ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

পুনৰ বান পৰিস্থিতি বেংগালুৰুত, মহানগৰীৰ বহু অঞ্চল পানীৰ তলত

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
October 20, 2022
Reading Time: 1 min read
A A
0
পুনৰ বান পৰিস্থিতি বেংগালুৰুত, মহানগৰীৰ বহু অঞ্চল পানীৰ তলত

RELATED POSTS

Amritsar Airport : অমৃতসৰ বিমানবন্দৰত ড্ৰ’নৰ আতংক, ডেৰ ঘণ্টা অচল বিমান সেৱা

CJP slams BJP : দলৰ বাবে ডাঙৰ অফিচ নিৰ্মাণ কৰিছে, কিন্তু ছাত্ৰ-ছাত্ৰীৰ কোনো নিৰাপত্তা নাই; দিল্লীৰ ঘটনাক লৈ মোদী-শ্বাহক লক্ষ্য পঁইতাচোৰাৰ

Amit Shah : মাওবাদক নিৰ্মূল কৰিছোঁ, নিচাসক্তৰ সমস্যাৰ সৈতেও একেদৰেই মোকাবিলা কৰিম; ড্ৰাগছমুক্ত ভাৰত গঢ়াৰ লক্ষ্য সন্দৰ্ভত অমিত শ্বাহ

logo new 2 1 1 4 1 3 1 1 | ASSAM TIMES POST

ধাৰাসাৰ বৰষুণৰ ফলত পুনৰ বানপানীৰ সৃষ্টি হয় বেংগালুৰু চহৰত। বুধবাৰে সন্ধিয়া ৭.৩০ বজাৰ পৰা আৰম্ভ হোৱা ধাৰাসাৰ বৰষুণৰ ফলত বেলন্দুৰৰ আই টি জোনকে ধৰি বেংগালুৰু চহৰৰ পূব, দক্ষিণ আৰু মাজমজিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ পথ প্লাৱিত হয়।

বতৰ বিজ্ঞান বিভাগৰ সূত্ৰ অনুসৰি, বুধবাৰে মহানগৰীৰ উত্তৰ দিশত ৫৯ মিলিমিটাৰ বৰষুণ হয়। ইতিমধ্যে বতৰ বিজ্ঞান কাৰ্যালয়ে হালধীয়া সতৰ্কবাণী জাৰি কৰিছে, প্ৰচণ্ড বৰষুণৰ ভৱিষ্যদ্বাণী কৰা হৈছে। বৃহস্পতিবাৰৰ পৰা আৰম্ভ কৰি অহা তিনিদিনলৈ বেংগালুৰু চহৰত ধাৰাসাৰ বৰষুণ হʼব বুলিও বতৰ বিজ্ঞানীসকলে জানিবলৈ দিছে৷

বেংগালুৰুৰ বান পৰিস্থিতিৰ ছবি বিভিন্ন ছচিয়েল মিডিয়াত বিয়পি পৰিছে। সেই ভিডিঅʼবোৰত মহানগৰীৰ নিম্ন অঞ্চলৰ ৰাস্তা-ঘাট প্লাৱিত হৈছে। সৃষ্টি হৈছে যান-জঁটৰ। খোলা মেনহোলৰ কাষেৰে পানী বৈ গৈছে।

উল্লেখ্য, যোৱা মাহতো একেৰাহে তিনিদিন বৰষুণৰ ফলত বেংগালুৰুত আকস্মিক বানপানীৰ সৃষ্টি হৈছিল। সেই বানপানীত নগৰৰ কেইবাটাও অংশ পানীৰ তলত ডুব গৈছিল। কেইবাটাও আই টি হাব আৰু আৱাসিক এলেকাও পানীৰ তলত ডুব গৈছিল। বহু লোক আবদ্ধ হৈ পৰিছিল ঘৰতে। পথসমূহত যান-জঁটৰ লগতে বিমান পৰিবহণতো বাধাৰ সৃষ্টি হয়।

আৰু তিনিদিনৰ প্ৰচণ্ড বৰষুণৰ পূৰ্বাভাসে পুনৰ একেধৰণৰ পৰিস্থিতিৰ সৃষ্টি কৰিব পাৰে তাক লৈ বেংগালুৰুৰ বাসিন্দাসকল আশংকাত পৰিছে।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: বেংগালুৰু
Share4Tweet3Send

Related Posts

Amritsar Airport : অমৃতসৰ বিমানবন্দৰত ড্ৰ’নৰ আতংক, ডেৰ ঘণ্টা অচল বিমান সেৱা
National-International

by News Desk
September 7, 2026
51
CJP slams BJP : দলৰ বাবে ডাঙৰ অফিচ নিৰ্মাণ কৰিছে, কিন্তু ছাত্ৰ-ছাত্ৰীৰ কোনো নিৰাপত্তা নাই; দিল্লীৰ ঘটনাক লৈ মোদী-শ্বাহক লক্ষ্য পঁইতাচোৰাৰ
National-International

CJP slams BJP : দলৰ বাবে ডাঙৰ অফিচ নিৰ্মাণ কৰিছে, কিন্তু ছাত্ৰ-ছাত্ৰীৰ কোনো নিৰাপত্তা নাই; দিল্লীৰ ঘটনাক লৈ মোদী-শ্বাহক লক্ষ্য পঁইতাচোৰাৰ

by News Desk
September 7, 2026
53
Amit Shah : মাওবাদক নিৰ্মূল কৰিছোঁ, নিচাসক্তৰ সমস্যাৰ সৈতেও একেদৰেই মোকাবিলা কৰিম; ড্ৰাগছমুক্ত ভাৰত গঢ়াৰ লক্ষ্য সন্দৰ্ভত অমিত শ্বাহ
National-International

Amit Shah : মাওবাদক নিৰ্মূল কৰিছোঁ, নিচাসক্তৰ সমস্যাৰ সৈতেও একেদৰেই মোকাবিলা কৰিম; ড্ৰাগছমুক্ত ভাৰত গঢ়াৰ লক্ষ্য সন্দৰ্ভত অমিত শ্বাহ

by News Desk
September 7, 2026
51
ISRO : ইছৰোৰ ব্যক্তিগতকৰণ নহয়, কৰ্মচাৰীৰ উদ্বেগ আৰু বিতৰ্কৰ মাজতে স্পষ্ট কৰিলে ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই
National-International

ISRO : ইছৰোৰ ব্যক্তিগতকৰণ নহয়, কৰ্মচাৰীৰ উদ্বেগ আৰু বিতৰ্কৰ মাজতে স্পষ্ট কৰিলে ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই

by News Desk
September 7, 2026
52
Kashmir encounter : কাশ্মীৰত নিৰাপত্তা বাহিনীৰ অভিযানত নিহত লস্কৰ কমাণ্ডাৰ কমান্ডাৰ ইয়াচিৰ
National-International

Kashmir encounter : কাশ্মীৰত নিৰাপত্তা বাহিনীৰ অভিযানত নিহত লস্কৰ কমাণ্ডাৰ কমান্ডাৰ ইয়াচিৰ

by News Desk
September 5, 2026
51
Keralam tragic accident : মৰ্মান্তিক! পথ দুৰ্ঘটনাত মৃত্যু ৮ অভিযান্ত্ৰিকৰ ছাত্ৰৰ
National-International

Keralam tragic accident : মৰ্মান্তিক! পথ দুৰ্ঘটনাত মৃত্যু ৮ অভিযান্ত্ৰিকৰ ছাত্ৰৰ

by News Desk
September 5, 2026
52
ADVERTISEMENT
Bhupen Hazarika birth centenary : জন্ম শতবাৰ্ষিকীত সুধাকণ্ঠ ভূপেন হাজৰিকাক প্ৰধানমন্ত্ৰীৰ শ্ৰদ্ধাঞ্জলি
Assam

September 8, 2026
50
Nagaon Bye Poll : ৬ অক্টোবৰত নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচন, তিনি ৰাজ্যতো হ’ব উপ-নিৰ্বাচন

হাইলাকান্দিত বিচ্ছিন্ন ৰে’লপথ : মিজোৰামৰ সৈতে ৰে’ল যোগাযোগ স্বাভাৱিক হ’বলৈ লাগিব পাৰে ৭–১২ দিন

Assam Cabinet : সোমবাৰৰ কেবিনেট বৈঠকত কি কি সিদ্ধান্ত গ্ৰহণ কৰা হ’ল
Assam

Assam Cabinet : সোমবাৰৰ কেবিনেট বৈঠকত কি কি সিদ্ধান্ত গ্ৰহণ কৰা হ’ল

September 7, 2026
51
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Bhupen Hazarika birth centenary : জন্ম শতবাৰ্ষিকীত সুধাকণ্ঠ ভূপেন হাজৰিকাক প্ৰধানমন্ত্ৰীৰ শ্ৰদ্ধাঞ্জলি

Bhupen Hazarika birth centenary : জন্ম শতবাৰ্ষিকীত সুধাকণ্ঠ ভূপেন হাজৰিকাক প্ৰধানমন্ত্ৰীৰ শ্ৰদ্ধাঞ্জলি

September 8, 2026
Nagaon Bye Poll : ৬ অক্টোবৰত নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচন, তিনি ৰাজ্যতো হ’ব উপ-নিৰ্বাচন

Nagaon Bye Poll : ৬ অক্টোবৰত নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচন, তিনি ৰাজ্যতো হ’ব উপ-নিৰ্বাচন

September 8, 2026
হাইলাকান্দিত বিচ্ছিন্ন ৰে’লপথ : মিজোৰামৰ সৈতে ৰে’ল যোগাযোগ স্বাভাৱিক হ’বলৈ লাগিব পাৰে ৭–১২ দিন

হাইলাকান্দিত বিচ্ছিন্ন ৰে’লপথ : মিজোৰামৰ সৈতে ৰে’ল যোগাযোগ স্বাভাৱিক হ’বলৈ লাগিব পাৰে ৭–১২ দিন

September 8, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT

%d