ASSAM TIMES POST
No Result
View All Result
  • Login
  • Register
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

ভাৰতে আৰ্মেনিয়াক দিব পিনাকা মিছাইল, দুহাজাৰ কোটিৰ চুক্তি স্বাক্ষৰ

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
September 30, 2022
Reading Time: 1 min read
A A
0
ভাৰতে আৰ্মেনিয়াক দিব পিনাকা মিছাইল, দুহাজাৰ কোটিৰ চুক্তি স্বাক্ষৰ

logo new 2 1 1 4 1 3 1 3 | ASSAM TIMES POST

RELATED POSTS

‎প্ৰবল বৰষুণত ভাঙি পৰিল চিকিৎসালয়ৰ দেৱাল I বেংগালুৰুত দুটি শিশুসহ মৃত্যু ৭, আহত ৭

‎ট্ৰাম্পৰ সৈতে ৯০ মিনিট ধৰি ফোনত কথোপকথন পুটিনৰ I আমেৰিকাৰ ৰাষ্ট্ৰপতিক এক বিশেষ সতৰ্কবাণী জাৰি ‎

Delhi High Court : দিল্লী উচ্চ ন্যায়ালয়ত ভাৰ্চুৱেল শুনানিৰ সময়ত পৰ্ণগ্ৰাফী, হেক হোৱাৰ আশংকাত বিচাৰ বন্ধ

মুছলমান ৰাষ্ট্ৰ আজাৰবাইজানে তুৰস্ক আৰু পাকিস্তানৰ পৰা লাভ কৰে সামৰিক সাহায্য। সীমান্ত সংঘাতৰ প্ৰাৰম্ভিক পৰ্যায়ত তেওঁলোক ‘সুবিধাজনক পৰিস্থিতিʼত উপনীত হোৱা বুলি পশ্চিমীয়া সংবাদ মাধ্যমৰ দাবী। এইবাৰ আজাৰবাইজানৰ সৈতে মুখামুখী হʼবলৈ নতুন দিল্লীৰ কাষ চাপিছিল খ্ৰীষ্টান প্ৰধান আৰ্মেনিয়াই।

পিনাকা মিছাইলদেশখনৰ বৈদেশিক কাৰ্যালয়ৰ এক বিবৃতিত কোৱা হৈছে, “আমি ভাৰতৰ বৈদেশিক মন্ত্ৰী জয়শংকৰক জনাইছো যে আৰ্মেনিয়াৰ সাৰ্বভৌমত্বক আক্ৰমণ কৰাৰ চেষ্টা চলি আছে।”

২০২০ চনত নাগৰ্নো কাৰাবাখ অঞ্চল দখলৰ বাবে দুয়োখন দেশৰ মাজত হোৱা যুদ্ধত প্ৰায় ছয় হাজাৰৰো অধিক লোক নিহত হৈছিল। সেই সময়ত এই সংঘাতৰ মধ্যস্থতা কৰিছিল মস্কোৱে। কিন্তু এইবাৰ ইউক্ৰেইন সমস্যাত ব্যস্ত হোৱাৰ বাবে ভ্লাদিমিৰ পুটিনৰ বাবে সেই ভূমিকা লোৱাটো সম্ভৱ নহয় বুলি একাংশ কূটনৈতিক বিশেষজ্ঞই ভাবে। দেশীয় প্ৰযুক্তিৰে নিৰ্মিত পিনাকাই কাৰ্গিল যুদ্ধত ভাৰতৰ বিজয়ত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।

৯০ কিলোমিটাৰ দূৰত্বৰ এই ট্ৰাক-বাহী ক্ষেপণাস্ত্ৰটো শেহতীয়াকৈ ভাৰতীয় সেনাই লাডাখৰ প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাৰে (এলএচি) সম্ভাৱ্য চীনৰ আক্ৰমণ প্ৰতিহত কৰিবলৈ মোতায়েন কৰিছিল। মাত্ৰ ৪৪ ছেকেণ্ডত একেলগে ৭২টা মিছাইল নিক্ষেপ কৰিবলৈ সক্ষম হৈছে ডি আৰ ডি অʼৰ ‘মাল্টিপল ৰকেট লঞ্চাৰ’। একাংশ সামৰিক পৰ্যবেক্ষকৰ মতে এই ভাৰতীয় ক্ষেপণাস্ত্ৰ আজাৰবাইজানৰ আক্ৰমণ ৰোধ কৰাৰ বাবে আৰ্মেনিয়ান সেনাৰ এক গুৰুত্বপূৰ্ণ আহিলা হʼব পাৰে।

Tags: তুৰস্ক
Share4Tweet3Send

Related Posts

‎প্ৰবল বৰষুণত ভাঙি পৰিল চিকিৎসালয়ৰ দেৱাল I বেংগালুৰুত দুটি শিশুসহ মৃত্যু ৭, আহত ৭
National-International

by Staff Reporter
April 30, 2026
50
‎ট্ৰাম্পৰ সৈতে ৯০ মিনিট ধৰি ফোনত কথোপকথন পুটিনৰ I আমেৰিকাৰ ৰাষ্ট্ৰপতিক এক বিশেষ সতৰ্কবাণী জাৰি ‎
National-International

