ASSAM TIMES POST
No Result
View All Result
  • Login
  • Register
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Lifestyle Health & Fitness

শীত আহিলে উশাহ-নিশাহৰ সমস্যা বাঢ়ি যায়? ঔষধৰ উপৰি খাওক এইবোৰ খাদ্য

স্বাস্থ্য প্ৰতিবেদনঃ

Staff Reporter by Staff Reporter
November 22, 2022
Reading Time: 1 min read
A A
0
শীত আহিলে উশাহ-নিশাহৰ সমস্যা বাঢ়ি যায়? ঔষধৰ উপৰি খাওক এইবোৰ খাদ্য

logo new 2 1 1 4 1 3 1 6 | ASSAM TIMES POST

RELATED POSTS

Don’t Skip Nighttime Showers: Expert Doctor’s Urgent Health Advice!

India’s Alarming Health Crisis: Obesity Surpasses Underweight, Warns UNICEF

Sugarcane Juice I কুঁহিয়াৰৰ ৰস আৰু ইয়াৰ প্ৰয়োজনীয়তা-

বৰ্ধিত বায়ু প্ৰদূষণৰ ফলত বিভিন্ন শাৰীৰিক সমস্যাৰ সৃষ্টি হৈছে। ইয়াৰে এটা হʼল উশাহ লোৱাত কষ্ট। এই সমস্যা শীতকালত বেছিকৈ দেখা যায়। অলপ কষ্ট কৰিলেই দুৰ্বল অনুভৱ হয়। ফলত উশাহ লʼবলৈ টান হৈ পৰে। অত্যধিক চৰ্দিয়েও এই ৰোগৰ সৃষ্টি কৰিব পাৰে।

চিকিৎসকৰ মতে, বায়ুপথৰ প্ৰদাহৰ বাবে শ্বাস-প্ৰশ্বাসজনিত সমস্যাৰ সৃষ্টি হয়। উশাহ-নিশাহৰ কষ্টৰ বাবে হাওঁফাওঁৰ বায়ুপথ সংকুচিত আৰু ফুলি উঠে। শ্লেষ্মাও জমা হয়। যদিও শীতকালত এই ৰোগ বেছি হয়, তথাপিও বছৰৰ যিকোনো সময়তে শ্বাস-প্ৰশ্বাসজনিত সমস্যা হʼব পাৰে।

শ্বাস-প্ৰশ্বাসজনিত সমস্যাত ভুগি থকা বহু লোকে চিকিৎসকৰ পৰামৰ্শ মতে ইনহেলাৰ ৰাখে। অৱশ্যে এই শীতকালীন সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ হʼলে দৈনন্দিন খাদ্য তালিকাত দুই এটা খাদ্য ৰাখিব লাগে। ই আপোনাক সুস্থ কৰি ৰখাত সহায় কৰিব।

IMG 20221122 WA0003 | ASSAM TIMES POSTতুলসী

বায়ু প্ৰদূষণৰ ফলত জন্ম হোৱা শাৰীৰিক সমস্যাৰ পৰা আঁতৰি ৰখাত তুলসীয়ে অতি উপকাৰী ভূমিকা পালন কৰে। চৰ্দি আৰু ঋতুভিত্তিক চৰ্দিৰ দৰে বেমাৰ কমোৱাৰ বাবে বহুতে তুলসীৰ ওপৰত নিৰ্ভৰ কৰে। শীতকালত শ্বাস-প্ৰশ্বাসজনিত সমস্যাৰ পৰা হাত সাৰিবলৈ তুলসী চাহ সেৱন কৰিব পাৰি। চিকিৎসকে কয় যে প্ৰতিদিনে এই ধৰণৰ পানীয় সেৱন কৰিলে শ্বাস-প্ৰশ্বাসজনিত সমস্যা নিয়ন্ত্ৰিত হʼব। তুলসীৰ পাত পানীত সিজাই চেকি খাব লাগে। সুফল পাব।

শৰীৰৰ যত্ন লʼবলৈ আপেল এবিধ অতি উপযোগী ফল। আঁহ আৰু এন্টি অক্সিডেন্টযুক্ত আপেলে ওজন কমাবলৈ আৰু পেটৰ সমস্যাত সহায় কৰে। ইয়াৰ উপৰি আপেলে হৃদযন্ত্ৰক সুস্থ কৰি ৰখাত সহায় কৰে আৰু কেন্সাৰৰ সম্ভাৱনা কমায়।

বীন

ভিটামিন এ, চি, কে, ফলিক এচিড, কেলচিয়াম, ফাইবাৰসমৃদ্ধ, সেউজীয়া বীনৰ দ্বাৰা হাড়ৰ ক্ষয় ৰোধ হয়। লগতে হাড়বোৰ মজবুত কৰি ৰখাত সহায় কৰে। তাৰ লগতে বীনেও শ্বাস-প্ৰশ্বাসজনিত সমস্যা হ্ৰাস কৰাত যথেষ্ট সহায় কৰে।

পালেংশাক

প্ৰটিন, আইৰণ, ভিটামিন, এন্টি অক্সিডেন্ট, ফাইবাৰ, ফছফৰাছ, পটাছিয়ামসমৃদ্ধ, পালেং শাকে চুলি, ছাল আৰু হাঁপানীৰ সমস্যা নিয়ন্ত্ৰণত ৰাখে।

Tags: উশাহ
Share4Tweet3Send

Related Posts

Don’t Skip Nighttime Showers: Expert Doctor’s Urgent Health Advice!
Health & Fitness

