ASSAM TIMES POST
No Result
View All Result
  • Login
  • Register
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home KARBI ANGLONG

কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ শিক্ষা বিভাগৰ উদ্যোগত আজি ডিফুৰ ডি এ ভি স্কুলত কেন্দ্ৰীয়ভাবে শিক্ষক দিৱস পালন

ষ্টাফ ৰিপ'ৰ্টাৰ:ডিফু

News Desk by News Desk
September 5, 2022
Reading Time: 1 min read
A A
0

New Logo Very Smal | ASSAM TIMES POST

RELATED POSTS

Dilapidated condition : জৰাজীৰ্ণ অৱস্থাত অসম–নাগালেণ্ড সীমান্তৰ ৩৯ নং ৰাষ্ট্ৰীয় ঘাই পথ, শীঘ্ৰে মেৰামতি কৰিবলৈ দাবী ক্ষোভিত ৰাইজৰ

খটখটী আৰক্ষীৰ বৃহৎ সফলতা বালিজান বি তিনিয়ালীত ড্ৰাগছসহ দুই নগা যুৱক আটক

Drug user Arrested : বৈঠালাংছ’ত চাৰি ড্ৰাগছ সেৱনকাৰী আটক

কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ উদ্যোগত ডিফু ডি এ ভি স্কুলৰ প্রাংগনত জিলা পৰ্য্যায়ত কেন্দ্ৰীয়ভাবে 61 সংখ্যক শিক্ষক দিৱস পালন কৰা হয়। বিশেষ অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে কাৰ্বি আংলং জিলা স্বায়ত্বশাসিত পৰিষদৰ অধ্যক্ষ ৰাজু তিছ’য়ে। তেওঁ শিক্ষক দিৱসৰ উপলক্ষে আগবঢ়োৱাৰ ভাষণত প্ৰথমতে শিক্ষকসকলক শুভেচ্ছা জ্ঞাপন কৰি শিক্ষকসকলৰ শিক্ষা দানৰ ধাৰাবাহিকতা অব্যাহত ৰাখিলৈ শিক্ষক সমাজক অনুৰোধ জনায়।

কেন্দ্ৰীয়ভাবে শিক্ষক দিৱস পালন

বিভাগীয় দপ্তৰৰ কাৰ্যবাসী সদস্য ৰিচাৰ্ড টকবিয়ে এইবাৰ কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদে জিলাখনৰ ভিতৰতে 1969 চনত স্থাপন কৰা প্ৰথম চৰকাৰী ইংৰাজী শিক্ষানুষ্ঠান ডি এ ভি স্কুলত শিক্ষক দিৱস উৎযাপনৰ স্থান বাচনি কৰা হৈছে বুলি তেওঁ উল্লেখ কৰি জিলাখনত গুণগত শিক্ষাৰ পৰিৱেশ গঢ়াৰ বাবে শিক্ষক সমাজক আগবাঢ়ি আহিবলৈ আহ্বান জনায়। অনুষ্ঠানত পৰিষদৰ কাৰ্যবাহী সদস্য কাংবুৰা কিলিং, সদস্যৰ হেড ছিং ৰংফাৰ, ফেংপিগা ৰেংমা, কৃষ্ণ ভট্টৰায়, পৰিষদৰ সচিব নিৰলা ফাংচপীৰ প্ৰমুখ্য কৰি গন্যমান্য লোকসকল উপস্থিত থাকে।

Tags: DiphuTeacher's Day celebrated centrally at DAV Schoolডিফুৰ ডি এ ভি স্কুলত কেন্দ্ৰীয়ভাবে শিক্ষক দিৱস পালন
Share4Tweet3Send

Related Posts

Dilapidated condition : জৰাজীৰ্ণ অৱস্থাত অসম–নাগালেণ্ড সীমান্তৰ ৩৯ নং ৰাষ্ট্ৰীয় ঘাই পথ, শীঘ্ৰে মেৰামতি কৰিবলৈ দাবী ক্ষোভিত ৰাইজৰ
KARBI ANGLONG

Dilapidated condition : জৰাজীৰ্ণ অৱস্থাত অসম–নাগালেণ্ড সীমান্তৰ ৩৯ নং ৰাষ্ট্ৰীয় ঘাই পথ, শীঘ্ৰে মেৰামতি কৰিবলৈ দাবী ক্ষোভিত ৰাইজৰ

by News Desk
April 21, 2026
50
খটখটী আৰক্ষীৰ বৃহৎ সফলতা বালিজান বি তিনিয়ালীত ড্ৰাগছসহ দুই নগা যুৱক আটক
KARBI ANGLONG

খটখটী আৰক্ষীৰ বৃহৎ সফলতা বালিজান বি তিনিয়ালীত ড্ৰাগছসহ দুই নগা যুৱক আটক

by Staff Reporter
April 18, 2026
50
Drug user Arrested : বৈঠালাংছ’ত চাৰি ড্ৰাগছ সেৱনকাৰী আটক
KARBI ANGLONG

Drug user Arrested : বৈঠালাংছ’ত চাৰি ড্ৰাগছ সেৱনকাৰী আটক

by News Desk
April 11, 2026
50
Road accident : লাহৰিজানত ভয়ংকৰ পথ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত এজন
KARBI ANGLONG

Road accident : লাহৰিজানত ভয়ংকৰ পথ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত এজন

by News Desk
April 3, 2026
50
Rahul Gandhi : কাৰ্বিভূমিত সংবিধানৰ অনুচ্ছেদ ২৪৪-ক কাৰ্যকৰীকৰণৰ প্ৰতিশ্ৰুতি ৰাহুল গান্ধীৰ
KARBI ANGLONG

Rahul Gandhi : কাৰ্বিভূমিত সংবিধানৰ অনুচ্ছেদ ২৪৪-ক কাৰ্যকৰীকৰণৰ প্ৰতিশ্ৰুতি ৰাহুল গান্ধীৰ

by News Desk
April 2, 2026
50
Drugs seized : কাৰ্বি আংলঙৰ পুৰণি লাহৰিজানত যাত্ৰীবাহী বাছৰ পৰা বুজন পৰিমাণৰ ড্ৰাগছ জব্দ, দুই মহিলা সৰবৰাহকাৰীক আটক
KARBI ANGLONG

Drugs seized : কাৰ্বি আংলঙৰ পুৰণি লাহৰিজানত যাত্ৰীবাহী বাছৰ পৰা বুজন পৰিমাণৰ ড্ৰাগছ জব্দ, দুই মহিলা সৰবৰাহকাৰীক আটক

by News Desk
April 1, 2026
50
ADVERTISEMENT
Delhi High Court : দিল্লী উচ্চ ন্যায়ালয়ত ভাৰ্চুৱেল শুনানিৰ সময়ত পৰ্ণগ্ৰাফী, হেক হোৱাৰ আশংকাত বিচাৰ বন্ধ
National-International

Delhi High Court : দিল্লী উচ্চ ন্যায়ালয়ত ভাৰ্চুৱেল শুনানিৰ সময়ত পৰ্ণগ্ৰাফী, হেক হোৱাৰ আশংকাত বিচাৰ বন্ধ

April 29, 2026
50
Petrol prices : ১ মে’ৰ পৰা বৃদ্ধি হ’ব পাৰে পেট্ৰ’ল-ডিজেলৰ মূল্য, কি কয় কেন্দ্ৰীয় চৰকাৰে
National-International

Petrol prices : ১ মে’ৰ পৰা বৃদ্ধি হ’ব পাৰে পেট্ৰ’ল-ডিজেলৰ মূল্য, কি কয় কেন্দ্ৰীয় চৰকাৰে

April 29, 2026
50
Assam Election Exit Poll : অসমত পুনৰ আহিব নেকি বিজেপি চৰকাৰ, এগজিট প’লে কি কয়
Assam

Assam Election Exit Poll : অসমত পুনৰ আহিব নেকি বিজেপি চৰকাৰ, এগজিট প’লে কি কয়

April 29, 2026
50
Sonam Raghubangshi case : স্বামী ৰাজাক হত্যাৰ অভিযোগত অভিযুক্ত সোণমে জামিন পালেও ঘৰত সোমাব নিদিয়ে ভাতৃয়ে
National-International

Sonam Raghubangshi case : স্বামী ৰাজাক হত্যাৰ অভিযোগত অভিযুক্ত সোণমে জামিন পালেও ঘৰত সোমাব নিদিয়ে ভাতৃয়ে

April 29, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Delhi High Court : দিল্লী উচ্চ ন্যায়ালয়ত ভাৰ্চুৱেল শুনানিৰ সময়ত পৰ্ণগ্ৰাফী, হেক হোৱাৰ আশংকাত বিচাৰ বন্ধ

Delhi High Court : দিল্লী উচ্চ ন্যায়ালয়ত ভাৰ্চুৱেল শুনানিৰ সময়ত পৰ্ণগ্ৰাফী, হেক হোৱাৰ আশংকাত বিচাৰ বন্ধ

April 29, 2026
Petrol prices : ১ মে’ৰ পৰা বৃদ্ধি হ’ব পাৰে পেট্ৰ’ল-ডিজেলৰ মূল্য, কি কয় কেন্দ্ৰীয় চৰকাৰে

Petrol prices : ১ মে’ৰ পৰা বৃদ্ধি হ’ব পাৰে পেট্ৰ’ল-ডিজেলৰ মূল্য, কি কয় কেন্দ্ৰীয় চৰকাৰে

April 29, 2026
Assam Election Exit Poll : অসমত পুনৰ আহিব নেকি বিজেপি চৰকাৰ, এগজিট প’লে কি কয়

Assam Election Exit Poll : অসমত পুনৰ আহিব নেকি বিজেপি চৰকাৰ, এগজিট প’লে কি কয়

April 29, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password? Sign Up

Create New Account!

Fill the forms below to register

All fields are required. Log In

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx