ASSAM TIMES POST
No Result
View All Result
  • Login
  • Register
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Lifestyle Health & Fitness

ৰবটিক পদ্ধতিৰে হাওঁফাওঁৰ কৰ্কট ৰোগৰ চিকিৎসা! যুগান্তকাৰী আৱিষ্কাৰৰ দাবী চিকিৎসকৰ

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
November 29, 2022
Reading Time: 1 min read
A A
0
ৰবটিক পদ্ধতিৰে হাওঁফাওঁৰ কৰ্কট ৰোগৰ চিকিৎসা! যুগান্তকাৰী আৱিষ্কাৰৰ দাবী চিকিৎসকৰ

logo new 2 1 1 4 1 3 1 8 | ASSAM TIMES POST

RELATED POSTS

Don’t Skip Nighttime Showers: Expert Doctor’s Urgent Health Advice!

India’s Alarming Health Crisis: Obesity Surpasses Underweight, Warns UNICEF

Sugarcane Juice I কুঁহিয়াৰৰ ৰস আৰু ইয়াৰ প্ৰয়োজনীয়তা-

চিকিৎসকৰ মতে ধূমপান হাওঁফাওঁৰ কৰ্কট ৰোগৰ প্ৰধান কাৰণ। গতিকে ধূমপায়ীসকলৰ মাজত এই ৰোগ বেছি। কিন্তু আজিকালি ‘পেচিভ স্মোকাৰ‘ বা একেবাৰে ধূমপান নকৰা লোকসকলো এই ৰোগত আক্ৰান্ত হৈছে পুৰুষ-মহিলা নিৰ্বিশেষে।

ধূমপায়ীসকলৰ কাষত থকাৰ উপৰি এই ৰোগৰ আন এটা কাৰণ নিশ্চিতভাৱে পৰিৱেশ প্ৰদূষণ। ইয়াৰ বাহিৰেও আন এক প্ৰকাৰৰ হাওঁফাওঁৰ কৰ্কট ৰোগ আছে, যাৰ অন্যতম কাৰণ হʼল জিনগত পৰিৱৰ্তন। কিন্তু ইয়াৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই।

হাওঁফাওঁৰ কৰ্কট ৰোগত আক্ৰান্ত বহু লোকৰ জীৱন ৰক্ষা কৰাত সফল হৈছে এক নতুন ৰবটিক পদ্ধতি। হাওঁফাওঁৰ কৰ্কট ৰোগৰ মাৰাত্মক কাৰণ ইয়াক আগতীয়াকৈ ধৰা পেলোৱাটো কঠিন।

কলম্বিয়া ব্ৰডকাষ্টিং চিষ্টেমৰ তথ্য অনুসৰি, আমেৰিকাৰ মেইন লাইন হেল্থৰ চিকিৎসকসকলে কয় যে ৰবটিক প্ৰযুক্তিয়ে হাওঁফাওঁৰ কৰ্কট ৰোগ প্ৰাৰম্ভিক পৰ্যায়ত ধৰা পেলোৱাটো সম্ভৱ কৰি তুলিছে। কেৱল সেয়াই নহয়, এই পদ্ধতিৰ সহায়ত কৰ্কট ৰোগৰ চিকিৎসা সম্ভৱ।

এই নতুন প্ৰযুক্তি ‘ৰবটিক ব্ৰংকোস্কপিʼৰ সহায়ত চিকিৎসকে ইমেজিং গাইডেন্স আৰু মিনি টিউবৰ জৰিয়তে ৰোগীৰ হাওঁফাওঁ অতি গভীৰভাৱে পৰীক্ষা কৰিব পাৰে।এই প্ৰযুক্তিৰ আটাইতকৈ অনন্য দিশটো হʼল এই পদ্ধতিত যদি হাওঁফাওঁত কেন্সাৰ কোষ পোৱা যায় তেন্তে চিকিৎসকে ৰোগীক অচেতন অৱস্থাত থকা অৱস্থাতে এনাস্থেচিয়াৰ জৰিয়তে চিকিৎসা কৰিবলৈ সক্ষম হয়।

চিকিৎসকৰ মতে, হাওঁফাওঁৰ কৰ্কট ৰোগ হোৱাৰ আশংকা থকা লোকসকলৰ বাবে এই ৰবটিক প্ৰযুক্তি বিশেষভাৱে গুৰুত্বপূৰ্ণ হʼব পাৰে। কেন্সাৰ বিয়পি পৰাৰ আগতেই ধৰা পৰিলে বহুতৰে জীৱন ৰক্ষা কৰিব পাৰি। চিকিৎসকৰ মতে এই আৱিষ্কাৰ যুগান্তকাৰী।

Tags: হাওঁফাওঁ
Share4Tweet3Send

Related Posts

Don’t Skip Nighttime Showers: Expert Doctor’s Urgent Health Advice!
Health & Fitness

Don’t Skip Nighttime Showers: Expert Doctor’s Urgent Health Advice!

by ASSAM TIMES POST
November 29, 2025
50
India’s Alarming Health Crisis: Obesity Surpasses Underweight, Warns UNICEF
Health & Fitness