‎ট্ৰাম্পৰ সৈতে ৯০ মিনিট ধৰি ফোনত কথোপকথন পুটিনৰ I আমেৰিকাৰ ৰাষ্ট্ৰপতিক এক বিশেষ সতৰ্কবাণী জাৰি ‎

by Staff Reporter
April 30, 2026
50
Delhi High Court : দিল্লী উচ্চ ন্যায়ালয়ত ভাৰ্চুৱেল শুনানিৰ সময়ত পৰ্ণগ্ৰাফী, হেক হোৱাৰ আশংকাত বিচাৰ বন্ধ
National-International

Delhi High Court : দিল্লী উচ্চ ন্যায়ালয়ত ভাৰ্চুৱেল শুনানিৰ সময়ত পৰ্ণগ্ৰাফী, হেক হোৱাৰ আশংকাত বিচাৰ বন্ধ

by News Desk
April 29, 2026
50
Petrol prices : ১ মে’ৰ পৰা বৃদ্ধি হ’ব পাৰে পেট্ৰ’ল-ডিজেলৰ মূল্য, কি কয় কেন্দ্ৰীয় চৰকাৰে

Sonam Raghubangshi case : স্বামী ৰাজাক হত্যাৰ অভিযোগত অভিযুক্ত সোণমে জামিন পালেও ঘৰত সোমাব নিদিয়ে ভাতৃয়ে

Meghalaya murder : মেঘালয় হত্যাকাণ্ডৰ গোচৰত সোণমক গ্ৰেপ্তাৰত আৰক্ষীৰ ভুল ধাৰাৰ বাবেই জামিন পালে নেকি?

ADVERTISEMENT
‎প্ৰবল বৰষুণত ভাঙি পৰিল চিকিৎসালয়ৰ দেৱাল I বেংগালুৰুত দুটি শিশুসহ মৃত্যু ৭, আহত ৭
National-International

‎প্ৰবল বৰষুণত ভাঙি পৰিল চিকিৎসালয়ৰ দেৱাল I বেংগালুৰুত দুটি শিশুসহ মৃত্যু ৭, আহত ৭

April 30, 2026
50
‎ট্ৰাম্পৰ সৈতে ৯০ মিনিট ধৰি ফোনত কথোপকথন পুটিনৰ I আমেৰিকাৰ ৰাষ্ট্ৰপতিক এক বিশেষ সতৰ্কবাণী জাৰি ‎
National-International

‎ট্ৰাম্পৰ সৈতে ৯০ মিনিট ধৰি ফোনত কথোপকথন পুটিনৰ I আমেৰিকাৰ ৰাষ্ট্ৰপতিক এক বিশেষ সতৰ্কবাণী জাৰি ‎

April 30, 2026
50
Delhi High Court : দিল্লী উচ্চ ন্যায়ালয়ত ভাৰ্চুৱেল শুনানিৰ সময়ত পৰ্ণগ্ৰাফী, হেক হোৱাৰ আশংকাত বিচাৰ বন্ধ
National-International

Delhi High Court : দিল্লী উচ্চ ন্যায়ালয়ত ভাৰ্চুৱেল শুনানিৰ সময়ত পৰ্ণগ্ৰাফী, হেক হোৱাৰ আশংকাত বিচাৰ বন্ধ

April 29, 2026
50
Petrol prices : ১ মে’ৰ পৰা বৃদ্ধি হ’ব পাৰে পেট্ৰ’ল-ডিজেলৰ মূল্য, কি কয় কেন্দ্ৰীয় চৰকাৰে
National-International

Petrol prices : ১ মে’ৰ পৰা বৃদ্ধি হ’ব পাৰে পেট্ৰ’ল-ডিজেলৰ মূল্য, কি কয় কেন্দ্ৰীয় চৰকাৰে

April 29, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

‎প্ৰবল বৰষুণত ভাঙি পৰিল চিকিৎসালয়ৰ দেৱাল I বেংগালুৰুত দুটি শিশুসহ মৃত্যু ৭, আহত ৭

‎প্ৰবল বৰষুণত ভাঙি পৰিল চিকিৎসালয়ৰ দেৱাল I বেংগালুৰুত দুটি শিশুসহ মৃত্যু ৭, আহত ৭

April 30, 2026
‎ট্ৰাম্পৰ সৈতে ৯০ মিনিট ধৰি ফোনত কথোপকথন পুটিনৰ I আমেৰিকাৰ ৰাষ্ট্ৰপতিক এক বিশেষ সতৰ্কবাণী জাৰি ‎

‎ট্ৰাম্পৰ সৈতে ৯০ মিনিট ধৰি ফোনত কথোপকথন পুটিনৰ I আমেৰিকাৰ ৰাষ্ট্ৰপতিক এক বিশেষ সতৰ্কবাণী জাৰি ‎

April 30, 2026
Delhi High Court : দিল্লী উচ্চ ন্যায়ালয়ত ভাৰ্চুৱেল শুনানিৰ সময়ত পৰ্ণগ্ৰাফী, হেক হোৱাৰ আশংকাত বিচাৰ বন্ধ

Delhi High Court : দিল্লী উচ্চ ন্যায়ালয়ত ভাৰ্চুৱেল শুনানিৰ সময়ত পৰ্ণগ্ৰাফী, হেক হোৱাৰ আশংকাত বিচাৰ বন্ধ

April 29, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password? Sign Up

Create New Account!

Fill the forms below to register

All fields are required. Log In

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT