কাজিৰঙা ফুৰিছে এগৰাকী অসমীয়া অভিনেত্ৰীয়ে। পুত্ৰ-কন্যা তথা মাতৃ- শাহু মাৰ সৈতে হাতীৰ পিঠিত উঠি কাজিৰঙাৰ দৃশ্যৰ সোঁৱাদ লৈছে আইমী বৰুৱাই। অভিনয় ক্ষেত্ৰ খনৰ লগতেই আইমীয়ে নিজ চচিয়েল মিডিয়াতো প্ৰায় আপডেট কৰা দেখিবলৈ পোৱা যায়। পৰিয়ালৰ সৈতে কটোৱা সময়ৰ বিভিন্ন ফটো আপলোড কৰি দৰ্শকক আকৰ্ষিত কৰি ৰাখে অভিনেত্ৰী গৰাকীয়ে।