![]()
গোলাঘাট Golaghat জিলাৰ ধনশিৰি মহকুমাৰ সৰুপথাৰত সংঘটিত হোৱা এক ভয়ংকৰ দুৰ্ঘটনাত Accident দুজন লোক থিতাতে নিহত হয়।

খবৰ অনুসৰি, এখন বলেৰ’পিক আপ আৰু বাইকৰ মাজত মুখামুখি সংঘৰ্ষ হোৱাত দুজন আৰোহী থিতাতে নিহত হোৱাৰ লগতে এজন ব্যক্তিক সংকটজনক অৱস্থাত চিকিৎসালয়লৈ প্ৰেৰণ কৰে। অৱশ্যে, এই মুহূৰ্তলৈকে নিহত ব্যক্তি দুজন চিনাক্ত হোৱা নাই।












