ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Contests
    • Recipe Contest – Ended
    • Singing Contest – Ended
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Contests
    • Recipe Contest – Ended
    • Singing Contest – Ended
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home NORTHEAST

অৰুণাচলৰ ছিয়াং নদীৰ পানী হঠাৎ ঘোলা! চীনৰ বান্ধ নিৰ্মাণৰ বাবে আবতৰীয়া বানৰ আশংকা

নিউজ ডেস্কঃ

News Desk by News Desk
November 8, 2022
Reading Time: 1 min read
A A
0
অৰুণাচলৰ ছিয়াং নদীৰ পানী হঠাৎ ঘোলা! চীনৰ বান্ধ নিৰ্মাণৰ বাবে আবতৰীয়া বানৰ আশংকা

logo new 2 1 1 4 1 3 1 1 | ASSAM TIMES POST

RELATED POSTS

অৰুণাচল প্ৰদেশত চলা আছাম ৰাইফলচৰ অভিযান আটক দুই উগ্ৰপন্থীঃ

ত্ৰিপুৰা আৰু মেঘালয়ৰ ৰাজ্যিক বিধানসভাৰ নিৰ্বাচনৰ তাৰিখৰ সাল-সলনিঃ

মণিপুৰত বিজেপি নেতাক ঘৰৰ সন্মুখত গুলীয়াই হত্যা, আত্মসমৰ্পণ অভিযুক্তৰ

চীন অধিকৃত তিব্বতৰ পৰা অৰুণাচললৈ বৈ যোৱা ছিয়াং নদীৰ স্বচ্ছ পানী হঠাতে ঘোলা হৈ পৰিছে। পানীৰ লগত মিহলি হৈছে বিপুল পৰিমাণৰ বোকা। আৰু তাৰ বাবেই অৰুণাচল আৰু অসমত আবতৰীয়া বানৰ আশংকা বাঢ়িছে।চৰকাৰী সূত্ৰ অনুসৰি, চীনে সীমান্তৰ সিপাৰে নদীখনত কিছু বৃহৎ নিৰ্মাণকাৰ্য আৰম্ভ কৰিছে। 

অৰুণাচলৰ ছিয়াং নদীৰ পানী হঠাৎ ঘোলা

আৰু সেইবাবেই এই অৱস্থা। প্ৰশাসনৰ সূত্ৰ অনুসৰি, অৰুণাচল প্ৰদেশৰ আপাৰ ছিয়াং আৰু পূব ছিয়াং জিলাৰ মাজত বৈ যোৱা ছিয়াং নদীৰ জলপৃষ্ঠই নহয় বিগত কিছুদিনত যথেষ্ট হ্ৰাস পাইছে। নদীখন অৱৰোধ কৰা নিৰ্মাণকাৰ্যৰ বাবেই এনে হʼব পাৰে বুলি ধাৰণা কৰা হৈছে।

ADVERTISEMENT

ভূমিস্খলনৰ ফলত জমা হোৱা পানী হঠাতে তললৈ নামিলে অৰুণাচলৰ টুটিং, ইনকিয়ং আৰু পাছিঘাটৰ দৰে চহৰ বিপদত পৰিব পাৰে। পূব ছিয়াঙৰ জিলা দণ্ডাধীশ টাই টাগুৱে কয়, “ছিয়াং নদীত হঠাতে বোকা বাঢ়িছে। নদীৰ ওপৰফালে কʼৰবাত বৃহৎ পৰিসৰৰ মাটি কটাৰ অভিযান হʼলে এনে হʼব পাৰে। পৰিস্থিতিৰ বুজ লʼবলৈ আমি নদী বিশেষজ্ঞৰ সৈতে আলোচনাত মিলিত হৈ আছো।

পৰিস্থিতি সযতনে নিৰীক্ষণ কৰা হৈছে।”তিব্বতৰ য়াৰলুং ছাংপো নদী ছিয়াং নামেৰে অৰুণাচল প্ৰদেশলৈ বৈ যায়। ছিয়াঙে আৰু তললৈ নামি আহি অসমত ব্ৰহ্মপুত্ৰ নাম লয়। ভাৰতৰ আপত্তি অতিক্ৰম কৰি সেই নদীত চীনৰ নিৰ্মাণ ২০১৫ চনৰ পৰা পৰ্যায়ক্ৰমে চলি আছে। ফলত ক্ৰমান্বয়ে পানীৰ স্তৰ কমি আহিছে। চীনৰ বান্ধৰ বাবেই অদূৰ ভৱিষ্যতে অসম আৰু অৰুণাচলকে ধৰি উত্তৰ-পূবৰ ৰাজ্যসমূহত পানীৰ সংকট হʼব পাৰে বুলি একাংশ পৰিৱেশবিদৰ মত।

Share this:

  • Twitter
  • Facebook

Like this:

Like Loading...

Related

Tags: Water in Siang river in Arunachal Pradesh suddenly swollenঅৰুণাচলৰ ছিয়াং নদীৰ পানী হঠাৎ ঘোলা
Share4Tweet3Send

Related Posts

অৰুণাচল প্ৰদেশত চলা আছাম ৰাইফলচৰ অভিযান আটক দুই উগ্ৰপন্থীঃ
NORTHEAST

অৰুণাচল প্ৰদেশত চলা আছাম ৰাইফলচৰ অভিযান আটক দুই উগ্ৰপন্থীঃ

by Staff Reporter
January 29, 2023
56
ত্ৰিপুৰা আৰু মেঘালয়ৰ ৰাজ্যিক বিধানসভাৰ নিৰ্বাচনৰ তাৰিখৰ সাল-সলনিঃ
NORTHEAST

ত্ৰিপুৰা আৰু মেঘালয়ৰ ৰাজ্যিক বিধানসভাৰ নিৰ্বাচনৰ তাৰিখৰ সাল-সলনিঃ

by ASSAM TIMES POST
January 27, 2023
55
মণিপুৰত বিজেপি নেতাক ঘৰৰ সন্মুখত গুলীয়াই হত্যা, আত্মসমৰ্পণ অভিযুক্তৰ
NORTHEAST

মণিপুৰত বিজেপি নেতাক ঘৰৰ সন্মুখত গুলীয়াই হত্যা, আত্মসমৰ্পণ অভিযুক্তৰ

by Staff Reporter
January 25, 2023
50
উত্তৰ-পূবৰ ৩ ৰাজ্যৰ নিৰ্বাচনৰ দিন ঘোষণা:
NORTHEAST

উত্তৰ-পূবৰ ৩ ৰাজ্যৰ নিৰ্বাচনৰ দিন ঘোষণা:

by News Desk
January 18, 2023
57
গঠন হ’ব নেকি পৃথক কমতাপুৰ? জীৱন সিংহৰ আত্মসমৰ্পণক লৈ ৰাজ্যজুৰি চর্চা অব্যাহত
NORTHEAST

গঠন হ’ব নেকি পৃথক কমতাপুৰ? জীৱন সিংহৰ আত্মসমৰ্পণক লৈ ৰাজ্যজুৰি চর্চা অব্যাহত

by News Desk
January 17, 2023
52
এজন এজনকৈ বিধায়ক, নেতাই এৰিছে বিজেপি! ত্ৰিপুৰাক বচাবলৈ ৰথ যাত্ৰাত নিজেই শ্বাহ
NORTHEAST

এজন এজনকৈ বিধায়ক, নেতাই এৰিছে বিজেপি! ত্ৰিপুৰাক বচাবলৈ ৰথ যাত্ৰাত নিজেই শ্বাহ

by News Desk
December 31, 2022
51
ADVERTISEMENT
কাৰবি আংলঙত তুলিৰাম ৰংহাঙৰ উদ্যোগত ৰাজনীতিকৰণ আৰু ধৰ্মান্তকৰণৰ অভিযোগ এপিএইছএলচিৰ:
KARBI ANGLONG

কাৰবি আংলঙত তুলিৰাম ৰংহাঙৰ উদ্যোগত ৰাজনীতিকৰণ আৰু ধৰ্মান্তকৰণৰ অভিযোগ এপিএইছএলচিৰ:

January 30, 2023
50
বকলীয়াঘাটত ২০২৩-২৫ বৰ্ষৰ বাবে কাৰবি আংলং জিলা সাহিত্য সভাৰ সভাপতি, উপসভাপতি আৰু সম্পাদকৰ নাম ঘোষণা:
KARBI ANGLONG

বকলীয়াঘাটত ২০২৩-২৫ বৰ্ষৰ বাবে কাৰবি আংলং জিলা সাহিত্য সভাৰ সভাপতি, উপসভাপতি আৰু সম্পাদকৰ নাম ঘোষণা:

January 30, 2023
50
প্ৰথম ৫ দিনত ‘পাঠান’ৰ ব্যৱসায় ৫০০ কোটি অতিক্ৰম:
Entertainment

প্ৰথম ৫ দিনত ‘পাঠান’ৰ ব্যৱসায় ৫০০ কোটি অতিক্ৰম:

January 30, 2023
50
“শিক্ষকশ্ৰী” বকুল দত্তৰ দেহাৱসানত শোকৰ ছাঁ বোকাখাতত:
Assam

Categories

ALL NEWS (17211) Assam (12335) BREAKING NEWS (6431) Business (26) Economy (52) Editorial (11) EDUCATION AND TECHNOLOGY (54) Entertainment (595) Entertrainment (287) EXCLUSIVE (124) Fashion (8) Featured (18) Features (30) Guwahati (1839) Health & Fitness (609) Jobs & Career (5) KARBI ANGLONG (2380) Lifestyle (23) literature (16) National-International (4883) NORTHEAST (464) Novels (3) Photo (4) Poems (9) Political (98) Recipes (5) Sports News (363) Stories (7) Tech (8) Travel (6) Uncategorized (14) Video News (90)

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us
No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In
%d bloggers like this: