ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Guwahati

Bihari youth missing : গুৱাহাটীত ৰহস্যজনকভাৱে সন্ধানহীন বিহাৰৰ যুৱক

নিউজ ডেস্কঃ

News Desk by News Desk
October 19, 2026
Reading Time: 1 min read
A A
0
Bihari youth missing : গুৱাহাটীত ৰহস্যজনকভাৱে সন্ধানহীন বিহাৰৰ যুৱক

RELATED POSTS

‘He Insisted on Examining Me’: Gauhati Doctor Accused of Harassment

Guwahati : মহানগৰীত মিঠাইৰ দোকানত চুৰি কৰি ৰঙাঘৰৰ আলহী

Ghy Heroin seized : গুৱাহাটীত নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে অভিযান, ছজন গ্ৰেপ্তাৰ

New Logo Smal | ASSAM TIMES POST

মহানগৰীত ৰহস্যজনকভাৱে সন্ধানহীন বিহাৰৰ এজন যুৱক (Bihari youth missing)। সন্ধানহীন যুৱকজনৰ নাম ৰাহুল কুমাৰ মাহাতো। বিহাৰৰ পৰা নৱবিবাহিত পত্নীক লগ কৰিবলৈ মহানগৰীৰ গড়চুকলৈ আহিছিল ৰাহুল। কিন্তু গুৱাহাটী আহি পোৱাৰ পাচতে সন্ধানহীন হয় ৰাহুল। গড়চুকৰৰ RD লজত থাকি পত্নীক লগ কৰিবলৈ গৈছিল। ৰাহুল পিতৃৰ ভয়ংকৰ অভিযোগ ৰাহুলৰ সন্ধানহীনৰ আঁৰত পত্নীৰ পৰিয়াল।

কিয়নো আইনগতভাৱে বিবাহ সম্পন্ন হোৱা ৰাহুল নিম্ন বৰ্নৰ হোৱা বাবে পত্নীৰ পৰিয়ালে মানি লোৱা নাছিল। ৮ অক্টোবৰত ৰাহুল বিহাৰৰ পৰা গুৱাহাটীলৈ আহিছিল। তেতিয়াৰে পৰা ঘৰৰ মানুহে যোগাযোগ কৰি পৰা নাছিল ৰাহুলৰ সৈতে। ১১ অক্টোবৰত হোটেলৰ cctvত ধৰা পৰিছিল ৰাহুল হোটেলৰ পৰা ওলাই যোৱা। কিন্তু তেতিয়াৰে পৰা সন্ধান নাই ৰাহুলৰ। ঘটনাক লৈ ৰাহুলৰ পৰিয়ালে এজাহাৰ দাখিল কৰিছে গড়চুক থানাত। পৰিয়ালৰ অভিযোগ ৰাহুলক অপহৰণ কৰি হত্যা কৰিছে পত্নীৰ পৰিয়ালে।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: BihariyouthmissingGuwahati
Share4Tweet3Send

Related Posts

‘He Insisted on Examining Me’: Gauhati Doctor Accused of Harassment
Guwahati

by News Desk
October 17, 2026
50
Guwahati : মহানগৰীত মিঠাইৰ দোকানত চুৰি কৰি ৰঙাঘৰৰ আলহী
Guwahati

Guwahati : মহানগৰীত মিঠাইৰ দোকানত চুৰি কৰি ৰঙাঘৰৰ আলহী

by News Desk
October 16, 2026
51
Ghy Heroin seized : গুৱাহাটীত নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে অভিযান, ছজন গ্ৰেপ্তাৰ
Guwahati

Ghy Heroin seized : গুৱাহাটীত নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে অভিযান, ছজন গ্ৰেপ্তাৰ

by News Desk
October 16, 2026
52
Drugs seized : দিছপুৰ আৰক্ষীৰ অভিযানত মহানগৰীত উৎখাত বৃহৎ ড্ৰাগছ নেটৱৰ্ক
Guwahati

Drugs seized : দিছপুৰ আৰক্ষীৰ অভিযানত মহানগৰীত উৎখাত বৃহৎ ড্ৰাগছ নেটৱৰ্ক

by News Desk
October 15, 2026
57
Yaba tablet seized : আমিনগাঁৱত উদ্ধাৰ ৪০,০০০ য়াবা টেবলেট
Guwahati

Yaba tablet seized : আমিনগাঁৱত উদ্ধাৰ ৪০,০০০ য়াবা টেবলেট

by News Desk
October 12, 2026
52
Bangladeshi detained : বিগত দুটা দিনত মেঘালয় হৈ ভাৰতত অনুপ্ৰৱেশ কৰা ১৭ বাংলাদেশী আটক, আশ্ৰয় দিয়াৰ অভিযোগত গ্ৰেপ্তাৰ ৪
Guwahati

Bangladeshi detained : বিগত দুটা দিনত মেঘালয় হৈ ভাৰতত অনুপ্ৰৱেশ কৰা ১৭ বাংলাদেশী আটক, আশ্ৰয় দিয়াৰ অভিযোগত গ্ৰেপ্তাৰ ৪

by News Desk
October 8, 2026
61
ADVERTISEMENT
Bihari youth missing : গুৱাহাটীত ৰহস্যজনকভাৱে সন্ধানহীন বিহাৰৰ যুৱক
Guwahati

Bihari youth missing : গুৱাহাটীত ৰহস্যজনকভাৱে সন্ধানহীন বিহাৰৰ যুৱক

October 19, 2026
50
China spy : চীনৰ চোৰাংচোৱাৰ ফান্দত ভাৰতীয় সেনা বিষয়াৰ পত্নী, শিক্ষাবিদৰ পৰিচয় দি প্ৰতিৰক্ষা সংক্ৰান্ত তথ্য লুট কৰাৰ অভিযোগ
National-International

Tragic road accident : ২০ শ্ৰমিকক মহতিয়াই পলায়ন চালকৰ, ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত ৮

দুৰ্গোৎসৱৰ মাজতে বশিষ্ট আৰক্ষীৰ বৃহৎ অভিযান,৪ ডকাইত পৰিল আৰক্ষীৰ জালত
ALL NEWS

দুৰ্গোৎসৱৰ মাজতে বশিষ্ট আৰক্ষীৰ বৃহৎ অভিযান,৪ ডকাইত পৰিল আৰক্ষীৰ জালত

October 18, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Bihari youth missing : গুৱাহাটীত ৰহস্যজনকভাৱে সন্ধানহীন বিহাৰৰ যুৱক

Bihari youth missing : গুৱাহাটীত ৰহস্যজনকভাৱে সন্ধানহীন বিহাৰৰ যুৱক

October 19, 2026
China spy : চীনৰ চোৰাংচোৱাৰ ফান্দত ভাৰতীয় সেনা বিষয়াৰ পত্নী, শিক্ষাবিদৰ পৰিচয় দি প্ৰতিৰক্ষা সংক্ৰান্ত তথ্য লুট কৰাৰ অভিযোগ

China spy : চীনৰ চোৰাংচোৱাৰ ফান্দত ভাৰতীয় সেনা বিষয়াৰ পত্নী, শিক্ষাবিদৰ পৰিচয় দি প্ৰতিৰক্ষা সংক্ৰান্ত তথ্য লুট কৰাৰ অভিযোগ

October 19, 2026
Tragic road accident : ২০ শ্ৰমিকক মহতিয়াই পলায়ন চালকৰ, ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত ৮

Tragic road accident : ২০ শ্ৰমিকক মহতিয়াই পলায়ন চালকৰ, ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত ৮

October 19, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT

%d