Don’t Skip Nighttime Showers: Expert Doctor’s Urgent Health Advice!

by ASSAM TIMES POST
November 29, 2025
50
India’s Alarming Health Crisis: Obesity Surpasses Underweight, Warns UNICEF
Health & Fitness

India’s Alarming Health Crisis: Obesity Surpasses Underweight, Warns UNICEF

by ASSAM TIMES POST
September 11, 2025
50
Sugarcane Juice I  কুঁহিয়াৰৰ ৰস আৰু ইয়াৰ প্ৰয়োজনীয়তা-
Health & Fitness

Sugarcane Juice I কুঁহিয়াৰৰ ৰস আৰু ইয়াৰ প্ৰয়োজনীয়তা-

by Staff Reporter
May 12, 2025
50
Bat coronavirus : চীনৰ য়ুহানত নতুন ভাইৰাছ, পুনৰ আহিব নেকি ভয়ংকৰ বিপদ?
Health & Fitness

Bat coronavirus : চীনৰ য়ুহানত নতুন ভাইৰাছ, পুনৰ আহিব নেকি ভয়ংকৰ বিপদ?

by News Desk
February 22, 2025
50
Gulen Bury Syndrome : দেশত বৃদ্ধি গুলেন বেৰীৰ দ্বাৰা আক্ৰান্ত লোকৰ সংখ্যা, ইতিমধ্যে ৭ জনৰ
Health & Fitness

Gulen Bury Syndrome : দেশত বৃদ্ধি গুলেন বেৰীৰ দ্বাৰা আক্ৰান্ত লোকৰ সংখ্যা, ইতিমধ্যে ৭ জনৰ

by News Desk
February 11, 2025
50
Cancer : ক’লা প্লাষ্টিকৰ বাকচত থকা খাদ্য খায় নেকি, হ’ব পাৰে কৰ্কট ৰোগ
Health & Fitness

Cancer : ক’লা প্লাষ্টিকৰ বাকচত থকা খাদ্য খায় নেকি, হ’ব পাৰে কৰ্কট ৰোগ

by News Desk
January 31, 2025
50
ADVERTISEMENT
‎পূব এছিয়াত ইৰাণৰ জাহাজ হিউজ I বিলিয়ন ডলাৰ মূল্যৰ তেল লৈ দক্ষিণ চীন সাগৰ দ্বীপত উপস্থিত
National-International

‎পূব এছিয়াত ইৰাণৰ জাহাজ হিউজ I বিলিয়ন ডলাৰ মূল্যৰ তেল লৈ দক্ষিণ চীন সাগৰ দ্বীপত উপস্থিত

May 3, 2026
50
Indore water poison : পৌৰসভাৰ পানী খাই বিষক্ৰিয়াত ৭ জনৰ মৃত্যু, গুৰুতৰভাৱে অসুস্থ শতাধিক
National-International

‎নিৰ্বাচনত পৰাজিত প্ৰাৰ্থীৰ প্ৰতিশোধ I মোডী-শ্বাহৰ ৰাজ্যৰ বাসিন্দা একেৰাহে চাৰি দিন ধৰি খোৱা পানীৰ পৰা বঞ্চিত

May 3, 2026
50
‎মুৰ্খামিৰ প্ৰত্যুত্তৰ দিবলৈ প্ৰস্তুত, ট্ৰাম্পক ভাবুকি ইৰাণৰ
National-International

‎মুৰ্খামিৰ প্ৰত্যুত্তৰ দিবলৈ প্ৰস্তুত, ট্ৰাম্পক ভাবুকি ইৰাণৰ

May 3, 2026
50
Air India : বিমানত হিন্দু আৰু শিখক ‘হালাল’ খাদ্য পৰিবেশন নকৰে এয়াৰ ইণ্ডিয়াই
National-International

‎এদিনত বাতিল হ’ল ১০০ খন বিমান I ইন্ধনৰ মূল্যবৃদ্ধিত বৃহৎ সিদ্ধান্ত এয়াৰ ইণ্ডিয়াৰ

May 3, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

‎পূব এছিয়াত ইৰাণৰ জাহাজ হিউজ I বিলিয়ন ডলাৰ মূল্যৰ তেল লৈ দক্ষিণ চীন সাগৰ দ্বীপত উপস্থিত

‎পূব এছিয়াত ইৰাণৰ জাহাজ হিউজ I বিলিয়ন ডলাৰ মূল্যৰ তেল লৈ দক্ষিণ চীন সাগৰ দ্বীপত উপস্থিত

May 3, 2026
Indore water poison : পৌৰসভাৰ পানী খাই বিষক্ৰিয়াত ৭ জনৰ মৃত্যু, গুৰুতৰভাৱে অসুস্থ শতাধিক

‎নিৰ্বাচনত পৰাজিত প্ৰাৰ্থীৰ প্ৰতিশোধ I মোডী-শ্বাহৰ ৰাজ্যৰ বাসিন্দা একেৰাহে চাৰি দিন ধৰি খোৱা পানীৰ পৰা বঞ্চিত

May 3, 2026
‎মুৰ্খামিৰ প্ৰত্যুত্তৰ দিবলৈ প্ৰস্তুত, ট্ৰাম্পক ভাবুকি ইৰাণৰ

‎মুৰ্খামিৰ প্ৰত্যুত্তৰ দিবলৈ প্ৰস্তুত, ট্ৰাম্পক ভাবুকি ইৰাণৰ

May 3, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password? Sign Up

Create New Account!

Fill the forms below to register

All fields are required. Log In

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx