ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Assam

শিলচৰৰ পূৰ্ণচন্দ্ৰ পাল ৰোডত বিদ্যুৎস্পৃষ্ট হৈ যুৱকৰ মৃত্যু, স্থানীয় ৰাইজৰ পথ অৱৰোধ কাৰ্যসূচীঃ

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
August 22, 2022
Reading Time: 1 min read
A A
0
শিলচৰৰ পূৰ্ণচন্দ্ৰ পাল ৰোডত বিদ্যুৎস্পৃষ্ট হৈ যুৱকৰ মৃত্যু, স্থানীয় ৰাইজৰ পথ অৱৰোধ কাৰ্যসূচীঃ

RELATED POSTS

চুৰি কৰা সোণৰ চেইনেৰে গোল্ড লোণ কুখ্যাত চিলনী চোৰৰ

Bangladeshi : বাংলাদেশৰ পৰা অসমলৈ, তাৰ পিছত মহিষ লৈ উভতি যোৱাৰ পৰিকল্পনা? বদৰপুৰত আটক ৪ বাংলাদেশী

Road accident : গোৱালপাৰাৰ অসম-মেঘালয় সীমান্তৰ কুকুৰকাটাত ভয়ংকৰ পথ দুৰ্ঘটনা

logo new 2 1 1 4 1 3 1 | ASSAM TIMES POST

শিলচৰৰ পূৰ্ণচন্দ্ৰ পাল ৰোডত সামান্য বানপানীৰ ফলত কৃত্ৰিম বানপানীৰ সৃষ্টি হয়। ৰাতিপুৱা ঘৰুৱা পানীৰ মটৰ চলাবলৈ গৈ তাত বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু হয় জয়দীপ চক্ৰৱৰ্তী ওৰফে মুন্না। এই অঞ্চলত হোৱা এই ঘটনাৰ বাবে স্থানীয় ৰাইজে জিলা প্ৰশাসন, পৌৰসভা আৰু জনপ্ৰতিনিধি দায়ী কৰি দুপৰীয়া তিনি ঘণ্টা ধৰি অম্বিকাপট্টি পইণ্টত মৃতদেহ লৈ প্ৰতিবাদ সাব্যস্ত কৰে আৰু ভয়ংকৰ যান-যঁটৰ সমস্যা হয়।

শিলচৰত বিদ্যুৎস্পৃষ্ট হৈ যুৱকৰ মৃত্যু
 আৰক্ষী আৰু চি আৰ পি এফ বাহিনীয়ে পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা চলায়।নল-নৰ্দমা মেৰামতিৰ বাবে স্থানীয় ৰাইজে বিগত বহু দিন ধৰি আবেদন কৰিছিল যদিও মেৰামতি নহ’ল আৰু জমা হোৱা পানীত শ্বৰ্ট চাৰ্কিট হোৱাৰ ফলত উক্ত ব্যক্তিগৰাকীৰ মৃত্যু হয়।

প্ৰতিবাদকাৰী ৰাইজে মৃতকৰ পৰিয়ালক পৰ্যাপ্ত আৰ্থিক ক্ষতিপূৰণ দিয়াৰ লগতে নিকটৱৰ্তী অঞ্চলৰ নলা-নৰ্দমা পৰিষ্কাৰ কৰাৰ দাবী জনায় যাতে পুনৰ এনে দুৰ্ঘটনা সংঘটিত নহয়। উল্লেখ্য যে, মৃত যুৱকজনৰ নাম জয়দীপ চক্ৰৱৰ্তী (মুন্না), বয়স ৩০ বছৰ। তেওঁ এখন ষ্ট’ৰত মেনেজাৰ হিচাপে কাম কৰিছিল আৰু পৰিয়ালৰ সূত্ৰই জনোৱা মতে, মাত্ৰ পাঁচ মাহৰ আগতে তেওঁৰ বিয়া হৈছিল। তেওঁৰ পত্নী সন্তান সম্ভৱা আছিল ।

 মুন্না আজি ৰাতিপুৱা সাৰ পাই পানীৰ মটৰ চুইচ অন কৰিবলৈ গৈছিল। যোৱা নিশাৰ বৰষুণত মটৰটো থকা ঠাই পানীৰে ভৰি পৰিছিল। হঠাতে পৰিয়ালৰ লোকে এটা শব্দ শুনিবলৈ পাই লৰালৰিকৈ আহি জয়দীপ চক্ৰৱৰ্তীক মাটিত অচেতন হৈ পৰি থকা দেখে। অচেতন হৈ থকা জয়দীপক প্ৰথমে শিলচৰ অসামৰিক চিকিৎসালয়লৈ লৈ যোৱা হয়। তাৰ পৰা তেওঁক শিলচৰ মেডিকেল কলেজ হাস্পতাললৈ লৈ যোৱা হয় আৰু চিকিৎসকে মৃত বুলি জানিবলৈ দিয়ে।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: বিদ্যুৎস্পৃষ্ট
Share4Tweet3Send

Related Posts

চুৰি কৰা সোণৰ চেইনেৰে গোল্ড লোণ কুখ্যাত চিলনী চোৰৰ
Assam

চুৰি কৰা সোণৰ চেইনেৰে গোল্ড লোণ কুখ্যাত চিলনী চোৰৰ

by News Desk
September 22, 2026
50
Bangladeshi : বাংলাদেশৰ পৰা অসমলৈ, তাৰ পিছত মহিষ লৈ উভতি যোৱাৰ পৰিকল্পনা? বদৰপুৰত আটক ৪ বাংলাদেশী
Assam

