মণিপুৰত বিধানসভা ADC বিল উত্থাোনৰ দাবীত ৩ দিনীয়া প্ৰতিবাদ সাব্যস্ত হোৱাৰ লগতে সংঘৰ্ষময় পৰিস্থিতিৰ সৃষ্টি হয়। আনহাতে, ৫ দিনৰ বাবে ৰাজ্যখনত ইণ্টাৰনেট সেৱাও স্তব্ধ কৰি ৰখা হৈছে।
শনিবাৰে বিষ্ণুপুৰত ৩-৪ জনীয়া এটা যুৱকৰ দলে এখন ভান জ্বলাই দিয়াৰ পিছত ৰাজ্যজুৰি ইণ্টাৰনেট সেৱা বন্ধ কৰি দিয়ে ৰাজ্য চৰকাৰে । ইয়াৰোপৰি, চুৰাচান্দপুৰ আৰু বিষ্ণুপুৰ জিলাত ৩-৪ জন লোকে ফুলগাখচাও ইখাঙত এখন বাহন জ্বলাই দিয়াৰ পিছত দুমাহৰ বাবে জিলা দণ্ডাধীশে জাৰি কৰিছে ১৪৪ ধাৰা।