India’s Alarming Health Crisis: Obesity Surpasses Underweight, Warns UNICEF

by ASSAM TIMES POST
September 11, 2025
50
Sugarcane Juice I  কুঁহিয়াৰৰ ৰস আৰু ইয়াৰ প্ৰয়োজনীয়তা-
Health & Fitness

Sugarcane Juice I কুঁহিয়াৰৰ ৰস আৰু ইয়াৰ প্ৰয়োজনীয়তা-

by Staff Reporter
May 12, 2025
50
Bat coronavirus : চীনৰ য়ুহানত নতুন ভাইৰাছ, পুনৰ আহিব নেকি ভয়ংকৰ বিপদ?
Health & Fitness

Bat coronavirus : চীনৰ য়ুহানত নতুন ভাইৰাছ, পুনৰ আহিব নেকি ভয়ংকৰ বিপদ?

by News Desk
February 22, 2025
50
Gulen Bury Syndrome : দেশত বৃদ্ধি গুলেন বেৰীৰ দ্বাৰা আক্ৰান্ত লোকৰ সংখ্যা, ইতিমধ্যে ৭ জনৰ
Health & Fitness

Gulen Bury Syndrome : দেশত বৃদ্ধি গুলেন বেৰীৰ দ্বাৰা আক্ৰান্ত লোকৰ সংখ্যা, ইতিমধ্যে ৭ জনৰ

by News Desk
February 11, 2025
50
Cancer : ক’লা প্লাষ্টিকৰ বাকচত থকা খাদ্য খায় নেকি, হ’ব পাৰে কৰ্কট ৰোগ
Health & Fitness

Cancer : ক’লা প্লাষ্টিকৰ বাকচত থকা খাদ্য খায় নেকি, হ’ব পাৰে কৰ্কট ৰোগ

by News Desk
January 31, 2025
50
ADVERTISEMENT
‎পূব এছিয়াত ইৰাণৰ জাহাজ হিউজ I বিলিয়ন ডলাৰ মূল্যৰ তেল লৈ দক্ষিণ চীন সাগৰ দ্বীপত উপস্থিত
National-International

‎পূব এছিয়াত ইৰাণৰ জাহাজ হিউজ I বিলিয়ন ডলাৰ মূল্যৰ তেল লৈ দক্ষিণ চীন সাগৰ দ্বীপত উপস্থিত

May 3, 2026
50
Indore water poison : পৌৰসভাৰ পানী খাই বিষক্ৰিয়াত ৭ জনৰ মৃত্যু, গুৰুতৰভাৱে অসুস্থ শতাধিক
National-International

‎নিৰ্বাচনত পৰাজিত প্ৰাৰ্থীৰ প্ৰতিশোধ I মোডী-শ্বাহৰ ৰাজ্যৰ বাসিন্দা একেৰাহে চাৰি দিন ধৰি খোৱা পানীৰ পৰা বঞ্চিত

May 3, 2026
50
‎মুৰ্খামিৰ প্ৰত্যুত্তৰ দিবলৈ প্ৰস্তুত, ট্ৰাম্পক ভাবুকি ইৰাণৰ
National-International

‎মুৰ্খামিৰ প্ৰত্যুত্তৰ দিবলৈ প্ৰস্তুত, ট্ৰাম্পক ভাবুকি ইৰাণৰ

May 3, 2026
50
Air India : বিমানত হিন্দু আৰু শিখক ‘হালাল’ খাদ্য পৰিবেশন নকৰে এয়াৰ ইণ্ডিয়াই
National-International

‎এদিনত বাতিল হ’ল ১০০ খন বিমান I ইন্ধনৰ মূল্যবৃদ্ধিত বৃহৎ সিদ্ধান্ত এয়াৰ ইণ্ডিয়াৰ

May 3, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

‎পূব এছিয়াত ইৰাণৰ জাহাজ হিউজ I বিলিয়ন ডলাৰ মূল্যৰ তেল লৈ দক্ষিণ চীন সাগৰ দ্বীপত উপস্থিত

‎পূব এছিয়াত ইৰাণৰ জাহাজ হিউজ I বিলিয়ন ডলাৰ মূল্যৰ তেল লৈ দক্ষিণ চীন সাগৰ দ্বীপত উপস্থিত

May 3, 2026
Indore water poison : পৌৰসভাৰ পানী খাই বিষক্ৰিয়াত ৭ জনৰ মৃত্যু, গুৰুতৰভাৱে অসুস্থ শতাধিক

‎নিৰ্বাচনত পৰাজিত প্ৰাৰ্থীৰ প্ৰতিশোধ I মোডী-শ্বাহৰ ৰাজ্যৰ বাসিন্দা একেৰাহে চাৰি দিন ধৰি খোৱা পানীৰ পৰা বঞ্চিত

May 3, 2026
‎মুৰ্খামিৰ প্ৰত্যুত্তৰ দিবলৈ প্ৰস্তুত, ট্ৰাম্পক ভাবুকি ইৰাণৰ

‎মুৰ্খামিৰ প্ৰত্যুত্তৰ দিবলৈ প্ৰস্তুত, ট্ৰাম্পক ভাবুকি ইৰাণৰ

May 3, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password? Sign Up

Create New Account!

Fill the forms below to register

All fields are required. Log In

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx