ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

সীমান্তৰ সমীপত ভাৰত-আমেৰিকাৰ যৌথ সামৰিক অনুশীলনত আপত্তি দৰ্শাই চীনৰ সতৰ্কবাণী

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
August 26, 2022
Reading Time: 1 min read
A A
0
সীমান্তৰ সমীপত ভাৰত-আমেৰিকাৰ যৌথ সামৰিক অনুশীলনত আপত্তি দৰ্শাই চীনৰ সতৰ্কবাণী

RELATED POSTS

1 Dead, 6 Injured As Car Skids On Purvanchal Expressway In Sultanpur

Bihar rape case : বিহাৰৰ নিৰ্যাতিত ছাত্ৰ-ছাত্ৰীৰ পৰিচয় প্ৰকাশ কৰা ১২০ ছ’চিয়েল মিডিয়া একাউণ্টৰ বিৰুদ্ধে এফআইআৰ, অভিযুক্তক এনকাউণ্টাৰ

Veg vs non-veg : চাবোন, চেম্পু, টুথপেষ্ট আমিষ নে নিৰামিষ? জনোৱাটো বাধ্যতামূলক কৰিলে কেন্দ্ৰই

logo new 2 1 1 4 1 3 1 1 | ASSAM TIMES POST

পূব লাডাখৰ উত্তেজনা এতিয়াও শেষ হোৱা নাই। ইয়াৰ মাজতে উত্তৰাখণ্ডৰ চীন সীমান্তৰ সমীপত ভাৰত আৰু আমেৰিকান সেনাই যৌথ অনুশীলন আৰম্ভ কৰিছে। আৰু সেই বিষয়ত ক্ষুব্ধ হৈছে ছি জিনপিং চৰকাৰ।

সীমান্তৰ সমীপত ভাৰত-আমেৰিকাৰ যৌথ সামৰিক অনুশীলন
অহা অক্টোবৰত দুয়োখন দেশৰ সেনাই উত্তৰাখণ্ডৰ আউলী অঞ্চলত ‘কম্বেট প্ৰেকটিছ ২০২২’ অনুশীলন চলাব। চীনৰ বৈদেশিক কাৰ্যালয়ে দাবী কৰিছে যে নতুন দিল্লীয়ে সীমান্তৱৰ্তী অঞ্চলসমূহত সামৰিক অনুশীলন চলোৱাৰ সিদ্ধান্ত দ্বিপাক্ষিক চুক্তিৰ বিৰোধী।

উল্লেখ্য, চলিত মাহৰ আৰম্ভণিতে চীনে উত্তৰাখণ্ডৰ পাহাৰত ভাৰত-আমেৰিকাৰ যৌথ সামৰিক অনুশীলনত আপত্তি দৰ্শাইছিল। কিন্তু এইবাৰ বেইজিঙৰ হেঁচা সত্ত্বেও কেন্দ্ৰই নিজৰ সিদ্ধান্তত দৃঢ়তা অৱলম্বন কৰিছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ সূত্ৰ অনুসৰি আউলীৰ অৱস্থান প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাৰ পৰা প্ৰায় ১০০ কিলোমিটাৰ দূৰত। ফলত দ্বিপাক্ষিক সীমান্ত নিষ্পত্তিৰ প্ৰটʼকল উলংঘা কৰাৰ অভিযোগ ভিত্তিহীন।

উল্লেখ্য, বিগত দুটা দশক ধৰি হিমালয়ৰ দুৰ্গম প্ৰাকৃতিক পৰিৱেশত ভাৰতীয় আৰু আমেৰিকান সেনাই ‘যুদ্ধ অনুশীলনʼত অংশগ্ৰহণ কৰি আহিছে। এই পৰিস্থিতি বৃহস্পতিবাৰে নিশা পুনৰ বিৰোধ উত্থাপন কৰে বেইজিঙে। দেশখনৰ প্ৰতিৰক্ষা বিভাগৰ মুখপাত্ৰ জ্যেষ্ঠ কৰ্ণেল টান কেফেইয়ে কয়,”ভাৰত-চীন সীমান্ত বিষয়ত তৃতীয় পক্ষৰ হস্তক্ষেপ আমি সহ্য নকৰো।

আমি এই পদক্ষেপৰ তীব্ৰ বিৰোধিতা কৰিছো (যৌথ অনুশীলন)।” সামৰিক বিশ্লেষকৰ এটা অংশই অনুভৱ কৰে যে দক্ষিণ চীন সাগৰত আমেৰিকা-জাপান-অষ্ট্ৰেলিয়াৰ যৌথ নৌসেনা অনুশীলনৰ পিছত ভাৰত আৰু আমেৰিকান বাহিনীয়ে হাত মিলাই কাম কৰিবলৈ আৰম্ভ কৰা ধৰণটোৰ কাৰণে চাপ বৃদ্ধি পাইছে বেইজিঙৰ ওপৰত।

নতুন দিল্লী-বেইজিং আলোচনাৰ পৰিপ্ৰেক্ষিতত সীমান্তত শান্তি আৰু স্থিতিশীলতা বজাই ৰাখিবলৈ ১৯৯৩ আৰু ১৯৯৬ চনত দুখন চুক্তি স্বাক্ষৰিত হৈছিল। দুয়োখন দেশতে কেইবাবাৰো প্ৰটʼকল ভংগ কৰাৰ অভিযোগ উত্থাপন হৈছে।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: ভাৰত
Share4Tweet3Send

