ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

এনজিঅ’ৰ বিৰোধিতা দৰমহা বৃদ্ধিৰ দাবীঃ মধ্যাহ্ন ভোজন ৰান্ধনি সন্থাৰ ঘাইপথ অৱৰোধ কৰি প্ৰতিবাদ

ASSAM TIMES POST by ASSAM TIMES POST
November 10, 2019
Reading Time: 1 min read
A A
0
এনজিঅ’ৰ বিৰোধিতা দৰমহা বৃদ্ধিৰ দাবীঃ মধ্যাহ্ন ভোজন ৰান্ধনি সন্থাৰ ঘাইপথ অৱৰোধ কৰি প্ৰতিবাদ

logo atp 199x300 | ASSAM TIMES POSTASSAM TIMES POST

RELATED POSTS

Assam cabinet : অসম চৰকাৰৰ মন্ত্ৰীসকলৰ নাম ঘোষণা

Drugs seized I লাহৰিজানত ড্ৰাগছসহ সৰবৰাহকাৰীক আটক

Suspected substance seized : ডিলাইত অটোত তালাচী চলাই গোপন কক্ষৰ পৰা ১৪ পেকেট সন্দেহজনক পদাৰ্থ উদ্ধাৰ, গ্ৰেপ্তাৰ ৫ ‎

ডিফুঃ চৰকাৰী প্ৰাথমিক বিদ্যালয় সমূহৰ মধ্যাহ্ন ভোজনৰ দায়িত্ব অসম চৰকাৰে বেচৰকাৰী সন্থাক প্ৰদান কৰাৰ পিছৰে পৰা মধ্যাহ্ন ভোজনৰ ৰান্ধনি আৰু কৰ্মী সকলৰ বিভিন্ন প্ৰতিবাদী কাৰ্যসূচীয়ে বাতৰিৰ শিৰোনামা দখল কৰি আহিছে ৷ 

অৱশ্যে কাৰবি আংলং জিলাত মধ্যাহ্ন ভোজনৰ দায়িত্ব কোনো বেচৰকাৰী সন্থাক দিয়া হোৱা নাই যদিও চৰকাৰে গ্ৰহণ কৰা এনে সম্ভাব্য পদক্ষেপৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে মধ্যাহ্ন ভোজনৰ ৰান্ধনি সহায়িকা- কৰ্মী সকল ৷ 

WhatsApp Image 2019 11 10 at 6.27.05 AM | ASSAM TIMES POST

আজি পুৱাৰ ভাগত মধ্যাহ্ন ভোজনৰ ৰান্ধনি কৰ্মী সকলে ডিফু মাঞ্জা– সংযোগী পথ অৱৰোধ কৰাত দীৰ্ঘ সময় ধৰি পথটোৰে যাতায়ত ব্যৱস্থা হয় অচল হৈ পৰা পৰিলক্ষিত হয় ৷প্ৰতিবাদকাৰী সকলে দৰমহা মাহে ১৬০০ টকালৈ বৃদ্ধি কৰা তথা চৰকাৰী বিদ্যালয়ত মধ্যাহ্ন ভোজনৰ দায়িত্ব বেচৰকাৰী সংস্থাক গতাই দিয়াৰ সিদ্ধান্তৰ বিৰোধিতাৰে ৰাজপথ উত্তাল কৰি তোলে ৷ 

Tags: Featuredkarbi anglong
Share4Tweet3Send

Related Posts

Assam cabinet : অসম চৰকাৰৰ মন্ত্ৰীসকলৰ নাম ঘোষণা
Assam

by News Desk
June 4, 2026
50
Drugs seized I লাহৰিজানত ড্ৰাগছসহ সৰবৰাহকাৰীক আটক
Assam

Drugs seized I লাহৰিজানত ড্ৰাগছসহ সৰবৰাহকাৰীক আটক

by Staff Reporter
June 3, 2026
50
Suspected substance seized : ডিলাইত অটোত তালাচী চলাই গোপন কক্ষৰ পৰা ১৪ পেকেট সন্দেহজনক পদাৰ্থ উদ্ধাৰ, গ্ৰেপ্তাৰ ৫ ‎
KARBI ANGLONG

by ASSAM TIMES POST
June 2, 2026
50
Nalbari encounter : পৰিয়ালৰ লোকেই ঘৰৰ চৌহদত জানাজা সম্পন্ন কৰিলে আছিফ আলীৰ
Assam

Nalbari encounter : পৰিয়ালৰ লোকেই ঘৰৰ চৌহদত জানাজা সম্পন্ন কৰিলে আছিফ আলীৰ

by News Desk
June 2, 2026
50
Assam Meghalaya Border issue : অসম-মেঘালয় সীমা বিবাদৰ স্থায়ী সমাধানৰ বাবে পশ্চিম কাৰ্বি আংলঙত গুৰুত্বপূৰ্ণ বৈঠক

১০৮ মৃত্যুঞ্জয় জৰুৰীকালীন এম্বুলেন্স সেৱা কাৰ্বি আংলঙত জৰুৰীকালীন স্বাস্থ্যসেৱা শক্তিশালী কৰা
KARBI ANGLONG

১০৮ মৃত্যুঞ্জয় জৰুৰীকালীন এম্বুলেন্স সেৱা কাৰ্বি আংলঙত জৰুৰীকালীন স্বাস্থ্যসেৱা শক্তিশালী কৰা

by Staff Reporter
June 2, 2026
50
ADVERTISEMENT
Ladakh Tunnel : সকলো ঋতুতে পথযোগে লাডাখলৈ যাব পৰা নতুন সুৰংগ প্ৰকল্প আৰম্ভ কেন্দ্ৰৰ
National-International

Ladakh Tunnel : সকলো ঋতুতে পথযোগে লাডাখলৈ যাব পৰা নতুন সুৰংগ প্ৰকল্প আৰম্ভ কেন্দ্ৰৰ

June 4, 2026
50
Student Missing : ট্ৰেকিং কৰি থাকোঁতে নিৰুদ্দেশ সুন্দৰী ছাত্ৰী, ছয় দিন পাছতো নাই কোনো সন্ধান; ধৃত ২ বন্ধু
National-International

Student Missing : ট্ৰেকিং কৰি থাকোঁতে নিৰুদ্দেশ সুন্দৰী ছাত্ৰী, ছয় দিন পাছতো নাই কোনো সন্ধান; ধৃত ২ বন্ধু

June 4, 2026
50
Assam cabinet : অসম চৰকাৰৰ মন্ত্ৰীসকলৰ নাম ঘোষণা
Assam

Assam cabinet : অসম চৰকাৰৰ মন্ত্ৰীসকলৰ নাম ঘোষণা

June 4, 2026
50
Join BJP : ডিফুত বিজেপিৰ যোগদান কার্যসূচী
DIPHU

Join BJP : ডিফুত বিজেপিৰ যোগদান কার্যসূচী

June 4, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Ladakh Tunnel : সকলো ঋতুতে পথযোগে লাডাখলৈ যাব পৰা নতুন সুৰংগ প্ৰকল্প আৰম্ভ কেন্দ্ৰৰ

Ladakh Tunnel : সকলো ঋতুতে পথযোগে লাডাখলৈ যাব পৰা নতুন সুৰংগ প্ৰকল্প আৰম্ভ কেন্দ্ৰৰ

June 4, 2026
Student Missing : ট্ৰেকিং কৰি থাকোঁতে নিৰুদ্দেশ সুন্দৰী ছাত্ৰী, ছয় দিন পাছতো নাই কোনো সন্ধান; ধৃত ২ বন্ধু

Student Missing : ট্ৰেকিং কৰি থাকোঁতে নিৰুদ্দেশ সুন্দৰী ছাত্ৰী, ছয় দিন পাছতো নাই কোনো সন্ধান; ধৃত ২ বন্ধু

June 4, 2026
Assam cabinet : অসম চৰকাৰৰ মন্ত্ৰীসকলৰ নাম ঘোষণা

Assam cabinet : অসম চৰকাৰৰ মন্ত্ৰীসকলৰ নাম ঘোষণা

June 4, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT