কাৰ্বিআংলঙৰ খেৰণিত সংঘটিত এক শোকাৱহ দুৰ্ঘটনা। আজি দুপৰীয়া ভাগত ব্ৰজপাত পৰি মৃত্যুক আঁকোৱালিলে দুজন লোকে।
এৰাল দিয়া গৰু আনিবলৈ যোৱা সময়তে খেৰণি নিবাসী ৰতন যাদৱ সহিতে দুটাকৈ গৰুৰ কৰুণ মৃত্যু হয় ব্ৰজপাতত। আনহাতে ছাগলী বিচাৰি যোৱাৰ ফলতে মৃত্যুক আঁকোৱালিলে টিলাবস্তিস্থিত মহেশ চৌহানে।