Related Posts

1 Dead, 6 Injured As Car Skids On Purvanchal Expressway In Sultanpur
National-International

1 Dead, 6 Injured As Car Skids On Purvanchal Expressway In Sultanpur

by News Desk
September 23, 2026
52
Bihar rape case : বিহাৰৰ নিৰ্যাতিত ছাত্ৰ-ছাত্ৰীৰ পৰিচয় প্ৰকাশ কৰা ১২০ ছ’চিয়েল মিডিয়া একাউণ্টৰ বিৰুদ্ধে এফআইআৰ, অভিযুক্তক এনকাউণ্টাৰ
National-International

Bihar rape case : বিহাৰৰ নিৰ্যাতিত ছাত্ৰ-ছাত্ৰীৰ পৰিচয় প্ৰকাশ কৰা ১২০ ছ’চিয়েল মিডিয়া একাউণ্টৰ বিৰুদ্ধে এফআইআৰ, অভিযুক্তক এনকাউণ্টাৰ

by News Desk
September 22, 2026
51
Veg vs non-veg : চাবোন, চেম্পু, টুথপেষ্ট আমিষ নে নিৰামিষ? জনোৱাটো বাধ্যতামূলক কৰিলে কেন্দ্ৰই
National-International

Veg vs non-veg : চাবোন, চেম্পু, টুথপেষ্ট আমিষ নে নিৰামিষ? জনোৱাটো বাধ্যতামূলক কৰিলে কেন্দ্ৰই

by News Desk
September 22, 2026
51
Ram Mandir : ১০৫ বাৰ চুৰি হৈছে ৰাম মন্দিৰৰ প্ৰণামী, জড়িত সকলোকে চিনাক্ত
National-International

Ram Mandir : ১০৫ বাৰ চুৰি হৈছে ৰাম মন্দিৰৰ প্ৰণামী, জড়িত সকলোকে চিনাক্ত

by News Desk
September 22, 2026
51
Bombay IIT case : এইবাৰ আইআইটি বম্বেৰ ছাত্ৰ মৃত্যুৰ গোচৰত অভিযুক্ত অধ্যাপকৰ সমৰ্থনত শিক্ষক সন্থাৰ প্ৰতিবাদ
National-International

Bombay IIT case : এইবাৰ আইআইটি বম্বেৰ ছাত্ৰ মৃত্যুৰ গোচৰত অভিযুক্ত অধ্যাপকৰ সমৰ্থনত শিক্ষক সন্থাৰ প্ৰতিবাদ

by News Desk
September 22, 2026
52
Delhi rape case : দিল্লীত পুনৰ দলবদ্ধ ধৰ্ষণ, এইবাৰ আৰক্ষী বিষয়াৰ সাজত পাৰ্কত সংঘটিত কৰিলে দুষ্কাৰ্য
National-International

Delhi rape case : দিল্লীত পুনৰ দলবদ্ধ ধৰ্ষণ, এইবাৰ আৰক্ষী বিষয়াৰ সাজত পাৰ্কত সংঘটিত কৰিলে দুষ্কাৰ্য

by News Desk
September 22, 2026
51
ADVERTISEMENT
Cattle supply : ওবাগনাৰ বাহনত চোৰাং কৈ গৰু সৰবৰাহ
Assam

Cattle supply : ওবাগনাৰ বাহনত চোৰাং কৈ গৰু সৰবৰাহ

September 24, 2026
50
Nagaon : নগাঁৱৰ পুৰণিগুদামত পুৱাই বাহন অগ্নিকাণ্ড
Assam

Nagaon : নগাঁৱৰ পুৰণিগুদামত পুৱাই বাহন অগ্নিকাণ্ড

September 24, 2026
50
হাইলাকান্দিত ড্ৰাগছৰ বিৰুদ্ধে অভিযান : গাঞ্জা আৰু য়াবা টেবলেট জব্দ, ১৮ জন গ্ৰেপ্তাৰ
Assam

হাইলাকান্দিত ড্ৰাগছৰ বিৰুদ্ধে অভিযান : গাঞ্জা আৰু য়াবা টেবলেট জব্দ, ১৮ জন গ্ৰেপ্তাৰ

September 24, 2026
50
1 Dead, 6 Injured As Car Skids On Purvanchal Expressway In Sultanpur
National-International

1 Dead, 6 Injured As Car Skids On Purvanchal Expressway In Sultanpur

September 23, 2026
52
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Cattle supply : ওবাগনাৰ বাহনত চোৰাং কৈ গৰু সৰবৰাহ

Cattle supply : ওবাগনাৰ বাহনত চোৰাং কৈ গৰু সৰবৰাহ

September 24, 2026
Nagaon : নগাঁৱৰ পুৰণিগুদামত পুৱাই বাহন অগ্নিকাণ্ড

Nagaon : নগাঁৱৰ পুৰণিগুদামত পুৱাই বাহন অগ্নিকাণ্ড

September 24, 2026
হাইলাকান্দিত ড্ৰাগছৰ বিৰুদ্ধে অভিযান : গাঞ্জা আৰু য়াবা টেবলেট জব্দ, ১৮ জন গ্ৰেপ্তাৰ

হাইলাকান্দিত ড্ৰাগছৰ বিৰুদ্ধে অভিযান : গাঞ্জা আৰু য়াবা টেবলেট জব্দ, ১৮ জন গ্ৰেপ্তাৰ

September 24, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d