Bangladeshi : বাংলাদেশৰ পৰা অসমলৈ, তাৰ পিছত মহিষ লৈ উভতি যোৱাৰ পৰিকল্পনা? বদৰপুৰত আটক ৪ বাংলাদেশী

by News Desk
September 22, 2026
61
Road accident : গোৱালপাৰাৰ অসম-মেঘালয় সীমান্তৰ কুকুৰকাটাত ভয়ংকৰ পথ দুৰ্ঘটনা
Assam

Road accident : গোৱালপাৰাৰ অসম-মেঘালয় সীমান্তৰ কুকুৰকাটাত ভয়ংকৰ পথ দুৰ্ঘটনা

by News Desk
September 21, 2026
54
Bus attack : গুৱাহাটী-মানকাচৰ অভিমুখী কেইবাখনো নৈশ বাছত দুৰ্বৃত্তৰ আক্ৰমণ
Assam

Bus attack : গুৱাহাটী-মানকাচৰ অভিমুখী কেইবাখনো নৈশ বাছত দুৰ্বৃত্তৰ আক্ৰমণ

by News Desk
September 21, 2026
56
Zubeen Garg : জুবিন গাৰ্গক লৈ বিতৰ্কিত মন্তব্য! বিজেপি বিধায়ক বিজয় গুপ্তাক সীমান্ত শেখৰৰ সকীয়নি
Assam

Zubeen Garg : জুবিন গাৰ্গক লৈ বিতৰ্কিত মন্তব্য! বিজেপি বিধায়ক বিজয় গুপ্তাক সীমান্ত শেখৰৰ সকীয়নি

by News Desk
September 21, 2026
52
বিশিষ্ট কবি-গীতিকাৰ আনিছ উজ জামানৰ দেহাৱসান
Assam

বিশিষ্ট কবি-গীতিকাৰ আনিছ উজ জামানৰ দেহাৱসান

by News Desk
September 20, 2026
60
ADVERTISEMENT
চুৰি কৰা সোণৰ চেইনেৰে গোল্ড লোণ কুখ্যাত চিলনী চোৰৰ
Assam

চুৰি কৰা সোণৰ চেইনেৰে গোল্ড লোণ কুখ্যাত চিলনী চোৰৰ

September 22, 2026
50
Bihar rape case : বিহাৰৰ নিৰ্যাতিত ছাত্ৰ-ছাত্ৰীৰ পৰিচয় প্ৰকাশ কৰা ১২০ ছ’চিয়েল মিডিয়া একাউণ্টৰ বিৰুদ্ধে এফআইআৰ, অভিযুক্তক এনকাউণ্টাৰ
National-International

Bihar rape case : বিহাৰৰ নিৰ্যাতিত ছাত্ৰ-ছাত্ৰীৰ পৰিচয় প্ৰকাশ কৰা ১২০ ছ’চিয়েল মিডিয়া একাউণ্টৰ বিৰুদ্ধে এফআইআৰ, অভিযুক্তক এনকাউণ্টাৰ

September 22, 2026
50
Veg vs non-veg : চাবোন, চেম্পু, টুথপেষ্ট আমিষ নে নিৰামিষ? জনোৱাটো বাধ্যতামূলক কৰিলে কেন্দ্ৰই
National-International

Veg vs non-veg : চাবোন, চেম্পু, টুথপেষ্ট আমিষ নে নিৰামিষ? জনোৱাটো বাধ্যতামূলক কৰিলে কেন্দ্ৰই

September 22, 2026
50
CM Himanta Biswa Sarma : চামগুৰিৰ নিৰ্বাচনী হিংসা প্ৰসংগত মুখ্যমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ মন্তব্য
DIPHU

CM Himanta Biswa Sarma : চামগুৰিৰ নিৰ্বাচনী হিংসা প্ৰসংগত মুখ্যমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ মন্তব্য

September 22, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

চুৰি কৰা সোণৰ চেইনেৰে গোল্ড লোণ কুখ্যাত চিলনী চোৰৰ

চুৰি কৰা সোণৰ চেইনেৰে গোল্ড লোণ কুখ্যাত চিলনী চোৰৰ

September 22, 2026
Bihar rape case : বিহাৰৰ নিৰ্যাতিত ছাত্ৰ-ছাত্ৰীৰ পৰিচয় প্ৰকাশ কৰা ১২০ ছ’চিয়েল মিডিয়া একাউণ্টৰ বিৰুদ্ধে এফআইআৰ, অভিযুক্তক এনকাউণ্টাৰ

Bihar rape case : বিহাৰৰ নিৰ্যাতিত ছাত্ৰ-ছাত্ৰীৰ পৰিচয় প্ৰকাশ কৰা ১২০ ছ’চিয়েল মিডিয়া একাউণ্টৰ বিৰুদ্ধে এফআইআৰ, অভিযুক্তক এনকাউণ্টাৰ

September 22, 2026
Veg vs non-veg : চাবোন, চেম্পু, টুথপেষ্ট আমিষ নে নিৰামিষ? জনোৱাটো বাধ্যতামূলক কৰিলে কেন্দ্ৰই

Veg vs non-veg : চাবোন, চেম্পু, টুথপেষ্ট আমিষ নে নিৰামিষ? জনোৱাটো বাধ্যতামূলক কৰিলে কেন্দ্ৰই

September 22, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d