students 759 | ASSAM TIMES POST

উল্লেখ্য যে এইবাৰ মেট্ৰিক উত্তীৰ্ণৰ বাবে কোনো ধৰণৰ প্ৰমাণ পত্ৰ দিয়া নহয়, মাৰ্কশ্বীট খনেই হ’ব উত্তীৰ্ণৰ প্ৰমাণপত্ৰ ৷
উল্লেখযোগ্য যে এইবাৰৰ মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণৰ ক্ষেত্ৰত শীৰ্ষস্থান লাভ কৰিছে চিৰাং জিলাই। জিলাখনৰ উত্তীৰ্ণৰ হাৰ হৈছে ৯১.২ শতাংশ। ইয়াৰ বিপৰীতে উত্তীৰ্ণৰ ক্ষেত্ৰত আটাইতকৈ শোচনীয় প্ৰদৰ্শন হৈছে ওদালগুৰি জিলাৰ। জিলাখনৰ উত্তীৰ্ণৰ হাৰ হৈছে ৬০.৯ শতাংশ। দ্বিতীয় স্থানত নলবাৰী (৮৮.১), তৃতীয় স্থানত ডিমা হাছাও (৮৭.১), চতুৰ্থ স্থানত বাক্সা (৮৬.৯) আৰু পঞ্চম স্থানত আছে শিৱসাগৰ জিলা (৮৫.১)।

ইয়াৰ উপৰি এইবাৰ মেট্ৰিক পৰীক্ষাত ইংৰাজী বিষয়াত ৮২ গৰাকী, অসমীয়াত ৩ গৰাকী, সাধাৰণ গণিতত ৮ গৰাকী, সাধাৰণ বিজ্ঞানত ৭১ গৰাকী, সমাজ বিজ্ঞানত ১৩৩ গৰাকী আৰু ঐচ্ছিক গণিতত ১৩২৮ গৰাকী শিক্ষাৰ্থীয়ে ১০০ নম্বৰৰ ভিতৰত ১০০ নম্বৰ লাভ কৰিছে৷

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: HSLCresult2024ছেবা
Share4Tweet3Send

Related Posts

ভোটাৰৰ নাম কৰ্তনৰ বিৰুদ্ধে ৰাইজৰ দলৰ তীব্ৰ ক্ষোভ, জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবী
Assam

ভোটাৰৰ নাম কৰ্তনৰ বিৰুদ্ধে ৰাইজৰ দলৰ তীব্ৰ ক্ষোভ, জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবী

by News Desk
September 24, 2026
50
Cattle supply : ওবাগনাৰ বাহনত চোৰাং কৈ গৰু সৰবৰাহ
Assam

Cattle supply : ওবাগনাৰ বাহনত চোৰাং কৈ গৰু সৰবৰাহ

by News Desk
September 24, 2026
50
Nagaon : নগাঁৱৰ পুৰণিগুদামত পুৱাই বাহন অগ্নিকাণ্ড
Assam

Nagaon : নগাঁৱৰ পুৰণিগুদামত পুৱাই বাহন অগ্নিকাণ্ড

by News Desk
September 24, 2026
50
হাইলাকান্দিত ড্ৰাগছৰ বিৰুদ্ধে অভিযান : গাঞ্জা আৰু য়াবা টেবলেট জব্দ, ১৮ জন গ্ৰেপ্তাৰ
Assam

হাইলাকান্দিত ড্ৰাগছৰ বিৰুদ্ধে অভিযান : গাঞ্জা আৰু য়াবা টেবলেট জব্দ, ১৮ জন গ্ৰেপ্তাৰ

by News Desk
September 24, 2026
50
Koliabor : কলিয়াবৰৰ বামুণীৰ ভাটাবাৰী অঞ্চল বুৰালে পাহাৰৰ পৰা নামি অহা পানীয়ে
Assam

Koliabor : কলিয়াবৰৰ বামুণীৰ ভাটাবাৰী অঞ্চল বুৰালে পাহাৰৰ পৰা নামি অহা পানীয়ে

by News Desk
September 23, 2026
59
চুৰি কৰা সোণৰ চেইনেৰে গোল্ড লোণ কুখ্যাত চিলনী চোৰৰ
Assam

চুৰি কৰা সোণৰ চেইনেৰে গোল্ড লোণ কুখ্যাত চিলনী চোৰৰ

by News Desk
September 22, 2026
52
ADVERTISEMENT
ভোটাৰৰ নাম কৰ্তনৰ বিৰুদ্ধে ৰাইজৰ দলৰ তীব্ৰ ক্ষোভ, জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবী
Assam

ভোটাৰৰ নাম কৰ্তনৰ বিৰুদ্ধে ৰাইজৰ দলৰ তীব্ৰ ক্ষোভ, জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবী

September 24, 2026
50
Bihar girl harassment : বিহাৰত পুনৰ এগৰাকী কিশোৰীক নিৰ্যাতন, প্ৰহাৰ কৰি ভিডিঅ’ বনোৱাৰ অভিযোগ
National-International

Bihar girl harassment : বিহাৰত পুনৰ এগৰাকী কিশোৰীক নিৰ্যাতন, প্ৰহাৰ কৰি ভিডিঅ’ বনোৱাৰ অভিযোগ

September 24, 2026
50
ECI row : ভোটাৰ তালিকাত ৯৭টা নাম পঞ্জীয়ন কৰিবলৈ ৭ দিনত ৮টা ইমেইল গোৱাৰ চিইঅ’ৰ, উত্তৰ নিদিয়াৰ অভিযোগ
National-International

ECI row : ভোটাৰ তালিকাত ৯৭টা নাম পঞ্জীয়ন কৰিবলৈ ৭ দিনত ৮টা ইমেইল গোৱাৰ চিইঅ’ৰ, উত্তৰ নিদিয়াৰ অভিযোগ

September 24, 2026
50
Chief Election Commissioner : মুখ্য নিৰ্বাচন আয়ুক্তৰ বিৰুদ্ধে দুই নিৰ্বাচন আয়ুক্তৰ প্ৰতিবেদনে জোকাৰিছে দেশ, কি আছে এই প্ৰতিবেদনত ?
National-International

Chief Election Commissioner : মুখ্য নিৰ্বাচন আয়ুক্তৰ বিৰুদ্ধে দুই নিৰ্বাচন আয়ুক্তৰ প্ৰতিবেদনে জোকাৰিছে দেশ, কি আছে এই প্ৰতিবেদনত ?

September 24, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

ভোটাৰৰ নাম কৰ্তনৰ বিৰুদ্ধে ৰাইজৰ দলৰ তীব্ৰ ক্ষোভ, জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবী

ভোটাৰৰ নাম কৰ্তনৰ বিৰুদ্ধে ৰাইজৰ দলৰ তীব্ৰ ক্ষোভ, জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবী

September 24, 2026
Bihar girl harassment : বিহাৰত পুনৰ এগৰাকী কিশোৰীক নিৰ্যাতন, প্ৰহাৰ কৰি ভিডিঅ’ বনোৱাৰ অভিযোগ

Bihar girl harassment : বিহাৰত পুনৰ এগৰাকী কিশোৰীক নিৰ্যাতন, প্ৰহাৰ কৰি ভিডিঅ’ বনোৱাৰ অভিযোগ

September 24, 2026
ECI row : ভোটাৰ তালিকাত ৯৭টা নাম পঞ্জীয়ন কৰিবলৈ ৭ দিনত ৮টা ইমেইল গোৱাৰ চিইঅ’ৰ, উত্তৰ নিদিয়াৰ অভিযোগ

ECI row : ভোটাৰ তালিকাত ৯৭টা নাম পঞ্জীয়ন কৰিবলৈ ৭ দিনত ৮টা ইমেইল গোৱাৰ চিইঅ’ৰ, উত্তৰ নিদিয়াৰ অভিযোগ

September 24, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d